উচুপি উঠি শ্যামন্তিকাই ক’লে আপোনালোকে ভৱাৰ দৰে মই ইমান বেয়া ছোৱালী নহয়।

আপোনালোকে ভৱাৰ দৰে মই ইমান বেয়া ছোৱালী নহয়। মই বিয়াত বহি সাংঘাতিক ভুল কৰিলোঁ। মই যে তৃতীয়গৰাকী পত্নী মই নাজানিছিলোঁ। কোঠাত বন্ধ কৰি মোক মাৰপিট কৰিছিল। কেমেৰাত সন্মুখত কিয় উচুপি উঠিল শ্যামন্তিকা শৰ্মা।
#dy365 #shyamantikasharma #haridrahazarika #assam #sidhakotha
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Пікірлер: 2 400

  • @rumigogoi5662
    @rumigogoi5662 Жыл бұрын

    এগৰাকী নাৰীয়ে নিজৰ জীৱনৰ সকলো কথা যেতিয়া অকপটে কব পাৰে,তেওঁ বহুত সৎ -সাহসী । তুমি চিন্তা নকৰিবা, ভগৱানে তোমাক মানুহ চিনিবলৈ সুযোগ দিছে ।❤

  • @blissfulsoul2933
    @blissfulsoul2933 Жыл бұрын

    এসময়ত আপোনাৰ হাঁহি মুখিয়া মুখখনৰ লগত জানমণিৰ❤ গান এটা চালেই হিয়া জুৰ পৰিছিল। আপোনাৰ জীবনৰ দুখবোৰ জানি বহুত বেয়া লাগিল। God bless you

  • @assamriding5003

    @assamriding5003

    3 ай бұрын

    কিয় কাৰোবাৰ জীৱন ধংস কৰি নিজে শান্তিত থাকিব পাৰে‌ নেকি

  • @hiteshdeka2368
    @hiteshdeka2368 Жыл бұрын

    বৈবাহিক জীৱনৰ তিক্ততাৰ কাহিনী শুনি বহুত দুখ লাগিল।ভাঙি নিদিব মনটো।এদিন ভাল হব।

  • @avijitsaikia8433
    @avijitsaikia8433 Жыл бұрын

    একো নাই,এইবোৰক পাৰ হৈ যোৱা সময়ৰ কথা এতিয়া আগলৈ মনোযোগ দিয়াটোহে বুদ্ধিমানৰ কাম৷শুভেচ্ছা থাকিল সদায় অসমৰ মৰমৰ জানমনি জনী হৈ থাকা৷

  • @rekhabhuyan3878
    @rekhabhuyan3878 Жыл бұрын

    সহজ সৰল বা ❤️...বহুত মৰম লগা .. টোমাৰো আহিব ভাল দিন🙏 জীৱন মানেই সংগাম বা 🙏 ভালে ৰাখক ভগবানে সদাই তোমাক 🙏

  • @heerasvlogs4231
    @heerasvlogs4231 Жыл бұрын

    ভাঙি নপৰিবা,নিজক লৈ সুখী হৈ থাকা । ঘাট প্ৰতিঘাট সকলোৰে থাকে।

  • @user-bd9pt2jn4m

    @user-bd9pt2jn4m

    Жыл бұрын

    কেলা আনক কনোৱাই নিজে সুখী হব গৈছিল কেনে পাইচ 😂😂😂

  • @realhero5657

    @realhero5657

    Жыл бұрын

    @@user-bd9pt2jn4m মজা

  • @sonaliassam.6043

    @sonaliassam.6043

    Жыл бұрын

    জীৱনটো হল সংগ্ৰাম ।অপেক্ষ্যা কৰক ভগবানে ভাল ফলাফল দেখাব এদিন

  • @Hit-Hop

    @Hit-Hop

    Жыл бұрын

    Mayu tumar dare jiban trejidi.mai kuchar rajbangshi lora. Lora.suyali patni aase. Kintu tumar jiban auru mur. Jibanar samajanshya eake buli bhabu?

  • @DilpSaikia-qx6by
    @DilpSaikia-qx6by8 ай бұрын

    অভিনেত্ৰী শ্যামন্তীকা শৰ্মা লৈ আমি গোলাঘাট জিলাৰ অন্তৰ্গত আঠখেলীয়া নামঘৰৰ ওচৰৰ পৰাই আৰ্শীবাদ জনাইছো ভাল এজন জুবক আহিব কাৰণ জীৱনত আৰু আগবাঢ়িব লগিয়া বহুত আছে আমি প্ৰাৰ্থনা জনাইছো তোমাৰ আশা পূৰণ হয় শতাখ নহবা ধন্যবাদ।

  • @sewaktamuli9294
    @sewaktamuli9294 Жыл бұрын

    জানমণি গুণা গঠা চলি আছে তোমাক বিয়া দিবলে....তুমি ও ভাবিচা চাগে মোকে এৰি যাবলে ❣️

  • @kapil912
    @kapil912 Жыл бұрын

    চাকৰি কৰা ল'ৰা মানেই সৰ্বেসৰ্বা বুলি ভৱা ছোৱালী বোৰে এই কাহিনীটোৰ পৰা শিকক অলপ

  • @minakhyee.........official7236

    @minakhyee.........official7236

    Жыл бұрын

    😂😂😂😂😂

  • @10xm16

    @10xm16

    Жыл бұрын

    ঠিক কৈছে ❤❤❤😅😅😅

  • @hearthacker7989

    @hearthacker7989

    Жыл бұрын

    Hahaha

  • @jonalikalitavlogs6244

    @jonalikalitavlogs6244

    Жыл бұрын

    Tekhetor o poisa ase diyok

  • @ritukumarsaikia.4110

    @ritukumarsaikia.4110

    Жыл бұрын

    ধন বিচাৰিলে জন নাপায় বুলি কয় এই হল

  • @shikhamanisahariah6383
    @shikhamanisahariah6383 Жыл бұрын

    আকৌ জানমণি জনী হৈ ৰাইজৰ মাজলৈ ঘুৰি আহা বা আমি তাকে বিছাৰো☺️❤️

  • @Raj_deep5426
    @Raj_deep5426 Жыл бұрын

    নয়ন দাৰ দৰে হৃদয়বান মানুহ এজনক প্ৰতাৰণা কৰি পাইছাতো শিক্ষা। কোনোবাই যদি কাৰোবাক প্ৰতাৰণা কৰে। তেন্তে তোমাকো আন কোনোবাই প্ৰতাৰণা কৰিব। এয়াই সু নিশ্চিত।

  • @jonalikalitavlogs6244

    @jonalikalitavlogs6244

    Жыл бұрын

    Aji kli kintu dhukh Diya mnuh bur he hukht thka dekhisu

  • @AnupamaChutia

    @AnupamaChutia

    2 ай бұрын

    Motivation Niranjan

  • @Manabsadiya
    @Manabsadiya Жыл бұрын

    আনক দুখ দি নিজে কেতিযাও সুখী হব নোৱাৰে। সেইটো কথা সকলোযে মনত ৰখা উচিত। সাহসী ছোৱালী, জীৱন টো আকৌ সুন্দৰ হৈ ওঠক,তাৰে কামনা কৰিচু 🙏🙏🙏

  • @nekibhussain4214

    @nekibhussain4214

    Жыл бұрын

    Right

  • @anupamkakati5389

    @anupamkakati5389

    Жыл бұрын

    Tai Axomiya lora bisari napale ejon Ona Axomiya r logote bia t Bohile. Eiburor logot eibilakei hobo lage. Vale paisu moi

  • @BoishnabjyotidoleyBiishn-el3nt

    @BoishnabjyotidoleyBiishn-el3nt

    Жыл бұрын

    Right

  • @Manabsadiya

    @Manabsadiya

    Жыл бұрын

    @@anupamkakati5389 ebila ko bai giyo likon hoi kune Jane kar kopalt ki likidise bogbane Jane tair kar ne manuak tene koi kob napai🙏🙏🙏

  • @Bran47772

    @Bran47772

    Жыл бұрын

    @@anupamkakati5389 prem kiba asamiya bihari bengali sai nohoi Tu, tai oo bhal pabo lagibo lora Tu, tur bhonti jodi bengali eta logot polai jai tetiyau eneke kobi gom pali🙄🙄🙄uneducated illiterate

  • @JikMikDailyLife
    @JikMikDailyLife Жыл бұрын

    দুখ লাগিল কথা বোৰ শুনি,যদি ভাল লৰা এজন পোৱা সময় থাকোঁতেই আকৌ জীৱন তো নতুন কৈ সজাই লোৱা। সৌন্দৰ্য থকা লৈকে সকলোৱে ওচৰ চাপি আহিব কিন্তু বয়সে যেতিয়া মেলানি মাগিব তেতিয়া..... জীৱনৰ সাৰথি এজন বৰ প্ৰয়োজন ও আইজনী। সদায় সুখী হোৱা তাৰে কামনা কৰো।

  • @happyboy4579

    @happyboy4579

    Жыл бұрын

    Thik koisa 💯

  • @colourfulchandanavlog5286

    @colourfulchandanavlog5286

    Жыл бұрын

    Age ki kotha ase barasha rani bikhoya 2nd marriage korisil

  • @ankurraj8350

    @ankurraj8350

    Жыл бұрын

    এতিয়া কোনে বিয়া কৰাব

  • @colourfulchandanavlog5286

    @colourfulchandanavlog5286

    Жыл бұрын

    @@ankurraj8350 ulabo kunuba

  • @samendeka4735

    @samendeka4735

    Жыл бұрын

    Aso

  • @diipakkgogoi3252
    @diipakkgogoi3252 Жыл бұрын

    ইতিহাস শাসি আছে আনক দুখ দি নিজে সুখত থাকিম বুলি ভবাটো ভুল 😢

  • @kornokumardoley1514

    @kornokumardoley1514

    Жыл бұрын

    Right👍👍

  • @PNKkoch

    @PNKkoch

    Жыл бұрын

    Ekdom hosa kotha

  • @jatin963

    @jatin963

    Жыл бұрын

    Right ❤

  • @RimaRay-od3qp

    @RimaRay-od3qp

    Жыл бұрын

    Akdom right 👍

  • @lalubpg7437

    @lalubpg7437

    Жыл бұрын

    Akdom right 👍

  • @himangshubarman2135
    @himangshubarman2135 Жыл бұрын

    যদি সম্ভৱ এবাৰ তেখেতৰ স্বামীৰ সাক্ষাৎকাৰ লোৱাৰ ব্যবস্থা কৰক,দুধ কা দুধ পানী কা পানী হৈ যাব....!

  • @pompydevi769
    @pompydevi769 Жыл бұрын

    অকলশীয়াকৈ থকা সমান খুখ নাই সদায় নিজক লৈ খুখে থকা

  • @pankajborthakur4198
    @pankajborthakur4198 Жыл бұрын

    জীৱনত বৰ বেছি দুখ পাইছে ! ধৈয্য সলাগ লৈছো , জানমণি , আপোনাৰ ভবিষ্যত সুন্দৰ হোৱাৰ কামনা কৰো ।

  • @nilakrishna81
    @nilakrishna81 Жыл бұрын

    ৰাইজে বুজিব লাগে যে সংসাৰ কৰাৰ অৰ্থ টকা নহয়,

  • @rupabora3347
    @rupabora3347 Жыл бұрын

    একো নাই ধুমুহা আহিব আৰু যাব বুলি ধৰিলে ই হ'ল❤️❤️❤️❤️❤️

  • @damayantitalukdar2801
    @damayantitalukdar2801 Жыл бұрын

    তুমি দুখ নকৰিবা ভগবানে জি কৰে ভালে কৰে তুমাৰ ভাল হ'ব ❤❤❤😂👍🏼👍🏼👍🏼🪔🪔💕👌

  • @myselfjanmoni2729
    @myselfjanmoni2729 Жыл бұрын

    তুমি অসম এৰি গুচি গৈছিলা বহুত বেয়া লাগিছিল আকৌ জানমণি আমাৰ মাজত ঘুৰি আহিলা সুকলমে,,, যি হয় ভালৰ বাবে হয়,,, জীৱন টোত বহুত আছে সময় উপভোগ কৰা,,,god bless u my favorite hiroine,❤️❤️❤️

  • @faridabegum2099

    @faridabegum2099

    Жыл бұрын

    God bless u

  • @dipikasaikia6651
    @dipikasaikia6651 Жыл бұрын

    শ্যামন্তিকা তুমি ভাঙি নপৰিবা, জীৱন এনেকুৱাই, সাহসী হোৱা ,আমি তোমাক ভাল পাওঁ

  • @user-bd9pt2jn4m

    @user-bd9pt2jn4m

    Жыл бұрын

    বঙালৰ 🎉 লাগে কেনে মজা

  • @hrittikhazarika7857
    @hrittikhazarika7857 Жыл бұрын

    এই পৃথিৱীত আটাইতকৈ টান কাম হৈছে মানুহক চিনি পোৱাতো । খুব দুখ লাগিল বা😢😢আপুনি মোৰ সকলোতকৈ Fevorite Actress.

  • @pranjalkalita3347
    @pranjalkalita3347 Жыл бұрын

    Naver give up আপুনি নিজৰ কেৰিয়াৰত গুৰুত্ব দিয়ক পিছত মনে বিচৰা লৰা পালে বৰষা বাৰ দৰে আকৌ বিয়াত বহিব !! ❤❤❤❤❤❤❤❤

  • @bontipathak3115

    @bontipathak3115

    Жыл бұрын

    right

  • @anilgoswami2238
    @anilgoswami2238 Жыл бұрын

    ভাৰতীয় শাস্ত্ৰত কোৱা হয়:: "অজাত কুলশীলস্য বাসোদেয়ো ন কষ্যসিত " । ...... জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মালৈ আন্তৰিক শুভেচ্ছা জনালোঁ ।

  • @nayangogoi4946

    @nayangogoi4946

    Жыл бұрын

    ডেমফুলেও কিন্তু আজিও তোমাকেই ভাল পাই।

  • @minubaruah-zq5my

    @minubaruah-zq5my

    Жыл бұрын

    @@nayangogoi4946 hi

  • @lolenybird9008
    @lolenybird9008 Жыл бұрын

    আমি অসমীয়াবোৰ আন ভাৰতীয় বোৰ তকৈ কমেও ২০০ বছৰমান পিছত আছো।কাৰন আন ভাৰতীয় বোৰে আমাতকৈ বহু ত আগতেই ইংৰাজৰ শাসন পাই আগবাঢ়িছিল। চতুৰতাত আমি এতিয়াও শিকিবলৈ বাকী আছে।

  • @rkdhaj9099
    @rkdhaj9099 Жыл бұрын

    আনক দুখ দিলে নিজে দুখ পাব এ। কৃষ্ণ 🙏

  • @jonalikalitavlogs6244

    @jonalikalitavlogs6244

    Жыл бұрын

    Aji kli ulota he

  • @binaykalita8426

    @binaykalita8426

    Жыл бұрын

    সঁচা কথা ।

  • @junmonikalita6363
    @junmonikalita6363 Жыл бұрын

    বা তুমি আগুৱাই যোৱা,,,,তুমি বহুত সাহসী,,, সাহস নেহেৰুৱাবা,,,,,💓💓💓

  • @pallab1982
    @pallab1982 Жыл бұрын

    স্যামন্তিকা বাৰ অভিনয় সৰুৰ পৰাই প্ৰিও বিহু নাচবোৰ বহুত ভাল লাগে সদাই প্ৰিও হৈ থকা সকলোৰে মৰমৰ জানমণি স্যামন্তিকা বা এতিয়াও আপোন তুমি সকলোৰে কুনে জনে নো কাৰ জীৱনত কি হৈ যায় সচাকে কব নোৱাৰি স্যামন্তিকা বা আগৰ দৰে হৈ থকা তুমি পৰ্থনা কৰিছো ভালে থকা তুমি 😘😢😭

  • @prakashnarzary4007
    @prakashnarzary4007 Жыл бұрын

    বেয়া লাগিল মোৰ প্ৰিয় অভিনেত্ৰী গৰাকীৰ কাহিনী শুনি। সময় এতিয়াও বহুত আছে। দুগুণ উৎসাহ লৈ আগ বাঢ়ি যোৱা ।😢

  • @sewalidas9479

    @sewalidas9479

    Жыл бұрын

    😔দুখলাগিল

  • @sangitachetia6751

    @sangitachetia6751

    Жыл бұрын

    Thikei koise

  • @kanugaonacentralgolaghaticdspr

    @kanugaonacentralgolaghaticdspr

    Жыл бұрын

    ​@@sewalidas9479😊😊

  • @user-wu9fc6fz3p

    @user-wu9fc6fz3p

    Жыл бұрын

    ​@@sewalidas9479❤❤drug bhul mool

  • @user-bd9pt2jn4m

    @user-bd9pt2jn4m

    Жыл бұрын

    কেলা আনক কনুৱাই নিজে সুখী হব গৈছিল কেনে পাইছ 😂😂😂

  • @munindradas8893
    @munindradas8893 Жыл бұрын

    জীৱন ত সংঘাত থকাটো ভাল।এই এই সংঘাতৰ পৰা আৰু নতুত্বৰ সিষ্টি হব ।এই আশাৰে আগ বাহক।।।

  • @jogendas7193
    @jogendas7193 Жыл бұрын

    "অতিমাএা উচ্ছকাংখাই অভিশাপ" অতীত বাদদি ভৱিষ্যত ভাল হোৱাৰ কামনা কৰিলোঁ ।

  • @dekhoviralshorts

    @dekhoviralshorts

    Жыл бұрын

    thik koise,,,toka pasot dorile xodai poton hoboe

  • @ankitaborah1233
    @ankitaborah1233 Жыл бұрын

    সকলোৰে জীৱনত দুখ থাকে, ভগৱানে সুখও দিব দুখো দিব , ভালে থাকক আপুনি ❤ সকলো বোৰ পাহৰি নতুন কৈ জীৱন টোক ভাল পাবলৈ শিকক ❤️❤️❤️love you ba❤

  • @simuborah5025
    @simuborah5025 Жыл бұрын

    সত্য সদায় জয়। সময়ৰ প্ৰয়োজন। এদিন নহয় এদিন ফলা-ফল বোৰ উলাবই।

  • @jhonekram6165

    @jhonekram6165

    Жыл бұрын

    edin noyan dak dhoka disil aji.. tar fole pale ne baideou

  • @manashipriya8120
    @manashipriya8120 Жыл бұрын

    আগুৱাই যোৱা শ্যামন বা❤❤দুখ নকৰিবা।বেলেগৰ কথাত কাণ নিদিবা নিজকে নিজৰ লগত ব্যস্ত ৰাখা❤❤

  • @purobibarman5862

    @purobibarman5862

    Жыл бұрын

    Dukh nekoriba baa adin susseful hb

  • @Legal_weapon295
    @Legal_weapon295 Жыл бұрын

    কাৰোবাৰ সচা ভালপোৱাক প্ৰতাৰণা কৰি বেলেগৰ লগত সুখী হ’ব গ’লে এদিন নহয় এদিন তাৰ ফল পাবই পাব, কাৰন নেদেখাজনে সকলোৰে ক্ষেত্ৰত বিচাৰ কৰে।

  • @jhonekram6165

    @jhonekram6165

    Жыл бұрын

    ekdom hosa kotha sowalibilake olop dhoni ghoror duror lora pali.. nijor b. f. k bad di belegor logt biat bohi gusi... tar pisot gom pai..

  • @monjitbora1622

    @monjitbora1622

    Жыл бұрын

    Kune kak potarona korisil aitu Tumi ba Moi najanu hyi karone darekt anekoi kuwatu Val nohoi

  • @jhonekram6165

    @jhonekram6165

    Жыл бұрын

    @@monjitbora1622 noyan dak korisi

  • @jonalikalitavlogs6244

    @jonalikalitavlogs6244

    Жыл бұрын

    Nayan nillime shyman baak biya ptibo bisora nsil ...moi abr ata interviewt paisilu ...shyman baar ghrr mnuhe nayan daak biyar ktha kole a khng kori baar lgt namata namati hoi ...gotike ako njonake judge koratu vl nhoi

  • @jhonekram6165

    @jhonekram6165

    Жыл бұрын

    @@jonalikalitavlogs6244 totally wrong statement.. nayan dak dhoka di gusi goisi...

  • @madhujyasarmah8717
    @madhujyasarmah8717 Жыл бұрын

    ভাগি নপৰিবা তুমি। দেৱী সীতাৰ লগতো জীৱনটো কঠিন হৈ পৰিছিল। ভাল খিনি আগত ৰাখি আগুৱাই যোৱা । মানুহ দুদিনীয়া তোমাৰ সৌন্দৰ্য দেখি তোমাক ভালপোৱা বহুত ওলাব কিন্তু গোটেই জীৱন তোমাৰ হাতত ধৰি একেলগে থকা জন ভগবান হ'ব লাগিব। গতিকে মানুহে কি ভাবে কি কয় does not matter . নিজৰ খিনি কৰি যোৱা। অন্তৰ খন কোমল কৰিয়ে ৰাখা সদায় হাঁহি থাকা। যিহেতু ঈশ্বৰেও সদায় কোমল অন্তৰৰ আৰু হাঁহি থকা জনকেই ভাল পাই।

  • @ritupongogoi7870
    @ritupongogoi7870 Жыл бұрын

    আনক দুখ দি নিজে কেতিযাও সুখী হব নোৱাৰে ! সেইটো কথা সকলোযে মনত ৰখা উচিত ।

  • @purabisonowal2242

    @purabisonowal2242

    Жыл бұрын

    Umm hosa kotha koisa

  • @gitudeka9455

    @gitudeka9455

    Жыл бұрын

    Apuni dekhise ne apunk koise tai thoguwa buli 😆😆personal lifet mat mate 😏😏

  • @jonalikalitavlogs6244

    @jonalikalitavlogs6244

    Жыл бұрын

    Apuni nojonake keneke kb pre...aji kli tu dhukh Diya bur he hukht thka dekhisu

  • @rupaschannel5856

    @rupaschannel5856

    Жыл бұрын

    Toi dekhiso neki. Tai dukh dise ne nai

  • @jhonekram6165

    @jhonekram6165

    Жыл бұрын

    noyan dak dhoka di belegor logt biat bohil.. ki hol etia....sowalibore mont rakha usit hoi

  • @assammix9640
    @assammix9640 Жыл бұрын

    অনাগত দিনবোৰ সুখ আৰু আনন্দৰে ভৰি পৰক তৰে কামনা কৰিলো।God bless you Jaanmoni❤❤❤❤

  • @bharatibarkataki7592
    @bharatibarkataki7592 Жыл бұрын

    শ্যামন্তিকাক ইমান মৰম লাগে ৷ ভগৱানে যে কিয় ইমান দুখ দিছে , কথাবোৰ শুনি বহুত বেয়া লাগিল ৷

  • @girinbora7820
    @girinbora7820 Жыл бұрын

    কিছুমান কুকুৰ পোৱালি হতে নিজৰ নীৰ্লজ চৰিত্ৰবোৰ লুকুৱাই ৰাখে আৰু ছোৱালীজনীৰ ওপৰত দোষ দিয়ে এই সব কুকুৰ পৰিয়ালৰ গেলা অহংকাৰ আছে আৰু ইহঁতে ছোৱালীৰ জীৱন ধ্বংস কৰিব পাৰে আৰু নিজকে অভিজাত দেখাই থাকে এনে কুকুৰৰ পৰিয়াল আমাৰ অসমতো বহুত আছে। এই সকল কুকুৰক বিশ্বাস কৰিব নালাগে ইহঁত সন্ত্ৰাসবাদীৰ প্ৰজাতিৰ হয় নিজকে বহুত ভদ্ৰ দেখাই থাকে।

  • @lizzamiddi7051

    @lizzamiddi7051

    Жыл бұрын

    right

  • @dipikasarma2832

    @dipikasarma2832

    Жыл бұрын

    Thikeai koise

  • @purabiscreation3973
    @purabiscreation3973 Жыл бұрын

    শ্যামন্তিকা বহুত ভাল আৰু সহজ সৰল ছোৱালী । জোনে তাইক ব্যক্তিগত ভাবে ভালদৰে জানে, লগ পাইছে সেইসকলে নিশ্চয় জানে । ❤❤❤

  • @jonalikalitavlogs6244

    @jonalikalitavlogs6244

    Жыл бұрын

    Hosa kotha

  • @R.B.vloger

    @R.B.vloger

    5 ай бұрын

    Umm right

  • @RajdipSaikia189
    @RajdipSaikia189 Жыл бұрын

    অসমত ইমান ইমান ভাল লৰা আছিল । টকা পইচা নাথাকিব পাৰে কিন্তু অসমৰ লৰাৰ অন্তৰ খন ভাল। বাৰু যি হওক আপোনাৰ জীৱনটো সুখৰ হওঁক বা । আপুনি বহুত ভাল ভগৱানে ভালে কৰিব আপোনাক। ❤❤

  • @ToraliB
    @ToraliB Жыл бұрын

    😢দুখ নকৰিবা বা তোমাৰ লগত যি হ'ল সপোন বুলি পাহৰি যো যোৱা তোমাৰ জীৱনটো আকৌ নতুন কৈ গঢ়ি তুলক ♥️

  • @Niiikunja5X

    @Niiikunja5X

    Жыл бұрын

    👍😢

  • @lakshajitbora221
    @lakshajitbora221 Жыл бұрын

    আপোনাৰ তাবিজ এৰি নয়ন দা তাবিজ লওক । মই বহুত বেৱা পাওঁ আমাৰ অসমীয়া নিজৰ জাতিৰ ল'ৰা এৰি বেলেগ জাতিৰ লগত বিবাহ হ'লে । নাপাইছিল নয়ন দাক এনে কৰিব, নয়ন দাৰ জীৱনৰ লগত আকৌ এবাৰ চাব বিচাৰোঁ নহ'লে আমি অসমীয়া ল'ৰা হিচাবে চিন্তা কৰিব পাৰোঁ তুমি তুমি বুলি...

  • @aicheng9185

    @aicheng9185

    Жыл бұрын

    Ataloi biya humuwa jonik toi ani thoi de. 😂😂😂😂😂😂😂

  • @lakshajitbora221

    @lakshajitbora221

    Жыл бұрын

    @@aicheng9185 ব্যক্তিগতকে মোক কথা কবলৈ আপোনাক মই অধিকাৰ দিয়া নাই, মই কি ক'ব বিছাৰিছো বুজি লৈ কথা কব, কোন হয় আপোনি ?

  • @minakhyee.........official7236

    @minakhyee.........official7236

    Жыл бұрын

    @@aicheng9185 Jdi hosa val puwa acile atar logot biya huwa pisotu aniboo..........

  • @nirmalikalita6823

    @nirmalikalita6823

    Жыл бұрын

    Nayan da dhoa tulsir Pat nhoi oi.natan dai janmoni bak thagaise

  • @shurabhichetia7307
    @shurabhichetia7307 Жыл бұрын

    জন্ম, মৃত্যু, বিবাহ কাৰো হাতত নাথাকে। ছোৱালী জীৱন ইমান সহজ নহয়। সংগ্ৰাম কৰি যাওক।

  • @rinkusut2348
    @rinkusut2348 Жыл бұрын

    তোমাৰ জীৱনত আকৌ হাঁহি আহিব ❤️

  • @pinkiboruah9621
    @pinkiboruah9621 Жыл бұрын

    কথাবোৰ শুনি বহুত দুখ লাগিল 🥺

  • @indrachutia7351
    @indrachutia7351 Жыл бұрын

    নিজৰ জীৱটো এতিয়া ভাল ধৰণে গঢ়ক অসমৰ সকলো মানুহৰ মৰম আপুনি এতিয়াও পাব । সকলো মানুহ একেই নহয়

  • @digiincome
    @digiincome Жыл бұрын

    মিছা ক'লে কি হব।সেয়া নয়নদাক প্ৰতাৰণা কৰাৰ ফল।চিন্তা নকৰিব মই আছোঁ।

  • @budhiramteron1960
    @budhiramteron1960 Жыл бұрын

    মনত ৰাখিব পাতল মনৰ মানুহৰ কিবা নহয় কিবা বেয়া হয়। কিয়নো সহজ সৰল, থগীব সহজে পাৰি। কিন্তু ভাগী নপৰিব, ঈশ্বৰে বেয়া নকৰে জীৱন টোত নিশ্চয়ই ভাল হব। আৰু এনে সময়ত অযথা প্ৰস্তাৱ বহু লোকে সাহস কৰি দিব। প্রথম কথা ভাল কাম কৰক জানিনা হবলৈ লাগীব।

  • @harjitdeka9886
    @harjitdeka9886 Жыл бұрын

    প্রিয় অভিনেত্রী গৰাকী❤

  • @simantadeka1191
    @simantadeka1191 Жыл бұрын

    জীৱনতুৱে সংগ্ৰাম....টকা পইচাই যদিও জীৱন বুলি কয় কিন্ত কিছুমান ক্ষেত্রত নহয়....মনৰ সুখ হে আচল জীৱন

  • @anamikakalita581
    @anamikakalita581 Жыл бұрын

    দুখ লাগিল শুনি ,চিন্তা নকৰিব ভাল দিন আহিব

  • @user-bd9pt2jn4m

    @user-bd9pt2jn4m

    Жыл бұрын

    আনক কণ্ডুৱাই নিজে সুখী হব গৈছিল কেনে মজা😂😂😂😂

  • @jonalikalitavlogs6244

    @jonalikalitavlogs6244

    Жыл бұрын

    ​@@user-bd9pt2jn4mkeneke gom ple apuni

  • @_UNKNOWN_USER_2023_

    @_UNKNOWN_USER_2023_

    Жыл бұрын

    ​@@jonalikalitavlogs6244Sb raije jane xei2 katha ........Apuni keneke jane buli question krib nalage apuni .......

  • @jhonekram6165

    @jhonekram6165

    Жыл бұрын

    kene moja.. anok dhuk di gusi za i....

  • @jonalikalitavlogs6244

    @jonalikalitavlogs6244

    Жыл бұрын

    ​@@_UNKNOWN_USER_2023_raije o gm paise diyok .. cinema akhnr trp borahabor babe natok Kora buli bopai......ATA xoru kthat lgi hosa premik a jdi Ari njai...

  • @renulongchot7547
    @renulongchot75479 ай бұрын

    কাহিনী টো গম পাই বেয়া লাগিল। যিহেতো অসম দেশৰ জানমণি আছিল ধুনীয়া নাচনী। চিন্তাত নাথাকিব, মানুহৰ হৈ যায়।

  • @pompysaikia8884
    @pompysaikia8884 Жыл бұрын

    আপুনি ভাগি নপৰিব। এদিন সকলো ঠিক হব ☺️☺️ দুখৰ দিন ক্ষন্তেকীয়া কিন্ত্ত সুখ চিৰস্থায়ী হব। নিজৰ ওপৰত আৰু ভগৱানক বিশ্বাস কৰক 😊😊

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 Жыл бұрын

    অচিন কাঠৰ থুৰা লগোৱাৰ ফল । আমাৰ অসমৰ অসমীয়া ছোৱালী কিছুমান নিজৰ অসমীয়া ডেকা ভাল নালাগে । কিন্তু কিছু দিনৰ পিছত তাৰ ফল পায় । বেয়া লাগিল প্ৰিয়া অভিনেত্ৰী আছিল মোৰ ।

  • @chandana966

    @chandana966

    Жыл бұрын

    Dada bya npabo mi Assamese hy ghtyt thaku dekhatu vle But vl Assamese lora bisari npau khub besi character vl hlei vl lge Kntu npai mi bihari lora ejonok vl pao dutai bhut happy asu

  • @jakhashyaphukan8938

    @jakhashyaphukan8938

    Жыл бұрын

    ​@@chandana966Right...axomia lora u ase ji nijor wife k buji napai...bangle hok ba bihare hok ba axomia manuh vl hobo lagi..biya patila manuh jonik bujibo paribo lagibo...taw mnr kotha...duijona duijon k buji puw tu ai main..axomia lora vl hai tu nohoi kisuman axomia lorai u nijor wife k jantu dora hasti dia..dakhisu nija...manuh vl hobo lagi ..sovab,sorotro,bisakhi ...sb axomia lora nohoi kantu tar vitort ase bea...nijor jati nijor cast r lgt biya patiu kisuman suwali jibon borbad hoisa...

  • @rabhasowali1433

    @rabhasowali1433

    Жыл бұрын

    সকলো অসমীয়া ছোৱালী যে অসমীয়া লৰাক বিয়া পাতিব লাগি তেনেকুৱা নহয় । ভাগ্যই যাৰ জীৱনত যি দিছে তেনেকুৱাই হব‌।

  • @pranabjyotihazarika7145

    @pranabjyotihazarika7145

    Жыл бұрын

    @@jakhashyaphukan8938 মেইন কথা হল দুয়ো জনৰ মাজত নিজা বুজা বুজি ।

  • @pranabjyotihazarika7145

    @pranabjyotihazarika7145

    Жыл бұрын

    @@rabhasowali1433 😁 কি কম ?

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 Жыл бұрын

    বাইদেউৰ কথাবোৰ শুনি বহুত দুখ লাগিল । সেইকাৰণে অসমৰ বাহিৰৰ লৰাক বিশ্বাস কৰিব নালাগে , মেঘৰন্জনী মেধীও বাহিৰৰ লৰাৰ লগত বিয়া হৈ একে অৱস্থা ।

  • @prasantapawe4928

    @prasantapawe4928

    Жыл бұрын

    Right 👍

  • @dhunbora3314

    @dhunbora3314

    Жыл бұрын

    Meghranjini medhi husband vl

  • @KidsArea2000

    @KidsArea2000

    3 ай бұрын

    Moi nije bahirot asu 15 bosor hol.There is no simple people like in Assam.

  • @srajbonshi4462
    @srajbonshi4462 Жыл бұрын

    আপোনাৰ কথা টো জানি সচাকৈ বহুত বেয়া লাগিল আপোনাক বহুত ভাল পাওঁ। আপুনি দুখ নকৰিব ভগৱানে আপোনাক সহায় কৰিব। ধন্যবাদ।

  • @himashreedevi9144
    @himashreedevi9144 Жыл бұрын

    নয়নৰ লগত পুনৰ আৰম্ভ কৰা শ্যামন্টিকা। আমাৰ শুভেচ্ছা থাকিব।

  • @surenboruah3241
    @surenboruah3241 Жыл бұрын

    সাহসী ছোৱালী, জীৱন টো আকৌ সুন্দৰ হৈ ওঠ ক, তাৰে কামনাৰে🙏🙏🙏

  • @user-bd9pt2jn4m

    @user-bd9pt2jn4m

    Жыл бұрын

    কেলা কনি ডাঙৰ লাগে বঙালৰ টো সৰু হল চাগে ? মিয়া লে যা 🎉🎉🎉

  • @jyotishgogoi8634
    @jyotishgogoi8634 Жыл бұрын

    আপোনাৰ মুখৰ এই সুন্দৰ হাঁহিটি কেতিয়াও ম্লান পৰিব নিদিব বা Bravo 🫰

  • @user-gy1xx6lo8t
    @user-gy1xx6lo8t Жыл бұрын

    জানমনি তুমি সদায় সুখত থাকা তাকে কামনা কৰিলো

  • @trishandas2660
    @trishandas2660 Жыл бұрын

    ভাল হ'ব বা দুখ নকৰিবা সুখ-শান্তিৰে উপচি পৰিবা এদিন নহয় এদিন 👍👍👍love u janmoni baa

  • @aamarjibonbhumika8075
    @aamarjibonbhumika8075 Жыл бұрын

    বেয়া দিন নাহিলে ভাল দিনৰ সন্মুখীন হব নোৱাৰি জানমনি ❤️❤️❤️

  • @manjubezbaruah4851

    @manjubezbaruah4851

    Жыл бұрын

    ভাল দিন আহিব দিয়া

  • @nrcreation537master6

    @nrcreation537master6

    Жыл бұрын

    Punor dempulor logot ahija

  • @LWxSOLOYT

    @LWxSOLOYT

    Жыл бұрын

    Thik kotha koise

  • @swmbarubasumotary430

    @swmbarubasumotary430

    Жыл бұрын

    Hi

  • @Bran47772

    @Bran47772

    Жыл бұрын

    Janmoni🤣🤣🤣😂

  • @KabitaGogoi-ut6jr
    @KabitaGogoi-ut6jr Жыл бұрын

    অতীতক পাহৰি যোৱা। এতিয়াও সময় আছে আগবঢ়াই নিয়া তোমাৰ সুন্দৰ জীৱন।

  • @prankumarnath1616
    @prankumarnath16164 ай бұрын

    জীৱনতো আকৌ সজাই পৰাই আগবাঢ়ী যোৱা ।

  • @ranapegu7931
    @ranapegu7931 Жыл бұрын

    এই আগৰ জানমনি দৰে হৈ ওথক তাৰে কামনাৰে।

  • @dutiram3812
    @dutiram3812 Жыл бұрын

    দুখ নহলে জীৱন নহয় বা। হতাশ নহব ধয্যৰে আগবাঢ়ি যাওক।

  • @biswajitborthakur2394
    @biswajitborthakur2394 Жыл бұрын

    দুখকৰিব লগা একো নাই।ধনৰ পাছত দ'ৰিলে এনেকোৱা হয়।

  • @makanichowdhury4371
    @makanichowdhury4371 Жыл бұрын

    সত্যৰ সদায় জয় এদিন তোমাৰো জয় হব

  • @alakeshgogoi7228
    @alakeshgogoi7228 Жыл бұрын

    সৰু কথা।। জীৱশ্ৰেষ্ঠ মানুহে যদি যোগাত্মক চিন্তা নকৰে, তেন্তে কোনেনো কৰিব বাৰু? প্ৰত্যাহ্বান!!!

  • @juggiiij
    @juggiiij Жыл бұрын

    বেয়া লাগিল 😢😢😢 ছোৱালীৰ হৈ নকও যদিও,,, আপুনি ভাল মানুহ হয়।।❤❤❤

  • @user-bd9pt2jn4m

    @user-bd9pt2jn4m

    Жыл бұрын

    तू कहना क्या चाहते हो ? তই কি বেলেগ বেলেগ ৰূপত আহি কথা ক নেকি । কমেণ্ট কি লৰা হৈ কৰিছ নে গে হই 😮😮😮

  • @AtoZ-su3iv
    @AtoZ-su3iv Жыл бұрын

    কি যে হব বাল্যবন্ধু ৰ লগত বিয়া হৈছিল বোলে। তেওঁৰ আকৌ পোৱালি ওলাল । আপোনাৰ কথাত সত্যতা বিছাৰি নাপালোঁ

  • @lenasarma8918

    @lenasarma8918

    Жыл бұрын

    thik koisai

  • @jitenrabha9674
    @jitenrabha9674 Жыл бұрын

    নজনা কথা বোৰ জানিব পাৰি দুখ লাগিল।এগৰাকী প্ৰতিভাৱান অসমীয়া জীয়ৰীৰ অফুৰন্ত প্ৰতিভা যাতে অকালতে মৰহি নাযায় সেয়া আমাৰ কাম্য। আশা কৰোঁ অসমৰ ৰাইজে চেনেহৰ জানমণিক পূন: এবাৰ বিছাৰি পায়।

  • @junmonybora
    @junmonybora3 ай бұрын

    ভাঙি নপৰিবা ভগৱানৰ ওচৰত এৰি দিয়া ভাল দিন ঘুৰি আহিব 🎉🎉🎉🎉🎉

  • @binudmili4814
    @binudmili4814 Жыл бұрын

    এইয়া স্বাৰ্থপৰ মানুহক ভগৱানে দিয়া উপহাৰ। ডেমফুল ,,,,,,,,,,,,,,,,।।।।।।

  • @jhonekram6165

    @jhonekram6165

    Жыл бұрын

    right

  • @KrishnaKonwar-ip2zz
    @KrishnaKonwar-ip2zz Жыл бұрын

    অসমীয়া জীয়াৰি গাত মূলাগাভৰু তেজ আছে ।সাহসী হোৱা ভয় নাখাবা ।সকলো থিক হৈ যাৱ ।

  • @bhbxyz
    @bhbxyz Жыл бұрын

    She is so beautiful. My favourite actress. Love life and marriage life is your personal life. Don't think too much about that matter. Just overcome from this depression and do activities and work as you are interested. Some people's love life and marriage life is not smooth. It's natural.

  • @mongandhimongandhi709
    @mongandhimongandhi709 Жыл бұрын

    পুরনা বন্ধু নাপাহরিব এতিয়াও জীয়াই আছে। একবার ভাঙি যোহা মরম যদি পুনর মিলন হয় তেনতে সি মৌতকৈ মিতা আরু ভরা চাউলতকৈ আতা ।এই কথাষার ভুগী থকা জনেহে জানে ভালকৈ. Thank you very much.শ্যামনতীকা বাইদেউ।

  • @user-up3ig9yp8f
    @user-up3ig9yp8f Жыл бұрын

    জীৱনটো বৰ জটিল কেতিয়া কি হৈ যায় হয়তো কোনোৱে নাজানে। মানুহ বোৰ এনেকোৱাই ভগৱানৰ লগতে নিজক ভাল পাবলৈ শিকক আৰু আপোনাৰ সন্মুখত অহা সংগ্রামত মনে মনে নাথাকি যোগ্য উত্তৰ দিবলৈ শিকক। এদিন সকলো ঠিক হৈ পৰিব❤❤

  • @bharatichutiabharatichutia3901
    @bharatichutiabharatichutia3901 Жыл бұрын

    তোমাৰ কথা বোৰ শুনি দুখ লাগিল।

  • @jintubordoloi5951
    @jintubordoloi5951 Жыл бұрын

    ভগৱানে তোমাক শক্তি দিয়ক্ এদিন ভাল দিন আহিব।

  • @ghanakantadas8289
    @ghanakantadas8289 Жыл бұрын

    You are human resource in Assam, we want to your progress in future. If you want to add to Noyan Nilom as future partner ,we think.

  • @colourfulchandanavlog5286
    @colourfulchandanavlog5286 Жыл бұрын

    জীৱনত বহুত দুখ থাকে😢😢happy hoi thakok❤

  • @chiranjibborgohain3284
    @chiranjibborgohain3284 Жыл бұрын

    সময়ে কাকো ক্ষমা নকৰে।অসমৰ জনমানসত আপোনাৰ প্ৰতি অসমবাসীৰ যি মৰম-ভালপোৱা আছিল সেয়া আপুনি আপোনাৰ বহুকেইটা ভুল কামৰ জৰিয়তে ম্লান পেলাই দিলে।আগন্তুক দিনবোৰলৈ শুভেচ্ছা আছে।

  • @NDR_LIZA
    @NDR_LIZA10 ай бұрын

    মানুহৰ জীৱনত দুখ থাকে,,,, ভাঙি নপৰিব নতুনকৈ আকৌ জীৱনটো সজাই লওক,,,, সুখৰ হব,,, ❤❤❤❤❤❤❤ কামনা কৰিলো 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @MainulHoque-si4xx
    @MainulHoque-si4xx2 ай бұрын

    অতিতক পাহৰি যোৱ বৰ্তমানক আকোৱালি লোৱা । মানুহৰ জীৱনত সুখ দুখ থাকেই ।

  • @manoveeborpuzari8656
    @manoveeborpuzari8656 Жыл бұрын

    চিন্তা নকৰিবা মোৰো জীৱন তোমাৰ নিচিনা 😢

  • @jyotirekhadas3893

    @jyotirekhadas3893

    Жыл бұрын

    Sem muru o😔😭

  • @parivlogs5339
    @parivlogs5339 Жыл бұрын

    অসমৰ জানমণি। জীৱন মানেই সংগ্ৰাম

  • @user-bd9pt2jn4m

    @user-bd9pt2jn4m

    Жыл бұрын

    আনক কন্দুৱাই নিজে সুখী হব গৈছিল কেনে পাইচ্ 😂😂😂😂😂

  • @bhubonlagachu2238

    @bhubonlagachu2238

    Жыл бұрын

    @@user-bd9pt2jn4m 🗿

  • @harenpegu8252

    @harenpegu8252

    Жыл бұрын

    ​@@user-bd9pt2jn4mteneka kobo napai bhai. Karon dukot thoka manuhok aru dhuk nidiba 🙏🙏🙏

  • @dekavideos6404

    @dekavideos6404

    Жыл бұрын

    Atia jaanmoni hoi thoka nai aru

  • @hirakjyotidas_
    @hirakjyotidas_ Жыл бұрын

    নয়ন দাৰ অভিশাপ 😂. বেয়া লাগিল কথা খিনি শুনি😢😢.😢

  • @jonalikalitavlogs6244

    @jonalikalitavlogs6244

    Жыл бұрын

    Nayan nillim jdi hosa premik kio ovishap dibo he

  • @hirakjyotidas_

    @hirakjyotidas_

    Жыл бұрын

    @@jonalikalitavlogs6244 xituo noha Nhy jeniba kotha2 ,,, সঁচাকৈ বেয়া লাগিল বা লৈ 🙏😢😭

  • @jonalikalitavlogs6244

    @jonalikalitavlogs6244

    Жыл бұрын

    ​@@hirakjyotidas_nayan nillime shyman baak biya ptibo bisora nsil.. abr ata interviewt paisilu

  • @janmoni7

    @janmoni7

    Жыл бұрын

    ​​@@hirakjyotidas_ মাক দেউতাকৰ একান্ত বাধ্য পুত্ৰ আৰু ছোৱালী হলে আচলতে কিছুমান নিজৰ ভাল লগা বেয়া লগা বস্তুবোৰৰ পৰা আঁতৰি মা দেউতাৰ মনে বিচৰা ধৰণেও কৰিব লগা হয় ৷ মই 2006 মানত নয়ন নীলিম দা হতঁৰ উচৰৰ মানুহ এঘৰত ফুৰিব গৈছিলোঁ ৷ তেতিয়া গম পাইছিলো যে শ্যামন্তিকাক নয়ন দাৰ মাকে বিয়া পাতিব নিদিয়ে আৰু সেই কাৰণেই ছাগে নয়নদাই বিয়া পাতিব পৰা নাছিল এক মাত্ৰ মাতৃৰ কথাত লাগি ৷ অৱশ্যে কাৰ জীৱনত কি ঘটি আছে আমি নিজৰ বাদে আনৰ কথা কেতিয়াও নাযানো সেয়ে বেলেগৰ কথা শুনি আনৰ চৰিত্ৰৰ উপৰত মাত মতাটো আমাৰ উচিত নহয় বুলি মই ভাৱোঁ ৷ তেওঁলোকৰ ব্যক্তিগত কথা তাত বেয়াকৈ কৈ একো লাভ নাই। 🙏

  • @jonalikalitavlogs6244

    @jonalikalitavlogs6244

    Жыл бұрын

    @@janmoni7 moi o hunisu..sobe sowali jnike dhokh di ase

  • @malabikapegu4300
    @malabikapegu4300 Жыл бұрын

    সেইবাবে বাহিৰৰ দৰাক ভালকৈ চালি-জাৰি চাব লাগে কাৰণ জীৱনটো এবাৰহে পাওঁ, এতিয়া একো চিন্তা নাই......

  • @sarmilaekka1181
    @sarmilaekka1181 Жыл бұрын

    আচলতে জীৱন মানেই সংগ্ৰাম ।

  • @barnalidas-nb7fx

    @barnalidas-nb7fx

    Жыл бұрын

    Hoi❤

  • @lohitbordoloi9342

    @lohitbordoloi9342

    Жыл бұрын

    ভাল আৰু সৰল মনৰ মানুহৰ লগতহে বেয়াখিনি হয়।এটায়ে উপায়।কঠোৰ মনৰ হব লাগিব।

  • @ritumonitamuli834

    @ritumonitamuli834

    Жыл бұрын

    ​@@barnalidas-nb7fx🎉😂

  • @barnalidas-nb7fx

    @barnalidas-nb7fx

    Жыл бұрын

    @@ritumonitamuli834 kio hahila

  • @minadowania1727

    @minadowania1727

    Жыл бұрын

    ​@@lohitbordoloi9342ps in It is no

  • @abinashsaikia6196
    @abinashsaikia6196 Жыл бұрын

    চিন্তা নকৰিব নয়ন দাই সচাঁ ই ভাল পালে আপোনাক আকৌ আকোৱালিঁ লৱ

  • @biplubengti
    @biplubengti Жыл бұрын

    আপোনাৰ কথা সিনি বহুত দুখ লাগিল বা

  • @jayantaborah5668
    @jayantaborah5668 Жыл бұрын

    জি হ'ল হৈ হ'ল,এতিয়াৰ পৰা জানমণি জনিক দুখ দিলে অকমান চিন্তা কৰিব লাগিব।

  • @sivasagarroasterboy2128
    @sivasagarroasterboy2128 Жыл бұрын

    দুবাৰকৈ নহয় আৰু বেছি থগন খাগ লাগিছিল আপুনি । নয়ন দাক ঠগাৰ ফল এইয়া

  • @indrajittalukdar4508
    @indrajittalukdar4508 Жыл бұрын

    জীৱনৰ কথাখিনি শুনি বেয়া লাগিল । পুনৰ নিজক শক্তিশালি হোৱা ।

  • @atulhazarika4227
    @atulhazarika4227 Жыл бұрын

    জীৱনত চাগে প্ৰথম খোজতে উজতি খাই পাইয়ো হেৰুৱাৰ বাবে আপুনি দ্বিতীয় বাৰ বহুত বেছি নভবাকৈ সিদ্ধান্ত লৈ জীৱনৰ সেইটোৱে সফলতা বুলি ভাবিলে । আপুনি অসমীয়া অভিনয় জগতত এগৰাকী সফল সকলোৰে ভাল লগা অভিনেত্ৰী। অভিনয়ৰ মাজতে আবদ্ধ থাকি জীৱনক নতুন ৰূপত গঢ় দিবলৈ চেষ্টা কৰক । এইবোৰ কথাত আপুনি অকলশৰীয়া নহয় । বহুতৰে জীৱনত ঘটে । তাকে ভাবি আগবাঢ়ক ভগবানে ৰাষ্টা দেখুৱাব ।

  • @Earth9295
    @Earth92956 ай бұрын

    Ramayana easily teaches us from oldest to modern humans to reality removing the brutal absorption

Келесі