মানস ৰবীনে মদ খাই বিহু অনুষ্ঠান কৰা ৰেকৰ্ড নাই,মাজুলীক মই বহুত ভাল পাওঁ,

মানস ৰবীনে মদ খাই বিহু অনুষ্ঠান কৰা ৰেকৰ্ড নাই,মাজুলীক মই বহুত ভাল পাওঁ, আহিলো যেতিয়া গাইয়ে যাওঁ ।মোৰ লগতে বাদ্যযন্ত্ৰী সকলৰো জীৱন এটা আছে,মই টকা পাঁঁও নাপাওঁ পিছৰ কথা কিন্তু তেওঁলোকক মই দিবই লাগিব,কাৰণ তেওঁলোকৰো এটা পৰিয়াল আছে, এই মন্তব্য মানস ৰবীনৰ। মাজুলীত কি হৈছিল শিল্পী মানস ৰবীনৰ অনুষ্ঠানত ?
Ishan News
ishannews.com/
Ishan news, facebook page
/ newsishan
Ishan news twitter account
/ newsishan
Ishan News Instagram
/ newsishan
Ishan News Koo
www.kooapp.com/profile/ishannews

Пікірлер: 1

  • @niranjannath9669
    @niranjannath966926 күн бұрын

    Manash da..... UR great. 👌👌🙏🙏🙏💕💕💕

Келесі