LIVE |Sunil Gogoi| Assam Police| আৰক্ষীৰ আগত ঘটনাৰ আঁৰৰ তৃতীয় শক্তিৰ নাম ল'লে সুনীল গগৈৰ পুত্ৰই|N18L

Ойын-сауық

LIVE |Sunil Gogoi| Assam Police| আৰক্ষীৰ আগত ঘটনাৰ আঁৰৰ তৃতীয় শক্তিৰ নাম ল'লে সুনীল গগৈৰ পুত্ৰই| N18L
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#assampolice #sunilgogoi #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/desc-youtube
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Пікірлер: 159

  • @rajikanta5792
    @rajikanta579213 күн бұрын

    জয়ন্ত গোস্বামী জেৰা কৰিলে সকলো কথা ওলাই পৰিব । জয়ন্ত গোস্বামী কোন ? Assam police জেৰা কৰিব পৰা নাই ।

  • @amiyabaruah3534
    @amiyabaruah353413 күн бұрын

    আমি আশাকৰো জযন্ত গোস্বামিকো বিচাৰৰ আওতালৈ অনা ভাল ।

  • @hiranyagogoi3803
    @hiranyagogoi380313 күн бұрын

    Sunil gogoi putra a ji bhasiya dise heitu a hb lage❤

  • @pubaligogoi2351
    @pubaligogoi235113 күн бұрын

    পৰিয়ালটোৰ মানসিক স্থিতি কেনে হ'ব পাৰে কোনেও ভাৱি চোৱা নাই

  • @SadanandaBhuyan-bq1zv
    @SadanandaBhuyan-bq1zv13 күн бұрын

    Sunil son is right

  • @MoinalAli-hn1qs
    @MoinalAli-hn1qs12 күн бұрын

    হব পাৰে

  • @BinodGogoi-vh4fp
    @BinodGogoi-vh4fp13 күн бұрын

    তৃতীয় পক্ষ্যৰ হাত আছে ।

  • @NarengogoiNarengogoi-qp6wb
    @NarengogoiNarengogoi-qp6wb13 күн бұрын

    এটাই আহ্বান যাতে জোনমণী ৰাভাৰ দৰে নাচূত নাভূত নহলেই হ'ল আধাতে ৰৈগলে ভাল নালাগে প্ৰশাসনৰ ওপৰত আশাভৰষা নাইকিয়া হৈ যাব

  • @familystatus2706
    @familystatus270612 күн бұрын

    সছা বিছাৰ হব লাগে

  • @riturajpatirvlog5064
    @riturajpatirvlog506412 күн бұрын

    পুএৰ কোৱা কথাই সঁচা হ'ব পাৰে

  • @pubaligogoi2351
    @pubaligogoi235113 күн бұрын

    সাংবাদিকে এতিয়া ল'ৰাটোলৈয়ো ভাবুকি মাতি আনিব, কাৰণ পুলিচেটো কৈ ফুৰা নাই কি ক'লে, কিন্তু সাংবাদিকে বাৰে বাৰে পুলিচে কি সুধিলে ওলিবলৈ চেষ্টা কৰিছে, আৰু নিউজত গাই দিছে, পুত্ৰই অভিযোগ কৰিছে কৰিছে বুলি, লৰাটোৰ কিবা হ'লে সাংবাদিকে বচাব নোৱাৰিব কিন্তু

  • @niranjanrabha9750
    @niranjanrabha975013 күн бұрын

    তৃতীয় পক্ষৰ হাত থাকিব পাৰে।

  • @user-uj7mo1dc2x
    @user-uj7mo1dc2x13 күн бұрын

    Son of Sunil is speaking the truth It may be correct

  • @RuprazKhilonzia
    @RuprazKhilonzia13 күн бұрын

    Smart police Jodi hoi poriyaltuk eman kosto dibo Lage janu.jak jera koribo Lage Tak jera korile Val aasil

  • @ssaikia9604

    @ssaikia9604

    13 күн бұрын

    ❤ Bcx

  • @user-we2to1cs2y
    @user-we2to1cs2y13 күн бұрын

    দুদিন দেৰি হলেও মূল অপৰাধী ধৰা পৰিবৈ assam পুলিছে গ্ৰেপ্তাৰ কৰিব বুলি আশা আছে

  • @hiranyarajkhowa4119
    @hiranyarajkhowa411913 күн бұрын

    সমগ্ৰ ঘটনাটোৰ লগত তৃতীয় পক্ষৰ হাত আছে। তৃতীয় পক্ষক চিনাক্তকৰণ কৰি জেৰা কৰিলেই সকলো বোৰ ওলাই পৰিব।

  • @amiyabaruah3534
    @amiyabaruah353413 күн бұрын

    ইযাৰ আঁৰত কোন চৰকাৰেহে জানিবঌ ।আমি আশাৰে

  • @DebojitkrboraBora
    @DebojitkrboraBora13 күн бұрын

    ।।।এইখন আইনত তৃতীয় পক্ষত হাতোৰা পৰিলেহে সত্য ঘটনাই ৰুপ পাৱ।।

  • @NarengogoiNarengogoi-qp6wb
    @NarengogoiNarengogoi-qp6wb13 күн бұрын

    জয়ন্ত গোস্বামী কোন তেওঁ অকলে কৰা নাই লগত আৰু মানুহ আছে গোস্বামী কধৰিলেই কৈদিব

  • @user-qo5kx1gx2w
    @user-qo5kx1gx2w13 күн бұрын

    জয়ন্ত গোস্বামী কোন? তেওঁক জেৰা কৰিলে সকলো ওলাই পৰিব ।

  • @dalimesonowal8751
    @dalimesonowal875113 күн бұрын

    সোনকালে দুখী ক বিচাৰি উলিয়াক

  • @NabajitMedhi-ri4to
    @NabajitMedhi-ri4to12 күн бұрын

    Jayanto goswami k jera jorak

  • @user-wg2ei5bt5g
    @user-wg2ei5bt5g13 күн бұрын

    তৃতীয় পক্ষৰ যেনে তেনে এজন ক গ্ৰেপ্তাৰ কৰিলেই আচল ৰহস্য উলাব।

  • @maasaikia8325
    @maasaikia832513 күн бұрын

    ন্যায় পাবনে সঁচাকৈ

  • @user-mq1fx7zl8r
    @user-mq1fx7zl8r13 күн бұрын

    উচিত তদন্ত কৰিব লাগে,,,,

  • @user-bd4yl7ly1d
    @user-bd4yl7ly1d5 күн бұрын

    ❤ সত্য বীছাৰ কৰীব লাগে গাও বাহীনীয়ে

  • @pradipborgohain1807
    @pradipborgohain180711 күн бұрын

    চুনিল গগৈ পুত্ৰই পুলিচ আৰু সাংবাদিকৰ আগত জি বক্তব্য ৰাখিছে সেই লৈ পুলিচে তদন্ত কৰক চুনীলৰ পত্নী ,পুত্ৰ,মাতৃক আৰুভ ভতিজাক এনেই অশান্তি পুলিচে নকৰে যেন

  • @sacindradeka8192
    @sacindradeka819213 күн бұрын

    মানে জোনমনিৰ দৰে হ'ল।

  • @cheniramdas5194
    @cheniramdas519413 күн бұрын

    উচিত তদন্ত হব লাগে।

  • @hndekari8011
    @hndekari801113 күн бұрын

    সুনীল গগৈৰ পুত্ৰ আৰু ভতিজাকৰ বডীলেঙ্গুয়েজ তেনেই নিমাখিত আৰু পোনপতীয়া। গতিকে, তেওঁলোকে হত্যাকাণ্ডৰ দৰে জঘন্য কাম কৰাটো সম্ভৱ নহয়। পিছে, কাৰ্য্যবাহী অভিযন্তাগৰাকীয়ে সুনীল গগৈক কি কথা কৈ ভাবুকি প্ৰদান কৰিছিল সেয়া জনা নগ'ল। যদি, সুনীল গগৈৰ পুত্ৰই কৰা সন্দেহ যুক্তিপূৰ্ণ হয় তেন্তে, আৰক্ষীযে তদন্তৰ খাতিৰতে অভিযন্তাজনকো জেৰবাৰ আওতালৈ আনিব লাগে । গতিকে, ছিন্নমুণ্ডৰ লগতে সুনীল গগৈক যিকোনো অবস্থাতে সন্ধান কৰাটো প্ৰধান কৰ্তব্য যাতে, তদন্তৰ বাবে কেৱল নিমাখিত পৰিয়লটিক হাৰাশাস্তি কৰা নহয়। এবছৰৰ আগতে আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাক কৰাৰ দৰে গাফিলতি সুনীল গগৈৰ পৰিযালৰ প্ৰতি যাতে পুনৰাবৃত্তি নঘটে তালৈ অসমৰ ৰাইজে সূক্ষ্ম দৃষ্টি ৰাখিব ।।

  • @ParishmitaChangmai-op1ze
    @ParishmitaChangmai-op1ze11 күн бұрын

    Sunil gogoi all ready dath 3 party do this work

  • @user-nw5ol5ek7v
    @user-nw5ol5ek7v13 күн бұрын

    Jyonto goshwami is the main culprit

  • @deepakdas7685
    @deepakdas768511 күн бұрын

    জয়ন্ত গোস্বামীয়ে বাৰে বাৰে ভাবুকি দিয়াৰ বাবেই সুনীল গগৈয়ে মোবাইলৰ ছিম সলাইছিল নেকি ? জাহাংগীৰ হুছেইনেও নতুন ছিমকাৰ্ড বনাবলৈ ভাতৃক পান কাৰ্ড আৰু আধাৰ কাৰ্ড বিচাৰি ফোন কৰিছিল নেকি ? জয়ন্ত গোস্বামীক জেলত সাক্ষাৎ কৰা ১৩ জন ব্যক্তিৰ দ্বাৰাই প্ৰথমতে সুনীল গগৈ হত্যা কৰা দৃশ্য হয়তো জাহাংগীৰে দেখা পাইছিল । সেইকাৰনেই জাহাংগীৰকো হত্যা কৰা হল নেকি ? সকলো তদন্তৰ পিছত হে ওলাই পৰিব ।দুৰ্ভগীয়া পৰিয়ালবোৰে ন্যায় পাব লাগে ।

  • @dimbendrasankarbora-er2zq
    @dimbendrasankarbora-er2zq12 күн бұрын

    All concerned need to be brought to book and investigated throughly to find out the actual truth.

  • @KalyanAhom
    @KalyanAhom13 күн бұрын

    Please help Sunil son

  • @pragyanjyotichangmai9244
    @pragyanjyotichangmai924413 күн бұрын

    তদন্ত ভালকৈ কৰক

  • @lohitbora374
    @lohitbora37413 күн бұрын

    Game হৈ গল 😊 নে কী

  • @kausalyatanti1519
    @kausalyatanti151912 күн бұрын

    Arokhir uport amar bhorokha atiya

  • @upenboro8825
    @upenboro882513 күн бұрын

    পুৰা পাক আছে

  • @sacindradeka8192
    @sacindradeka819213 күн бұрын

    আৰক্ষীয়ে নিজাকৈ ভাবিব পাৰিবনে?

  • @DhaneswarPanyang
    @DhaneswarPanyang11 күн бұрын

    Saysiti tadont koribo akol Sunil gogoi diki buli nodoribo

  • @LuckyBorah-zd7td
    @LuckyBorah-zd7td13 күн бұрын

    Smart police kot ase ? Jodi sunil gogoi jiyai ase tenehole uliyai dibo lage.poriyaltuk harahasti diyatkoi🖐

  • @birenbora4425
    @birenbora442512 күн бұрын

    Same to junmoñi rava

  • @DipanmoniBpg
    @DipanmoniBpg12 күн бұрын

    Dipen Borpatra Gohain

  • @babulali4857
    @babulali485712 күн бұрын

    সুনীল গগৈৰ লৰা আৰু মাকে ইয়াৰ আৰৰ কাহিনী সকলো জানে....

  • @kambeyatulchandra9821
    @kambeyatulchandra982113 күн бұрын

    Third party was cent percent involved in this incident.

  • @gubindas8818
    @gubindas881813 күн бұрын

    Bisar to valk hok

  • @user-of4qf6qk2u
    @user-of4qf6qk2u13 күн бұрын

    Apradhi r dhan thake

  • @dinantaturung3860
    @dinantaturung386013 күн бұрын

    Joyonta gusami k kiyo Ari dile.

  • @azizuddinahmed3965
    @azizuddinahmed396512 күн бұрын

    Junmoni rabhar Dory investigation hobona jodi tene dhoroner hoi .......?

  • @indprajit1590
    @indprajit159013 күн бұрын

    News channel bure jayanta goswami k kio aku huda nai kothatu buji puwa nai....

  • @puspadhardowarah1932
    @puspadhardowarah193213 күн бұрын

    এইটোকো সত্য বুলি কব"নোৱাৰি।সত্য কথা এদিন ওলাবই। হয়তো হবও পাৰেহে! হয় বুলি বুকু ডাঠি কব নোৱাৰি।

  • @MirakhanikarBorah
    @MirakhanikarBorah12 күн бұрын

    Joyantra guwashmik jara korilay sakulu ulabo

  • @sanjibrajkhowa123
    @sanjibrajkhowa12313 күн бұрын

    Joyonta gusami k kiyo ari dile 3rd person jera koribo lage Sunil gogoi son is right👍

  • @user-xo4jh5vj5w
    @user-xo4jh5vj5w13 күн бұрын

    Jayanta gwshwamik tadantat aawtaloi anile bhal hoi

  • @pubaligogoi2351
    @pubaligogoi235113 күн бұрын

    ল'ৰাটোৰ দেউতাক হেৰাইছে সেয়াই জুৰিছে,তাতে আকৌ সাংবাদিক মখাই শান্তিত থাকিবলৈ দিয়া নাই

  • @davidpegu8136
    @davidpegu813613 күн бұрын

    3rd personok jera koribo lage

  • @keshabgogoi8727
    @keshabgogoi872713 күн бұрын

    Ai katha tu a hotya jen lagise. Gatike. Mr J Gosami geptar hoi thakute. kune kune log kariboloi goicil tar majote hihotor back ground life tu sabo lage. kunubajo'n dagi manuh aseneki.

  • @MonujDas-ju3cm
    @MonujDas-ju3cm13 күн бұрын

    নিওজে পমান ওলিয়াৱ নোৱাৰে কাক ৱিছাস কৰিম এই বি আয়ে পুলিচৰ মানুহ মাৰি মৰি গল তাৰ পমান নাই গতিকে কি কৰে ৰিপয়তাৰ আৰু মেন পসা সনন

  • @user-tm9zj2ff9z
    @user-tm9zj2ff9z11 күн бұрын

    Usith todontar koribo Lage jyantha gutsamir k..

  • @DhirajPegu-iy7wr
    @DhirajPegu-iy7wr11 күн бұрын

    Jonmoni raba kun ashil?

  • @rajibbharali4195
    @rajibbharali419513 күн бұрын

    Valkoy tdanta koribo lage

  • @nilakantagogoi1112
    @nilakantagogoi111212 күн бұрын

    Aitu kes jumoni nisina nohoi jen dhonya bad

  • @MamuBora-wn5wf
    @MamuBora-wn5wf12 күн бұрын

    News 18 ne kisu bhumika lobo lage

  • @rupalidutta9157
    @rupalidutta915713 күн бұрын

    Hakaluye uparat bhagaban ...kintu Satur manuh thakibai ..

  • @user-en5mv5rd8c
    @user-en5mv5rd8c12 күн бұрын

    Eman samoi kia lagese arokhir? Jumonir dore hobo neki?

  • @PapuSaikia-en7kx
    @PapuSaikia-en7kx4 күн бұрын

    Adbocate to cid tadanta and police prasan

  • @SunitaDaimary-gc9gi
    @SunitaDaimary-gc9gi13 күн бұрын

    ,hoi।

  • @user-xq8oe3oo7j
    @user-xq8oe3oo7j12 күн бұрын

    Bhal koi todonto korile ulai porib..

  • @rinabharali454
    @rinabharali45413 күн бұрын

    Hosa kotha jan lagise. Lorajonor kothakhine

  • @VictorMomin-fi6qp
    @VictorMomin-fi6qp13 күн бұрын

    Police se usid todontore dokhik honkale ares koribo lage.

  • @minakshisaikia2672
    @minakshisaikia267213 күн бұрын

    Arokhie pariba buli mone nodhare

  • @mukulsaikia4936
    @mukulsaikia493613 күн бұрын

    Satya pramanitra hoba lage

  • @Darkboygaming8
    @Darkboygaming813 күн бұрын

    aiai assamor smart police jak hudhibo lage tak nuhudhi nidoukhi horu manuhok aityasar kori ase

  • @Romen47112
    @Romen4711213 күн бұрын

    3milion complete

  • @ajaygogoi544
    @ajaygogoi54413 күн бұрын

    Bhabuki Diya byokti Kun teolukok jera koribo Lage.

  • @PabitraDokey
    @PabitraDokey13 күн бұрын

    ধুকি অতি দিয়াক

  • @dhemajicivilhospital6655
    @dhemajicivilhospital665513 күн бұрын

    জুনমনি নিজাকৈ কথা ভূ লোকা থাকিব

  • @RuprazKhilonzia
    @RuprazKhilonzia13 күн бұрын

    Sunilor karone Jodi 50 hajar.tente sinno mundor karone 50 lakh ghukhona korile ulai jabo niki ?

  • @user-vl9xs1cx6g
    @user-vl9xs1cx6g13 күн бұрын

    Cbi

  • @sudhiradhikariclubbatadraw7865
    @sudhiradhikariclubbatadraw786512 күн бұрын

    Titia sakti hat ase

  • @joymatideka5130
    @joymatideka513012 күн бұрын

    Usit bishar hab lage

  • @user-jf6ey2cm5z
    @user-jf6ey2cm5z13 күн бұрын

    Ei chaneltuk poisa diyanaineki dinbhar eitu batorike bojaithake

  • @durgeswargogoi566
    @durgeswargogoi56612 күн бұрын

    Aetu hosakotha buli bhabu kahinimoty

  • @RuprazKhilonzia
    @RuprazKhilonzia13 күн бұрын

    Joyonto guswamik jera koribo nuwa karon kib nubujilu

  • @sansumaboro5593

    @sansumaboro5593

    13 күн бұрын

    Bamun je

  • @MirakhanikarBorah
    @MirakhanikarBorah12 күн бұрын

    100 percent correct

  • @SatayDas-wq5tn
    @SatayDas-wq5tn12 күн бұрын

    থাত পাতি ধৰক

  • @DipikaNath-it2zr
    @DipikaNath-it2zr10 күн бұрын

    Laratoye thikei koise neki

  • @durgeswardutta3313
    @durgeswardutta331312 күн бұрын

    3rd partyk bisaribo lage

  • @NabajitMedhi-ri4to
    @NabajitMedhi-ri4to12 күн бұрын

    Yea jayanto gaswmami

  • @worlddocumentaryA2Z2658
    @worlddocumentaryA2Z265812 күн бұрын

    উচিত তদন্ত কৰিব লাগে

  • @jayantasaikia1327
    @jayantasaikia132712 күн бұрын

    Jayanta Goswami ne Jayanta Malla Kianu Bivag tu Jala Jivan Mission nhy janu ???

  • @MumniBarman
    @MumniBarman13 күн бұрын

    3rd parsonk jera korib lage

  • @arupbaruah6314
    @arupbaruah631411 күн бұрын

    Thard party haba para

  • @Konkonvlog
    @Konkonvlog13 күн бұрын

    Jayanta goswami k Jara korok..

  • @RanaSaikia-go1se
    @RanaSaikia-go1se10 күн бұрын

    Lite testar Kiya bibar Kara nai kiya pulise .

  • @gubindas8818
    @gubindas881813 күн бұрын

    Valkoi bisar korak

  • @DipuBaro-yt2lb
    @DipuBaro-yt2lb13 күн бұрын

    Cid a tadanta karib lage

  • @RanjneDas
    @RanjneDas13 күн бұрын

    Jayatak. Jara. Krib. Lahga.

  • @worlddocumentaryA2Z2658
    @worlddocumentaryA2Z265812 күн бұрын

    উচ্চ তদন্ত হব লাগে

Келесі