একালত দোকানে-দোকানে বিক্ৰী কৰিছিল চাহপাত, আজি তেওঁ সফল ব্যৱসায়ী। আজি তেওঁৰ অধীনত ৫২ গৰাকী কৰ্মচাৰী।

মাত্ৰ ৫৩৫ টকা মাহেকীয়া বেতনেৰে আৰম্ভ কৰিছিল জীৱন। একালত দোকানে-দোকানে বিক্ৰী কৰিছিল চাহপাত। আজি তেওঁ সফল ব্যৱসায়ী। তেওঁৰ অধীনত বৰ্তমান ৫২ গৰাকী কৰ্মচাৰী। লখিমপুৰৰ সত্যজিৎ বৰুৱাৰ জীৱন সংগ্ৰাম আৰু সফলতাৰ কাহিনী।

Пікірлер

    Келесі