বানে বিধ্বস্ত কৰা মাজুলীত বানাক্রান্তৰ মৰ্মবেদনা শুনিলে সাংসদ গৌৰৱ গগৈয়ে।

বানে বিধ্বস্ত কৰা মাজুলীত বানাক্রান্তৰ মৰ্মবেদনা শুনিলে সাংসদ গৌৰৱ গগৈয়ে। মাজুলীৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰিলে যোৰহাটৰ কংগ্রেছ সাংসদ গৌৰৱ গগৈয়ে। ইপিনে বানে ধোৱা মাজুলীত বাহৰ পাতি আছে ৰাজ্য চৰকাৰৰ মন্ত্রী জয়ন্ত মল্লবৰুৱাই। মন্ত্রীগৰাকীৰ সন্মুখত ব্রহ্মপুত্র জল ব’ৰ্ডৰ বিষয়াৰ বিৰুদ্ধে ভিন্ন অভিযোগ উত্থাপন বানাক্রান্তৰ।
#pratidintime #gauravgogoi #flood #majuli

Пікірлер: 33

  • @bakulboruah2026
    @bakulboruah20263 күн бұрын

    জননেতা গৌৰৱ গগৈ।তেওঁ ২০২৬ ৰ মূখ‍্যমন্ত্ৰী।

  • @ChayanikaSaikia-kl8fs
    @ChayanikaSaikia-kl8fs3 күн бұрын

    গৌৰৱ দা তেওঁ লোকৰ কাৰণে আপুনি personally কিবা এটা কৰক। ৰাইজ আপোনাৰ সহায় হব। শাসক পক্ষৰ কথা বাদ দিলোঁ।

  • @Solim16
    @Solim163 күн бұрын

    ২০২৬ চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া ✅🇮🇳 জয় আই অসম ❤️

  • @kumudbaruah2001

    @kumudbaruah2001

    3 күн бұрын

    ২০২৬ চন বাদ দিয়া। ২০৪৭ চনলৈ অপেক্ষা কৰিব লাগিব। স্বাধীনতাৰ অমৃত কাল বিজেপিৰ। দেশৰ ১৪০ কোটি জনতাই তাকেই কৈছে। গৌৰৱ গগৈ দূৰ্নীতি, কেলেঙ্কাৰি সামপ্রদায়িক পৰিবাৰ বাদৰ প্রতিক। এই অলংকাৰ বোৰ গৌৰৱ গগৈয়ে তেওঁৰ পিতৃৰ পৰা উত্তৰাধিকাৰী সুত্রে লাভ কৰিছে৷ তেওঁক অলমৰ জনগনে মূখ্য মন্ত্রী পাতি ভূল নকৰে।

  • @KabitaGogoi-ut6jr
    @KabitaGogoi-ut6jr3 күн бұрын

    বিপদৰ বন্ধুুৱে প্ৰকৃত বন্ধু।

  • @SYM_SOYAMFF

    @SYM_SOYAMFF

    3 күн бұрын

    😂😂😂😂 baba ji ka tallu le le kata kat kata kat.

  • @relaxeverythingisfine5154
    @relaxeverythingisfine51543 күн бұрын

    ২০২৬ ৰ মূখ‍্যমন্ত্ৰী

  • @RekibMunna
    @RekibMunna3 күн бұрын

    Gourab gogoi is a great human god bless you dasa❤

  • @dhurbakumarnath2927
    @dhurbakumarnath29273 күн бұрын

    Gaurabzindabad

  • @user-xv3co7yd7t
    @user-xv3co7yd7t3 күн бұрын

    Right Gogoi sir

  • @user-of4yf2pu7w
    @user-of4yf2pu7w40 минут бұрын

    2026 next cm Gaurav gogoi🎉

  • @HiteshDas-gg7tw
    @HiteshDas-gg7tw3 күн бұрын

    Rajniti karat koi ban piritak sahaykarak

  • @hiranyarajkhowa4119
    @hiranyarajkhowa41193 күн бұрын

    বাহৰ বুৰুজ দিয়া দিন ওকলিল।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa41193 күн бұрын

    উন্নত তথ্য প্ৰযুক্তিৰ দিনত বাঁহৰ বুৰুজেৰে বানপানী নিয়ন্ত্ৰণ আৰু গৰাখহনীয়া ৰোধ কৰাৰ দিন ওকলিল। কথাৰ ফূলজাৰি মৰা মন্ত্ৰী বিধায়ক বিধায়কৰ কথা শুনিলে লাজ লাগে।

  • @Nanu-ow5mc
    @Nanu-ow5mc3 күн бұрын

    Baad dia hay. Baan pani kot nohoi.

  • @BijayBorah-bm5dn

    @BijayBorah-bm5dn

    3 күн бұрын

    Tur mar baperor xompotit aso babe buji puwa nai. Nije porisrom kori puwa hole gom pali hoi

  • @PankajDas-zz8qr
    @PankajDas-zz8qr3 күн бұрын

    Kiba dile nanani ...ane banpani sai thakile ki hobo

  • @PK.Travel
    @PK.Travel3 күн бұрын

    মাজুলী😢

  • @user-xl5mc5wk3r
    @user-xl5mc5wk3r3 күн бұрын

    Xobr loly ki hob kiba ata di xohai korok

  • @k.r.boribori2193
    @k.r.boribori21933 күн бұрын

    Comment bilak alop sai shiti dibo lage. Jar gutai gharkhan hekh hoi gole teunlukehe jane. Akhan ghar banaboloi kiman problem.

  • @prodip2284
    @prodip22843 күн бұрын

    বুম টোৰ আগত ভাষণ দিয়া ৰ বাদে সাংসদ হিচাপে কিবা কৰিলে জানো ।

  • @pramodkalita6574
    @pramodkalita65743 күн бұрын

    Ako nhy

  • @user-td9im5rq8b
    @user-td9im5rq8b3 күн бұрын

    কিবা এমুঠিমান দিব জানো পাৰিছে ?

  • @gamerflight

    @gamerflight

    3 күн бұрын

    Kam nai aku ane Banpani sai furile ki hb

  • @KhagenChGogoi
    @KhagenChGogoi3 күн бұрын

    Brahmputra board sarkoror nohoi neki

  • @gunjalkalita7187
    @gunjalkalita71873 күн бұрын

    Gourav Gogoi 🙏🙏🙏

  • @gamerflight
    @gamerflight3 күн бұрын

    Aii Channel tu 1 year agote BJP r asil. Atiya Congress r😅

  • @kumudbaruah2001

    @kumudbaruah2001

    3 күн бұрын

    হয়, ঠিকেই কৈছে। কেতিয়াবা ভাবি চাও এইবোৰ যেন জৰ্জ ছৰোছৰে কৃপা।

  • @ayangentertainer9975

    @ayangentertainer9975

    3 күн бұрын

    news live tu bjpr

  • @SYM_SOYAMFF
    @SYM_SOYAMFF3 күн бұрын

    Ghorove kali tin he bojabo paribo , tin borti kori dibo nuware , teketor usorot soku pani tuki labh nai, . Nichoy apunalukor karone majulian ase , cinta nkoribo , Ghorovor fotha dhul parliamentt kunu nuhune.,

  • @kumudbaruah2001

    @kumudbaruah2001

    3 күн бұрын

    সচা কথা কৈছে। গৌৰৱ গগৈয়ে ফটা ধোল বজায় আছে ৰাইজৰ কাম চৰকাৰেহে কৰিব। ৰাইজে গৌৰৱ গগৈৰ পৰা একো আশা নকৰাই ভাল। তেও বিৰোধী ৰ ফটা ধোলটো বজায় ৰাইজক বিপথে পৰিচালনা কৰাৰ বাদে অন্য একো কৰিব নোৱাৰে।

Келесі