খাংপলাংকাইৰ ভুতৰ পত্নী আৰু পুত্ৰৰ সৈতে, পিতৃৰ দৰেই হ'ব নেকি মুনীন্দ্ৰ দাসৰ পুত্ৰ..?? Khaplangkai
Ойын-сауық
খাংপলাংকাই ধাৰাবাহিক অভিনেতা প্ৰয়াত মুনীন্দ্ৰ দাস (ভুত)ৰ পত্নী আৰু পুত্ৰৰ সৈতে একেলগে।
কেনেদৰে চলিছে এই পৰিয়ালটি..??
চাওঁক সবিশেষ ভিডিঅ'টি শেষলৈ।
Follow me on Instagram-
Mayur Manash
Follow me on Facebook-
KZreadr Mayur Manash
Gmail-
mayurmanash8@gmail.com
Thank you 😊
#khaplangkaibhut #assam #assamese
Пікірлер: 174
মুনিন্দ্ৰৰ অভিনয় বিলাক বহুত ভাল লগা আছিল , ইমান সোনকালেই গুছি গল , অসমৰ বহুতো অভিনয় অভিনেতা আমাৰ সমাজৰ পৰা এৰি এৰি গৈছে ,
@Jayantabora_026
4 ай бұрын
Right
@sdgamer1216
2 ай бұрын
A@@Jayantabora_026
🥺 তেওঁ যতে আছে শান্তিত থাকক 🙏
লৰাটো ভালে থাকক আশীৰ্বাদ কৰিছো।
দাদাৰ পৰিয়ালৰ তোক যিমান পাৰোঁ আমি ছবেই মিলি অলপ চলপ সহায় কৰিব লাগে ❤
@Pakhibhuyan
3 күн бұрын
Hi
কথা খিনি খুনি বহুত ভাল লাগিল আৰু বেয়াও লাগিল মনটো
সদায় সাহসী হৈ থাকা, মইও যোৰহাট টীয়কৰে। ভগৱানে আশীষ বৰ্তাই ৰাখক।
মৰম লগা বাবু 😊😊😊 কিন্তু দেউতাক নাই 😢😢❤❤
প্ৰয়াত মুনীন্দ দাসৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিলো আৰু তেওঁৰ পৰিয়াল বগলৈ সমবেদনা জ্ঞাপন কৰিলো। প্ৰয়াত মুনীন্দ দাস যতেই আছে শান্তিৰে থাকক। চৰকাৰে এই দূভগীয়া পৰিয়ালটোৰ লগতে তেওঁৰ কনমানি সন্তান টোৰ চিকিৎসাৰ কাৰনে সহায় কৰিবৰ বাবে আহ্বান জনালোঁ।
বৰ দুখ লাগিল।বাবুটোক ভগৱানে কুশলে ৰাখক সদায়
সচাকৈ কনমানি মাইনাোৰ কাৰনেই টকাৰ বেচি প্ৰয়োজন।তেওঁ কোৱাৰ দৰে শিল্পী পেঞ্চন টো পোৱা হ'লে পৰিয়ালটো বহুত উপকৃত হ'ল হেতেন।যিহেতু কনমানিটোও অসুষ্ঠ।তেওঁৰ বাবেই চৰকাৰ দল সংগঠনক সহায় কৰিবলৈ অনুৰোধ জনাইছো🙏🙏🙏
বাবুতোক সোনকালে ভাল কৰি দিয়া প্ৰভু ❤
Bohut dhuniya baby to beautiful ❤️❤️❤️❤️
Bhal lagil
কথা খিনি খুব ভাল লাগিল
Xosai val lagil ba joni kotha khini, munindra da poriyal tu vLei thakok😢😢
যতে আছে তাতে ভালে থাকক মুনীন্দ্ৰ দাস । 😢😢 তেখেতৰ শেষৰ টো অনুষ্ঠান চাগে কমলপুৰ সমষ্টিৰ বৰডেকপাৰ গাঁওত বহাগ বিহুত আছিল ।
May God bless you ❤❤❤❤
আশাকৰোঁ যতে আছে তেখেত সুখত থাকক
Mojja dada aponak gungun t dekhiso mojja ❤❤❤
Xosa kotha
Bohut morom loga poriber bewa lagise val u lgise dekhi kodha bilag xhuni akha koru vale dhkibo buli jay aay axom
Bhut dukh lgil😢😢
Moza Mayur da bhut Val lage apunar vidiobur sai
So cute🥰beta🤩
তেও যতে আছে শান্তিত থাকক 😭🙏
Bhut vl lgil interview tu sai ❤
Nice ☺️
Love from hajo adhiarpara
মনত পৰে
Good mayur da ❤❤❤❤❤
Bahut Val lagil Ba jonik vala rakhok vogabana poriyal tuk ❤❤
Lost of blessings from amguri ❤❤❤❤❤❤❤bhale thakok kukhole thakok ❤
❤❤❤
Love teok
Bhal. Lagil
Aaiioo lora to bor morom ❤❤❤❤
মুনীন্দ্ৰ দাই যিদিনা GMCH ৰ Emergency ত আছিল,মই তেখেতৰ অলপ আগত আছিলোঁ। মই গৈ মাত দিম বুলি ভাবিছিলো, কিন্তু উঠি জাব নোৱাৰিলোঁ। পিছত গম পালো তেখেত আৰু নাই😢। খুব বেয়া লাগিছিল😢😢😢😢
❤❤❤❤❤
😢❤
Vl lagil katha bor
Bohut dhukh lage dada
Nice ❤❤❤
Very very nice ❤❤❤❤❤❤❤
❤❤
🙏🙏🙏
Vl lgil❤
Moja
Mojq
Babu to xdai vl a thkk apuni o thkk apunar family o vl a thkk god bless you ba and babu
Xoru loratu loi beya lgil vl hok. Kolijatur ..buhut mrm loga hoi kolijatu 😢😌🥰♥️ .....aji apunr prothom baror babe moi ai vediotut comments krilu ..
Good💯
Dukh lagil dadar priyal tik hohai korok
Vl lgel❤❤
Hundar❤
Very nice 😊
Babu loi mrm😊🙏
Move on কৰিছে ভাল কৰিছে।লৰাটোৰ বাবেই move on কৰিব লাগিবই।কপালক ধিয়াই থাকিলে কণমানি টিক অন্যায় কৰা হব। ভালে থাকক।ভগৱানে কুশল কৰক।
Nice
❤❤❤ baht dux lagil
Konmani tuloi dher morom aru huvokamona ❤
Serial akhonot dekhilu tumak mayur da
❤
Dukhiyar dukh ketiyao xekh nhy..🥹😔
Val monor manuh joni....Mayur mix chanel tuk aguwai loi jau ahok ami
কথা খিনি ভাল কৈছে
Ey mr lgr hoi pakhi ❤😢 lg pw maje maje vle rakhok vgbne 😊❤taik KZread channel eta khulibo kouk 🙂
🙏🙏🙏🙏
Val lagil sai mayur da 🥰
🎉
Dada apunar montu bhut vl hoi ..apuni aru aguwai jaok. Aami asu Dada apunar lgot ❤
😢😢😢😢😢😢
Nice pro
Vl lagil sai ❤
Hosa kisuman manuh homoyot dekha puwa 😌😌hahok kori aguwai jauk
Point thoka kisuman kotha koise baa joni a 😊 sobe jdi val lora a biya pate , to add normal baa olp kisuman problem thoka lorak Kune vall pabo baa biya patibo , right 👍🏽 ktha
🥺❤️
Babu to loi moram bhut❤
Aji he gom palu moril buli OMG😢
@birajbora7322
4 ай бұрын
Moio😢
@Abinash856
4 ай бұрын
Moio
😢😢😢😢
বাবু আৰু বা জনীৰ লগতে পৰিয়াল টো সদায় ভালে থাকক
😢😢
#KBwrithes
😢😢😢
😢😢😢😢❤❤❤❤
😢😢😢😢😢😢😢😢😢
Bohut dhuk ligel 😢😢😢
পাখি ভূঞাঁ যে আমাৰ ঘৰৰে ছোৱালী গমেই পোৱা নাছিলো। কাৰণ মইও টীয়কৰে❤মুনীন্দ্ৰৰ অভিনয় best আছিল। বৰ দুখ লাগিল তেখেতৰ মৃত্যুত। তেওঁলোকৰ পৰিয়ালটো যাতে কুশলে থাকে। আৰু গুণগুণত তোমাৰ অভিনয় চাই বহুত ভাল লাগিছে👌
@Pakhibhuyan
3 күн бұрын
Kun hoi baru moi seni puw ni
😭😭😭😭😭
O my god. Khabar to aajihe gam Palo. Bhanti himmat Hari najana. Aiyei manuhar jiban.
😢
😢😢😢❤❤❤❤❤🎉🎉
মুনিনক সহায় কৰোতেই কোনো নোলাল, ইমান এটা এৰিব নোৱাৰা হাস্যমধুকৰ অভিনয় কৰি মানুহক আমোদ-প্ৰমোদ জগোৱা মানুহজনলৈ কোনো আভিজাত্য ব্যক্তি বা প্ৰতিষ্ঠানৰ পৰা চৰকাৰ তথা শিল্পী সমাজ কোনোৱে হাত-দাঙি নাচালে,বহুত দুখ লগা এইবোৰ ছবি ছাবলৈ তথাপিও আৰু ভগৱানে পৰিয়ালটিক মূৰ দাঙি চাওক তাৰে কামনা কৰিলো🙏
Manhu bur xosai bor sarthopor xukhor xomoyot bohut log pai kintu dukhor dinot kunu nai kintu vagabane ase thakibo vl din ahibo
Dadak sobe use kri kine ari dile , kunu a help nakorile 😢
Val jaga dauk allahi
😢😢😢😢😢
God bless you munindra ....,
বহুত দুখ লাগিল এজন ভাল অভিনেতা নাইকিয়া হৈ গ'ল
Om Shanti 🙏🙏🙏
😭