MORAN BIHU || Lihiri Official Video || লিহিৰি vol 2 || Moran Bihu 2021 || Priyanka Moran
Музыка
Lihiri লিহিৰি
Video Direction By Pinku Moran
Cinematography:-Sumindra Borah
Assistant :-Luky P. Sonowal
Sunu kumer Chutia
Choreography:- Mrinal Moran, Rashmi Moran, Karuna Moran, Diganta Moran
Makeup:-Diganta Moran
Cast :- DHANANJOY MAHANTA(JANTU);AMRIT MAHANTA;MRINAL MORAN;MOJIN MORAN;DIGANTA MORAN;MITHUN MORAN;JOYMOTI (ELEPHANT);RASHMI MORAN;KARUNA MORAN;RIMPI MORAN;PARISHMITA MORAN;
CHARIMA MORAN;MUNASHREE MORAN;SUMI MORAN;ARPONA MORAN;CHAYANIKA MORAN;SIMPI MORAN;PUBALI MORAN;AMULYA MORAN;SUMON MORAN;RAMAN MORAN;
RATUL DOHUTIA;MUNA DOHUTIA
singer :- Jantu Moran
Priyanka moran
Chorus:-Budheswar Moran & Rintimoni Chawrok
Lyrics &Tune:-Budheswar moran & Mrinal moran
music :-Bikrom Chawrok
flute:-Bitupan Konwar
Dhol:-Nabart ranjan neog
#মৰাণ_বিহু
#Moran_Bihu
#Priyanka_Moran
#Jantu_Moran
#Chawrok_Music
©All Copyright Reserve
Пікірлер: 282
Bohut val lagile huni ..kokai....mon to patol patol lagi Jai...hodai anekuwa gan hunibo Pam buli akha thakil ....hodai aguwai juwa...kokai
এ মজা হৈচে কটুম ..সকলো মনোমোহা দৃশ্য ..আগবাঢ়ি যোৱা
Ki hundor dress, aru ki dhunia nas. Mojjjjjjjaaaaaa hoise sister and brother.
Priyanka aru jantu tumalukor geet Tu bohut val lagil.. Aguwai juwa
মৰাণ ভমিপুত্ৰ জিন্দাবাদ। জয় মৰাণলেণ্ড। ব' বাও পালুং দেই শুনি যে।
@bhaskartamuli5603
Жыл бұрын
Axomiya nohoi naki ami Bihu naanusu naki
আগবাঢ়ি গৈ থাকা মৰাণ ভাই ভনী সকল।।।
মৰাণ বিহুৰ বোলি কলে! বহুত বহুত ভাল লাগি জাই ❤️একদম নাছো নাছো লাগিজাই😘🎶🌹❤️❤️❤️🌹
মৰাণ জনগোষ্ঠীৰ বিহু গীতবোৰ সুকীয়া আৰু ভাল লগা !! মই প্ৰায় বোৰ গীতেই শুনি থাকো💕
সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো"আৰু ধন্যবাদ প্ৰিয়্্কা বাই আৰু জানটূ দা বিহুৰ আগে আগে এনেকুৱা এটা গীত দিয়াৰ কাৰনে':::ভৱিষ্যতৰ নীলাক্ষী নেওগ😘💘 মাত যে মাত দেই কচম
Supper 👍👍👍
Moran bihu mur nasib Mon jai o bohut val lage
@bandanamoranmoran5839
3 жыл бұрын
Akha korisu aru val hok buli
বহু ত ভাল লাগিছে মোৰ ভতিজা কন্ঠ ত প্ৰান পাই উঠিছে মৰাণ গীত লগতে মূনাল দাই আৰু মোৰ বন্ধু বান্ধৱী নাচোনত সকলোকে ধন্যবাদ।
এই ছেগতে সকলোলৈ অসমীয়া নৱবৰ্ষ আৰু লগতে চেনেহৰ ৰঙালী বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ ও শুভকামনা জ্ঞাপন কৰিছো । বসন্তৰ আগমনে সকলোৰে জীৱনলৈ আনক আশাৰ নতুন বতৰা । 💚💚💚💚💚💚💚💚💚💚
মৰাণ বিহু অসমীয়াৰ বুকৰ আমঠু, মৰাণ বিহু জাউতি যুগীয়া হৈ থাকক।
ভাষা নাই কবলৈ,awswme, mind blowing
ভাল লাগিল ৰাতিপুৱাই
Dhuniya lagise
Bor bao lagise. Moran bihu geet xunile xuni thakibo mon jai
ৰঙালী বিহুৰ শুভেচ্ছা জনালো।বহাগৰ কাহিলি পূৱাতে ভিডিওটো চাই আপ্লুত হলো।
ইমান বাৰো লাগিলে গানতো সুনি আমি গুখাই মতে পতা জেথৰ বিহোলে মনত পৰে
Mon2 vl lgse goise emn dhunya geet
Oti hundor 👌💓
বহুত বহুত বহুত ভাল লাগিলে ❤️❤️❤️❤️❤️❤️❤️❤️❤️🌹🌹🌹🌹🌹🌹🌹🌹👍👍👍👍👍👍👌👌👌👌👌
সুন্দৰ হৈছে, আমাৰ মৰাণ জনগোষ্ঠীৰ জাতীয় কলা -সংস্কৃতি আৰু আগুৱাই যাওক
Moran bihu nam hunile hosakoia hriyakhon pomii jai❤️❤️❤️❤️❤️❤️
বিহুৰ সময়তে এটি খাটি বিহুগীতৰ আগমন...পুৱাই পুৱাই মনটো ভাল লাগি গ'ল দেই...আজ্জৈ নেৰিবা দেই ৰাইজসকল বিহু বিহু লাগিছে গাত...
Hundor ❤ from karbi anglong....moran bihu morom jonalu
ধুনীয়া❤️❤️❤️❤️❤️😍😍😍😘😘😘😘 priyanka baa আশা কৰো আগলৈ আৰু সুন্দৰ সুন্দৰ গীত উপভোগ কৰিবলৈ পাম আপোনাৰ পৰা❤️
সুন্দৰ হৈছে ।
Moza lagile video ti sai
mjaa🔥🔥🔥
Moja deii ..bohut vl lagil sai
অতি সুন্দৰ 👍
Khub sundor lagil gantu xuni....
Bohut dhuniya
Val lagil gantu huni apunalukor pora aru akha korim anekuwa gan
Mojah😍😍
ইমান সুন্দৰ কল্পনা ।কল্পনাৰ পৃথিৱী খনত আমাকো খোজ দিব পৰাৰ বাবে অশেয ধন্যবাদ
ভাল লাগিছে
আইজৈ কি যে মজা
বহুত ভাল লাগিল বিহুৰ সময়ত ইমান ধুনীয়া বিহু গান 🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰
@chutiatribe7473
Жыл бұрын
Ppppp
ভাল লাগিছে দেই 😍💕
Bor dhunia hoise aru akha korilu.
বহুত ভাল লাগিল দেই
🎥🎥🎥📸📸🤗 perfect
Bhal lagil moran bihu
আজৈ দেহী এইবাৰ হে এইবাৰ দেই
বহুত বেছি ভাল লগিল ❤️👌
Hundor Moran Bihu ❤️
Huni aamoni nalage.... Bisari agi paisu ..💕💕💕
Val loga Moran bihutir ❤️❤️🥰
সুন্দৰ হৈছে
Rongali bihu rr hiyabhora ulog jaasilu soboke.❤️❤️❤️...geetti bohut hundor hoise
Moja
মৰাণ বিহু maind 👍
অতি হোনদৰ 👌👌👌👌🥰🥰🥰😊☺️😊☺️ভাল লাগিল দেই গিততো সোনি
সুন্দৰ
Mjaaaaa 🥰
অতি সুন্দৰ গীত আৰু অভিনয় । লগতে কেমেৰাৰ পিছপিনে থকা সকললৈ বহুত বহুত ধন্যবাদ ।
@gautanguwala1478
2 жыл бұрын
4
@sikhagogoi3222
Жыл бұрын
@@gautanguwala1478 Jo hai vo sab se
Val ligel video tu sai
সুন্দৰ বিহু গীত
Dhuniya lagisa deii baa amar nijar Moran bihu sabo pai aru hunibo pam buli aakha thakill...❤️❤️👌👌
সঁচাকৈয়ে বহুত ভাল লাগিল।
Dhuniya
Bahut Val lagil.maran bihu Bar Val Lage.
অতি সুন্দৰ
Amar moran Bihu ati dhuniya
@mumimoran3363
3 жыл бұрын
Bahi mat tu bhut Val lagise
সচাকৈ খুব ধুনীয়া হৈছে ❤️❤️❤️
ধুনীয়া হৈছে ❤️❤️❤️
সুন্দৰ ভাল লাগিল আগলৈ আৰু আশা কৰিলো
Bht vl lagile sai
Mjjh❤❤
অতি সুন্দৰ গান
Bàu lagile deii huni ❤️
Bohut val lagile baa 👌😊❤
Val lagil Sai
Hundor
Val lagil
Ba tumr voice tu bohut bohut vl lage o..🥰🥰🥰🥰😻
ব বাও লাগিলে দেই। চবকে ধন্যবাদ জনালোং
Val lagile dei video 2 sai🥰🥰🥰🥰
ভাল লাগিল শুনি , সকলোৱে আদৰি লওঁক ।
ভাল লাগিলে চাই❤️❤️❤️
Vali algisa dai
মোৰ ১০মহীয়া ছোৱালী জনীয়ে দিনটো ২বাৰ শুনে গানটো আমিও মৰাণ মানুহ হয়
Dhunia hoise
অতি সুন্দৰ ❤️❤️
Hokoluke Bor Dhuniya Lagise Dei
সুন্দৰ হৈছে। মৰান সম্প্ৰদায় লোকৰ সাংস্কৃতিক পৰম্পৰা সকলোতে জিলিকি থাকক।
@gunjanofficial7141
Жыл бұрын
right
Mon sui jua geet🌼🤗🌼🥰❤️
মজা লাগিছে আটা
Mojaaaa mojaaaa ♥♥♥♥
মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত সংস্কৃতিৰে ভৰপূৰ দৃশ্যৰাজিৰ সৈতে ভিডিঅ'টি অতি মনোমোহা হৈ উঠিছে ।
@monujbhai9516
3 жыл бұрын
Emanai vl hoixe jjj bojei kbo nuwaru
@priyashipriyashi4807
2 жыл бұрын
Val lagise
Ati Bhal Lagile
Dhuniya hoise❤️❤️🥀
সুন্দৰ বিহু
বহুত ভাল লাগিল ।
Mojjaa bihu bihu lagese❣️
সকলোকে পোনপ্ৰথমে অসমীয়া নবৰ্ষৰ আন্তৰিক হিয়া ভৰা মৰম আৰু শুভেচ্ছা জনালোঁ।পুনৰ এবাৰ ধন্যবাদ জনালোঁ।সকলোকে ইমান মৰমৰ আৰু আৰ্শীবাদ দিয়াৰ বাবে।সদায় এনেকৈয়ে আপোনালোকে মৰম আৰু আৰ্শীবাদ কৰি থাকিব ।
@sabitabharali294
2 жыл бұрын
R22
@bokulchetia9564
2 жыл бұрын
Look
Nc