মোদীৰ চণ্ডুক খালী! নীতিশ নাইডুক লাগে লাখ-লাখ কোটি; নিদিলেও মহা বিপদ!

🏧মোদীৰ চণ্ডুক খালী! নীতিশ নাইডুক লাগে লাখ-লাখ কোটি; নিদিলেও মহা বিপদ!
🏧মিত্ৰতাৰ পাশত আবদ্ধ হোৱাৰ চলেৰে নীতিশ নাইডুৱে নাকত ধৰি চাকত ঘূৰাইছে নৰেন্দ্ৰ মোদীক!
🏧নাইডুক দেখি উঠিল গা; নীতিশে বোলে মোদী মোকো এবাৰ ঘূৰি চা!
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 40

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k24 күн бұрын

    4 খ পাৰ কৰা চাহ বেপাৰীক ধোকে ধোকে পানী খুয়ালে নিতীছ আৰু নাইডুই নিতীছ আৰু নাইডুক বহুত, বহুত শুভেচ্ছা জনালোঁ আমাকো এনেকুৱা মুখ্য মন্ত্ৰী লাগে আমাৰ অসম খন বহুত উন্নতি হৱ নিতীছ আৰু নাইডুৰ দৰে মুখ্য মন্ত্ৰী অসমত হ'লে

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k24 күн бұрын

    বহুত ভাল লাগিছে খবৰটো পাই

  • @jadavgogoi944
    @jadavgogoi94424 күн бұрын

    মোদীৰ পতন হ'লে অতি সুখ পাম।

  • @JatinBorah-ji1dh

    @JatinBorah-ji1dh

    24 күн бұрын

    Right

  • @inglishvlogs1015
    @inglishvlogs101524 күн бұрын

    মোডীক ইহঁত দুটাই পেল পেলীয়া কৰি হে এৰিব,

  • @mamatachakraborty-xq5by
    @mamatachakraborty-xq5by24 күн бұрын

    বঢ়িয়া।, দাদা আপোনাৰ উপস্থাপনা বৰ সুন্দর। ভাল কৈ দিছে। 😊😅

  • @jitendrarabha4660
    @jitendrarabha466024 күн бұрын

    ৰাজ-ভঁৰালত ধন কেলেই নাকিব?আমি সুৰা সেৱনৰ নামত দিয়া ধনবোৰ আছেদিয়ক৷

  • @bkp9774
    @bkp977424 күн бұрын

    ২০২৬ ত অসমতো হব, হালৱা এচা ৰি থিক কৰি থৈছে ৰাইজে ।

  • @sbsubhash8959
    @sbsubhash895924 күн бұрын

    ধ্বংস হওক মোডী আৰু বিজেপি ৷ ২৬ ত অসমতো শেষ হ’ব ৷

  • @RofiqulIslam-vv8kb
    @RofiqulIslam-vv8kb24 күн бұрын

    Moja khotha

  • @nekibuzzaman5195
    @nekibuzzaman519524 күн бұрын

    Nitis Indor demand ,good Policy.Go out PM Modi.

  • @manojdeka5200
    @manojdeka520024 күн бұрын

    Mojja ❤

  • @swapanjitsaikia5857
    @swapanjitsaikia585724 күн бұрын

    DERIAI hol

  • @JayantiSaikia-qm6vj
    @JayantiSaikia-qm6vj20 күн бұрын

    Good news dila apuni.

  • @gutungdipakpegu2134
    @gutungdipakpegu213424 күн бұрын

    Shortly , Modi sorkar will be desolve .

  • @prince_babu_72
    @prince_babu_7223 күн бұрын

    So cute 🥰 News

  • @bharatbaruah5702
    @bharatbaruah570224 күн бұрын

    চব দিব মোদী ডাঙৰীয়াই ইহঁতক o ৰে পূৰণ কৰিব

  • @user-of4yf2pu7w
    @user-of4yf2pu7w23 күн бұрын

    Right👍

  • @PungbiliBrahma-im3ry
    @PungbiliBrahma-im3ry24 күн бұрын

    Amar Assam ki hobe

  • @m.g.4289

    @m.g.4289

    24 күн бұрын

    আমাৰ অসম পানীত হাঁহ নচৰা অৱস্থা হব গৈ আছে.

  • @rohmatali7032
    @rohmatali70323 күн бұрын

    Good news

  • @ainudutta7314
    @ainudutta731420 күн бұрын

    Moja👌👌👌

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mc24 күн бұрын

    অসমৰ দক্ষ জনে কি কৰিব?

  • @user-oo6wg9ms2r
    @user-oo6wg9ms2r24 күн бұрын

    Bal lagil

  • @jibonjyotidutta622
    @jibonjyotidutta62223 күн бұрын

    Nice

  • @mohanboruah9962
    @mohanboruah996224 күн бұрын

    What about Assam C M?

  • @TCF573
    @TCF57324 күн бұрын

    What a... Mojjja !!! 😅😅😅😅

  • @monikabaishya225
    @monikabaishya22521 күн бұрын

    Good😅

  • @MWorld134
    @MWorld13423 күн бұрын

    Keya hal ho geya Papet Modi ji ka 😅😅😅

  • @MahendraPegu-ri2we
    @MahendraPegu-ri2we21 күн бұрын

    Pal2 Kota naiduk pordan montiri korok aku val2tu korib nuwarib

  • @user-zl1mn5jn2k
    @user-zl1mn5jn2k23 күн бұрын

    Assam keliye? Bharot ka so rupaya mang dene dusri raijyo ka kitne muskil hoga?

  • @hamashrisarma
    @hamashrisarma22 күн бұрын

    Jodi assamao ansolik dolok 11 khan akhon dala haran assamao nakot dhari sakit gharaba parilahatan

  • @MaoBourah
    @MaoBourah23 күн бұрын

    INKO Bihar bar Mey bhsjow

  • @rajukr.brahma8483
    @rajukr.brahma848323 күн бұрын

    Modi Jadu nai aru.

  • @VolaNath-jb6ys
    @VolaNath-jb6ys23 күн бұрын

    😔মোদীয়ে এতিয়া চকু মুদাই ভাল😂😤

  • @ParthaDeka-ul3ec
    @ParthaDeka-ul3ec22 күн бұрын

    এই নিউজ চেনেলটোত বাওঁপন্থীৰ হাত আছে নেকি অ'? 🤔 চাবি চৰকাৰে কাৰ্যকাল সম্পূৰ্ণ কৰিবই।

  • @swapanjitsaikia5857
    @swapanjitsaikia585724 күн бұрын

    DERIAI hol

Келесі