MORAN BIHU (OFFICIAL VIDEO) || NILAKSHI NEOG || 2021

Музыка

~AUDIO CREDITS~
Vocal- NILAKSHI NEOG
Song collected from- ARCHANA DANGORIA
Music- BIKRAM CHAWROK
Mix & Master- DIGANTA BORDOLOI
Dhul & Taal- POL UTPAL GOHAIN & NOBART RANJAN NEOG
Flute- BITUPAN KONWAR
Bin- MOHENDRA DOHUTIA
Pepa- HIMAT DUWARAH
~VIDEO CREDITS~
Direction, Cinematography & Editing- AMLAN JYOTI RAJKHOWA
Dance Choreography- MRINAL MORAN
Starring- NILAKSHI NEOG & NEAL TAMULI
Camera Assist- MADHUJYA BORA
Make Up- PATIYASHI BORDOLOI
Poster Design- ABHIJIT LASKAR
Arrangement- MONTU CHETIA
Now available on
BAAHI : baahi.xomoy.com/song/Moran%20...
#moranbihu
#nilakshineog
#assamesehitsongs

Пікірлер: 1 200

  • @NilakshiNeog
    @NilakshiNeog2 жыл бұрын

    আপোনালোকৰ মৰম আৰু আদৰৰ বাবে সকলোলৈ অশেষ ধন্যবাদ🙏

  • @user-jb8jf1br3f

    @user-jb8jf1br3f

    Жыл бұрын

    ❤️❤️❤️

  • @bichitramoran6992

    @bichitramoran6992

    Жыл бұрын

    @@user-jb8jf1br3f a

  • @subamira7121

    @subamira7121

    Жыл бұрын

    Rhxjc Gfjlg

  • @rimpiphukan-yo6px

    @rimpiphukan-yo6px

    Жыл бұрын

    00 ni😂

  • @sarcasmistic9115

    @sarcasmistic9115

    Жыл бұрын

    😊😊a

  • @konchenggogoi1392
    @konchenggogoi13923 жыл бұрын

    মজা। এইয়াহে প্ৰকৃত অসমীয়া ভাষা।

  • @assampk3111
    @assampk31113 жыл бұрын

    মৰান বিহু প্ৰথম বাৰ চালো .মজা লাগিল ...Love from Nalbari ❤

  • @malabikabaruah616

    @malabikabaruah616

    2 жыл бұрын

    🎂☕😎😎😎🍾👍🍾🤟😆

  • @kalyanirajkhowa4615

    @kalyanirajkhowa4615

    2 жыл бұрын

    ❤️❤️মজা

  • @simphadeori3007

    @simphadeori3007

    Жыл бұрын

    @@malabikabaruah616

  • @rustomraagsaikia1590
    @rustomraagsaikia15903 жыл бұрын

    ভাষা নাই তোমাৰ কন্ঠৰ কথা কবলৈ মোৰ আতাইটকৈ প্ৰিয় তুমি নিলো তোমাৰ কন্ঠ তোমাৰ গায়কী কি কম আৰু হৃদয়ত চুই যায় প্ৰতিটো গীতেই তোমাৰ আৰু মইয়ো দুলিয়াজানতে থাকো প্ৰায় লগৰ মৰাণ জনগোষ্ঠীৰ লৰা সেইবাবে মই মৰাণ জনগোষ্ঠীৰ গীত মাত কলা কৃষ্টিৰ প্ৰতি বেছি আকৃষ্ট। বিৰাত ধুনীয়া হৈছে গীতটি বাৰে বাৰে শুনি আছো। তোমালৈ আগতীয়াকৈ ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালো আৰু ভাল ভাল গীত কৰিযোৱা। শেষত তোমাৰ লগত গীত এটি কৰিম বুলি মই আশাবাদী ❤❤❤

  • @chandikatamulyaimee7175
    @chandikatamulyaimee71753 жыл бұрын

    Actor jonok vl lagise .... Xopunor deuka r tanmay dekhun mozza krise dei😍😍

  • @binoykrmoran3675
    @binoykrmoran36753 жыл бұрын

    Bht val hoise....!!! Agoloi apunar konthor pora Moran bihu hunibo bisaru. !!!!

  • @shibaru8880
    @shibaru88803 жыл бұрын

    মৰান বিহু শুনি বহুত ভাল লাগে,তাতে আকৌ নিলাক্ষী বা কণ্ঠত কবলৈ ভাষা নাই । কালিৰ পৰা ১০ বাৰ মান শুনিলোঁ । 👍👍👍👍👍👍👍

  • @ratulmoran6353
    @ratulmoran63533 жыл бұрын

    বহুত বেছি ভাল লাগিল শুনি-শুনি, চাই- চাই হেপাঁহ পলোৱা নাই সঁচাকৈ 😍😍😍

  • @sumitramoran5309

    @sumitramoran5309

    3 жыл бұрын

    Oi moi jy arw kobo nuwru

  • @mrigenbarbaruah5626
    @mrigenbarbaruah56262 жыл бұрын

    মৰাণ বিহু প্ৰথম চাইচো । বহুত বাৰ শুনিলো । চৰাইদেউ ৰ পৰা মৰম জনালোঁ।

  • @rijasonowalvlogs5499
    @rijasonowalvlogs54993 жыл бұрын

    Bhut bhut vl lgil ba,apunar voicer kothatu nkouee wow❤️❤️❤️ logote axomiya ronggali bihur bohut bhout huveishya jonalu❤️❤️🙏🙏

  • @niranjanborpatra1290
    @niranjanborpatra12903 жыл бұрын

    অন্যতন প্রিয় শিল্পীগৰাকী। তাতে আকৌ নিভাঁজ বিহুৰ গীতটি ! আনৰ নাজানোঁ, এটা এটা শব্দই কিন্তু মোক চুই গৈছে।

  • @aratihazarika3745
    @aratihazarika37453 жыл бұрын

    যিমানে চালেও আমনি নালাগিব মোৰ উফ কি সুন্দৰ মৰাণ বিহু মানেই আমাৰ তিনিচুকীয়াৰ গৌৰৱ 😌🥰

  • @swapnajyotimusic9233

    @swapnajyotimusic9233

    2 жыл бұрын

    kzread.info/dash/bejne/l2iKpc2BhtHRn9o.html

  • @rituboruah2586

    @rituboruah2586

    2 жыл бұрын

    Ahibo aibar rati bihu sabole

  • @krishnadihingia1743

    @krishnadihingia1743

    2 жыл бұрын

    @@swapnajyotimusic9233 ààaàaq

  • @parinitagogoi5377

    @parinitagogoi5377

    2 жыл бұрын

    ⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐⭐

  • @ainumoranvlog1011

    @ainumoranvlog1011

    2 жыл бұрын

    @@rituboruah2586 0

  • @narmadasaikia1463
    @narmadasaikia14633 жыл бұрын

    বহুত ভাল পাও মৰাণ বিহু । তাতে নীলাক্ষীৰ কণ্ঠ আৰু আৰু অভিনয় । Wow !

  • @pranjanabaruah3538

    @pranjanabaruah3538

    2 жыл бұрын

    X lxxvxxxvv

  • @rajkanyamoran9038

    @rajkanyamoran9038

    2 жыл бұрын

    😊😊

  • @DmMoranVlogs
    @DmMoranVlogs Жыл бұрын

    মৰাণ বিহু গীত হল সুকীয়া পৰিচয় ❤️❤️❤️ যি নেকি অসমৰ উজনিৰ পৰা নামনি লৈ বিখ্যাত অসমীয়াৰ সৰল ভাষাৰ নিভাছ বিহু ❤️ইয়াৰ বাদেও ভাৰতৰ আন আন ৰাইজৰ বহুতো ৰাজ্যৰ মানুহৰ মাজত এই মনোমোহা মাত আৰু ছবিৰে বৰ্ণনা কৰা মৰাণ বিহু ❤️ বিহুগীত বুলি অভিহিত কৰে কেৱল মৰাণ বিহু গীত বোৰে💖💖 দিল চে দিল তক, Very Nice So Sweet Voise Good bless you Sister🥰👍👍

  • @henobchetia4365

    @henobchetia4365

    5 ай бұрын

    Moja lagise

  • @mainumoran5527
    @mainumoran55273 жыл бұрын

    তিনিচুকীয়াৰ নাচনী সদায় জুই😘😘

  • @ankurjyotichetia5987

    @ankurjyotichetia5987

    3 жыл бұрын

    Really this song touches everyone's heart and reminds us what is true love

  • @kanudowera5844

    @kanudowera5844

    Жыл бұрын

    এনে

  • @Bijendrasonowal

    @Bijendrasonowal

    Жыл бұрын

    ​@@kanudowera5844 h v

  • @HorujanKolita

    @HorujanKolita

    Жыл бұрын

    ​@@kanudowera5844 😊j🎉x

  • @dulumoni993

    @dulumoni993

    5 ай бұрын

    🔥

  • @hirushmoranAXOM
    @hirushmoranAXOM3 жыл бұрын

    আমাৰ গাঁৱৰ প্ৰতিখন শান্তি বিয়া বা যিকোনো অনুষ্ঠানত এই গানটো নাব জলে ,,, না নহব ।এই গানটো লাগিবই।💖💖💖😍😍😻😻

  • @RupjyotisTips
    @RupjyotisTips3 жыл бұрын

    সুন্দৰ । অসমীয়া সদায় আগত

  • @jitupangogoi2592

    @jitupangogoi2592

    3 жыл бұрын

    ❤️

  • @nitulnicedas4871

    @nitulnicedas4871

    3 жыл бұрын

    Hundor

  • @doulatmoran2346

    @doulatmoran2346

    3 жыл бұрын

    @@jitupangogoi2592 plloloooplpllll

  • @dipokgogoo9961

    @dipokgogoo9961

    3 жыл бұрын

    💖

  • @girishikhadhiruvlogs4826
    @girishikhadhiruvlogs48263 жыл бұрын

    সঁচাকৈয়ে খুব সুন্দৰ মৰাণ বিহুগীত । আমাৰ মৰাণ গান আজিকালি নোলোৱাৰ দৰেই হল । ভাল লাগিল বহুত ❤️❤️❤️

  • @pranjalbezboruah3522
    @pranjalbezboruah35223 жыл бұрын

    It's called versatility singer ❤️❤️

  • @aayushgogoi2841
    @aayushgogoi28413 жыл бұрын

    Moran bihu!!💕❤️

  • @rabinamoran1253
    @rabinamoran12533 жыл бұрын

    বহুত ভাল লাগিল শুনি❤️❤️

  • @nayanjyotibaruah1909
    @nayanjyotibaruah19093 жыл бұрын

    That's called moran Bihu .... Some. Love. ❤️❤️❤️ From digboiii

  • @KitchenSewali
    @KitchenSewali3 жыл бұрын

    বা তোমাক ইমান ভাল লাগে যে ভাষাৰে বুজাব নোৱাৰো ....., সচাকৈয়ে আপোনাৰ গান শুনি বহুত বহুত ভাল পাওঁ, তুমি বহুত আগলৈ আগবাঢ়ি যোৱা তাৰে কামনা কৰিলো।

  • @Binaymrn2153
    @Binaymrn21533 жыл бұрын

    মৰাণ গীতৰ সুৰ লহৰ সকলো মনোমোহা হৈছে এনেবোৰ দৃশ্যই গা মন যোৰাই দিয়ে জয়টো মৰাণ বিহু গীত

  • @tanmayhandique_
    @tanmayhandique_3 жыл бұрын

    খাটি...... মৰাণ........👍❤️🙂

  • @abhinash7796
    @abhinash77963 жыл бұрын

    mojja hoise hundor neelakshi baaa❤️❤️❤️❤️💚💚💚💚

  • @himadrisonowal4017
    @himadrisonowal40173 жыл бұрын

    আমাৰ জনগোষ্ঠী সমুহৰ কৃষ্টি সঙস্কৃতি যে ইমান ধুনীয়া,,কবলৈ ভাষা নাই❤️😘✌️

  • @bhaikondohutia5936

    @bhaikondohutia5936

    2 жыл бұрын

    Aw we3

  • @tghhhhbi2833

    @tghhhhbi2833

    2 жыл бұрын

    O

  • @buddyproject8458
    @buddyproject84583 жыл бұрын

    Aiss bohut moza baa❤❤❤❤❤❤🤟🤟🔥🔥🔥🔥🔥

  • @axomiadhamali8491
    @axomiadhamali84913 жыл бұрын

    Aia h amar ujoni r asol bihu... Mojjaaaa

  • @ramengogoi4004

    @ramengogoi4004

    2 жыл бұрын

    So nice.......

  • @akpborali4232
    @akpborali42323 жыл бұрын

    সুন্দৰ ! মৰাণ জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি সমূহ এইদৰে স্থায়িত্বৰ ৰূপ দিলেহে বৰ্তমানৰ পৃথিৱীত আমি নিজৰ স্বকীয়তা অৰ্জন কৰিব পাৰিম। সদৌ মৰাণ কলা- সংস্কৃতি বিকাশ কেন্দ্ৰৰ এই পদক্ষেপক আন্তৰিকতাৰে শলাগ জনাইছোঁ। আমাৰ এই নিভাঁজ বিহুৰ গীত আৰু নৃত্যইহে অসম-প্ৰেমি বিশ্বদৰবাৰৰ মাজত প্ৰকৃত বিহুৰ উপলব্ধি কৰাব।

  • @bishwajitmahanta8016
    @bishwajitmahanta80163 жыл бұрын

    প্ৰথমবাৰ শুনিছোঁ মৰাণ বিহু.....addicted হৈ গলো❤️🔥

  • @ghitanjaliborah224

    @ghitanjaliborah224

    2 жыл бұрын

    Ki 0

  • @nituponboruah

    @nituponboruah

    Жыл бұрын

    Ki apuni Moran jati nhoi neki 🙏🙏

  • @rajotmoran7185
    @rajotmoran71853 жыл бұрын

    অতি সুন্দৰ ❤️

  • @palkigogoi4413
    @palkigogoi44133 жыл бұрын

    মৰাণ বিহু গীত আৰু নাচ বোৰ ইমান ধুনীয়া।। বৰ ভাল লাগিছে ❤️❤️।। ইমান গহিন আৰু হুৱনীয়া ।।।

  • @dibyajyotidas7289

    @dibyajyotidas7289

    3 жыл бұрын

    Kot asila emn din asomot ne bidekhot

  • @palkigogoi4413

    @palkigogoi4413

    3 жыл бұрын

    @@dibyajyotidas7289 assam'otei asu.. moran bihu dekhi pabo tu lagibo. Lupto hoiei goiseii hokolu laheke..

  • @northeastassam954

    @northeastassam954

    2 жыл бұрын

    Tnq didi ❤️🤗

  • @saratmech9263

    @saratmech9263

    Жыл бұрын

    Hi

  • @shyamontalahan1977

    @shyamontalahan1977

    Жыл бұрын

    H on

  • @statusboy6595
    @statusboy65953 жыл бұрын

    Love from lakhimpur❤️ ডাঙৰ অনুৰাগী আপোনাৰ বা

  • @padmawati108
    @padmawati1083 жыл бұрын

    ভাষা নাই ক'বলৈ বহুতেই বেছি ভাল হৈছে😊😊 নীলাক্ষী বা তোমাবৰ কণ্ঠ সকলো সময়তে প্ৰিয়😍 নীল দা তুমি🔥 সকলোকে বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালো💖

  • @ParagChetia-hx6jq
    @ParagChetia-hx6jq2 ай бұрын

    Hosake dei nilakhi baa bohut bohut mane bohut val lagile bihu ti ❤hunidei

  • @karishmakrishtina2689
    @karishmakrishtina26893 жыл бұрын

    Dhuniya Lagise Hokoluke..

  • @parinitahazarika9946
    @parinitahazarika99463 жыл бұрын

    নীলাক্ষী বা What a voice 😍❤️ বাপৰে পাগল হৈ গৈছো😲❣️ তোমাৰ নিচিনা শুৱলা কণ্ঠ আৰু ক'তো শুনাই নাই😌🙏

  • @ankurjyotichetia5987

    @ankurjyotichetia5987

    3 жыл бұрын

    Really this song touches everyone's heart and reminds us what is true love

  • @manojmoran8036

    @manojmoran8036

    2 жыл бұрын

    !nl

  • @cancel5536

    @cancel5536

    2 жыл бұрын

    মোৰ প্ৰিয় নীলাক্ষী বা ❤️❤️❤️❤️

  • @biplobkhatowal4061
    @biplobkhatowal40613 жыл бұрын

    Val lagil huni heph polua nai, aguwai jauk Moran....

  • @goyarandhoni6282
    @goyarandhoni62823 жыл бұрын

    Uffffff ki dhunia o ❤️❤️❤️🔥🔥🔥🔥🔥

  • @rantupayeng6845
    @rantupayeng68453 жыл бұрын

    Love From Majuli Nilakshi Baa....very nice video song💖❤

  • @chiranjitchetia1953
    @chiranjitchetia19533 жыл бұрын

    অতিকৈ সুন্দৰ,,, আগলৈ আৰু এনে ধৰণৰ গান শুনিবলৈ পাম বুলি আগ্ৰহেৰে বাট চায় ৰলোঁ ।

  • @bneog3913
    @bneog39133 жыл бұрын

    Bht bht vl lagil nilu baa..aru apunak traditional dress te bht a dhunia lagise😍😍😍😍

  • @ankurboruah9164
    @ankurboruah91643 жыл бұрын

    Borhiya lagise 🔥🔥🔥🔥

  • @gitaligogoi8435
    @gitaligogoi84353 жыл бұрын

    Really love it song ..tonmoy daa

  • @manoshidohutia6830
    @manoshidohutia68303 жыл бұрын

    মৰাণ বিহু❤️❤️❤️

  • @keshobgohain6371
    @keshobgohain63713 жыл бұрын

    Nasi ding nasi ding lagi jai...mojaaa

  • @jajabor4308
    @jajabor43083 жыл бұрын

    খুব ভাল লাগিল , আপোনাৰ কণ্ঠত আৰু মৰাণ জনগোষ্ঠীৰ গীত বিচাৰো ।

  • @rahulsarania2737

    @rahulsarania2737

    3 жыл бұрын

    Very nice👏👏👏

  • @manobrajkhowa4492
    @manobrajkhowa44923 жыл бұрын

    Oti xundor nidorshon....jay aai axom🥰🥰🥰🥰🥰love from bordumsa

  • @josnadutta2699
    @josnadutta26993 жыл бұрын

    প্ৰথম বাৰ শুনিছোঁ।।মৰানৰ গীত

  • @bindassdibyomoran2336

    @bindassdibyomoran2336

    3 жыл бұрын

    Priyanka Moran or hunib para tumi , aaru jodi Moran bihu git hunib bisara tumi,

  • @commandovlogger196
    @commandovlogger1963 жыл бұрын

    বহুত ভাল লাগিল গানটো শুনি ,নীলাক্ষী বা কাৰণে এটা লাইক কৰি দিয়া।।

  • @ajantabaruah26
    @ajantabaruah262 жыл бұрын

    moja Moran bihu sai thakiboloi Mon 😘

  • @bikashthengal324
    @bikashthengal32410 ай бұрын

    Hundor ..bohut vl lge moran bihu❤Karbi anglong .pora morom jasilu

  • @Natural_beauty._0509
    @Natural_beauty._05093 жыл бұрын

    Moran bihu pratam hunilu... Val lgil ba♥️

  • @lunachutia1729
    @lunachutia17293 жыл бұрын

    Moran swali😘

  • @hirengogoi5895
    @hirengogoi58953 жыл бұрын

    Moran Bihu tu bohut peaceful hoi....val lagil

  • @ditimanbordoloi4673
    @ditimanbordoloi46733 жыл бұрын

    তোমাৰ মাতষাৰ ইমান কোমল আৰু মিঠা❤ চুই যাই ❤ love it ❤❤❤❤❤❤❤❤❤💙💙

  • @padmaboroo1982
    @padmaboroo19823 жыл бұрын

    মৰাণ বিহু ❤️❤️

  • @jaduranjandihingia8114
    @jaduranjandihingia81143 жыл бұрын

    ধুনীয়া লাগিল গানটো শুনি 😘 নিলাক্ষী বা❤️

  • @sadhansonwal4100
    @sadhansonwal41002 жыл бұрын

    নিলাশী ভনি কি বিহু মাৰিছা এনেকোৱা বিহু শুনিলে পাগল হৈ যাম কিজানি ( বহুত সুন্দৰ ) 👍👍👍👍👍

  • @helloduarah7982
    @helloduarah79823 жыл бұрын

    Bohut vall lagil❤️❤️❤️

  • @debojitray1050
    @debojitray10503 жыл бұрын

    বহুত ভাল হৈছে গীতটি। বহুত বহুত শুভেচ্ছা থাকিল ❤️❤️❤️❤️❤️❤️

  • @bobitasonowal6275
    @bobitasonowal62753 жыл бұрын

    Bhut vl 👍👍

  • @mooousam
    @mooousam3 жыл бұрын

    ভাবিয়ে থাকোং আও😄😄 গানটো ইমান ধুনীয়া হৈছে কবলৈ ভাষা নাই🥰😍😘

  • @rahulmajuli1896
    @rahulmajuli18963 жыл бұрын

    Dhunia❤ ba

  • @dsassam9887
    @dsassam98873 жыл бұрын

    Bahut bahut val lagise . Nilakshi voice always heart touching

  • @padmojitmoran563
    @padmojitmoran5633 жыл бұрын

    ভাল লাগিল বা,এনেকৈয়ে সুন্দৰ গীতেৰে অসমবাসীক আপ্লুত কৰি ৰাখক

  • @kalpitasonowal2178
    @kalpitasonowal21783 жыл бұрын

    Bhut val lagil.

  • @AdMBandLeader
    @AdMBandLeader2 жыл бұрын

    Proud to be a Moran here. Nilakshi, your vocals are too good with incredible pitching and authentic Moran intricacy! Wishing you and your near ones and everyone here a very happy bhogalu bihu. May the larger interests of Oxhom prevail with unity, brotherhood and love! May our rich and diverse culture shine brighter than ever!! 💖🙏🏼

  • @babychutia6072

    @babychutia6072

    Жыл бұрын

    Vs

  • @theassam9469

    @theassam9469

    Жыл бұрын

    Ok

  • @NiradaMoran

    @NiradaMoran

    Жыл бұрын

    ​@@babychutia6072o9o BHPÀ❤ ji in kku🎉c😊 km ni UB

  • @chandandas6229

    @chandandas6229

    6 ай бұрын

    ❤❤❤❤❤❤❤

  • @upasanakalita5823
    @upasanakalita58233 жыл бұрын

    I m speechless

  • @rastrajitmoran2887
    @rastrajitmoran28873 жыл бұрын

    ভাল লাগিল।👍

  • @axmoran1556
    @axmoran15563 жыл бұрын

    Bht val lagil

  • @footballlife8636
    @footballlife86363 жыл бұрын

    😍❤️😍

  • @btsxarmy3611
    @btsxarmy36113 жыл бұрын

    তোমালৈ বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল নিলাক্ষী বা(◍•ᴗ•◍)❤

  • @nehasaikia2749

    @nehasaikia2749

    3 жыл бұрын

    ব'হাগ

  • @jharnadristi8364

    @jharnadristi8364

    Жыл бұрын

    @@nehasaikia2749 J

  • @doulotneog3102

    @doulotneog3102

    Жыл бұрын

    @@nehasaikia2749 p

  • @parshantasonowal187

    @parshantasonowal187

    Жыл бұрын

    00

  • @nitubaruah5333
    @nitubaruah53333 жыл бұрын

    DHUNIYA LAGIL DEI.. ARU ENEKUWA NOTUN NOTUN BIHU PAI THAKIM BULI AXA THAKIL

  • @RimjimDihingia-bk8mq
    @RimjimDihingia-bk8mq11 ай бұрын

    Moran Bihu ❤❤❤

  • @NABIN962
    @NABIN9623 жыл бұрын

    Mojaah ❤❤

  • @kabita4546
    @kabita45463 жыл бұрын

    বহুত ভাল লাগিল.. ❤️💕💕💕 তোমালৈ আৰু তোমাৰ ঘৰৰ সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো.. ❤️❤️

  • @monamimoran2552
    @monamimoran25523 жыл бұрын

    Waooo .. amazing

  • @nipasakia1853
    @nipasakia18533 жыл бұрын

    ভাল লাগিল বা 😍😍

  • @user-ld6gb4tg8u
    @user-ld6gb4tg8u3 жыл бұрын

    আমাৰ মৰাণ জনগোষ্ঠীৰ জাতীয় সাজ-পাৰ,লোক সংস্কৃতি ,বিহু নাম আৰু আগুৱাই যাওক

  • @sekharsonowal9800

    @sekharsonowal9800

    Жыл бұрын

    Mi

  • @newtonmusicians6803
    @newtonmusicians68033 жыл бұрын

    Nilakshi ba tumi mur favorite singet❤❤❤like for nilakshi ba

  • @shrobanborah8308
    @shrobanborah83082 жыл бұрын

    Oti Hundor

  • @dipankarnagbonshi3608
    @dipankarnagbonshi36083 жыл бұрын

    Moja lagise ba👍❤️ 👌👌👌

  • @user-cv6os9op5t
    @user-cv6os9op5t3 жыл бұрын

    Xundor niliba..

  • @bikashranjandas1683
    @bikashranjandas16833 жыл бұрын

    বহুত ধুনীয়া বা👌❤❤...আপোনাৰ কন্ঠ বহুত ভাল পাঁও মই 😍❤

  • @gogoisuraj2443
    @gogoisuraj2443 Жыл бұрын

    Bahut dhuniyah

  • @anilgogoi51
    @anilgogoi513 жыл бұрын

    Dhuniya Moran bihu, song

  • @shortview3679
    @shortview36793 жыл бұрын

    ❤️ song.

  • @nilimdaa
    @nilimdaa3 жыл бұрын

    Waiting baa❤️

  • @allinone-gd1nw
    @allinone-gd1nw3 жыл бұрын

    Ghopokoii Monot porile nilakhi bar Moran bihu geet release dile...take khor dhorkoi search kori sali...sai dekhilu Eman dhunya ❣️ hoise...love it

  • @jeetchannel344
    @jeetchannel344 Жыл бұрын

    ❤️ u nilakshi 🔥

  • @ripunjoysenchowa8265
    @ripunjoysenchowa8265 Жыл бұрын

    ভাষাৰে বুজাব নোৱাৰো কিমান ভাল লাগিল গীতটি । তুমি এনেকৈ আগুৱাই যোৱা যে তাৰেই কামনা কৰিছো ।

  • @tridibeditjiobon9322
    @tridibeditjiobon93223 жыл бұрын

    Mojaa baa😍😍❤️😍👍🥰

  • @Tanbirborah
    @Tanbirborah2 ай бұрын

    Bohut val lagil moran bihu Sai ❤

  • @risadutta5184
    @risadutta51843 жыл бұрын

    Mojja.♥️♥️

  • @nextlvl8704
    @nextlvl87043 жыл бұрын

    Assam most top one female singer ❤️

  • @dipakchetia5510
    @dipakchetia55103 жыл бұрын

    Mojjaa💞❤

  • @paruldevi7930
    @paruldevi79302 жыл бұрын

    Jiman saisu khimanei besikoi he sab mn jai uff ki j khur aru nilakhi ba emn morom logakoi gaise aru nasise xsakoie khub dhuniya hoise 👌👌👌👌🥰🥰🥰

  • @kai73787
    @kai737873 жыл бұрын

    Hundor.... Agoloiu Ankekuwa bihu amak upohar D jabo☺☺☺😊