LIVE | Sunil Gogoi Case | Assam | সুনীল কাণ্ডত এইবাৰ 'এন্ট্ৰী' ৰহস্যময়ী মহিলাৰ। কোন এই মহিলা? N18L

Ойын-сауық

LIVE | Sunil Gogoi Case | Assam | সুনীল কাণ্ডত এইবাৰ 'এন্ট্ৰী' ৰহস্যময়ী মহিলাৰ। কোন এই মহিলা? N18L
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#sunilgogoi #assampolice #assam #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/desc-youtube
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Пікірлер: 108

  • @bkp9774
    @bkp977413 күн бұрын

    তিনিটা পুখুৰী হিছি ছিন্ন মুণ্ড নাপালে মাছ কাছ নেপালে, পালে এজনী ৰহস্য ময়ী তিৰী, ৱাহ কি যে নাটক ।

  • @rinkushivam8759
    @rinkushivam875913 күн бұрын

    জোনমনি ৰাভাৰ নিচিনাকৈ শেষত ফৌচ

  • @user-zi9fh7ne2s

    @user-zi9fh7ne2s

    13 күн бұрын

    ১০০% শুদ্ধ কথা

  • @PankajKuch-gb6su

    @PankajKuch-gb6su

    12 күн бұрын

    Sob political hoi,result zzzeeeeroooooo

  • @anjanborah-5069
    @anjanborah-506913 күн бұрын

    কে............. একেখিনি কথাই কিমান বকি থাকʼ পাগলৰ নিচিনাকৈ 😂

  • @bkp9774

    @bkp9774

    13 күн бұрын

    হয় বে একদম বোৰিং বাতৰি।

  • @promudborgohain7920
    @promudborgohain792013 күн бұрын

    জয়ন্ত গোস্বামীক সন্দেহৰ আৱৰ্তলৈ আনি জেৰা কৰা নাই কিয়??? কেচু খান্দোতে সাপ ওলোৱাৰ ভয়ত নহয়তু?এনকৰ জনেও JJM ৰ অভিযন্তা জন ও যে জড়িত থাকিব পাৰে ঘূণাক্ষৰেও উল্লেখ কৰা নাই কিয়??

  • @PankajKuch-gb6su

    @PankajKuch-gb6su

    12 күн бұрын

    Jayanta Kia aniba ,political hoi Kia aniba,bujy nany aponi ,ketio nane ,last resut zero say loa,

  • @PankajKuch-gb6su

    @PankajKuch-gb6su

    12 күн бұрын

    Sob thakok ,last result zeeeeroooooii

  • @arpitadutta9888
    @arpitadutta988813 күн бұрын

    Vary Good

  • @golapgogoi4100
    @golapgogoi410013 күн бұрын

    এই বুনৰি বোৰে জিলাখনৰে নাম জিলিকাই কেলাঃ বুণৰি হৰামজাদি।

  • @dilipsarma6766
    @dilipsarma676613 күн бұрын

    এইটোৱে সদায় মানুহক অশান্তি দি থাকে।

  • @hanseali1924
    @hanseali192413 күн бұрын

    আৰক্ষিয়ে টকা খাই নহলে কাৰোবাৰ হেছাত পৰি আইনৰ সোপাধিলা চৰুপ দেখুৱাইছে।প্ৰথমে মুন্দহিন লাছ এটা, ডি এন এ ,টেষ্ট নকৰাকৈ কাৰোবাৰ হাতত তুলি দিয়াটো দাঙৰ ভুল কৰিছে,দ্বিতীয়তে নেপালৰ পৰা অহা ফোনৰ কথা ৰাজহুৱা কৰি,তৃতীয়তে কাকোৱে এতিয়ালৈ এৰেষ্ট কৰা নাই।আছলতে অসম আৰক্ষি হৈছে টকা খাই পেট ওলোৱা আৰক্ষি ইহঁতে কেতিয়াও কাকোৱে ধৰিব নোৱাৰে।আৰক্ষিৰ এনে স্থিতি হলে ভৱিষ্যতে অসমত বহুতো মাৰ্দাৰ হৱ আৰু মানুহে ৰাতি ঘৰৰ পৰা ওলাৱ নোৱাৰা হৱ।

  • @TRINAYANBORAH-us6vq
    @TRINAYANBORAH-us6vq13 күн бұрын

    News বনাই থাকিবলে ভাল হৈছে একেখিনি কথাকে

  • @padmadharboruah8589
    @padmadharboruah858913 күн бұрын

    জাহাংগীৰৰ ভায়েকে এই কথা কৈছিল।

  • @bontisarmah7541
    @bontisarmah754113 күн бұрын

    মুণ্ডতো শগুনে লৈ গল কিজানি । সুনীল গগৈকো উলিয়াব পৰা নাই ।ৰহস্যময়ী নাৰী এজনী কিন্ত উলিয়াব পাৰিছে।😂

  • @user-bd4yl7ly1d
    @user-bd4yl7ly1d4 күн бұрын

    ❤মহীলা কী উত্তৰ

  • @NCERTAssam
    @NCERTAssam13 күн бұрын

    আপোনালোকৰ এই ধৰণে বাতৰি পৰিৱেশনত মানুহবোৰ অসহ্য হৈ যায়। একেটা কথাকে 1000 বাৰ বলকি থাকে। যি কব লাগে চিধা তাকেই কব।

  • @user-mh3ql6wz7l
    @user-mh3ql6wz7l13 күн бұрын

    পুখুৰীৰ পানী সিঁচি জল পৰী হে পালে গৈ অৱশেষত। ছিন্ন মুণ্ড মাছ কাছ ই খাই পেলালে।যি হেতু যথেষ্ট দিনেই তু হ'ল। নাটক আৰু নাটক। জোনমনিৰ তদন্ত দৰে নহলেই হয়।

  • @azizuddinahmed3965
    @azizuddinahmed396511 күн бұрын

    News anchor tuk madical admission korai diyok nohole presure stock marib.karon rekord fosiley ratipuwar pora bhom bokise .news 18 nok hisa pukhuri keitat Dubai disey.

  • @nityagogoi478
    @nityagogoi47813 күн бұрын

    এইবোৰ বাতৰি চাবলৈ একেবাৰে বাদ দিলো ৷ Loss of time & energy ,জোনমনিৰ দৰে ফুটুকাৰ ফেন ৷

  • @rupenchdeka6297
    @rupenchdeka629713 күн бұрын

    একে তাকে কৈ থাক

  • @jayantahazarika6827
    @jayantahazarika682713 күн бұрын

    অভিযুক্ত অভিজন্তা জন , অভিজন্তাজনক ধনদি বিল নোপোৱা😂থিকাদাৰ কেইজনকো তদন্তৰ আওঁতালৈ আনিব লাগে ।

  • @user-ze8gw3fk2k
    @user-ze8gw3fk2k13 күн бұрын

    ন ন কথা

  • @l3u515
    @l3u51513 күн бұрын

    What is the reason behind the visit of S .P. Lakhimpur ,to D.G.P .of A.P. at Guwahati for an incident of Dhakuakhana .?

  • @l3u515
    @l3u51513 күн бұрын

    I think Dal Me Kuch Kala Hai . I believe SP Natarajan will be transferred shortly as she may identified the target .

  • @anilgoswami2238
    @anilgoswami223811 күн бұрын

    "Time Pass" !!!!!!!! "Smart investigation" !!!!!!!!!!

  • @KhudiRamRabha-uh8eu
    @KhudiRamRabha-uh8eu13 күн бұрын

    বাতৰি পৰিবেশন কৰি থকা ব্যক্তি জনৰ ভগ্নী হ'ব পাৰে।

  • @jyotishdas2534
    @jyotishdas253413 күн бұрын

    নদী সিচিলে চিনদ মূনদ পাব যেন লাগিছে

  • @user-mo3ky7vs9h
    @user-mo3ky7vs9h13 күн бұрын

    Ke murtu akata kothaka koi asao nijaya tim pas kore asao

  • @chittaranjanbaruah441
    @chittaranjanbaruah4419 күн бұрын

    এটা শব্দ কিমান বাৰ কোৱা হল গূনিবলৈকে নোৱাৰিলোঁ,আচল কথাটো হ'লে মাজতে ------

  • @ansumanbatmas9500
    @ansumanbatmas95008 күн бұрын

    পশাসনেকৰিবলগীয়কামসমুহকৰানাইনেকি,

  • @user-eo2zl1ql8x
    @user-eo2zl1ql8x13 күн бұрын

    বহুত লাভ হৈছে নিঊজ ছেনেল সকলৰ

  • @gaganborah8907
    @gaganborah890713 күн бұрын

    Ekta kotha kimanbar kuahe 😡😡🥵🥵

  • @molinadas9009
    @molinadas900912 күн бұрын

    Akekhinike koi aase j kinu news eitu..

  • @AmiyaDutta-kq4pg
    @AmiyaDutta-kq4pg13 күн бұрын

    আৰক্ষি বাহিনীয়ে যদি কোনো ক্লু উলিয়াব পৰা নাই বাতৰি ছাই থকা সকলে কি কব

  • @user-ol3sr5iw1c
    @user-ol3sr5iw1c13 күн бұрын

    Ai natok khon jun moni rabha dore sem hobole goi ase,,,,,

  • @user-no4mm5kc9l
    @user-no4mm5kc9l10 күн бұрын

    Marisa.....Jolavo.Laga.kiy😢😢

  • @jayadass2681
    @jayadass268112 күн бұрын

    আৰক্ষীয়ে কি পাৰে নো জোনমণিঘটনা ৰহস্য হৈ ৰল আৰু এইটো ও একে ৰূপ লৱ যেন পাওঁ।

  • @puspadhardowarah1932
    @puspadhardowarah193213 күн бұрын

    সেই গৰাকীয়ে ধৰা"পেলাই দিব তেতিয়া হলে! জোলোঙাৰ মেকুৰী হয়তো ওলাব। মাছো হয়তো বহুত ওলাব!এতিয়া মহিলাৰ কাণ্ড দেখিলে?এতিয়া নাৰীৰ সুৰক্ষা নাই বুলি কলে কিদাল হব? কৰ নাৰী কাৰ লগত চৌদ্ধ লেটি পেটি দেখিলে!প্ৰশ্ন"হয় সেই গৰাকী নাৰীৰ মতা নাছিল নেকি বাৰু? সব চৌদ্ধ লেটি পেটি হল আৰু!মইণআগতেই কৈছো অসমৰ মানুহৰ"গাত শনি লাগিল।কাছৰ"সৈতে শনি চাউল"খুৱালে"কিবা"হয়"বা!

  • @arupgoswami2297

    @arupgoswami2297

    13 күн бұрын

    Extra Marital affair is n't crime abide IPC

  • @rahmanmajor9086
    @rahmanmajor90868 күн бұрын

    Junmoni rabha case Tu ki hol😢😢

  • @user-pp7ot3uw6w
    @user-pp7ot3uw6w13 күн бұрын

    Prathona korile munda ulab neki

  • @hndekari8011
    @hndekari80117 күн бұрын

    আৰক্ষীয়ে সঠিক তদন্ত কৰাত গাফিলতি কৰিছে যেন লাগে ।।

  • @kukhachetiyakukhachetiya
    @kukhachetiyakukhachetiya9 күн бұрын

    মুৰ মতে ঠিকাদাৰ সকলক জেৰা কৰিব লাগে ।

  • @dkvlogs07
    @dkvlogs0712 күн бұрын

    Family r call list uliaok ru vabuki dia tu hosa ne misa check korok ru nmbr bur salei ulabo

  • @hanseali1924
    @hanseali192413 күн бұрын

    সুনিল গগৈ পলাই থাকতে জাহাংগিৰৰ আধাৰ কাৰদ বেব্যহাৰ কৰি থাকিৱ পাৰে। কাৰন দুয়োজনৰে মুখৰ আকৃতি প্ৰাএ একেই

  • @user-pk5zg7gz4w
    @user-pk5zg7gz4w13 күн бұрын

    Hoi jumani darai kahani khatam hoi jaba kinto akhamar janatai niyay napaba,ei bilak dekhi deki bhagar lagise,jai ai akham.

  • @gubindas8818
    @gubindas881813 күн бұрын

    Smart assm polis go back

  • @PankajKuch-gb6su
    @PankajKuch-gb6su12 күн бұрын

    Political eso ase ,bath dia

  • @TultulDas-hs6ud
    @TultulDas-hs6ud13 күн бұрын

    Manuhok amoni logake akata botorika ki kala babai taka o???😢

  • @bharatisaikia1388
    @bharatisaikia138813 күн бұрын

    একেটাকে বলকি থাকে কিয়

  • @mr.random462
    @mr.random46212 күн бұрын

    Hosake anekoi sob fusfas maribo jen pau 🎉

  • @user-wg3bh2fz3h
    @user-wg3bh2fz3h12 күн бұрын

    ঘটনাতো CRAIME PETROL অৰ দৰে হৈচে, CRAIME PETROLঅৰ craime branchঅৰ আদিল খানক কেচতো দিলে অপৰাধী সোনকালে ধৰাত পৰিল হৈ,

  • @jyotishdas2534
    @jyotishdas253413 күн бұрын

    নিউজ বৰোৰ লাভ হৈই আছে

  • @bijudeka3722
    @bijudeka372213 күн бұрын

    Bht Toka pao sage ata kothake koi koi

  • @kabitabangthai8194
    @kabitabangthai819413 күн бұрын

    Amar gaont aaaahhh .... Gora khohonia aru banpirit luk xokolok sahi ...

  • @budheswarsaikia3103
    @budheswarsaikia310313 күн бұрын

    Eketake sepeta kori thaka

  • @ImranKhan-rg1yw
    @ImranKhan-rg1yw13 күн бұрын

    Ki karont jahangir r Bhai k bandha kori rakhise

  • @amlandeepkonwar5405
    @amlandeepkonwar540513 күн бұрын

    Bahana kori thakib

  • @nagaonexpres2484
    @nagaonexpres248413 күн бұрын

    Cbi deok

  • @user-zw1sl3zs1s
    @user-zw1sl3zs1s13 күн бұрын

    এই বিলাক বাতৰিয়ে অসম শেষ কৰিব।

  • @user-hr4md8gh6o
    @user-hr4md8gh6o13 күн бұрын

    😮😮😮😮😮😢😢😢😢

  • @ranjitboruah5885
    @ranjitboruah588513 күн бұрын

    assam polish jummoni rabhar tadanta.kihol atamoha big ziro tente kibisare ki pabo

  • @user-su6pm2rg7r
    @user-su6pm2rg7r13 күн бұрын

    Po kaitak want k lagib natok

  • @PapuChetia-jw4vr
    @PapuChetia-jw4vr13 күн бұрын

    Junmoni rabha dore hobogoi

  • @kongkonsarma7116
    @kongkonsarma711613 күн бұрын

    Tumar Breaking Newssss, thoi dia kela.

  • @anjoyborah3129
    @anjoyborah312913 күн бұрын

    Assama police niii puwa niii.sabo dismiis.case.anil. gogoi by by.anil gogoi famalik tocher korise.

  • @CharbeshRabha-qk4ye
    @CharbeshRabha-qk4ye13 күн бұрын

    জুনমনি ৰাভাৰ কান্দৰ নিচিনা তদন্তৰ নামত ৰাইজক কেৱল ভেকোভাওনাৰ নাটক নেদেখুৱালে হ'ল।

  • @nirupamapatar135
    @nirupamapatar13511 күн бұрын

    news channel burr Kam nai ..boki thakee

  • @kabitabangthai8194
    @kabitabangthai819413 күн бұрын

    Abar kobo Sunil gogoir potnir logt aru abar kobo beleg ejonir logot ... Ki Mane ???? Ji mon Jai takei kobo neki ???

  • @Abdulmmomin-gi5pw
    @Abdulmmomin-gi5pw13 күн бұрын

    Mor ghor dhubrit Jahangir r ghorror osorot Kali ami andolan korim

  • @user-fb6ji8qi6m
    @user-fb6ji8qi6m13 күн бұрын

    চুনিল নে সুনীল ? অসমীয়া ভাষাত উচ্চাৰণ মুখ্য। *স* আৰু *চ* আখৰ যুক্ত শব্দৰ উচ্চাৰণ একে নহয়।

  • @gangadhardutta4274
    @gangadhardutta427410 күн бұрын

    জুনমনি ৰভা আৰু সুনিল গগৈৰ হত্যা কান্ডত কোনো তৃতীয় পক্ষ জৰিত আছে বুলি অসম বাসীয়ে সন্দেহ কৰিছে । অসম আৰক্ষীৰ ফুপোলা স্বৰূপৰ কথা অসম বাসীয়ে জানে । জয়ন্ত গোস্বামীক পুলিছে কিয় মাৰাথান জেৰা চলোৱা নাই ? জয়ন্ত গোস্বামীৰ দূৰ্নীতিৰ ৰাজ সাক্ষীক বিলুপ্ত কৰিবলৈকে সু পৰিকল্পিত ভাৱে সুনিল আৰু জাহাংগীৰক হত্যা কৰিছে । জাহাংগীৰৰ ঢকুৱাখানা এলেকাৰ বাহিৰত আগতেই হত্যা কৰি ধকুৱাাখানাত জাহাংগীৰক মুন্দহীন কৰি জ্বলাই সকলোকে চকুত ধূলি মাৰিবলৈ এখন নাটক ৰচনা কৰিছে ।

  • @user-co8uz9gn4x
    @user-co8uz9gn4x13 күн бұрын

    Jun moni dara hobogi aru aku nohio

  • @KAPBOY7
    @KAPBOY713 күн бұрын

    big breaking news ..jayanta buli koi thoka tu news 18 r atua nki ..boki thoka tu?????????

  • @user-fj6pr2os9f
    @user-fj6pr2os9f13 күн бұрын

    Time pass Kari ase himantor cil

  • @kunjalatapegu5974
    @kunjalatapegu597412 күн бұрын

    Junmoni rabhar rohoishymoi r dore roi jado.polise has ghatana uliyabo paribone

  • @doringogoi9684
    @doringogoi96849 күн бұрын

    জুনমনীৰ হত্যাকাণ্ডৰ কি হʼল

  • @user-eh8wg2hq4i
    @user-eh8wg2hq4i13 күн бұрын

    Aww Aji Boy 30 Garls 36 .Total 66 Aru Math Total 85 Date 21.06.2024 Reipot Diya Jay

  • @user-pp7ot3uw6w
    @user-pp7ot3uw6w13 күн бұрын

    Munda Napai atiya ulal Nari hahaha

  • @Madboy820
    @Madboy82013 күн бұрын

    Atiya jahangiror bhaikok jeranokore kiyo kijani sunilok bhaekorlog hoi jahangire marileba ki think dna porixay misakoi jahangiror buli.

  • @niranjankashyap2515
    @niranjankashyap251513 күн бұрын

    Natok khon bohut digholiya........ Raij otishto hoi goise

  • @NabajitMedhi-ri4to
    @NabajitMedhi-ri4to13 күн бұрын

    Joyantok jera korak

  • @bkp9774

    @bkp9774

    13 күн бұрын

    কোনটো জয়ন্ত ? জয়ন্ত মাধৱ, জয়ন্ত গোস্বামী নে জয়ন্ত গগৈ 😊😊😊😊

  • @runjunray3692
    @runjunray369211 күн бұрын

    😊 ni 😅😅😊😊😊😅😮😢

  • @user-vc9hu7sh9i
    @user-vc9hu7sh9i13 күн бұрын

    Topina fati juake pitibo lage .bonori kela.

  • @mousumiborahkalita170
    @mousumiborahkalita17013 күн бұрын

    Pehle sunil gogoi ko dhuna hein

  • @kabitabangthai8194
    @kabitabangthai819413 күн бұрын

    Junei jiei nokouk .... Kio .... Mur news chnlllll burrr uport boht khng uthise . Ihotor nisina pagol ei khn rajyot nai

  • @pranjaltamulimusical3617
    @pranjaltamulimusical361713 күн бұрын

    😂😂😂

  • @nilakantagogoi1112
    @nilakantagogoi111211 күн бұрын

    Sunil gogoi polai kot haribo adin ulabo.kintu sunil jiyai thokatu ohomvob mur mone koi

  • @devjyotiroy5440
    @devjyotiroy544013 күн бұрын

    Oh apuni a xei Jayanta Goswami neki...? 🤔

  • @SadanandaBhuyan-bq1zv
    @SadanandaBhuyan-bq1zv13 күн бұрын

    Hatyakari bahut budhiok gatike sunile lic r takar babe sunile hatya korib nuwe karon Sunil jadi hatya kri tente sunile bhalkoi Jane lic r takar he sukhat khaba nuware gatike third party thakatu nichita

  • @joychandra6254
    @joychandra625413 күн бұрын

    Junmoni Raha dare hoba,, mritakor gharak, apoman

  • @user-ff1hf2tj9j
    @user-ff1hf2tj9j13 күн бұрын

    Uot hoi ga

  • @krishnokachari7913
    @krishnokachari791313 күн бұрын

    Dhui.....😮 aibilak bad de aru kela...kam nai...Kela ajiloike 20 din par hoi gol Matha bisari uliyabo pora nai....aru lastot Rejalt Big 0 ulabo..😅😅😅 Junmoni Rabha dore....Kela bad de aru aibilak News bonabole....

  • @bishwabikashboruah
    @bishwabikashboruah13 күн бұрын

    Raijok borbok bonai hei maikijonik phosai de

Келесі