"মথুৰা যাওঁ"- নিকিতা শইকীয়াৰ কন্ঠত//"Mothura Jau"- Nikita Saikia// লোকগীত// Lukogeet//2022
Музыка
Mothura jau
Studio:Make Music
Flute: Chinmoy Boruah
Tabla & Dholak:Maina percussionist Bordoloi
Keyboard: Nayanmoni Boruah
Dotara: Mukut Malia
Mix & Mastering: Nayanmoni Boruah
Singer: Nikita Saikia
Video :- Parchyajit Nath
Edited & Cover Design :- DJ Roni
Пікірлер: 250
কৃষ্ণ। ভাল লাগিল শুনি। কংশ নহয়, কংসহে।
তোমাৰ দৰে এজনী ছোৱালী জীৱন সংগিনী পালে জীৱনত আৰু একো বেলেগ সুখ নালাগে। এনেকৈ গান গাই থাকিবা সদায় ৰাতিপুৱা গা ধুই তোমাৰ সংগীতৰ হে প্ৰশংসা কৰিছোঁ দে ...গীত গোৱা গায়ক বহুতো আছে কিন্তু তোমাৰ দৰে গায়কীৰ যি feelings .. শব্দ উচ্চাৰণ ...সুৰ .. spiritual connect..oh my God
বহুত সুন্দৰ নিকিতা
বহুত ভাল লাগিল ❤❤❤❤
ধুনীয়া মিঠা কণ্ঠৰ গৰাকী তুমি,গীত টো ধুনীয়া হৈছে❤
ইমান সুন্দৰ কণ্ঠ ।সঁচাই চকুপানী সৰিল ❤❤
সুন্দৰ কন্ঠ আগবাঢ়ি যোৱা তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো
এয়াই অসমৰ প্ৰকৃত শিল্পী। ভগৱানে তোমাক মঙ্গল কৰক তাকেই কামনা কৰিলোঁ।
নিকিতা, সুন্দৰ কণ্ঠ তথা সুৰ । সংগীত মধুৰ হৈছে ।
Krishna bahut bhal lagise loksangit zagatat tomalukr bahut praujan akhirbad thaki tumloi
খুব সুন্দৰ কামৰূপী লোকগীত... সংগীত সঙযোজন বেছি আধুনিক হল.. তথপিও গীতটি শুনিবলৈ বেছি ভাল লগা হৈছে... কি দিব যাদৱ ৰায়... সেই গীতটি শুনাৰ পিছত তোমাৰ কন্ঠত পুনৰ এটি সুন্দৰ শুনিবলৈ পালো.. শুভেচ্ছা থাকিল..
ধুনীয়া হৈছে❤
সুন্দৰ কণ্ঠ। মন আপ্লুত হোৱা। সুন্দৰ ভৱিষ্যতৰ কামনাৰে........
খুউৱ সুন্দৰ কন্ঠ ।ভাল লাগিল শুনি। লোকগীতৰ চৰ্চা অব্যাহত ৰাখিবা। অনাগত দিনত আৰু শুনিবলৈ পাম বুলি আশা কৰিলো।
Bhal lagil
নিকিতা আইজনী , তোমাৰ কন্ঠত মই অনন্য মধুৰতা পাওঁ । দিনত যিমান বাৰ শুনিলেও একে সম ৰস পাওঁ । এবাৰ তোমাক লগ পালে সাৰ্থক হলোহেঁতেন । সচাকৈ তোমাৰ গীতত মই মুগ্ধ । বহুত শুভেচ্ছা থাকিল ।
@nikitasaikia7938
Жыл бұрын
Thank you❤
এবাৰ শুনি আকৌ এবাৰ শুনিবলৈ মন গল । সুন্দৰ কণ্ঠ ❣️❣️ always keep Shining 👍🏻✊🏻
dhuniya hoise
ধুনীয়া তোমাৰ কন্ঠ নিকিতা।আকৌশুনিবৰ মন গৈছে।
অতি সুন্দৰ 🙏🙏🙏 আৰু গীত আগ বঢ়াওক ।
সুন্দৰ ইছে বহুত ভাল লাগিল সুমধুৰ কণ্ঠ নিশিতা
Soko pani ulai jai gan tu xunile.bare bare xuno moi .khub dhunia hoise.God blessed
@nikitasaikia7938
Жыл бұрын
Thank you so much❤
Always mrng xunu apunar voice lokgeet keita nhole dintu adhura lge so sweet voice
বহুত ভাল লাগিছে লোকগীতটো সুন্দৰ কণ্ঠ
Dhuniya hoise hundor........❤❤❤
নিশিতা ইমান ধুনীয়া হৈছে
সুন্দৰ লোকগীত ভগৱানে আৰু শক্তি দিয়ক তোমাক।
বহুত সুন্দৰ
Eman dhuniya................... 4:47
সুন্দৰ, বাইদেউ,,,🥰😍😍
Hridoi poeoxa❤
সুন্দৰ হৈছে
Bohut duniya lagil xuni aru lage ankuya
Bohut dhoniya hoisa Nikita. Lots of love from borma.
সুন্দৰ কণ্ঠ ভগৱন্তয় কৃপা কৰক আগবাঢ়ি যোৱা।
অতি সুন্দৰ পৰিৱেশণ
হৃদয় পৰশা সুৰীয়া পৰিবেশন কৰিছে 👌💐💐👌
বহুত সুন্দৰ আৰু বহুত মিঠা কণ্ঠ । ভগৱানে সদায়ে মঙ্গল কৰক
গীতটি বহুত সুমধুৰ হৈছে, শুনি আপ্লুত হলো, আৰু আগুৱাই যোৱা তাৰেই কামনা কৰিলো। এটা কথা কম বেয়া নাপাবা, গীতটিৰ শেষত তালখন উলটিছে ।
নিকিতা তোমাৰ কণ্ঠদান সচাকৈ বৰ মোহনীয়। তোমাৰ ভৱিষ্যতৰ উজ্বল কামনা কৰিলো
@bogiramdas1685
Жыл бұрын
Thin.badh
অতি সুন্দৰ সুমধুৰ কণ্ঠত লোকগীত
বহুত ভাল লাগিল শুনি ধন্যবাদ
আজিহে শুনিলো। তাল মান সুৰ অতি সুন্দৰ হৈছে। অভিন্দন জনাইছো।
অতি সুন্দৰ প্ৰদৰ্শন।। কৃষ্ণ 🙏🙏🙏
Bohut dhuniya hoise❤❤BAANDHOBO KRISHNO🙏🙏
@nikitasaikia7938
19 күн бұрын
Thank you❤️
@bikashnath7633
14 күн бұрын
ধন্যবাদ
সুন্দৰ ।
ভাষা নাই কবলে❤❤❤❤❤❤
Dhniya dei
Bohut hundor
ৱাহ মধুৰতম কণ্ঠ অনন্যা সুৰ❤আগুৱাই যোৱা নিকিতা শুভাশীষ আৰু শুভকামনা সদায় থাকিব
@nikitasaikia7938
Жыл бұрын
Thank you❤
অতি সুন্দৰ, বৰ ভাল লাগিল।
@nikitasaikia7938
Жыл бұрын
❤
Esora aguyniok bhalhoysa hundor❤kontho ❤
Dhuniya Hoise 👌
শ্ৰুতি মধূৰ হৈছে। আগলৈকো আশা থাকিল
কৃষ্ণ কৃষ্ণ ভাল হৈছে
Nikita Dhunia Lgil❤
Buhut val lagise 🙏🙏👌👌
জয় গুৰু শঙ্কৰ কৃষ্ণ 🙏
ধুনীয়া হৈছে বাই
Bohut hundor hoise 👍👍❤❤
Val lagil huni ❤❤❤
সুন্দৰ
Dhonyo aapuni aapunar kontho khu modhur konthot modhu moy hori nam bohut bhal lagil aapu nar git ti jen prithiwit kho kolu suke Kune pro sar pauk bhokto pran raijor monot bhokti prodan korok 🙏🙏🙏
Bohu dhunia tune dei, incredible bohut dhunia lagil,bare bare hunu,god bless you always ❤
শুভেচ্ছা আৰু অভিনন্দন জনালোঁ...💐💐💐 খুউব সুন্দৰ 👌👌👌❤️❤️❤️
Krishnan 🙏bohut dhunia 🙏
Mojja nikita ba borgit
So sweet voice . Immortal song immortal voice. We the Assamese are and will ever proud of you.
অউ , কি সুন্দৰ ।। আগবাঢ়ি যোৱা এনেকৈয়ে ।।
❤bohut duniya lgisa apnr gaan too very beautiful
@nikitasaikia7938
Жыл бұрын
❤
Bohut dhuniya lagesa huni aru new song Pam buli akha korisu👍🙏
Ai gan to bisari asu palu val lagil❤
অতিশয় সুন্দৰ হৈছে, শুনি সন্তোষ পালো, ধন্যবাদ থাকিল
বহুত ধুনীয়া হৈছে ।
Nikita bhonti khub bhal gaisa agbarhi joa tumi
Sundor lagise.god bless you
ইমান সুমধুৰ❤
অতি সুন্দৰ,অতি সুন্দৰ।পৰম ঈশ্বৰে কৃপা বৰিষণ কৰক।।
bohut dhunia nikita from jorhator pora
Dhunia.gaisa.
ঈশ্বৰৰ বাৰ্তাবাহক সুমধুৰ নামবোৰে হৃদয় পবিত্ৰ কৰি মনত শান্তি প্ৰদান কৰা! ধন্যবাদ।
Lvly voice....go ahead my dear......
সুন্দৰ কণ্ঠ সুন্দৰ গীত ❤❤❤❤❤
Krishna dhuniya hoise
আশীবাদ থাকিল
Best performance, sweet singing, music, all are my favourite . Thanks.❤
অনন্য সুৰীয়া সংগীত ❤️❤️
Bahut.bhal.lagil.suni.suni.god.bless.you
Nice voice ❤vl lagil
বৰ সুন্দৰ লাগিছে কৃষ্ণ
Khub dhuniya gaise
Eman dhunia lagise geet to❤❤
সুন্দৰ হৈছে সকলোকে অভিনন্দন জ্ঞাপন কৰিলোঁ
जय श्री राम। जय सनातन धर्म। असम के सभी सनातनी हिंदू भाइयों को मेरा सादर प्रणाम। निकिता जी, आपका स्वर मधुर एवं भक्ति पूर्ण है। कृपया ये यात्रा जारी रखिए।
সুন্দৰ কণ্ঠ শুনি বহুতো ভাল লাগিল। আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব। শুভেচ্ছা জনালোঁ।
@nabakonwar5210
Жыл бұрын
Ring..ton
বহুত ধুনীয়া হৈছে বা ।
বৰ ভাল লাগিল শুনি৷সুন্দৰ কণ্ঠ৷
অতি সুন্দৰ🙏❤
0:29 0:29 0:29 0:29 0:30 0:30 0:30 0:30 0:31 0:31 0:31 0:32
খুব ধুনীয়া ❤️