ককাৰ কথা শুনি মৰি যাম কেতিয়াবা 🤣 - Supoti With Koka || Mr Raja

Ойын-сауық

Collaboration / Business Query:
rajada045@gmail.com
আমাৰ ভিডিঅ'বোৰ সম্পূৰ্ণ হাস্যৰসৰ বাবে বনোৱা হয়, গতিকে কোনেও যাতে ভুল ভাবি নলয় 🙏 ইয়াৰ দ্বাৰা আমি কাৰোৰে মনত আঘাত সনাৰ চেষ্টা কৰা নাই 👈
#MrRaja
#Supoti
#Koka
#Comedy
#Funny
#ROAST
#AssameseComedyVideo
#AssameseFunnyVideo
#AssameseRoaster
#MrRajaNewVideo
#MrRajaNewRoast
#MrRajaRoasting
#MrRajaFunnyComedy
#AssameseKZreadr
Mr Raja New Video, Mr Raja Podcast, Mr Raja Funny Video, Mr Raja And koka Interview, Mr Raja And koka , Govinda koka, Gobinda koka, Funny Uncle, Mr Raja New Supoti, KOKA dialogue, Funny Koka, Gohpur koka, Koka lifestyle, Koka biography, Mr Raja Comedy, Mr Raja New Supoti
Copyright Disclaimer Under Section 107 of the Copyright Act 1976, allowance is made for "fair use" for purposes such as criticism, comment, news reporting, teaching, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favor of fair use.
【【【【【Mr Raja】】】】】
Thanks for watching
Mr Raja
Assam | NLP

Пікірлер: 1 200

  • @chao9251
    @chao92517 ай бұрын

    মন খোলা মানুহ একদম ককা ❤❤ ককা ৰ প্ৰত্যেক টো কথা এ ভাল লাগে

  • @romenjit7549

    @romenjit7549

    7 ай бұрын

    😂😂😂😂❤

  • @likhangohain1026

    @likhangohain1026

    7 ай бұрын

    Koka aapuni boikhto misa koise

  • @promodsaikia9318

    @promodsaikia9318

    6 ай бұрын

    @@likhangohain1026ki ppjgjfsa

  • @NikunjaBorah-ih6wl

    @NikunjaBorah-ih6wl

    6 ай бұрын

    ​@@romenjit7549❤❤😊😊 de CT CT

  • @KanakSaraniya-yl5pz

    @KanakSaraniya-yl5pz

    6 ай бұрын

    S.S

  • @mridulsarma3894
    @mridulsarma38947 ай бұрын

    Rare personality.ডাঙাৰ পিতেইৰ কথাত Josh আছে।ডাঙাৰ পিতেই দীৰ্ঘ জীৱী হওঁক তাৰবাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো।

  • @jyotibora2406

    @jyotibora2406

    3 ай бұрын

    Kaka Katha bilak bhal lagi

  • @pradipborah3546
    @pradipborah3546Ай бұрын

    ককাৰ কথা শুনি বৰ ভাল লাগিল আৰু আপোনাৰ ভিদিয় বিলাক চাই বহুত ভাল লাগে

  • @xmrsagar-ft5mh

    @xmrsagar-ft5mh

    Ай бұрын

    N ❤A very happy y❤❤❤❤A

  • @PankajparanNath-dt8dc
    @PankajparanNath-dt8dc7 ай бұрын

    যদিও বা কথাবোৰ কৌতুকৰ সুৰৰ কিন্তু ককা এজন সত্যবাদী ব্যক্তি ।। মানুহজন ৰসাল প্ৰেমি , কিন্তু অশুদ্ধ নহয় ।। ভালে থাকক ককা ♥️ Mr Raja এজন হৃদয়জিনা KZreadr , ভাল কাম কৰি যোৱা , আৰু সদাই ভালে থাকা ।। God bless you ❤️ মাজুলীৰ পৰা মৰম জনালো ❤️

  • @ramenchoudhury851
    @ramenchoudhury851Ай бұрын

    ককাৰ দীৰ্ঘায়ু কামনা কৰিলো । অনাগত দিনবোৰত ককা আৰু মিষ্টাৰ ৰাজাৰ এনেকুৱা ৰগৰ ভিডিঅ' পাম বুলি আশাৰে বাটচাই ৰলো ।

  • @niharikamahantadhemaji1404
    @niharikamahantadhemaji14047 ай бұрын

    ককা মেন মানুহ ককাৰ কথা বোৰ বহুত বেছি ভাল লাগে❤️❤️🔥🔥

  • @ganeshneog557
    @ganeshneog5577 ай бұрын

    অতি সুন্দৰ ককা। আপোনাৰ গানটো অতি সুন্দৰ হৈছে।

  • @prakashborah5396
    @prakashborah53967 ай бұрын

    ককাৰ হাহিতো সদায় এনেদৰেই থাকক।

  • @renuboro6011

    @renuboro6011

    5 ай бұрын

    Bhal lagil

  • @deepshortvideos8154
    @deepshortvideos81547 ай бұрын

    মজা লাগে 😂 ককাৰ চুপতি

  • @user-gf2yw1cb5n
    @user-gf2yw1cb5n5 ай бұрын

    ককা তুমি জুই ❤❤❤❤

  • @user-ko5rk9ew2f

    @user-ko5rk9ew2f

    18 күн бұрын

    Greand fathear is firee

  • @MrDipankarGogoi0007
    @MrDipankarGogoi00077 ай бұрын

    সুন্দৰ ককা, ককাই কোৱা কথা বোৰ সত্য .. কৈছে ..... অলপ শুনিবলৈ টান হয় কিন্তু অসমীয়া সমাজত আগৰ পৰম্পৰা নাই ... নিজকে মদান দেখিবলৈ গৈ পিছত সকলো শেষ হয়।

  • @user-lh4kt5df6c

    @user-lh4kt5df6c

    7 ай бұрын

    Right

  • @user-lh4kt5df6c

    @user-lh4kt5df6c

    7 ай бұрын

    😅Rr.Roja aru koka ❤

  • @user-rv3sy5il4b
    @user-rv3sy5il4bАй бұрын

    Koka tumi jui ❤❤

  • @ShantanuDas2100
    @ShantanuDas21007 ай бұрын

    ক'কা গিতটো ভাল লাগিল❤❤

  • @user-pc6we4bg3n
    @user-pc6we4bg3n7 ай бұрын

    Bom dise koka Raja da ♥️😅 love from Jorhat ❤️😍

  • @NarahAao
    @NarahAao7 ай бұрын

    ঐ কেলা ককা 😂😂😂😂😂😅😅 আপুনাৰ হাঁহি মেইন 😂😂❤

  • @sajidurrahman6161
    @sajidurrahman616115 сағат бұрын

    ককা দীৰ্ঘায়ু হওঁক, তাৰে কামনা কৰিলোঁ 🙏 । যিটোৱে খং দেখো, ভয়ে লাগে, ককাৰ প্ৰেচাৰ উঠি আৰু কিবা নহ'লে হয় ।

  • @dibakarpathak9484
    @dibakarpathak94847 ай бұрын

    অসমৰ ককা, মোৰ পেহা হয়। আমাৰ গাওঁৰ ছোৱালী নিছিল। পৰবৰ্তী সময়ত তেখেতক শহুৰৰ ঘৰৰ কথা সুধিব।

  • @gogoidavlogs2141

    @gogoidavlogs2141

    7 ай бұрын

    এইটো আধা পাগল হয়

  • @ChinmayDeka-qq5hi

    @ChinmayDeka-qq5hi

    7 ай бұрын

    Ooo kokak log karibo bahot mon asile Aponi khahai karibo neki mok 🙏🙏🙏🙏

  • @dibakarpathak9484

    @dibakarpathak9484

    7 ай бұрын

    @@gogoidavlogs2141 এজন বৃদ্ধ মানুহক কেনেদৰে দৰে ব্যৱহাৰ কৰিব লাগে শিকক।

  • @dibakarpathak9484

    @dibakarpathak9484

    7 ай бұрын

    @@ChinmayDeka-qq5hi মোৰ ঘৰ বোকাখাতত।

  • @tileswaryein1295
    @tileswaryein12956 ай бұрын

    ৰাজা ভাই আপোনাৰ চুপতি অনুষ্ঠানটো চাই খুউব ভাল পাঁও। মাজে মাজে নতুন video বনাই থাকিব। গোবিন্দ ককালৈও দীৰ্ঘায়ু কামনা কৰিলো।🎉

  • @jun.dohutia
    @jun.dohutia7 ай бұрын

    মজা মজা দেউতা আপোনাৰ কথাৰে মানুহৰ মন জয় কৰি দিছে দেই 😂 ভগৱানে আপোনাক মোৰ মূৰ চুলিৰ সমান আয়ুখ দি ৰাখে তাকে প্ৰথনা জনাঁলো 🙏

  • @Bishal.pro0099

    @Bishal.pro0099

    4 ай бұрын

    প্ৰথনা নহয় প্ৰাথনা

  • @amiaxomiya2502
    @amiaxomiya25027 ай бұрын

    ককাই হাস্যৰসৰ লগতে কিছুমান জানিবলগীয়া দৰকাৰী কথাও কৈ গৈছে🎉❤ । জুই ককা❤🔥

  • @ayanjyotiofficial5517
    @ayanjyotiofficial55177 ай бұрын

    Kokar karone like ata mari diya ru raja dar karone commenet .shere .and subcribe kori de . ❤

  • @sontidas1499
    @sontidas14997 ай бұрын

    😢 সমাজৰ অধপাতে যোৱা কিছুমান পৰিবেশ দুয়োজনে হুবহু পকা শ কৰিবলৈ চেষ্টা কৰক। হাঁহি ধেমালিৰ মাজেৰে সময় পাৰ কৰক ভগৱানে আয়ুস বগাব।

  • @bityborah5268

    @bityborah5268

    6 ай бұрын

    🎉🎉

  • @BishalDoley-op8su
    @BishalDoley-op8su18 сағат бұрын

    খুব ভাল লাগিছে ককা

  • @sahiruddinAnsari-rs9gq
    @sahiruddinAnsari-rs9gqАй бұрын

    বহুত ভাল লাগিল 10়0% সচাঁ কথা কৈছে ককা |

  • @adityakashyap4407
    @adityakashyap44077 ай бұрын

    ভাল লাগে ককাক ভগৱানে ভালে ৰাখক কুশলে ৰাখক আৰু দুয়োটাক একেলগে দেখি থাকো তাকে আশা ৰাখিলো raja+koka 🔥🔥🔥💥

  • @montu1431
    @montu14317 ай бұрын

    ককাৰ লগত roast কৰক 😅 ভাল লাগিব

  • @Popokatipetel

    @Popokatipetel

    7 ай бұрын

    Ros নহয় অশিক্ষিত roast

  • @montu1431

    @montu1431

    7 ай бұрын

    @@Popokatipetel বাপেৰৰ মৰতো

  • @montu1431

    @montu1431

    7 ай бұрын

    @@Popokatipetel ভালকৈ চা

  • @AmanKharia-ni4mj
    @AmanKharia-ni4mj22 күн бұрын

    ❤❤❤😂😂😂😂mojaa lagile dy koka

  • @rajenhazarika1431
    @rajenhazarika14312 ай бұрын

    ককাৰ কথাবোৰ সুন্দৰ ।।তেখেতে যিয়ে নকওক কথাবো্ৰ শুনি খুব ভাল লাগে।❤

  • @bunumech8209
    @bunumech82097 ай бұрын

    হাঁহি 😂 ৰখাব নোৱাৰি দেই😂😂😂😂

  • @loveyoumaa837

    @loveyoumaa837

    7 ай бұрын

    ❤❤❤

  • @loveyoumaa837

    @loveyoumaa837

    7 ай бұрын

    😂😂😂

  • @loveyoumaa837

    @loveyoumaa837

    7 ай бұрын

    😅😅😅

  • @loveyoumaa837

    @loveyoumaa837

    7 ай бұрын

    😮😮😮

  • @lakhibhai07
    @lakhibhai077 ай бұрын

    Koka nohai borta khura dhuniya comedy raja da moja 👌❤️😍

  • @JituGogoi123
    @JituGogoi1234 ай бұрын

    ককাই সচা কথা কয় আৰু সাহসীও।বহুত ভাল লাগিল।ধন্যবাদ ।

  • @dipankarduwarah6827
    @dipankarduwarah68277 ай бұрын

    সুন্দৰ, ভাল লাগিল কথা কেইটা,❤

  • @Abhi65666
    @Abhi656667 ай бұрын

    ৰাজা দা মাজুলীলৈ আগতীয়াকৈ ৰাসৰ নিমন্ত্ৰণ জনালোঁ ♥️

  • @White-vt9yy
    @White-vt9yy7 ай бұрын

    😆😆😆Koka Jui 💥💥

  • @zgnayan6988
    @zgnayan69887 ай бұрын

    ককাৰ হাঁহি টো জুই দে😂🔥 next level Raja da😆💥

  • @bimolakhanikor870
    @bimolakhanikor8706 ай бұрын

    ককা হাহিটো বৰ ভাল লাগিল ককাক ভগৱানে কুশলে ৰাখক এয়ে কামনা।❤❤❤❤❤

  • @HorribleG
    @HorribleG7 ай бұрын

    Next Level ❤ Love From Sivasagar

  • @benustyle
    @benustyle7 ай бұрын

    1kdom mojja comedy raja biro

  • @ujjalneog7055
    @ujjalneog70557 ай бұрын

    ককা হাহিঁটো 🤣🤣🤣 বৰ মৰম লগা 🥰❤️🤗

  • @ushabora-tw8vg
    @ushabora-tw8vg6 ай бұрын

    গোবিন্দ ককা ভল লাগে । ভগৱানে ভালে ৰাখক ।😊

  • @Rockff5269
    @Rockff52697 ай бұрын

    Koka moja Vl lagise video sai 😂❤ Love from sivasagar ❤

  • @bhrigumonilahan2631
    @bhrigumonilahan26317 ай бұрын

    ককা আপুনি জুই 🔥❤️‍🔥❤❤

  • @niradutta2366
    @niradutta23664 ай бұрын

    ভাল লাগিল ককা। ভগৱানে আপোনাক ভালে ৰাখক।

  • @user-tk4ld5mp1m
    @user-tk4ld5mp1mАй бұрын

    ককাৰ কথা বিলাক শুনি সঁচাকে বহুত ভাল লাগে দেই

  • @TMKoOfficial
    @TMKoOfficial7 ай бұрын

    Love you grandfather ❤❤❤ I'm TM Ko you are very comedian 😂😂😂

  • @Dipankar545
    @Dipankar5457 ай бұрын

    Koka apuni jui 🔥😂

  • @user-wu3gq3xt1p
    @user-wu3gq3xt1p4 ай бұрын

    ককা অতি সুন্দৰ 😂

  • @KrishnaliKakoti-ec6ko
    @KrishnaliKakoti-ec6ko2 ай бұрын

    ককাই মজা দিছা দেই তুমি জুই❤❤❤😂😂

  • @unofficialperson5474
    @unofficialperson54747 ай бұрын

    কেলা অকল এটা শব্দ নহয় অসমীয়াৰ বাবে কেলা is a emotion😅😅

  • @sunilkrsonowal3035

    @sunilkrsonowal3035

    5 ай бұрын

    Moja kuka pogola

  • @hridaysaikia9455
    @hridaysaikia94557 ай бұрын

    Raja da always fire 🔥🔥

  • @Gameofjodu99
    @Gameofjodu997 ай бұрын

    ককা লগত আৰু এটা video লাগে দেই moja

  • @user-us1ny9wn2i
    @user-us1ny9wn2i6 ай бұрын

    মনটো বেয়া লাগি আছিল ককা কথা শুনি দিনটোয়ে ভাল লাগিল গল ককালৈ বহুত ধন্যবাদ

  • @kulldiprajghuriya9738
    @kulldiprajghuriya97387 ай бұрын

    Content ulai থাকিব ৰাখি থব ককাক (ঘৰ কত আৰু কোন কোন আছে ঘৰত)❤❤❤

  • @BabluSonowal-zw6rg
    @BabluSonowal-zw6rg7 ай бұрын

    Mojja comedy 🔥🔥🔥

  • @ANANTA198
    @ANANTA1987 ай бұрын

    সুন্দৰ

  • @bhaitydoley6373
    @bhaitydoley63737 ай бұрын

    Love you koka ❤❤ from dhemaji ♥️

  • @bikramtaye8984
    @bikramtaye89847 ай бұрын

    Mojja raja dar❤

  • @hiteswarphukon

    @hiteswarphukon

    5 ай бұрын

    😅

  • @digantavlogs46ride6
    @digantavlogs46ride67 ай бұрын

    Next level..koka.bhut val lagise de video to sai..😂😂❤❤❤🎉🎉😅😅

  • @krishav1920
    @krishav19207 ай бұрын

    Superb Interview 💗💗💗💗💗

  • @RanjitDowarah365
    @RanjitDowarah3657 ай бұрын

    Nice comedy 😂😂😅😂😂😂

  • @majanikalita6025
    @majanikalita60257 ай бұрын

    Koka ❤🔥🔥🔥 God bless you koka.🙏🙏🙏

  • @crazyvloger-tk3p
    @crazyvloger-tk3p7 ай бұрын

    Next level ❤❤❤ Raja da Aru koka video hodai Sabo pale bohut val lage.... Raja dak Kune Kune beya pai..pai thakok Ami Raja dak hodai val paw Aru val pai thakim... Aru Val manuhok aneu bohute jole Raja da 🔥

  • @PranabjyotiMahanta-ys3pw
    @PranabjyotiMahanta-ys3pw7 ай бұрын

    Koka + raja daa comedy 🔥🔥 vl lagil 👍❤️❤️

  • @Pallab-tb9sh
    @Pallab-tb9sh7 ай бұрын

    একে একে দুই আমাৰ ককা 🔥😂

  • @opaxomff7079
    @opaxomff70797 ай бұрын

    Fire Koka fire 🔥 havy❤

  • @nanghunpha
    @nanghunpha2 ай бұрын

    ককা কথাবোৰ লগত মিলাই দিব জানে মিষ্টাৰ ৰাজাই ।সেই কাৰণে তেওঁকো বহুত ভাল লাগে ।

  • @bijurajkhowa7114
    @bijurajkhowa71147 ай бұрын

    সুন্দৰ প্ৰশ্ন সুন্দৰ উত্তৰ।

  • @dibyavolog3336
    @dibyavolog33367 ай бұрын

    Koka + Raja da = comedy 😂❤

  • @kothalbaripodumonichetiaga7758
    @kothalbaripodumonichetiaga77587 ай бұрын

    চুপতি শুনি বৰ ভাল পালোঁ ককা দীঘজীবী হওঁক ❤❤ Tarulata Bhuyan

  • @bkp9774
    @bkp97743 ай бұрын

    ভাল শিক্ষা দিছে , বুজাইহে বুজি পাব।

  • @noobff2177
    @noobff21777 ай бұрын

    Good blessed you grandfather ❤🥰🥰

  • @GoutomMudoi
    @GoutomMudoi7 ай бұрын

    ককাৰ দম তো next level...love from jorhat ❤❤❤❤❤❤

  • @abinashkalita3522
    @abinashkalita35227 ай бұрын

    বৰতা্ৰ আশুআৰোগ্য কামনা কৰিছো ❤

  • @hrishikeshkalita9422
    @hrishikeshkalita94226 ай бұрын

    Last part is 💯 right. Mobile,dress, and fession r oporot ji kotha kole koka aapuni I am agree with you. ❤❤❤ Koka

  • @Thar_lover681
    @Thar_lover6813 ай бұрын

    ভাল লাগিল ককা❤❤❤❤❤

  • @abhiblock3404
    @abhiblock34047 ай бұрын

    কেলা মেইন😂😂😂❤

  • @realistic_majuli5455
    @realistic_majuli54557 ай бұрын

    Koka apunar logote rakhi thok love you dada❤

  • @doleyko9473

    @doleyko9473

    7 ай бұрын

  • @user-de1lc3uw6v
    @user-de1lc3uw6vАй бұрын

    বটা কথা বোৰ বৰ ভাল লাগিল , বটা চিৰদিন জীয়াই থাকক

  • @bcrlaina9136
    @bcrlaina913626 күн бұрын

    🎉ককা আপোনি এজন বৰ চতুৰ লগতে ৰাজাও

  • @krishnavlogs4909
    @krishnavlogs49097 ай бұрын

    Koka Fire hoi Fire 🔥

  • @user-yy1yq7kd1m
    @user-yy1yq7kd1m7 ай бұрын

    Kaka has better knowledge of present days than many so called aristocrat of Assam.

  • @user-ik7xs5kp4k
    @user-ik7xs5kp4k7 ай бұрын

    বৰ দেউতা আৰু ৰাজা আগুৱাই যোৱাৰ এনেকৈ ❤❤❤❤

  • @anilloing9195
    @anilloing91957 ай бұрын

    ভাল লাগিল । দীঘায়ূ কামনা কৰিলো ।

  • @user-majuli
    @user-majuli7 ай бұрын

    Mojaaa comedy 😂😂❤❤

  • @Assamsmallcreator
    @Assamsmallcreator7 ай бұрын

    জয় আই অসম ❤❤❤

  • @bijusarma-cl2ej
    @bijusarma-cl2ej6 ай бұрын

    অ খুৰা বৰ ভাল লাগে দেই আপোনাৰ সৰল কথাবোৰ।

  • @monjitgogoi4680
    @monjitgogoi46807 ай бұрын

    সুন্দৰ ককা লগতে ৰাজা দাদা আপুনা জনালো।

  • @BKRM_999
    @BKRM_9997 ай бұрын

    ❤❤❤❤

  • @user-wr5zr6co8w
    @user-wr5zr6co8w7 ай бұрын

    দাদায়ে হাহি ৰখাবৰে নোৱাৰে ককা কথা শুনি ❤

  • @gang4seven
    @gang4seven7 ай бұрын

    Big love Raja da❤️

  • @abulhussain1032
    @abulhussain10327 ай бұрын

    আপোনাক বহুত ভাল লাগিল ৷

  • @sunstar2470
    @sunstar24707 ай бұрын

    Koka really rocksss😂😂😂

  • @kaustobdaskaustobdas2077
    @kaustobdaskaustobdas20777 ай бұрын

    Kela is emotion ❤️🥹

  • @jyotishmoy_athletic7985
    @jyotishmoy_athletic79857 ай бұрын

    Love you both brother ❤

  • @munukonbhi4932
    @munukonbhi49323 ай бұрын

    ,সুন্দৰহৈছে

  • @rajcreation_2m..
    @rajcreation_2m..7 ай бұрын

    Koka always 🔥🔥🔥

  • @kalpadas5723
    @kalpadas57237 ай бұрын

    Dear - जो भी इस बक्त मेरा कांमेंट पढ़ रहा / रही है हम सब एक दूसरे के लिए अंजान है फिर भी मैं भगवन से प्रार्थना करता हूं के आपके लाइफ में कोई टेंशन चल रहे हो वो दूर हो जाए और आप हमेशा खुश रहें !❤

  • @gitanjali1484

    @gitanjali1484

    7 ай бұрын

    Aaa gaya bhik mangiya bhik dedo isko

  • @ab_films1

    @ab_films1

    7 ай бұрын

    ​@@gitanjali1484😂😂😂

  • @tarunborkakati6239

    @tarunborkakati6239

    7 ай бұрын

    😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

  • @tomaderpiryobitupan8350

    @tomaderpiryobitupan8350

    7 ай бұрын

    Same to you

  • @anuragkalita9468

    @anuragkalita9468

    7 ай бұрын

    Same to you brother

  • @mousumiboruah3835
    @mousumiboruah38357 ай бұрын

    Bor hundor Koka r hklu bur kthat a hoth ase teu ajn bht vhl mnuh teur dirgho ayukh kamona krisu krishna ❤❤

  • @jitugaminglive64
    @jitugaminglive647 ай бұрын

    Omg 😂❤ love from dhemaji 🎉❤

  • @Rahul_Boruah
    @Rahul_Boruah7 ай бұрын

    Koka apuni 🔥

Келесі