LIVE :Sivasagar News| পোহৰলৈ আহিছে শিৱসাগৰৰ ভয়ংকৰ কাণ্ডৰ আঁৰৰ কাহিনী।

Ойын-сауық

LIVE :Sivasagar News| পোহৰলৈ আহিছে শিৱসাগৰৰ ভয়ংকৰ কাণ্ডৰ আঁৰৰ কাহিনী।
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#sivasagarnews #assamesenews #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/desc-youtube
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Пікірлер: 196

  • @dilipkakati791
    @dilipkakati79122 күн бұрын

    অতি গুৰুত্বপূৰ্ণ বিষয় অালোচনাটো শুনি ভাল লাগিল |বিদয়যলয় সমূহত এনেধৰনৰ কাউনচিলিং হবলাগে |

  • @JohnMedhi

    @JohnMedhi

    22 күн бұрын

    সন্মত

  • @parameswarnath-ps1fb
    @parameswarnath-ps1fb22 күн бұрын

    যি জন ছাত্ৰ বা ছাত্ৰী পঢ়াত দূৰ্বল শিক্ষক সকলে তেওঁলোকক বেছিকৈ গুৰুত্ব দিব লাগে।নহ'লে তেওঁলোক হতাশ হৈ পৰে।

  • @iraburagohain8107
    @iraburagohain810722 күн бұрын

    নিলিখো বুলিয়ো লিখিবলৈ বাধ্য হ'লো। ল'ৰাটোেৰ দেউতাক ঢুকোৱাৰ বাবে সি মানসিকভাৱে অস্থিৰতাত ভূগিছিল । ঠিক আছে মানি ললো। কিন্তু মাক/ দেউতাকক মুখাগ্নি কৰা সন্তানেও পৰীক্ষা দি সুন্দৰ ফলাফল কৰাৰ উদাহৰণো নিশ্চয়ে আছে । আমি জনাত সি এখন ভালঘৰৰ সন্তান । মাকলৈ সহমৰ্মিতাৰে এষাৰ কথা ক'ব খুজিছো ল'ৰাটো যদি পঢ়াত অলপ দুৰ্বল( মই কোৱা নাইদেই । শ্ৰদ্ধাৰ দীপালি বাইদেউৱে কোৱা শুনিহে কৈছো ) আছিল তেন্তে তাকনো "ছাই-বিকাশ" ৰ দৰে বিদ্যালয়ত দিছিল কিয় ?? মানসিকভাৱে অস্থিৰ ল'ৰাটোকো আৰু শাস্তি দি চিকিৎসক অথবা অভিযন্তা বনোৱাৰ বাবে নেকি??? তাতকৈ যদি তাৰ মনৰ জগতখনৰ উমান ললেহেতেঁন !!😢😢 আৰু এটা আচৰিত কথা , নিজৰ পুত্ৰ/কন্যাক অকালতে অতি আকস্মিকভাৱে হেৰুৱায় শোকে-দুখে জৰ্জৰিত হৈ পৰা পিতৃ-মাতৃক "আপোনাৰ অনুভৱ কওকচোন" বুলি প্ৰশ্ন কৰিবপৰা সাংবাদিকসকল ক'ত গ'ল ... ল'ৰাটোৰ মাকৰ যে এষাৰো মন্তব্য ক'তো শুনা নাই ।

  • @ankitagogoivlogs9861

    @ankitagogoivlogs9861

    20 күн бұрын

    Right

  • @user-vt3is3cp2h

    @user-vt3is3cp2h

    19 күн бұрын

    Right

  • @rishirajbongshi7317

    @rishirajbongshi7317

    18 күн бұрын

    Kotha eta a, hang till death lage

  • @bababorah9085

    @bababorah9085

    18 күн бұрын

    একমত।

  • @lela_gaming5678

    @lela_gaming5678

    17 күн бұрын

    Mr ma me hs exam r 18 din agot dhukaise aru moi muxagni korisu

  • @bontisarmah7541
    @bontisarmah754122 күн бұрын

    লৰা টো বৰ ভাল ।উঠি অহা লৰা বোৰৰ কাৰণে এটা আদৰ্শ ।বাহ বাহ আইতা তোমালোকৰ নিচিনা মানুহ থাকিলে অসমখন বহুত আগুৱাই যাব

  • @user-fr3uo9mu3s

    @user-fr3uo9mu3s

    21 күн бұрын

    Loratuk beya howar mool karon homaj bahh poriyal taar babehh apuni moiyo jogoriya baidew

  • @PriyankaSharma-xq4en

    @PriyankaSharma-xq4en

    21 күн бұрын

    Apuni thikei koise

  • @rtamuli8511
    @rtamuli851122 күн бұрын

    আজিকালি শিক্ষকক চৰকাৰী ভাবেই হওক বেচৰকাৰী ভাৱেই হ ওক শিক্ষকৰ প্ৰতি অসন্মান কৰিঅহাহৈছ। সেইকাৰণে একাংশ ছাত্ৰ ছাত্ৰীৰ শিক্ষকৰ ওপৰত নেতৃতবাচক প্ৰভাব পৰিছে।কাৰণ শিক্ষকৰ বিৰুদ্ধে এটা ঋণাত্মক নেৰেটিভ আৰম্ভ হৈ গৈছে বৰ্তমান।

  • @sureshchandrakalita5769

    @sureshchandrakalita5769

    19 күн бұрын

    আপুনি ঠিকেই কৈছে। শিক্ষক সকলক চৰকাৰে সৰ্বত্ৰ হেয় প্ৰতিপন্ন কৰিবলৈ বিচৰা বাবেই ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ মানুহৰ ও শিক্ষকৰ প্ৰতি ভাল ভাৱ নোহোৱা হৈছে।। কোনো এজন শিক্ষকে হয়তো সময়ানুবৰ্তিতা মানি নচলিব পাৰে, কিন্তু সকলো শিক্ষককে সাঙুৰি ল'বলৈ বিচৰা হৈছে।।।

  • @sikha2602
    @sikha260219 күн бұрын

    বাইদেউ কথা বহুত গুৰুত্বপূৰ্ণ।পঢ়া শুনা ত বেয়া হ'লে আজিকালি কিছুমান শিক্ষকে বহুত বেয়া ধৰণে কয় ক্লাচত।লাজ দি ভাল পায়। তেখেতসকলে নাজানে যে ক্লাচত ক্ষন্তেক সময়ৰ কৰা ভুলতে লগৰ বোৰে হাঁহে বা এভ‌ইড কৰে যাৰ কাৰণে ছাএ বা ছাএী জন জিদত আহে তাতে কিছুমান এই ভাল হয় কিছুমান বেয়া হয়

  • @monikaboradutta915
    @monikaboradutta91522 күн бұрын

    মাকে, শিক্ষক সকলক তাৰ সমস্যাৰ বিষয়ে জনোৱা উচিত আছিল।

  • @rrituparnabezboruah6017
    @rrituparnabezboruah601722 күн бұрын

    সহপাঠী ৰ মন্তব্য ৰ লগত আপোনাৰ কথাখিনি ৰ যথেষ্ট অমিল আছে।

  • @JohnMedhi
    @JohnMedhi22 күн бұрын

    শিশু সম্পৰ্কে সজাগতা বৃদ্ধি কৰা উচিত

  • @jborgohain2116
    @jborgohain211622 күн бұрын

    মানুহ মৰাৰ অধিকাৰ কেৱল ভগৱানৰ হে। এনে ধৰণৰ অপৰাধীক বচাবলৈ চেষ্টা কৰিলে ভৱিষ্যতে শিক্ষকে ছাত্ৰছাত্ৰীক পঢ়াবলৈ অথবা অনুশাসন মানি চলোৱাবলৈ দহবাৰ চিন্তা কৰিব লাগিব।

  • @user-fr3uo9mu3s

    @user-fr3uo9mu3s

    21 күн бұрын

    Minor ehh Kora bhoolok joghoino oporadhor harit dhora nohoi......!!

  • @PriyankaSharma-xq4en

    @PriyankaSharma-xq4en

    21 күн бұрын

    ​@@user-fr3uo9mu3sMinor hol buli ki manuh Mari furibo nki

  • @PriyankaSharma-xq4en

    @PriyankaSharma-xq4en

    21 күн бұрын

    Gutei comment section t okol apuni h positive ktha kole nhle hokolue lora tuk bosabole sesta korise

  • @surenboruah3241
    @surenboruah324122 күн бұрын

    মুঠতে লৰাজনে কঠোৰ শাস্তি পোৱা টো বিচাৰোঁ

  • @user-fr3uo9mu3s

    @user-fr3uo9mu3s

    21 күн бұрын

    Minor ehh Kora jikunu oporadhok Joghoino oporadhor harit dhora nohoi......!! Heiya nyai pronalir obissedo ongo......!!

  • @minakshiborgohain7378
    @minakshiborgohain737822 күн бұрын

    তেনেকুৱা এটা মানসিক বিকাৰগ্ৰস্ত ৰক্তপিপাষু অসুৰ এটাক কিয় ডাক্তৰৰ দৰে এটা sensitive আৰু ইঞ্জিনিয়াৰৰ দৰে কষ্টসাধ্য বিষয়া কৰাৰ ব্যৰ্থ চেষ্টা কৰা হৈছিল মাতৃৰ ফালৰ পৰা কিয় আনৰ জীৱন বিপদাপন্ন কৰিছিল মাতৃয়ে.. প্ৰথম সন্তানক শাসন আৰু শিষ্টাচাৰ দিব লাগিছিল মানুহৰ শাৰীত থিয় হ'ব পৰাকৈ ‌ সক্ষম কৰি‌ কেৱল পইচাৰ ‌ বলত আনক ব্যৱহাৰ কৰিবলৈ শিকিছিল বা শিকোৱা হৈছিল ল'ৰাটোৰ পৰিয়ালত । কঠোৰ হৈ শাসন কৰা জৰুৰী আছিল কিন্তু সকলো ঢ়াকি ধুকি‌ যন্ত্ৰ মানৱ গঢ়াৰ সপোন দেখিছিল মাতৃয়ে নিজৰ সন্তানৰ দোষ অপৰাধ লুকুৱাই ৰাখি সেই institute টোত জনোৱাৰ বাবে আজি এজন প্ৰতিভাশালী শিক্ষিত ব্যক্তিক আমি হেৰুৱালোঁ যিয়ে বহুতৰ বাবে সাহস support আছিল ‌ ক্ষতিকাৰক হ'ব ।‌আমি উচিত শাস্তি বিচাৰোঁ আগলৈকে উদাহৰণ হৈ।

  • @user-te4mb5de4w

    @user-te4mb5de4w

    22 күн бұрын

    💯

  • @basisthaacharya6590

    @basisthaacharya6590

    22 күн бұрын

    আচলতে সেই ছাত্ৰ জনৰ মানসিক অৱস্থাৰ বিষয়ে লুকুৱাই ৰাখি এখন আগশাৰীৰ বিদ্যালয়ত নামভৰ্তি কৰাই অভিভাৱকত্বত ভূল সিদ্ধান্ত আছিল। তেওঁ লোকে বিদ্যালয়ৰ শিক্ষক তথা কৰ্মচাৰীক কথাটো জনাই থলে এই ভয়ংকৰ ঘটনা নঘটিল হেতেন।

  • @Whoareyou525

    @Whoareyou525

    22 күн бұрын

    Moi bhabu apuni alp old gen hy....but teching style tu change hob hol,,kali tak mantally abuse korise,aru kiman student ase,,amar uni tt ase jak mantally abuse kora hy hy tu apuni njne,,..😊

  • @user-te4mb5de4w

    @user-te4mb5de4w

    22 күн бұрын

    @@Whoareyou525 doctor engineer haboloi hole mathatu khatabo lagibo cool mind habo lagibo

  • @JohnMedhi

    @JohnMedhi

    22 күн бұрын

    Old generation যেন লাগে আপোনাক সেই কাৰণে তেনেকে কৈছে😕🫤। আৱেগিক নহৈ অলপ বাস্তৱমুখী হওঁক শিক্ষাৰ্থী জনক কাউন্সিলিং ৰ প্ৰয়োজন আছে

  • @siddharthnandan5821
    @siddharthnandan582122 күн бұрын

    শাস্তি নহ'লে আকৌ নানা ঘটনা ঘটিব। মাকে কিয় নাজানিব। মাকৰ জনাটো দায়িত্ব। কাউন্সেলিঙৰ নামত যি কয় তাকে মানি লব নেকি।

  • @JohnMedhi
    @JohnMedhi22 күн бұрын

    এই ঘটনাটোৰ পৰা বহুত শিক্ষা লব পৰা যায় যেনে আমাৰ সমাজত প্ৰচলিত শিক্ষা ব্যৱস্থাৰ সংস্কাৰ অনাটো অত্যন্ত জৰুৰী। শিক্ষক সকলে প্ৰত্যেকজন শিক্ষাৰ্থীক সমানে গুৰুত্ব দিয়া উচিত।

  • @PriyankaSharma-xq4en

    @PriyankaSharma-xq4en

    21 күн бұрын

    Homan gurutto dibo jaute teuk murder kora hoise sir amku pohaisil moi personally paise sirok sir hote summer vacation enjoy nkore student ok pohaisil sir jn Andhra pradesh or asil aru tar teachers assam r teacher ot koiu besi devoted hoi pohuak loi he maths exmt beya korar babe Tak kisu ktha kuat he tnkua korile sire jodi Tak sge gurutto nidiya hle aru Tak borbad hbo diya hle aji jiyai thkil hoi

  • @bijudevi5722
    @bijudevi572222 күн бұрын

    Punishment nohole agale aru hob Ane ghotana

  • @user-ko9ie1gk9s
    @user-ko9ie1gk9s22 күн бұрын

    ব্যক্তিগত বিদ্যালয়ত বহুক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক পঢ়া-শুনাৰ ক্ষেত্ৰত মানসিক নিৰ্যাতনো চলোৱা হয়।বহু ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় এৰি আহিবলগীয়াও হয়।তাক কোনোবাই প্ৰৰোচিতো কৰিব পাৰে,সেইবিষয়েও অনুসন্ধান কৰিব লাগে।

  • @user-nh8un4hv1k

    @user-nh8un4hv1k

    22 күн бұрын

    Hosa kotha

  • @lovetraveling.....

    @lovetraveling.....

    22 күн бұрын

    Right

  • @user-vj9dl7ue8h

    @user-vj9dl7ue8h

    22 күн бұрын

    Teacher re hodai students r Val babe tan ke dhore ..moi ru phibo nurara babe mar khaisilu.kintu ghrt kunu dine nokolu kole ru ma deta re koi aru dibo ghrt nppohe..aji hei piton khai re moi ru nijor Val loga Kam tu kori asu.. teacher hisape students k moi ru khong koru .morom re ru bujai..hodai hihotr Val r babe vabu...

  • @SunilPatar-qb6yy

    @SunilPatar-qb6yy

    21 күн бұрын

    অভিভাৱক আৰু শিক্ষক সমাজে কিছু ছাত্র ৰক্ষেত্ৰত অধ্যয়নৰ সময়ছোৱাত যদিহে অস্বাভাবিক বা অন্যমনস্ক দেখা যায় এই ক্ষেত্ৰত সেই নিদিষ্ট ছাত্ৰছাত্ৰীৰ সকলৰ ক্ষেত্ৰত কি কারনে তেনে আচৰণ কৰিছে কাষন সমূহ উৎঘাটন কৰি উলিয়াই কি কৰিলে ছাত্র ছাত্ৰীজন স্বাভাবিক হব তেনে ধৰণে পদক্ষেপ ললে নিশ্চয়কৈ কিছু সমাধান হব বুলি মই ব্যক্তিগত ভাৱে অনুভৱ কৰো৷

  • @IshakBodra-qr6jj

    @IshakBodra-qr6jj

    19 күн бұрын

    Apunar nisina manohikota thoka manuhor lora suali ketiau unoti nokoribo

  • @JunaliGogoi-lj7tr
    @JunaliGogoi-lj7tr22 күн бұрын

    Ba val lagil

  • @Suni_870
    @Suni_87016 күн бұрын

    আগলৈ যাতে এনেকুৱা ঘটনা নহয় 🙏🥺🙏

  • @kanaklatakakati8985
    @kanaklatakakati898522 күн бұрын

    যিয়েই নহওক কিয়,উচিত শাস্তিযোগ্য কাম কৰিছে।উচিত বিছাৰ হব লাগে।

  • @aliciadawns8535
    @aliciadawns853522 күн бұрын

    Jeystho jonok horure porai honman koriboloi hikabo lagibo , hikhya guruk openly tusso tassilyo koi kotha kua T V te bohut bar dekhisu , gotike heiburoru probab noporibo je heituo kobo nuari. Enekua poribekh huatu axomor homaj babei durbhagyo.

  • @julidutta7607
    @julidutta760722 күн бұрын

    Anekuwa alosonai tenedhoronor manoshikotar lora sowalik utshahit korib buli moi vabo...sir r porialtor kotha aponaloke vabok....

  • @SabitaThakuria-jz1px
    @SabitaThakuria-jz1px22 күн бұрын

    সেই লৰা জনৰ পৰা আৰু বাকী লৰা ছোৱালী বিলাকে শিক্ষা লব দে

  • @nripenboruah32
    @nripenboruah3222 күн бұрын

    শিক্ষা বিভাগক কাউন্সেলিং ৰ বিশেষ প্ৰয়োজন। ২০শতিকাৰ সন্মান বহুত উচ্চ বিধৰ আছিল। শিক্ষা সংস্কাৰক সকল নিজৰ কেৰিয়াৰৰ প্ৰতি বেছি সচেতন, লগতে চৰকাৰৰ লক্ষ গিনিপিগ লেব টেষ্টত সীমাবদ্ধ।...

  • @mayamohan4440
    @mayamohan444020 күн бұрын

    ছাত্ৰ জনৰ কঠোৰ শাস্তি হ'ব লাগে।

  • @ayotriphukonmohan5638
    @ayotriphukonmohan563818 күн бұрын

    বাইদেউ কথাবোৰ বহুত গুৰুত্বপুৰ্ণ ৷

  • @mantudas7166
    @mantudas716622 күн бұрын

    আপোনী মহান মানুহ মাৰিবলৈ উচ্চাহ দিয়া কাৰণে ৷ আপোনাৰ দৰে ব্যক্তিক জেলত দিব লাগে এনেধৰণৰ ঘটনাবোৰক উচ্চাহ দিয়াবোৰ বেছি দায়ী ৷ আপোনাক পাগলাফাটেকত নিব লাগে আপুনি এজন পাগলী কথাবোৰ পৰা এনেকুৱা ধাৰণা হৈছে আপোনাৰ কিবা ৰহস্য আছে ৷

  • @chatradharborah8479
    @chatradharborah847922 күн бұрын

    Khub thik kathai koiche.

  • @ripon_bora
    @ripon_bora22 күн бұрын

    Baidu boht val kotha koisa apuni ato hoi

  • @SriCCDas
    @SriCCDas22 күн бұрын

    সেই বাবে আমাৰ ৰ্গাজেন্টৰ গাত ভুল টকাৰ গৰম চৰকাৰী বিদ্যালয়ত নপঢ়ায়।

  • @kamalapatar1465
    @kamalapatar146522 күн бұрын

    আচলতে সি Drug আসক্ত হয়। তাক ৰিহেব চেন্টাৰ ত থব লাগে।

  • @nayankalita8597

    @nayankalita8597

    22 күн бұрын

    কিহৰ rehab ?? Rehab ত থৈয়ে দায়িত্ব এৰিলে কাইলৈ আকৌ কোনোবাই এ কিনো হব, rehab তহে থব, ভালেই হব দে বুলি আকৌ এনে কাণ্ড কৰিব। বয়সৰ দোহাই দি এৰি নিদি চিধাই ফাঁচী দিয়ক। তেহে এনেকুৱা বোৰ চিধা হব।

  • @kamalapatar1465

    @kamalapatar1465

    22 күн бұрын

    @@nayankalita8597 তেতিয়া হ'লে তাক সোনকালেই কিবা এটা ব্যৱস্থা কৰক, নহ'লে আজি শিক্ষকক মাৰিব কাইলৈ মাকক মাৰিব

  • @krishnanibi1487

    @krishnanibi1487

    20 күн бұрын

    Oi , toi dekhiso ni hi drug khai ne nakhai? Nonsense

  • @harisonowal928
    @harisonowal92819 күн бұрын

    Val ktha koise baideo

  • @surendrasarma3471
    @surendrasarma347116 күн бұрын

    এই ঘটনাটোৰ বিষয়ে মাতৃৰ ফালৰ পৰা কোনো ধৰণৰ ভাষ্য শুনিব পোৱা নাই।

  • @urmideka2292
    @urmideka229222 күн бұрын

    Lebel di lecture mari lv ni oporadhi e usit hasti pabo lge

  • @AnowarAnowar-uf4dv
    @AnowarAnowar-uf4dv18 күн бұрын

    সাপৰ সৰু বৰ নাই অপৰাধী সৰু দাঙৰ চাব নালাগে কথুৰ বিচাৰ হব লাগে বাইদেউ আপোনাৰ মন্তব্য গহণ যো,,,, নহয়

  • @jyotigogoisvlogs7002
    @jyotigogoisvlogs700218 күн бұрын

    Ji nohouk Kaku anekua koribo nalage

  • @JakriusUrang-gj4cm
    @JakriusUrang-gj4cm20 күн бұрын

    Hosakoi bohut dukh loga ghotona egoraki hixokor logot enekuwa hobo nalagisil

  • @smritirekhasaikia6119
    @smritirekhasaikia611922 күн бұрын

    এখেতৰ কথাখিনি মুঠেই ভাল নালাগিল

  • @nayankalita8597
    @nayankalita859722 күн бұрын

    মানসিক অস্থিৰতা, দেউতাক ঢুকুৱাৰ কথা, মনত বিদ্ৰোহ, psychiatrist--- এইবিলাকৰ দোহাই দিয়ে আমাৰ ব্ৰিটিছৰ যুগৰ আইনৰ সুৰুঙাদি ভয়ানক ভয়ানক অপৰাধ কৰা দস্যু বিলাক সাৰি যায়। আনফালে নানা যুক্তি, অপযুক্তিৰে ইহঁতৰ হৈ narrative বনাবলৈ মানব অধিকাৰ জাতীয় গান শুনাই এচাম সদায় সাজু হৈয়ে থাকে।। আমাৰ কথা হল কাৰণ যিয়ে নহওঁক, কোনেও কাকো মাৰি পেলাব নোৱাৰে। সেই অধিকাৰ একমাত্ৰ ঈশ্বৰৰ। এটা পৰিয়ালক কাললৈ বুকুত বিষৰ বোজা দিয়াৰ অধিকাৰ কাৰো নাই। যদি দিয়ে তেন্তে কম বয়স, মানসিক অৱস্থাৰ দোহাই দি ৰেহাই নিদি ফাঁচী কাঠত তোলা উচিত। লগতে শিৱসাগৰৰ এই দস্যুটোৰ অপৰাধৰ ঘৃন্যতাক নানা যুক্তিৰে কম কৰিব খোজা বিলাককো পোতাশালত দিয়ক। এনে কঠোৰ ব্যবস্থা ৰেহে অপৰাধ কমাব পৰা যাব ।

  • @parthapburagohain9456

    @parthapburagohain9456

    22 күн бұрын

    Oi goru

  • @madhulekhaboruah4196

    @madhulekhaboruah4196

    22 күн бұрын

    Haitu boyosat logor lorar agat loratuk laz debo nalaga hakalu val porebekhet jonmo nahai hehatok aparadhe bonua hoi personality kore teachera sukakha gurrutta deya bakeburak thatta kora haituo aparadh

  • @user-fr3uo9mu3s

    @user-fr3uo9mu3s

    21 күн бұрын

    Apunar dikhun nijorehh manokhik sinta dhara bor besi thik nohoi thek monobrittir dekhun.......!!

  • @JyotimoyBorah

    @JyotimoyBorah

    21 күн бұрын

    Brain tur he beya asolota

  • @nayankalita8597

    @nayankalita8597

    21 күн бұрын

    @@JyotimoyBorah , ডাঙৰীয়া, আপোনাৰ ভাষাই কয়, ব্ৰেইনত কাৰ কিমান মচলা আছে.. অধিক ব্যাখ্যা নিষ্প্ৰয়োজন..

  • @ranisaikia4428
    @ranisaikia442816 күн бұрын

    Baidaur pora bhut katha janib parilu,

  • @JohnMedhi
    @JohnMedhi22 күн бұрын

    পিতৃক হেৰুওৱাৰ বাবে ছাত্ৰজন মানসিকভাৱে ভাগি পৰিছে 🥺😔

  • @amanboro6144
    @amanboro614422 күн бұрын

    ল'ৰা জনৰ মাকৰ ভাষ্য দিবা

  • @madhurjyak
    @madhurjyak22 күн бұрын

    Ji kono prakare basowar sasta. Okalati aarambha hai gaise ...

  • @MonishikhaKhanikar4885
    @MonishikhaKhanikar488519 күн бұрын

    Deutak dhukuwa issue tu etia Sympathy gain koribo bisarise....baki deutak dhukuwa xontan xokolor ki hobo??

  • @HirakBaro-rh1xx
    @HirakBaro-rh1xx22 күн бұрын

    Aibilak gotei natok Manu marise aaru ateia jail hobo buli saiko kobo aahise ai maikitu kihotore porial sage ....Manu marise jihetu taak khudai aribo nalage eiako patrol dhali jui Logai dibo lage jai aai assam

  • @jharnahandique1495
    @jharnahandique149522 күн бұрын

    Case of juvenile justice Act.Required his anticident of social and family history etc...

  • @happyboy4579
    @happyboy457922 күн бұрын

    Bd dia bidw he pagol hok ji hok manu maresa n tak daik jindagi jilot thobo lagebo

  • @SunilPatar-qb6yy
    @SunilPatar-qb6yy19 күн бұрын

    অপৰাধীক শাস্তি প্রদান কৰিব লাগিব যে মই একমত । কিন্তু বিভিন্ন ক্ষেত্রসমূহৰ অপৰাধীক বিভিন্ন শাস্তি প্রদান কৰি তাৰ পিছতো অপৰাধ প্ৰৱণতা নকমি দিনক দিনে বাঢ়ি অহাৰ কাৰন কি? ইয়াৰপৰা মোৰ ধাৰণা হয় যে কৰবাত কিবা নহয় কিবা এটা সমস্যা ৰৈগৈছে৷ মোৰ ধাৰণা অভিভাৱক সকল নিজৰ লৰাছোৱালীৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব লাগিব | মানসিকতাৰ ওপৰত আৰু শিক্ষক সমাজেও কোনো এজন ছাত্র ৰক্ষেত্ৰত তেনে থেলিমেলি দেখিলে কাষন বোৰ জানিলৈ ছাত্ৰজনৰ মনোভাব স্বাভাৱিক কৰি তোলাৰ ভূমিকা গ্রহন কৰিব লাগিব৷

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k22 күн бұрын

    যদি লৰাজন অসুস্থ তেনেহলে মাকে সকুলত জনাব লাগিছিল। ভবিষ্যতে এনেধৰণৰ ছাত্র ক ভালদৰে পৰীক্ষা কৰি লব লাগে।

  • @dilipgoswami7547
    @dilipgoswami754720 күн бұрын

    ছাত্ৰজনৰ নাম প্ৰকাশ নহল মানে

  • @JayantaHazarika-us2vc
    @JayantaHazarika-us2vc18 күн бұрын

    দোষী য়ে শাস্তি পাব লাগে

  • @jyotisaikia9187
    @jyotisaikia918722 күн бұрын

    Apaat taal Nabaje.Baideur Upodex grohonjugya.

  • @PabitraKalita-hy9we
    @PabitraKalita-hy9we22 күн бұрын

    চৰকাৰে , অভিভাৱকে শিক্ষক সকলক বান্ধি থৈছে । ছাত্ৰ-ছাত্ৰীৰ ক শাসন কৰিলেই বিপদ ।

  • @SabitaThakuria-jz1px
    @SabitaThakuria-jz1px22 күн бұрын

    ভয় খুৱাবৰ কাৰণে চাকু কিনতে মাৰি এ পেলালে শিক্ষক জনক সি কিন্তু সমাজত থাকিলে আৰু বহুত ডাঙৰ ঘটনা কৰি দিব পাৰে

  • @user-yd8kz2sw5g
    @user-yd8kz2sw5g22 күн бұрын

    Hundor kotha kole Ba.

  • @gitubora3496
    @gitubora349622 күн бұрын

    চিন্তনীয় বিষয়।ছাত্র ছাত্ৰী সকলে কি বিচাৰে অভিভাৱক আৰু শিক্ষক সকলোকে জনাটো অতি গুৰুত্বপূৰ্ণ। এনে কৰাটো বেয়া কথা ।ছাত্ৰ ছাত্ৰী সকলক কৌশলেৰে বুজাব লাগে।

  • @asomiaasom6008
    @asomiaasom600822 күн бұрын

    নৰখাদকটোক বচাবলৈ তাক কিছুমানে শিকাই বুজাই বুদ্ধি দিব বচাব তাক ।

  • @user-te4mb5de4w
    @user-te4mb5de4w22 күн бұрын

    Tezpur bhej dao

  • @swapnalikonwar8895
    @swapnalikonwar889520 күн бұрын

    বাইদেউ ৱে বুজাবুজি কৰিলে নেকি

  • @pallobichakraborty-zd5xx
    @pallobichakraborty-zd5xx22 күн бұрын

    Animal movie effect

  • @trishnaburagohainborgohain6394
    @trishnaburagohainborgohain639422 күн бұрын

    কোনো hustho মানুহে তেনেকৈ কাকো মাৰিব নোৱাৰে...

  • @user-wq2tv2zr5z
    @user-wq2tv2zr5z22 күн бұрын

    মুঠৰ ওপৰত সি দোষী ইয়াক এৰি দিয়া উচিত নহয় তাৰ মাক বাপেক বোৰে কিবা পাপ কৰিছিল তাৰেই ফল

  • @JyotimoyBorah

    @JyotimoyBorah

    21 күн бұрын

    Mak bapeke ketyu lora suwalik vul hikha nedeya

  • @papudas5616

    @papudas5616

    17 күн бұрын

    Ma k Deuta kok kio ajurise apuni

  • @bb3762398427
    @bb376239842722 күн бұрын

    Makok he study koribo lage....loratowe val poribesh nai powa....makoku counseling dibo lage

  • @PabitraKalita-hy9we
    @PabitraKalita-hy9we22 күн бұрын

    বিসাক্ত গছ এডাল পুলিতে উভালি পেলাব লাগে ।

  • @ratanpatar5445
    @ratanpatar544518 күн бұрын

    Ata manu mari pelab tak child buli kole khari jab neki...kharibloi bohut ktha kB aporadhi r bohut budhi thake... Manu marise jetia tar punishment hb lage child holeo khi marib Jane..

  • @IshakBodra-qr6jj
    @IshakBodra-qr6jj19 күн бұрын

    Ohustho monere kenekoi dukanot goi suri kinile

  • @rumiborah531
    @rumiborah53122 күн бұрын

    Gharat bhal sanshakar puwa nai.

  • @jayantagogoi9373
    @jayantagogoi937322 күн бұрын

    He edin apunar gharat jabo Swagata r hetu ready thakibo baideo O money is not at all apuni nishoy Jane sagoi

  • @Whoareyou525
    @Whoareyou52522 күн бұрын

    Kisuman teacher rr uuu utpat tu besi,,,moi ajn student hisape kotha tu koisu moiu akhon University rrr student hy but.. teaching style tu teacher bure change koribi lage..karn ami new generation ....amak ki dhamki diye,,back lgam kiba korim,,amar babe uu tu kiba bhabok,,,..... Purana teacher bur change hob lage new generation Techer anibo lge.....time change hoise hai hisape theching style change hob lage...😮😊

  • @msm747

    @msm747

    22 күн бұрын

    new haok purona haok manuhtu hy no....tenekoi mare neki hikhya guruk.

  • @user-st6ud3ec5k
    @user-st6ud3ec5k22 күн бұрын

    Amak agote school ot guruttoi nidiye

  • @novokachari4499
    @novokachari449922 күн бұрын

    If these are so then try to legalise the crime .Every one should be warned not to show any softness to this Satan.

  • @sonalisen7890
    @sonalisen789019 күн бұрын

    Tamil manhu bur bor brsi niom dekhuyai

  • @tvlogs3935
    @tvlogs393522 күн бұрын

    He drugs khi nisoi

  • @bwhwigoyary8751
    @bwhwigoyary875122 күн бұрын

    jimane g nokok loratu kub kongiyal aru ohongkar hoba pare 😮

  • @pandaff9743
    @pandaff974322 күн бұрын

    শিশু কেনেকৈ হ'ল এইজন ?

  • @rajashreehandique142
    @rajashreehandique14220 күн бұрын

    Aami ketiyaba lara swali mon ar khatha patibaly najao,jetiya haru hai thake hihatar lagat friendship nakari only pahar khatha but number puya nupuya upart important dio,paisa lai aami busy ho, respect aami child t hikaba lagae

  • @ramendeka8162
    @ramendeka816222 күн бұрын

    ladies gogoi lora tok support koribo nalaga

  • @nipendoley9282
    @nipendoley928222 күн бұрын

    NO

  • @soniasarkar1431
    @soniasarkar143120 күн бұрын

    Ai satro jon simple nohoi criminal mentalityr saku kini classot juatuai kiman dangor oporadh

  • @TCF573
    @TCF57322 күн бұрын

    Sob kotha koi kintu loratur nam tu nokoi kiya???

  • @user-fx7zl4ei5f
    @user-fx7zl4ei5f20 күн бұрын

    KI CHATRA BULI KOISO KELA. TAR NAM NAKO KELOI

  • @dibakardas4558
    @dibakardas455820 күн бұрын

    Kiman khi prhi reporter hoisa?

  • @ridipdutta7519
    @ridipdutta751921 күн бұрын

    Aibur lav nai...... Muthor uporot JEN KUKUR TEN TANGUN hbo Lage.... Tetiyai ankuwa Kam bohut komi jabo

  • @user-tb2kk1wn5d
    @user-tb2kk1wn5d22 күн бұрын

    Wax

  • @beautykonwar427
    @beautykonwar42722 күн бұрын

    পাগলৰ হছ তাৰ কথা আলোচনা কৰি লাভ নাই

  • @jayantaborah2883
    @jayantaborah288322 күн бұрын

    Nam kobo loike voi korise ki chanel o eito

  • @flowering122

    @flowering122

    22 күн бұрын

    Dishant Gogoi

  • @hrishi5072
    @hrishi507222 күн бұрын

    Teacher holei sobphalor pora correct nahoy

  • @aruncharoh6722
    @aruncharoh672222 күн бұрын

    Teacher jodi nabalok homan homan lagi takey kihobo aru porinam aneykuwa hoi teacher bilak buja dorkar

  • @ranineog2827
    @ranineog282722 күн бұрын

    Eai xokolubur kotha bad diok tak enekuwa eta xasti diok jate agole aru enekuwa ghotona hobo nuware nohole punorai enekuwa ghotona hobo 😢 Crime crime hoi tat xoru dangor nai ejon manuh,k mari peluwa tu kom dangor kotha huwa nai

  • @manjirachowdhury667
    @manjirachowdhury66719 күн бұрын

    ১৮ বছৰত কোনো শিশু নহয়!

  • @banigogoilahkar2672
    @banigogoilahkar267222 күн бұрын

    Baidewr. Katha bahut artha ase teacher hakale studenak bugiba tri Kariba lage nijar son dare bhabiba lage

  • @miratalukdar6205
    @miratalukdar620521 күн бұрын

    Ki karanot mak deutakor nam newst prosar howa nei larar namo yer aror rahsya ki

  • @MahendraKumar-ei9jm
    @MahendraKumar-ei9jm20 күн бұрын

    মেদামৰ মতে শিক্ষক জনৰ ভুল ৷ মানসিক ৰুগী সজাই অপৰাধী ক বচোৱাৰ মতলব

  • @dipalisharma1454
    @dipalisharma145422 күн бұрын

    There should be a simple interview with parent before admitting a student in class 11/12 srd Background must be checked on positive sense

  • @dipalisharma1454

    @dipalisharma1454

    22 күн бұрын

    The Sai vikas organisation is working for us in the name of best education for our students . honesty I hundred times thanks to them It's it hurts us for the victims

  • @ranjandas6167
    @ranjandas616722 күн бұрын

    Aji kali heibure soli ase suka burok besi guruta diye aru nuarile bahirot thiyo korai thua heiburei aru

  • @alpanasharma4400
    @alpanasharma440020 күн бұрын

    Loraguk bosaboloi tak help koribo.....he manosik bhabe xusthirei asil

  • @AdityaNirmolia
    @AdityaNirmolia22 күн бұрын

    Vul lorato asy mastro o asy

  • @ourchannel8564
    @ourchannel856422 күн бұрын

    Private school clg bndho hbo lge

  • @skygaming5946

    @skygaming5946

    22 күн бұрын

    Ki bl kotha kbo ahisa

  • @user-ki4ng6lj1m
    @user-ki4ng6lj1m21 күн бұрын

    Ihoti pake prokare lorajonok bosaboloi sestra korise .

  • @travelzindagiblogs8328
    @travelzindagiblogs832822 күн бұрын

    Jiman ji halawo dukhi dukhi ai , Be punished

  • @AmiyadasDas-uw9pi
    @AmiyadasDas-uw9pi18 күн бұрын

    Ji e nohowk manuh mora adhikar nai ... .. ae baadew joni e manuh jon k mara val paise nki ........??? Baadew gorakie abul tabul boki ase j ...... . .......😡😡😡😡😡

Келесі