মন্ত্ৰী পীযুষ হাজৰিকাই পানীত চলোৱা দামী গাড়ীখন আচলতে কাৰ?

মন্ত্ৰী পীযুষ হাজৰিকাই পানীত চলোৱা দামী গাড়ীখন আচলতে কাৰ? কাৰ বিলাসী গাড়ীত বহি ফটো উঠিছিল পত্নী আইমী বৰুৱাই? উত্তৰ-পূবৰ সর্ববৃহৎ ঔষধ নির্মাণকাৰী প্ৰতিষ্ঠানটোৰ লগত কি সম্পর্ক পীযুষ হাজৰিকাই ব্যৱহাৰ কৰা গাড়ীখনৰ?
(স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি -
rzp.io/l/ZrpLsROos)
Visit: thecrosscurrent.in/
Follow Us
Facebook: / thecrosscurrent
Facebook: / thecrosscurrentassam
KZread: / thecrosscurrentyoutube
KZread: / @thecrosscurrentassam1928
Instagram: / crosscu
#piyushhazarika #BJPGovt #luxurycars #Assam #thecrosscurrent

Пікірлер: 424

  • @jitendrabarman6577
    @jitendrabarman6577 Жыл бұрын

    জনসাধাৰণৰ সপোন পুৰণ কৰিবলৈ নহয় ঘৈণীয়েকহতৰ সপোন পুৰণ কৰিবলৈহে এইনিলাজ মহাপাপী সকল এতিয়া ব্যস্ত ৷

  • @monujmoran6985

    @monujmoran6985

    Жыл бұрын

    Anekuwa ahupa montrir mukh saboloiu amoni loga hol

  • @pranjalsensua5001

    @pranjalsensua5001

    Жыл бұрын

    Jai shree Ram he bulilu 😂

  • @prabhatchborah3751

    @prabhatchborah3751

    Жыл бұрын

    তেনেকৈ ক'লে বৰদুখ লাগে দেই

  • @hemkantaborah7434
    @hemkantaborah7434 Жыл бұрын

    অসমৰ দৰিদ্ৰ ৰাইজৰ টকাৰে নিশ্চয় পিযুষে কিনা গাড়ী। ৰাইজৰ ৰোষৰ পৰা হাত সাৰিবলৈ লোকৰ নামত ৰেজিষ্ট্ৰেচন কৰি থৈছে।আনবোৰ চেনেলে এইবোৰ নেদেখে কাৰণ দুৰ্নীতিৰ টকাৰ ভাগ পায়।

  • @jalaluddinahmed9888
    @jalaluddinahmed9888 Жыл бұрын

    অন্ধভক্ত সকলে এইবোৰ দেখা নাপায় নে ।

  • @jintihazarika563
    @jintihazarika563 Жыл бұрын

    যুৱ কংগ্ৰেছী হৈ থাকোতে আৰু NSUI হৈ থাকোতে এইজনৰ বহু কীৰ্তি কাহিনী পেপাৰ ত পঢ়িব পাইছিলোঁ । এতিয়া আৰু কোনে পায় ? এইবোৰৰ কোনোদিনেই উত্তৰ নোলায় । কংগ্ৰেছ এইবোৰেই ডুবাই এতিয়া আকৌ বিজেপিটো সৰ্বেসৰ্বা হৈ পৰিছে ।

  • @sumantadey7718
    @sumantadey7718 Жыл бұрын

    এনে প্ৰশ্নৰ ওত্তৰ এটাই যে , নিৰ্বাচনত ৰাইজ মাৰ বান্ধি থিয় দিব লাগিব ! দূঃখৰ বিষয় এয়াই যে নিৰ্বাচনত ভোট দান কৰোতে আমি এইবোৰ প্ৰশ্ন পাহৰি যাও ।

  • @prabhatchborah3751

    @prabhatchborah3751

    Жыл бұрын

    হিতাধিকাৰী প্ৰায় ৬০% মান আছে সেয়া ভোটেৰেই হৈ যায়গৈ সিহঁতক ।

  • @saynikahazarika7499

    @saynikahazarika7499

    Жыл бұрын

    Right

  • @sumantadey7718

    @sumantadey7718

    Жыл бұрын

    @@prabhatchborah3751 গণতান্থিক দেশৰ নাগৰিক হিচাপে এজন ভোটাৰে চৰকাৰৰ পৰা সাহায্য পোৱাটো অধিকাৰ ! কিন্তু নাগৰিকে সেই সাহায্যটো ভোটত পৰিনত কৰাটো ভূল কাম !

  • @prabhatchborah3751

    @prabhatchborah3751

    Жыл бұрын

    @@sumantadey7718 শিক্ষা , চিকিৎসা আৰু ন্যায় ; এই তিনিটা সুবিধাৰ বাদে বাকী ভোটৰ বিনিময়ত দিয়া সুবিধা বিলাকে ৰাষ্ট্ৰক দুৰ্বল কৰে ।

  • @sumantadey7718

    @sumantadey7718

    Жыл бұрын

    @@prabhatchborah3751 নিশ্চিতভাৱে ! গণতন্ত্ৰত সৰ্বোচ্চ ক্ষমতা এজন ভোটাৰক প্ৰদান কৰা হৈছে যাতে নিজৰ ভোটদানৰ যোগেদি সেই ক্ষমতা প্ৰয়োগ কৰিব পাৰে ! কিন্তু আজিৰ নাগৰিকে নিজেই নিজৰ সেই ক্ষমতাৰ অপব্যৱহাৰ কৰিছে ।

  • @dhanjyotigogoi88
    @dhanjyotigogoi88 Жыл бұрын

    ৰাজকোষৰ ধন অপচয়। এফালে ৰাজ্য‌ই জনতাই আকাশ লংঘী দৰত দৈনন্দিন জীৱন যাপন কৰিচে। আনফালে ৰজাঘৰীয়াই বিলাসী গাড়ীৰ আমেজ লৈছে।এইয়া অসম।

  • @jagadishpatowarywelcometom4143
    @jagadishpatowarywelcometom4143 Жыл бұрын

    Moja news arrest karok atia Piyush hazarikak

  • @theviralmadevideostvm5062
    @theviralmadevideostvm5062 Жыл бұрын

    The most unique channel.. Salute

  • @jeetbaruah2964
    @jeetbaruah2964 Жыл бұрын

    উত্তৰ দিবলৈ সাহস হবনে, বহুত ওপৰৰ মাল কিন্তু

  • @ayaanarhan395
    @ayaanarhan395 Жыл бұрын

    কি উত্তৰ দিব ।পিযুছ দা ৰাইজক দম দি কব পৰা নাই নেকি এনেই বস্তুৰ দাম হাগিবলৈ মুতিবলৈ টকা লৈছো নেকি আমি গাড়ী কিনিমেই ৰাইজৰ মূৰত মৰি কৈ দিয়ক টেটু ফালি সকলো মনে মনে থাকিব ।পাৰিলে গুৱাহাটীত ভাল মাটি আছে যদি আইমি বাইদেউ কো ইংৰাজী মেডিয়মৰ এখন বিদ্যালয় খুলি দিয়ক চান্স পাওতে নহলে পাছত পছতাই থাকিব ।দেখা নাই মামাই আগতে ভাত জোগাৰ কৰি লৈছে শিকক মামাৰ পৰা কিছুমান কথা ।

  • @dhanmonikumar5268
    @dhanmonikumar5268 Жыл бұрын

    আপ আহি আছে, মই এজন BJP ৰ মানুহ আছিলোঁ, কিন্তু আপত যোগ দিবলৈ বাধ্য, তহতে অসম খন লুতি পুতি খাই শেষ কৰিবি নহলে, সেই কাৰণে সময় থাকোঁতে অসম খন বছোৱাই ভাল, টা তা বাই বাই B J P

  • @Warriror4789

    @Warriror4789

    Жыл бұрын

    Bondhu moiu... Corruption hojom nuhua hoise

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 Жыл бұрын

    মন্তীয়ে মহোদয়ে Gift পাইছে আকৌ এইবোৰ নিউজ অসমৰ বেলেগ চেনেলে কিয় বিচাৰি নাপাই । নে কৰাপচনৰ ভাগবোৰ তেওঁ লোকেও পায়।

  • @user-vc6sq3ek9p
    @user-vc6sq3ek9p Жыл бұрын

    অসম বিজেপি চৰকাৰৰ কেবিনেট মন্ত্ৰী হৈ যদি সম্পতি কৰিব নোৱাৰে তেন্তে কিহৰ মন্ত্ৰী... ৰাইজ যতে মৰে মৰক....

  • @prabhatchborah3751

    @prabhatchborah3751

    Жыл бұрын

    এয়াও এক অপৰিবৰ্ত্তনীয় *পৰিবৰ্ত্তন*

  • @nirajmaheswari2346
    @nirajmaheswari2346 Жыл бұрын

    Where is now CBI and ED.... Will enquiry happen

  • @imdadali9519
    @imdadali9519 Жыл бұрын

    ভাল লুটিছে।

  • @gobinchandrakonwar6268
    @gobinchandrakonwar6268 Жыл бұрын

    পানীত চলাব পৰা গাড়ী যেতিয়া অহাৰবাৰ বানপানীত চলাই ৰাইজৰ বুজ ল'বলৈ যাব পাৰিব আৰু চিন্তা নাই ।

  • @mantukalita4915
    @mantukalita4915 Жыл бұрын

    পিছে ওপৰৰ মাল আৰু তেওঁৰো ওপৰৰ মালে কি কয় সেইটোহে নাজানলো । Cross Current য়ে বা আন কোনো তলৰ মালে ইয়াৰ ওপৰত RTI কৰা হ'লে ভাল আছিল ।

  • @ManojDas-fe9wp

    @ManojDas-fe9wp

    Жыл бұрын

    Ha ha uporor mal, amy ki tolor mal nki 😂, tema gorom huwa kotha nokobi dai, Juwa Durga Puja r agot lock down evng olop cycle solaute 500 toka POLISE fine loi thoixe kintu☝️

  • @ashanali5899

    @ashanali5899

    Жыл бұрын

    Uparrar Mal

  • @user-km6nx1rx1j
    @user-km6nx1rx1j9 ай бұрын

    মামাৰ কৃপাত সকলো সম্ভৱ।।। মামা মামামাথুমামা।।।।

  • @babulali3856
    @babulali3856 Жыл бұрын

    কংগ্ৰেছৰ দিনতে তেও বৰঘৰ ভৰাই থৈছে তাৰপিছত দাদাৰ লগত আহি ইয়াতো ওপৰৰ মাল হৈগল । ওপৰৰ মাল এজনে ওপৰ লেবেলৰ গাড়ী এখনেতো লব তাতে কিয় চকু দিব লাগে আমিবোৰে ! ধেৎ নাপায় !!

  • @arunkurmi93
    @arunkurmi93 Жыл бұрын

    মামা এইবোৰ কি শুনিছো

  • @gautamnath1021
    @gautamnath1021 Жыл бұрын

    Unique news channel selute 👍👍👍baki bor kio bsri npi eibr news...Naa sb fiting

  • @Akash-hc5bl
    @Akash-hc5bl Жыл бұрын

    this is only independent portal of assam

  • @ashique5195
    @ashique5195 Жыл бұрын

    Very good channel thanks for you important news open

  • @samudradeka1830
    @samudradeka1830 Жыл бұрын

    ED আৰু CBI কত গল । বিশ্ব গুৰু জনে কেতিয়া দেখিব ।

  • @apurbakalita111
    @apurbakalita111 Жыл бұрын

    তদন্ত হব লাগে মন্ত্ৰী ৰ উপৰত

  • @shweta4538
    @shweta4538 Жыл бұрын

    সোনকালেই ইয়াৰ উত্তৰ লাগে..

  • @nurulhoquechoudhury4914
    @nurulhoquechoudhury4914 Жыл бұрын

    This Is Assam's Poltics. অন্ধভক্ত সকলে এয়া দেখি নাপায়।

  • @lulalu6707
    @lulalu6707 Жыл бұрын

    👍👍👍👍 মজা কৰছ কাৰেং নিউজ চেনেলটোৰ মূখ্য সম্পাদক 🌹

  • @jyotiprakashboro3911
    @jyotiprakashboro3911 Жыл бұрын

    Agte Innova tar pst Fortuner tar pst Carnival atia drct top model Jeep Wrangler Rubicon...hosakoie unnati krse teu...Sarkare kintu aibur sabo lage...

  • @razeevsonu729
    @razeevsonu729 Жыл бұрын

    Bikhekh eku nai eu uprr maal nhoi jnu eur conection buru uprr heikrne imn uprr lvlr garikhn teuk bebohar krbo d thoise ako moromt...

  • @KrishnaAsom
    @KrishnaAsom Жыл бұрын

    Salute to this channel.. fearless channel

  • @dipulaxom
    @dipulaxom Жыл бұрын

    বহুত ওপৰৰ মাল হয়😂

  • @rgrg5472
    @rgrg5472 Жыл бұрын

    বন্ধু নে লগৰ বুলি কৈছে নহয়, তাকো হেনো অসমীয়া !😊 শ্ৰীবাস্তৱ অসমীয়া কোন জনগোষ্ঠীৰ সেইটোহে নাজানিছো- 😁

  • @geetashri9218

    @geetashri9218

    Жыл бұрын

    😃

  • @hitbabu845

    @hitbabu845

    Жыл бұрын

    AMR usar a hoi jeet Narayan bula Tu montrik kinibo pora toka ase Vai 😁

  • @prabhatchborah3751

    @prabhatchborah3751

    Жыл бұрын

    আমাৰ মোমাইদেউৰ ডাঙৰ পুতেকৰ ভিনিহিয়েক

  • @gamingshorts7512
    @gamingshorts7512 Жыл бұрын

    Honest reporting

  • @peopleforpeople6665
    @peopleforpeople6665 Жыл бұрын

    Salute honest news channel 👍

  • @dalimdas3555
    @dalimdas3555 Жыл бұрын

    Salute for this news.. we are with you

  • @debasishdutta9310
    @debasishdutta9310 Жыл бұрын

    Good news..

  • @aakgardening1078
    @aakgardening1078 Жыл бұрын

    Unique content.....baki news channel keita ghumai ase nki....todonto hbo lge

  • @hirakjyotinath276
    @hirakjyotinath276 Жыл бұрын

    Birthday gift......given by xyz

  • @krhazarika5280
    @krhazarika5280 Жыл бұрын

    একদম প্রথমতে ওপৰৰ মালৰ সমপতীৰ হিচাপ ৰাইজে লব লাগে | তাৰ পাছত আন অান মনত্রীৰ সমপতীৰ হিচাপ | Income কিমান ? তাৰ হিচাপ হব লাগে | Tax দি ছেনে নাই |

  • @mediguide_edutech
    @mediguide_edutech Жыл бұрын

    Tenekua Jit narayan Jagiroad t bahut keita aase ....Rakesh Singh , Laxmi Prasad, binod Prasad ....sob pijush r hindibhasi friend and business partners.

  • @VASTUGYANASSAMESE
    @VASTUGYANASSAMESE Жыл бұрын

    Great news

  • @enassamese9582
    @enassamese9582 Жыл бұрын

    Brave covering

  • @pankajtamuli8970
    @pankajtamuli8970 Жыл бұрын

    লৈ থাক আৰু দুখীয়াৰ তেজ চুহি চুহি , তহঁতেই জীৱন ভোগ কৰ আমাৰ দৰে দুখীয়াৰ এখাজ খালে এষাজ লৈ চিন্তা আৰু তহঁত দুখীয়াৰ দুখ কত বুজি পাবলৈ সামান্য জ্ঞান খিনি অভাৱ যে,

  • @sauravkalita96
    @sauravkalita96 Жыл бұрын

    Bhal lagil....anekoi a thake jaate channel tu....BIKRI NUJUA JAATE !

  • @achujyakonowar8340
    @achujyakonowar8340 Жыл бұрын

    নজৰুল তুলচিক কৈ দিবা উত্তৰ লাগে 😀😀

  • @dikshdiksh1305
    @dikshdiksh1305 Жыл бұрын

    Good news sb sor hoi

  • @gautamnath1021
    @gautamnath1021 Жыл бұрын

    Unique news selute 👍👍..baki br kio ebor news bsri npi sb fiting kri thwa axe jn paw

  • @poragbora326
    @poragbora326 Жыл бұрын

    Bah montry bah🙏

  • @amirkhan6955
    @amirkhan6955 Жыл бұрын

    To this chenel 🙏 👍

  • @rojonsmorang8347
    @rojonsmorang8347 Жыл бұрын

    Good

  • @pankajchangmai6762
    @pankajchangmai6762 Жыл бұрын

    Bhal news disa

  • @lankeswarboro7501
    @lankeswarboro7501 Жыл бұрын

    সৰিয়হ দুলিতে‌ অসমৰ ভুত ওলাইছে ।

  • @junbora6693
    @junbora6693 Жыл бұрын

    Good news👍

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco2559 Жыл бұрын

    জল সম্পদ মন্ত্ৰীক উভচৰ গাড়ী লাগিবই ।।আমি দেই পুৰি মৰাৰ কাম নাই ।।

  • @alwaysguide7722
    @alwaysguide7722 Жыл бұрын

    Absuatly really news,pl inquiry all of veiw

  • @tapankumarvlogs9570
    @tapankumarvlogs9570 Жыл бұрын

    এয়া একু নহয়। মাত্ৰ এয়া আৰম্ভণি হে ৰাইজে আৰু বহুত কিবা কিবি দেখিব।

  • @zippo7776
    @zippo7776 Жыл бұрын

    Salute for taking stand against those b.j.p goons

  • @mamoniauto
    @mamoniauto Жыл бұрын

    Amphibious vehicle wow

  • @musicx2521
    @musicx2521 Жыл бұрын

    Bhal news disa dei......

  • @Shyamb12
    @Shyamb12 Жыл бұрын

    right

  • @chinmoy8051
    @chinmoy8051 Жыл бұрын

    Rubicon or Phantom kuneyu ekudaal koribo nuare Babacon

  • @champaksingha5430
    @champaksingha5430 Жыл бұрын

    কি কাৰনত যে, এই মালটোক মানুহে ভোট দিয়ে । কৱ নোৱাৰি

  • @bhabeshroy6765
    @bhabeshroy6765 Жыл бұрын

    Few people know the Dark side of politics,,, It's zero point one percent. 😭

  • @arifsvlogs6908
    @arifsvlogs6908 Жыл бұрын

    The cross current jcb of new era news portal

  • @bikash7392
    @bikash7392 Жыл бұрын

    Moja news , aibur hai asol news.

  • @kkkalita8076
    @kkkalita8076 Жыл бұрын

    Proud of this Channel. You R right

  • @hell8569
    @hell8569 Жыл бұрын

    fortuner 50LAkhs..Amr mla Sir ghure...Aku case nai 15 lakhs barhile...Amr Rij R toka he

  • @DeepankaKalita
    @DeepankaKalita Жыл бұрын

    আৰু আমিবোৰে মাথা মাৰি আছো মিঠাতেল এক লিটাৰ কেনেকৈ কিনো , bike ত তেল এক লিটাৰ কেনেকৈ ভৰাও!!!! এতিয়া নতুনকৈ চিন্তা আহিছে electricity ৰ bill কেনেকৈ পৰিশোধ কৰোঁ । আৰু ৰজা ঘূৰি আছে বিলাসী বাহনত। চৰকাৰী চাকৰি কৰাবোৰৰ বোলে মাহেকত ২০০-৩০০ টকাকৈ বাঢ়ে । নতুন Statics মতে মহাশয়ে কয় আমাৰ । ভাল দিনবোৰ ঘূৰি আহিছে দিয়ক। হিচাপ নিকাচ বোৰ আৰু ৪ বছৰলৈ সামৰি থলো ।

  • @ritiksharma6031
    @ritiksharma6031 Жыл бұрын

    Very clever garikhon ase belegr namot eku case koribo nuware... Kiba ulale kobo moi ane kedin manor krne solai asu logor lorar gari.

  • @debasishsharma5315
    @debasishsharma5315 Жыл бұрын

    Dee r.....mjahh.enjoy👍👍

  • @nitulnath6799
    @nitulnath6799 Жыл бұрын

    ভাল হিন্দী চিনেমাৰ কাহিনী এটা হব! এনেবোৰ news দেখিলে blood pressure high হৈ যায়। news টো english ত দিলে ভাল হব অন্তত অসমীয়া বিদ্যালয়ত নপঢ়া মন্ৰী, এ.মে.লে ৰ

  • @rajvlogs..6382
    @rajvlogs..6382 Жыл бұрын

    ঔষধ কম্পেনী টো হলে অসমৰ মানুহে কাম পাব নে নাই?

  • @kanakrabha3239
    @kanakrabha3239 Жыл бұрын

    আমাক উত্তৰ লাগিবই 😂😂😂

  • @greenvalley7892
    @greenvalley7892 Жыл бұрын

    Aikhon Jeep Wrangler hoi..On road 75lakhs man ahi jai...Kot paise emn toka...

  • @supertrade6901
    @supertrade6901 Жыл бұрын

    Ai Channel2 Questions bur genuine

  • @bbsgaming5156
    @bbsgaming5156 Жыл бұрын

    দুখন ইনভা নলৈ যেনিবা এখন ৰুবিকণ ললে ৷

  • @deepkul1
    @deepkul1 Жыл бұрын

    😎 seitu aru kobo lage ne ...Bina kamot Bina profit t corporate and govt r majot blank paper o efal sifal nohoi ...eate eman dammi car ...oboisye statement dise ..banpani sabo he nie buli ,friendr car ,sobe sobore sob jaane,but vote paai a dekhun ,seitu he bipodjonok

  • @phcsangram4634
    @phcsangram4634 Жыл бұрын

    Very good keep it up 👍

  • @motivationguruji2493
    @motivationguruji2493 Жыл бұрын

    My dream car jeep rubicon

  • @sdvlogers9405
    @sdvlogers9405 Жыл бұрын

    Habo pare amar nisina manuhar para luta paisa bilakedi enjoy kari ase.

  • @najibulhussain1198
    @najibulhussain1198 Жыл бұрын

    এয়া B J P নেতাৰ ৰাজহুৱা ধনৰে বিলাসীতা ৷

  • @akashkalita8431
    @akashkalita8431 Жыл бұрын

    Please give your answer sr

  • @AzizurRahman-qy4hw
    @AzizurRahman-qy4hw Жыл бұрын

    Assamese people deserves this kinds of politician. I don't feel bad for him. People already knew but still they vote. Don't worry he will come again.

  • @dwijenkhanikar7582
    @dwijenkhanikar7582 Жыл бұрын

    Free money ঘটা সকলে এই বিলাক নেদেখে। সিহঁতে বিৰুদ্ধীক সমালোচনা কৰে।

  • @ultimadsongchannel6250
    @ultimadsongchannel6250 Жыл бұрын

    Besidin nai dubibo bjp. Congress or dorey.

  • @rajatbhuyan4242
    @rajatbhuyan4242 Жыл бұрын

    jenekoi soluwa dekhale south indian cinema jen he lagil

  • @nikhileshdas7611
    @nikhileshdas7611 Жыл бұрын

    Gift dise amar dadak moromote company r malike. Permit loa karone

  • @ronymedhi9647
    @ronymedhi9647 Жыл бұрын

    Poisa bohut ase,68 lakhs tenei kom.tenekua 10 khon parib lob

  • @bubul5288
    @bubul5288 Жыл бұрын

    English porhute olop kasto hoise tumar .... kintu news live r pora katatu video tu Val hoise.

  • @debojitsaikia142
    @debojitsaikia142 Жыл бұрын

    আমাৰ মহান মন্ত্রী 🙂

  • @PCBNPK
    @PCBNPK Жыл бұрын

    News live er Dom ase nki aituu news dekhaboloi

  • @mr.mintukalita3392

    @mr.mintukalita3392

    Жыл бұрын

    😂😂😂 Vl kam bur dekhabo.eibur ako kio dibo.nijor channel news live😂😂

  • @deepjyotiboruah9496
    @deepjyotiboruah9496 Жыл бұрын

    আইমি বাইদেউ হাহিঁটো ছাই তেওকহে দিছেজান পাইছো । ওপৰৰ মালে ওপৰতে চখটো লইছে আৰু । কেচটো কিন্তু নগেন ।

  • @nabadutta1583
    @nabadutta1583 Жыл бұрын

    News live kana hoisi atia dekha napai .... gift dise

  • @binoykalita7597
    @binoykalita7597 Жыл бұрын

    মন্ত্ৰী হলো বুলি জনসাধাৰণৰ বাবে ধাৰ্য কৰা ধন খৰচ কৰিবলৈ তোক কোনে অধিকাৰ দিলে ইয়াৰ হিচাব সময়ত দিব লাগিব মনত ৰাখিব।

  • @surajithazarika6186
    @surajithazarika6186 Жыл бұрын

    Salary poisa di kinise ne dadai.....?

  • @babulbaruwati5749
    @babulbaruwati5749 Жыл бұрын

    জনতাৰ টকা খাই আচে

  • @wasimhazarika8602
    @wasimhazarika8602 Жыл бұрын

    Mama kot apuni bosai diyok uporor mal jonok, inquiry must be Or seize the car

  • @gaoliavai4376
    @gaoliavai4376 Жыл бұрын

    Nice chanel

  • @santanusonowal7663
    @santanusonowal7663 Жыл бұрын

    কি ক'ব আৰু এইবোৰৰ কথা কৈ ওৰকে নপৰে। গতিকে আমি সচেতন হ'বলৈ হ'ল।

Келесі