Brindabone Bone||বৃন্দাবনে বনে||Madhurima Saikia
Музыка
#বৃন্দাবনে_বনে #লোকগীত
This is a Assamese Folk song
song: Brindabone bone
singer:Madhurima saikia
flute: Bharat hazarika
Dotara: Mukut Molia
dholok/Tabla: Maina percussionist Bordoloi
Music: Nayan Moni Baruah
mixing & Mastering: Nayan moni baruah(studio make music)
singer fb link: / madhurima.madhurimasaikia
cover design: Chironjit Saikia
Пікірлер: 4 100
Wow ki voice ❤❤❤
@madhurimasaikia
5 ай бұрын
Thank You
সঁচাই অতুলনীয়.....কিবা এক বুজাব নোৱাৰা শান্তি পাই যাও গীতটি শুনি.....মনোমোহা সুৰৰ সৈতে শুৱলা কণ্ঠ লগতে আধ্যাত্মিক শব্দৰ সমাহাৰ...আগুৱাই যোৱা...মৰম লগতে আশীৰ্বাদ থাকিল।।
@madhurimasaikia
Жыл бұрын
Thank you
Tumar voice t lukogeet gitai hridoy sui jai ❤️🩹✨...Enedore agoloi u gaan gai jaba Madhurima baa🫶💓...... krishna bless youhh💎💫❣️
ইমান সুন্দৰ কন্ঠ ☺️।।শুনিলে শুনিয়েই থাকিব মন যায়।।
@madhurimasaikia
Жыл бұрын
Thank you
অ' কিমান বাৰ যে শুনিছো হিচাব নাই ❤❤ দেহ মন সাত পৰি যায়😍
@madhurimasaikia
2 жыл бұрын
Thank you dear
@2.0940
Ай бұрын
Bap ishor ako abar huni deok mnt pelai disu 🤗🎉💎💫
বাহ কি অপুৰ্ব কণ্ঠ এতিয়ালৈকে ১০বাৰ সুনিলো ৷
@madhurimasaikia
2 жыл бұрын
Thank you
ভগৱান শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ লীলা বোৰ আপোনাৰ এই গীত টো শুনি মনতে মধুৰ কল্পনা কৰি থাকোঁতে কেনেকৈ যে চকুপানী ওলাব ধৰিলে কবৈ নোৱাৰিলোঁ
@madhurimasaikia
Жыл бұрын
Thank you so much
@rajibdas141
8 ай бұрын
@@madhurimasaikia❤
@rajibdas141
8 ай бұрын
Moi huni ai Thaku.bohut dhunia lage tumar voice..❤
কিমানবাৰ যে শুনিছোঁ হিচাপ নাই । বহুত ধুনীয়া কণ্ঠ আপোনাৰ ।
@madhurimasaikia
Жыл бұрын
Thank you
আপোনাৰ লগৰ তাপশ বৰা দাই গানটো শুনিব কৈছিল খুব সুন্দৰ হৈছে । সচাকৈ আপোনাৰ কণ্ঠত সৰস্বতী বিৰাজমান 🌼✨
@madhurimasaikia
2 жыл бұрын
Thank you
অতিসুন্দৰ কণ্ঠ তোমাৰ। 🙌🙌🙏🙏
@madhurimasaikia
2 жыл бұрын
Thank you so much
A great refresher for the day, beautiful 👌
@madhurimasaikia
Жыл бұрын
Thank you
Mon pran jur pori goise, my favourite singer ❤
@madhurimasaikia
Жыл бұрын
Thank you
@madhumitagoswamibezboruahp8452
Жыл бұрын
😊😊😊
সুমধুৰ কণ্ঠ ❤ মই সদায়েই শুনোঁ
@madhurimasaikia
Жыл бұрын
Thankbyou
আপোনাৰ কণ্ঠত গীত শুনিলে মনটো ভাল লাগি যায়। ইমান ধুনীয়াকৈ গাই।
@madhurimasaikia
Жыл бұрын
Thank you
Jay. Krishna guru❤❤❤
@madhurimasaikia
3 ай бұрын
Thank You
সুন্দৰ কন্ঠ ।যুৱ প্ৰজন্মৰ তুমি এক আদৰ্শ।আশীৰ্বাদ থাকিল।
@madhurimasaikia
Жыл бұрын
Thank you
@keshabnath4345
Жыл бұрын
Very good song
অতি সুন্দৰ।বহুত ভাল লাগিল।আৰু আগুৱাই যোৱা। শুভেচ্ছা থাকিল।।
@madhurimasaikia
Жыл бұрын
Thank you
সচাকৈ অতিশয় অতিশয় সুন্দৰ।।।❤❤💗💗
@madhurimasaikia
2 жыл бұрын
Thank you
Madhurima really heart touching song.. go ahead. God bless you.
@madhurimasaikia
Жыл бұрын
Thank you
এই লোকগীত সমূহ অখ্যাত শিল্পী সকলৰ মনোৰম সৃষ্টি আৰু অসমৰ লোক -সংস্কৃতিৰ অনন্য সম্পদ। শিল্পী গৰাকীৰ সুন্দৰ কণ্ঠত ই সোণত সুৱগা চৰায়ছে।
@madhurimasaikia
6 ай бұрын
Thank You
অপূৰ্ব কণ্ঠস্বৰ,শ্ৰুতি মধুৰ গীতটি শুনি আপ্লুত হলো।।
@madhurimasaikia
2 жыл бұрын
Thank you
অতি সুন্দৰ কন্ঠ 😍🥰❤️❤️😍🥰😘😘😘🥰😍😍
@madhurimasaikia
2 жыл бұрын
Thank you
অপূৰ্ব সুন্দৰ কন্ঠ তোমাৰ, এনেকৈ সদায় যেন হাঁহি হাঁহি গীত গোৱা , আশীৰ্বাদ থাকিল ভবিষ্যত তোমাৰ সুন্দৰ হওক 🙏🏾🙏🏾
@madhurimasaikia
Жыл бұрын
Thank you
@panbatta
Жыл бұрын
@@madhurimasaikia q
@sunildeka8616
Жыл бұрын
Wwwww😊😊😊😊😊www😊ww😊😊😊😊ww😊😊
@sunildeka8616
Жыл бұрын
@@madhurimasaikia ww😊ww😊😊wwwww😊
@sunildeka8616
Жыл бұрын
Ww😊
সদায় মিঠা লগা সুমধুৰ আপোনাৰ l আৰু অধিক গীত উপহাৰ পাম বুলি আশা কৰিলোঁ l 👏
@madhurimasaikia
Жыл бұрын
Thank you so much
সদায় গীতটি শুনো , বৰ সুন্দৰ পৰিবেশন 👌
@madhurimasaikia
2 жыл бұрын
Thank you
@LolitSonowal-kr3hi
3 ай бұрын
Lait sonowal
বা, বৰ ভাল লাগিল।❤️ পুৱাই শুনাৰ মাদকতা অকণ বেছি✨।
@madhurimasaikia
2 жыл бұрын
Thank you so much
@jyotiborasaikiasaikia5939
2 жыл бұрын
অতি সুন্দৰ কণ্ঠ ভাল লাগিছে শুনি
@nitumonirabha9581
2 жыл бұрын
Very nice ♥️♥️♥️♥️♥️♥️
কি যে কণ্ঠ কি যে সুৰ মন প্ৰাণ পুলকিত কৰা ।কিবা চকু পানী ওলাই আহে ।সঁচাই অতি মধুৰ ❤❤
@madhurimasaikia
2 ай бұрын
Thank you so much
সুন্দৰ কণ্ঠ বৰ ভাল লাগিল।ভবিষ্যত উজ্জ্বল কামনা কৰিলো।🥰🙏🥰🙏
@madhurimasaikia
Жыл бұрын
Thank you so much
এই ভক্তিমূলক গীতটি মই প্ৰায় শুনো। শিল্পীৰ কণ্ঠ সুন্দৰ। আগলৈ ভক্তিমূলক গীত শুনিবলৈ আশা কৰিলোঁ।
@madhurimasaikia
2 жыл бұрын
Thank you
@NakulChandraNath
5 ай бұрын
❤❤❤à Xx xx RS extra ex ex😊àx ex ex qaz 😊àaa 😊wwwwre w 😂😂, Rd RS bhi ffczc ni@@madhurimasaikia
Beautiful voice God bless you
@madhurimasaikia
2 жыл бұрын
Thank you
বাইদেউ আপোনাৰ মিঠা কন্ঠৰ বাবে নেদেখা জনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান মিঠা কন্ঠ 🙏💕🙏 প্ৰায় দুবছৰ হ'ল প্ৰতিদিনে শুনি আহিছোঁ পৰিয়ালৰ সৈতে ❤❤❤ আৰু যে কিমান শুনিম তাৰ কোনো অন্ত নাই,
@madhurimasaikia
3 ай бұрын
Thank You so much
বহু সাধনা বহু ভক্তিৰ পিছত এনে গিত গাবলৈ নেদেখাজনে শক্তি দিয়ে বুলি মই ভাবোঁ ? আপোনাৰ যোগেদি তেৰাই সকলোকে আশিসধন্য কৰক তাৰে কামনা কৰিলোঁ ৷
@madhurimasaikia
Жыл бұрын
Thank you
@hiranlahkar1534
5 ай бұрын
বহুত সুন্দৰ বহুত সুন্দৰ। ইমান সুমধুৰ কণ্ঠ
ইমান সুন্দৰ গীত যি টো গীত সদায় নুহুনি থাকিব নোৱাৰোঁ, শুনিলেই মন প্ৰাণ ভৰি যায় 🙏🙏🙏
@madhurimasaikia
Жыл бұрын
Thank you
বহুত ভাল হৈছে। সুৰ লয় দৃশ্য সুন্দৰ সম্মনয়েৰে গীত তো মধুৰ কৰি তুলিছে । নতুন নতুন গীত শুনিব পাম বুলি আশা কৰিলো।
@madhurimasaikia
2 жыл бұрын
Thank you so much
With many, many ❤❤❤... Sodai suni thakileo aamoni nalage baidew... Oti sundor aaponar kontho... God bless🙏🙏🙏 you...
@madhurimasaikia
5 ай бұрын
Thank You so much
@arundas4439
5 ай бұрын
@@madhurimasaikia , Baidew asha koro ketiyaba aaponak log pam konoba gitor anusthanot .....Bhogobane nishoy sohai koribo... God is great !
Owaoo কিহৰ লগত তুলনা কৰিম এই গীতটো। বহুত বহুত ভাল লাগিছে অ। 👍👍👍👍👍❤️❤️❤️❤️❤️❤️❤️
@madhurimasaikia
Жыл бұрын
Thank you
মই সদায় হুনো গানটো কিবা ভাল লাগি যাই মনটো খুব ধুনীয়া হৈছে
@madhurimasaikia
2 жыл бұрын
Thank you
আপোনাৰ সু-কণ্ঠই মোহিত কৰিলে ৷ উত্তৰোত্তৰ কামনা কৰিলোঁ ৷
@madhurimasaikia
Жыл бұрын
Thank you
❤ সুমধুৰ কণ্ঠ, তাতে আৰু পৰমকাৰুনময় ৰ অমৃত বচন ! উফ কি যে মধুৰ গীত শুনিয়েই থাকিব মন
@madhurimasaikia
12 күн бұрын
Thank you
বৰ ধুনীয়া লাগিছে ❤️🙏🙏🙏🙏
@madhurimasaikia
Жыл бұрын
Thank you
Superb voice, fantastic .
@madhurimasaikia
Жыл бұрын
Thank u
অতি সুন্দৰ কণ্ঠ। প্ৰতিদিনে এবাৰ হ'লেও শুনো।
@madhurimasaikia
2 жыл бұрын
Thank you
Eman sundor kantha, huni thakile huni thakibor mon Jay. Hare krishna
@madhurimasaikia
2 ай бұрын
Thank U
সচাই দেই কি কম আৰু মানে আমাৰ নিচিনা হাজাৰ জনৰ মন মোহি পেলালে এই গীত টু মানিছো 😊🙏
@madhurimasaikia
Жыл бұрын
Thank you so much
Wow.. Excellent singing 💥💥
@madhurimasaikia
2 жыл бұрын
Thank you
আপোনাৰ অপূৰ্ব কণ্ঠ 🙌🙌 ভগৱন্তই আপোনাক আগোৱাই নিয়ক 🙏🙏
@madhurimasaikia
Жыл бұрын
Thank you
@nilutpolborah7519
Жыл бұрын
তোমাৰ হাহি আৰু কন্ঠত স্বয়ং আই সৰস্বতীয়ে সংগ দিছে ৷ মই তোমাৰ ভক্তিমুলক গীতবোৰ সদায়ে শুনোঁ ৷ ঈশ্বৰ কৃষ্ণৰ কৃপা হওক ৷ হাঁহি হাঁহি গাই যোৱা ৷ অপূৰ্ব
Nice voice ❤❤bohut vl lagil
@madhurimasaikia
Жыл бұрын
Thankyou
বিশেষকৈ ভগবানৰ ফটো দিয়া ৰ বাবে আৰু ধুনীয়া হল।
@madhurimasaikia
8 ай бұрын
Thank You
সুন্দৰ কণ্ঠ হেজাৰ বাৰ শুনিলে আমনি নালাগে মই দিনটো শুনি থাকোঁ আপোনাৰ গীত টি ❤️❤️মনটো ভাল লাগি যাই 😍😍👌👌💕💕💓💓💓💓💓আৰু ,,,ভাল ভাল গান শুনিবলৈ পাওঁ যেন 😇💖💖কৈ শেক কৰিব নোৱাৰোঁ সুন্দৰ কণ্ঠ💕💕
@madhurimasaikia
2 жыл бұрын
Thank you so much
I am proud of you for this song nice singing .l like ur voice & tuen .thank you ##
@madhurimasaikia
2 жыл бұрын
Thank you
Iman dhunia voice ❤️❤️ moi khodai khunu ☺️
@madhurimasaikia
Жыл бұрын
Thank you
🙏 🙏 🙏 ! ! ! সুন্দৰ কণ্ঠৰ আপোনাৰ লোকগীত শুনি আপ্লুত হলো
@madhurimasaikia
Жыл бұрын
Thank you
এই ধৰণৰ আধ্যাত্মিক গীতৰ জৰিয়তে মানৱ জীৱনৰ কল্যাণ সাধন কৰাৰ প্ৰয়াস । সচাই প্ৰশংসনীয়।
@madhurimasaikia
Жыл бұрын
Thank u
@rrrgogoi4701
Жыл бұрын
Dhuniya lagise tumar sur
@badanchutia8428
Жыл бұрын
বদন।চুতীয়া ই।ভগবান।গঠিত।বহোত ।বহোত ।বহোত ধন্যবাদ ।দিআচু।আৰু।এনেধৰন।ভগবান।চৰিত্ৰ
ধন্যবাদ এনেকুৱা গীত উপহাৰ দিয়া বাবে হৰ হৰ মহাদেৱ🙏
@madhurimasaikia
2 жыл бұрын
Thank you
Ati sundar geet aru apunar voice. Thanks.. ❤️❤️❤️🌺🌺🌺🌹🌹🌹
@madhurimasaikia
Жыл бұрын
Thanks
Mind-blowing ❤
@madhurimasaikia
11 ай бұрын
Thank you
অতি সুন্দৰ কণ্ঠ। কি বুলি সংলাপ এটা দিম ভাষাই বিছাৰি পোৱা নাই।
@madhurimasaikia
2 жыл бұрын
Thank you
কি বুলি কম ভাষা এ নাই। সুন্দৰ হৈছে। বাৰে বাৰে শুনিছো❤❤
@madhurimasaikia
2 жыл бұрын
Thank you
@bkgogoientertainment1395
2 жыл бұрын
@@madhurimasaikia ধন্যবাদ
অনুপম.... বৰ সুন্দৰ কণ্ঠ আপোনাৰ...শুনি বৰকৈ আপ্লুত হ'লো... আৰু আগুৱাই যাওক.... বহুত বহুত শুভকামনা থাকিল... প্ৰান্তৰত আশাৰে বাট চাই ৰ'লো ...!!🙏
@madhurimasaikia
Жыл бұрын
Thank you
Bohut val lage song2 xuniei thaku aru bohut bar xunileu akou xuni thakibo mon jai ❤❤❤😘😘😘🥰🥰🥰 bohut dhuniya kantha ba jonir 🥰😘❤❤
@madhurimasaikia
9 ай бұрын
Thank you
I have heard this song repeatedly 4 times. So sweet voice and hope more song like this.
@madhurimasaikia
2 жыл бұрын
Thank you
@sarbeswarmadahi5224
2 жыл бұрын
@@madhurimasaikia madhurima মাজনী ki madhur kantha শচাকৈ ভাল লাগিল গাই থকা
Your voice is amazing , really you are godess
@madhurimasaikia
2 жыл бұрын
Thank you
অন্তৰ স্পৰ্শ কৰা গীত 😊 শুনি খুৱ ভাল লাগিল।
@madhurimasaikia
10 ай бұрын
Thank you
বহুত ধুনীয়া আপোনাৰ কণ্ঠ ।মই সদায় শুনো এই গীতটি ।
@madhurimasaikia
Жыл бұрын
Thank you so much
বহুত ভাল লাগে গান বোৰ শুনি ❤️
@madhurimasaikia
2 жыл бұрын
Thank you
Super duper se bhi uppar. Outstanding voice
@madhurimasaikia
2 жыл бұрын
Thank you
Bht vl lage apunar song huni bt adin log pabo mn ase.....baa.....god bless you
@madhurimasaikia
Жыл бұрын
Sure pam
Amazing voice mam really your voice and sons absolutely perfect.. keep it up and god bless you a long live.bohut bohut sundor konthswar apunar .. baideo
@madhurimasaikia
Жыл бұрын
Thank you
Apunar voice tut fida hoi goisu ba 💕💕💕
@madhurimasaikia
2 жыл бұрын
Thank you
কি সুন্দৰ সুৰ ❤❤শুনিলে শুনি থাকিব মন যায়
@madhurimasaikia
6 ай бұрын
Thank You
Vaxa nai.. bor xundor ❤❤❤❤❤
@madhurimasaikia
5 ай бұрын
Thank You
ধুনীয়া ❤️❤️🙏🙏 বাইদেউ বহুত ভাল লাগিছে আপোনাৰ গান ত 🙏🙏🙏
@madhurimasaikia
Жыл бұрын
Thank you
সুন্দৰ কণ্ঠ।।বহুত ভাল লগিল শুনি
@madhurimasaikia
Жыл бұрын
Thank u
খুব সুন্দৰ হৈছে , শুনি থাকিব মন । আশীৰ্বাদ কৰিছো ভগবানে মঙ্গল কৰক । কৃষ্ণ কৃষ্ণ
@madhurimasaikia
5 ай бұрын
কৃষ্ণ
ইমান সুন্দৰ কণ্ঠ। ৱাহঃ। ঈশ্বৰৰ দান । আৰু এনেকুৱা ভক্তিমূলক গীত শুনিব পাম বুলি আশা থাকিল। কৃষ্ণ কৃষ্ণ।
@madhurimasaikia
Жыл бұрын
Thank you so much
Best one .Fine go forward madhurima .you have bright future .God bless you .
@madhurimasaikia
2 жыл бұрын
Thank you
বহুত বহুত ধুনীয়া ❣️❤️❤️
@madhurimasaikia
2 жыл бұрын
Thank you
তোমাৰ এই গীতটো বহুত ভাল লাগিছে ❤❤❤❤❤❤😍👍🙏🙏🙏🙏🙏🙏🙏
@madhurimasaikia
17 күн бұрын
Thank you
Kiman bar, kiman din sunisu hisab nai... "Doyamoy" Git2 aaru ai2... Suni, suni aamoni nalage... God bless you.
@madhurimasaikia
5 ай бұрын
Thank You so mucg
@arundas4439
5 ай бұрын
@@madhurimasaikia , God is great !
প্ৰনিতা বৈশ্য মেধিৰ দৰে কণ্ঠ। অতি সুন্দৰ, সুমধুৰ।।
@madhurimasaikia
2 жыл бұрын
Thank you so much
সুব সুন্দৰ মনোমোহা কন্ঠেৰে নিগৰাইছে শুভ কামনা পঠিয়ালো উত্তৰ গুৱাহাটী পৰা
@madhurimasaikia
2 жыл бұрын
Thank you
@drupadrabha6198
3 ай бұрын
3:57
@DipenDohutia
2 ай бұрын
¹6@@madhurimasaikia
Oww voice is excellent
@madhurimasaikia
Жыл бұрын
thank you
সুললিত কণ্ঠৰে মনোমোহিত গীত,ভাল পালো।
@madhurimasaikia
Жыл бұрын
Thank you
বৰ ধুনীয়া কণ্ঠ । বৰ সুৱদি সুৰীয়া হৈছে ।আশীৰ্বাদ থাকিল বাইদেউ
@madhurimasaikia
Жыл бұрын
Thank you
বৰ সুন্দৰ লাগিছে মিঠা কন্ঠ ভগৱানে কুশলে ৰাখক আশীৰ্বাদত থাকিল
@madhurimasaikia
2 жыл бұрын
Thank you
Melodious voice. Very attractive expression.Go ahead. God bless you.
@madhurimasaikia
Жыл бұрын
Thank you
অপূৰ্ব ❤❤❤ কিমানবাৰ যে শুনিলো..... from Lakhimpur
@madhurimasaikia
2 ай бұрын
Thank You
Eman xundor mat❤❤.my favourite song
@madhurimasaikia
2 жыл бұрын
Thank you
সুন্দৰ লাগিল তোমাৰ ভবিষ্যত জীবন উজ্জল কামনা কৰিলোঁ
@madhurimasaikia
2 жыл бұрын
Thank you
আপোনর কণঠ অতি উত্তম অতি সুন্দর গান আগতলৈ আগুরাই যাওক।
@madhurimasaikia
11 ай бұрын
Thank you
What a beautiful voice! How melodious! Listen to your songs quite often. Your smile while singing adds to the music immensely.
@madhurimasaikia
Ай бұрын
Thank you so much
excellent voice. Fall in love.
@madhurimasaikia
2 жыл бұрын
Thank you
কণ্ঠ বহুত সুন্দুৰ আৰু বহুত আশা কৰিলোঁ.....
@madhurimasaikia
2 жыл бұрын
Thank you
Loyolas bhangir kumol amiyoxana mitha xuror amritbarasha xumodhur daivik konthoswar Madhurima bhantir. Xuni bor xukh palu. Dhanyabad Madhurima.
@madhurimasaikia
4 ай бұрын
ধন্যবাদ
Bohut bohut dhuniya bohut val lagile xuni 🙏🙏🙏
@madhurimasaikia
Жыл бұрын
Thank you
Hosai Val lagil ba ❤️❤️❤️❤️❤️❤️ I am proudof you
@madhurimasaikia
2 жыл бұрын
Thank you
@kousikmusicalinstruments3664
2 жыл бұрын
@@madhurimasaikia wlcm
@indeswarpegu5742
2 жыл бұрын
মধুৰিমা আই গৰাকীৰ কণ্ঠই সিমান মধুৰ !ভগৱন্তই আৰু সু মতি দিয়ক এইয়ে আমাৰ প্ৰাৰ্থনা! কৃষ্ণ
সুন্দৰ কণ্ঠ, সুন্দৰ ভক্তি মুলক গীত, ভাল লাগিল শুনি ।
@madhurimasaikia
2 жыл бұрын
Thank you
শুনি বহুত ভাল লাগিছে 🌸💓
Dintur aromvoni.. Dintur hekh.. brindabone bone❤ Ending 2023 with brindabone bone. Will start 2024 with brindabone bone❤
@madhurimasaikia
7 ай бұрын
Thank You so much
What a excellent version and music
@madhurimasaikia
2 жыл бұрын
Thank you
@amenkumarbayan5365
2 жыл бұрын
@@madhurimasaikiaতুমি সুন্দৰ গাইছা েওপিছে বৰপেটাৰ যি জন্্৺ শিল্পী ডিম্বেশ্বৰ দাসে সুৰ কৰি ৰেকৰ্ড কৰি গাইছিল তেওতকৈ সুৰটো অলপ বেলেগ হৈছে ৷