জুবিন গাৰ্গৰ বিতৰ্কক লৈ অসম সত্ৰ মহাসভাত ভাঙোন

📌জুবিন গাৰ্গৰ বিতৰ্কক লৈ অসম সত্ৰ মহাসভাত ভাঙোন। মাজুলী জিলা সত্ৰ মহাসভাৰ সাধাৰণ সম্পাদকক বহিষ্কাৰ। মাজুলীত জুবিনক নিষিদ্ধ কৰিছিল জিলা সত্ৰ মহাসভাই।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 191

  • @muninoza4944
    @muninoza49442 ай бұрын

    জুবিনে সত্ৰাধিকাৰক প্ৰভু ঈশ্বৰ বুলিব নেলাগে বোলা কথাষাৰ পৃথিৱীৰ কোনো মানুহে কাটিব নোৱাৰে। জুবিন বৰ সাহসী মানুহ ইমান দিনে এই কথাষাৰ কোনেও কবপৰা নাছিল। গতিকে জুবিন সদায় জয় হবৈ ।

  • @Sivasagar04
    @Sivasagar043 ай бұрын

    জুবিন দা ৰ কথা ১০০% সঁচা আৰু মানুহ কেতিয়াও ভগৱান হব নোৱাৰে, আৰু এই বঁটা ঘুৰাই দিবলে কোৱাতো যুক্তি সম্পন্ন হব নোৱাৰে

  • @dhristismitadas9083
    @dhristismitadas90833 ай бұрын

    কথাষাৰ সামাজিকভাৱে কোৱা বাবে সকলো জকি উঠিছে । কিন্তু গাৰ্গৰ কথাষাৰ অশুদ্ধ নহয় ।

  • @asomiaasom6008
    @asomiaasom60083 ай бұрын

    জুবিনৰ অসভ্যালীক সমৰ্থন নকৰো যদিও জুবিনে সত্ৰাধিকাৰ ভগৱান নহয় প্ৰভু ঈশ্বৰ বোলাত আপত্তি কৰাত মই একমত ।বিধৰ্মী সত্ৰাধিকাৰক প্ৰভু ঈশ্বৰ বোলাতো উচিত নহয় ।বহু সত্ৰত বহু সত্ৰাধিকাৰে স্ব-ধৰ্ম স্ব-গুৰু ত্যাগ কৰি পৰধৰ্ম পৰগুৰু আকোৱালী লোৱা বিধৰ্মী অধৰ্মী আদৰ্শহীন লোকৰ অনুস্থান সত্ৰ মহাসভা ,যি সত্ৰ মহাসভাত স্বধৰ্ম স্বগুৰু ক ভজা ভক্তি ধৰ্ম নাই আদৰ্শ নাই কেৱল একপক্ষীয় স্বাৰ্থপৰ পক্ষপাত উগ্ৰ আচৰণ ফটৱা জাৰি ।আদৰ্শহীন অধৰ্মী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ নহয় ।সত্ৰাধিকাৰক প্ৰভু ঈশ্বৰ বুলিব নালাগে বুলি জুবিনে কোৱা কথা শুদ্ধ ।সত্ৰত ধৰ্মৰ খুটি লৰিছে ।

  • @user-td9im5rq8b
    @user-td9im5rq8b3 ай бұрын

    মাজুলীত জুবিন গাৰ্গক নিষিদ্ধ কৰাতো মাজুলীৰ জনসাধাৰণে বিবেচনা কৰিব। যিহেতু এওঁ বিৰূপ মন্তব্য প্ৰদান কৰিছে। যদিও মাজুলীক লৈ কৰা নাই।

  • @mayurranjan2889
    @mayurranjan28893 ай бұрын

    Good very good truth is always truth…

  • @user-jd1fl3lz3s
    @user-jd1fl3lz3s3 ай бұрын

    Zubeen is best singer in India & Assam.

  • @assam2006
    @assam20062 ай бұрын

    ভগৱানৰ খং উঠিছে।

  • @mithunbora5618
    @mithunbora56183 ай бұрын

    জয় শ্ৰী কৃষ্ণ 🙏

  • @golapidas9909
    @golapidas99093 ай бұрын

    সত্ৰাধিকাৰ সকলেও ‌ইমান জেদ ধৰে নে ? Joy Jubin ❤

  • @manoveeborpuzari8656
    @manoveeborpuzari86562 ай бұрын

    সত্ৰাধিকাৰ যেতিয়া প্ৰভূ ঈশ্বৰ তেনেহলে ব্ৰহ্মা ,বসুদেৱ আৰু মহাদেৱ নৰমানুহ । বেছ হাঁহি উঠা কথা.

  • @abhijitgaonkhowa6629
    @abhijitgaonkhowa66293 ай бұрын

    Ehote nijor majote nije lagi ase..Zubeen dai prgm kri ase..Zubeen da🔥🔥

  • @__shyamol_borah_
    @__shyamol_borah_3 ай бұрын

    Power of Zubeen garg❤️❤️

  • @phulagurilpschool-hm2lz
    @phulagurilpschool-hm2lz3 ай бұрын

    তাৰমানে তে‌খেতসকলে সঁচাকৈয়ে প্ৰভূ ঈশ্বৰ বুলি ভাবে নিজকে!

  • @sasadharrajbangshi3321

    @sasadharrajbangshi3321

    2 ай бұрын

    প্ৰডূ কাক ই দেখিছনে নৰ ৰুপি নাৰাযন

  • @mohansarania8130
    @mohansarania81303 ай бұрын

    জুৱিনক ময়ো সমৰ্থন নকৰো কিচুমান অসভ্যালিৰ বাবে, কিন্তু আজি জুৱিনক মই ১০০% সমৰ্থন কৰিছো। জুৱিনে কোৱা কথাষাৰ বৰ্তমান যুগত ১০০% সচা কথা। আজি মাজুলিত হিন্দু মানুহে কিয় খ্ৰীষ্টিয়ান ধৰ্ম আকোৱালি লৱ লৱ লগা হল ? ইয়াৰ বাবে দায়ী কোন ? মাজুলীত নিজকে প্ৰভু গোসাই বুলি ভাৱি লোৱা অন্ধভক্তসকল নেকি ? মানুহ কেতিয়াও প্লভু ঈশ্বৰ নহয় আৰু হৱও নোৱাৰে । আগৰ পূৰনিকলীয়া অন্ধবিশ্বাসী ৰীতি নীতিয়ে বৰ্তমান আধুনিক সমাজত সভা নাপায়।। বৰ্তমান সমাজত প্ৰতিটো ধৰ্মৰ মানুহে নিজৰ নিজৰ ধৰ্মক আধুনিক পদ্ধতিৰে আগুৱাই নিয়াৰ দৰকাৰ আছে। ।

  • @JayPegu321

    @JayPegu321

    3 ай бұрын

    Right 100%...

  • @bharatisaikia1388

    @bharatisaikia1388

    2 ай бұрын

    100//

  • @monujgogoi9828

    @monujgogoi9828

    2 ай бұрын

    Prabhu Gukhai nohoi Prabhu Eshwaar.😅😅😅

  • @nayandas2937
    @nayandas29373 ай бұрын

    Bad diya he tumalokor xotro kotha zubeen da love you❤

  • @niharprotimnp3686
    @niharprotimnp36862 ай бұрын

    Besi usdai korile bohiskar hboi jay zubeen da❤️🔥

  • @user-rd8iw4rp8w
    @user-rd8iw4rp8w3 ай бұрын

    Aamee maatim hodai zubeen amer logot thakibo joi zubeen daa ❤❤❤❤❤❤❤❤❤❤❤❤

  • @damodarbaishya1439
    @damodarbaishya14393 ай бұрын

    jai Sri Krishna jai sri ram kami,modahi zubeen r nai bhagabatar gyan.

  • @dipangkardas8611
    @dipangkardas86113 ай бұрын

    Jai zubeen da Right Always Time🤟♥

  • @ChandandasDas-wk9oh
    @ChandandasDas-wk9oh3 ай бұрын

    Joy Zubeen da ❤❤❤❤❤

  • @dipgogoi827
    @dipgogoi8272 ай бұрын

    29 tarikhe zubeen dai majuli t program goishe🙂🙂🙂

  • @namitachakravarty4911
    @namitachakravarty49112 ай бұрын

    Zubin daa k kono bata r darkar nai teu nijei eta bata ammar karane .❤❤❤

  • @arunmuria
    @arunmuria2 ай бұрын

    তহঁত কোন গোটেই অসমত জুবিনক নিষিদ্ধ কৰিবলৈ ? সকলোৰে নিজৰ বাক স্বাধীনতা আছে ৷ ভগৱানৰ পূজা আমি নিজেও কৰিব পাৰো , ফোট লগুণ লৈ মানুহক অভিশাপ দিয়া প্ৰভু ঈশ্বৰ কেইটাৰ প্ৰয়োজন নাই ৷

  • @user-wb8bz1zs7g
    @user-wb8bz1zs7g3 ай бұрын

    Manuh jone kiman vall kam korisa tar kotha kunau monot nopore beya kiba ata kolai beya hoi jai joi zubeen sa❤❤❤❤❤

  • @ShyamalJyotiKalita

    @ShyamalJyotiKalita

    3 ай бұрын

    Vaal kaam kora manuh bohut ase ....realy June vaal kaam kore gaai nufure

  • @debojitborah6170

    @debojitborah6170

    2 ай бұрын

    Eku beya kotha kuwa nai hosa kothai koise manuh ketiau god hobo nuware aru

  • @bplvdoley8243
    @bplvdoley82433 ай бұрын

    I am from Majuli and I am with Zubeen

  • @hrishikeshkalita9422
    @hrishikeshkalita94223 ай бұрын

    Jubeen dai kiman Val Kam korise , tetiya media kot thake. Kintu kiba ata kole lagi thake. Aaru ata kotha manuh ketiyao iswar hobo noware. We are agree with jubeen da.

  • @DibakarJAB
    @DibakarJAB3 ай бұрын

    Joy Zubinda,,, সত্ৰৰ সত্ৰাধিকাৰ satradhikaritya,, আছে নিজেই বিশ্লেষণ কৰি চাওঁক,,সত্ৰাধিকাৰৰ কেনেকুৱা বেব্যাহৰ দেখান,, খং ৰাগ যদি দমনেই কৰিব নোৱাৰিলে, কিহৰ satradhikar হল ইহঁত,,, Zubin দাক নিষিদ্ধ কৰিবৰ এই সকল কোন? জুবিন ৰাইজৰ মাজত থাকিব,।

  • @rohittaid2760
    @rohittaid27603 ай бұрын

    Zubeen da main🙏❤️🍀

  • @4u206
    @4u2063 ай бұрын

    শংকৰ গুৰুক কি ক'ব ?

  • @dwipjyotikalita5994
    @dwipjyotikalita59943 ай бұрын

    কি মানে এইবিলাক 😂😅❤😱🙈🙉😺

  • @BimanGogoi-rw9vx
    @BimanGogoi-rw9vx3 ай бұрын

    জুবিন দাই ক্ষমা খুজিবলৈ একো ভূল কৰা নাই,,,,,,

  • @user-vj2kb1sb8k
    @user-vj2kb1sb8k3 ай бұрын

    জয় জুবিন গাৰ্গ ❤❤❤❤

  • @kanakdeka3308
    @kanakdeka33082 ай бұрын

    Joi Zubeen da ❤❤

  • @zubeenboro2632
    @zubeenboro26323 ай бұрын

    Zubeen Daaaa Right😊

  • @miduldutta8798
    @miduldutta87983 ай бұрын

    সত্ৰাধিকাৰ সকলে কৈছে ওপৰলৈ উঠিছে জুবিন খঢ়িব বুলি অবিসাপ দিছে , মই কৈছোঁ এই অহংকাৰ কাৰণে মাজুলী খঢ়িছে লুইতৰ বুকুত, চকুৰে দেখিছোঁ , জুবিন দাক অবিসাপ দিয়া ফল মাজুলী বাসিয়ে ভুগিব লাগিব , জয় শ্ৰী ৰামমমমমমমমমমমমমমমম জয় জুবিন দা জয়য়য়য়য়য়য়য়য়য়য়য়য়য়য়য়

  • @indrajitsonowal7644
    @indrajitsonowal76443 ай бұрын

    29 tarikhe dekhun majulit program ase 😂😂

  • @bharatisaikia1388
    @bharatisaikia13882 ай бұрын

    💯

  • @samirankalita3571
    @samirankalita35713 ай бұрын

    Majuli t nogoleo dada r ako ghanta nahoi.....😂

  • @rubulmedhi4963
    @rubulmedhi49633 ай бұрын

    Apunaloke nijoke bogoban buli bhabe neki gaat lagise je.

  • @bhashyajyoti7894
    @bhashyajyoti78943 ай бұрын

    বেয়া কৈ comment কৰা সকল --> চীনৰ ভাষাত এষাৰ কথা কৈছে, "খিং তাঙ খুম চাং, নং লাং চাঙ কিচাঙ" অৰ্থাৎ "তুমি যি বাল চিঙিব নোৱাৰা, সেই বালক লৈ টনা আজোৰা নকৰিবা" 😌(জুবিন power 💥) জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀 জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা �❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❣️🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀 জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀 জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀 জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা ❤🥀জয় জুবিন দা❤❤❤❤❤❤❤❤❤❤❤❤❤❣️❣️❣️❣️❣️❣️❤❤❤❤❤❤❤❤❤❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️❣️ Zg Bhashya Jyoti Kakati

  • @mriduldas-zj6eq

    @mriduldas-zj6eq

    2 ай бұрын

    Dui bapekor santan tu .

  • @rontudowerah3352
    @rontudowerah33523 ай бұрын

    জয় জুবিন দা ❤❤❤

  • @BBstudio654
    @BBstudio6543 ай бұрын

    Power of zubeen 😂 Zubeen da real god

  • @RitopanRajbongshi4
    @RitopanRajbongshi43 ай бұрын

    মাজুলী জাগাটো কি সিহঁতৰ বাপৰ জাগা নেকি।

  • @sumudekaibcbadabusiness4761
    @sumudekaibcbadabusiness47613 ай бұрын

    তহত ভগৱান নেকি কেলা? ধেই জুবিন দা যি কয় সঠিক কথা কয়

  • @Zubeengarglive
    @Zubeengarglive3 ай бұрын

    Jai Zubeen da❤

  • @assamstar3331
    @assamstar33313 ай бұрын

    Zubeen garg zindabad

  • @Matu-zh8vh
    @Matu-zh8vh2 ай бұрын

    Krishna was a politician

  • @monjitsaikia2772
    @monjitsaikia27722 ай бұрын

    বামুণে বামুণক গালি পাৰিছে

  • @sanjitrangpe7937
    @sanjitrangpe79372 ай бұрын

    Jai zubeen da....... ❤

  • @blueleagendff5225
    @blueleagendff52253 ай бұрын

    Mistake=2,but Jubin nijoke ganta boli koi nijor history & dangoror mon ahgat dishay!

  • @user-sh6xj1ep9o
    @user-sh6xj1ep9o3 ай бұрын

    Power off zubeen garg

  • @tridipdas6401
    @tridipdas64013 ай бұрын

    Zubeen da ❤❤❤❤❤❤❤

  • @dipj.b6642
    @dipj.b66423 ай бұрын

    Good Step🎉

  • @Ttttuytyuuyyugh
    @Ttttuytyuuyyugh3 ай бұрын

    Joy Zubeen da ❤❤❤

  • @bitupandeka8190
    @bitupandeka81903 ай бұрын

    Joy zubeen da ❤️

  • @shyamolikabora2924
    @shyamolikabora29242 ай бұрын

    Jubeen is good deseson

  • @muninoza4944
    @muninoza49442 ай бұрын

    মাজুলীত শঙকৰ গুৰু জনাৰ নামেই নাই , শ্ৰীমন্ত শঙ্কৰ গুৰু জনাই ফোঁট লগুণ লৈ গাডীত ডাঙৰ ডাঙৰ গাৰুৰ মাজত বহি গাডী শোভন কৰিছিল জানো ? তেওঁক কোনেও প্ৰভু ঈশ্বৰ বুলিও কোৱা নাছিল , সেই কাৰণে জুবিনৰ সেই কথাষাৰ ভগৱন্তই উল্লেখ কৰালে ।

  • @sumudekaibcbadabusiness4761
    @sumudekaibcbadabusiness47613 ай бұрын

    Jai Zubeen da

  • @manashuttam911
    @manashuttam9113 ай бұрын

    Apunaluk Jestho apunaluke maaf koriboloi hikok.. parile apunak lukeu invitation diyok, aru zubeen garg r jugedi borgeet r onusthan ata korauk.. ami hokolu ek huwa usit .. hotro/ hilpi hokolu lagibo amak.. ek houk. 🙏

  • @ganeshamamata1117

    @ganeshamamata1117

    2 ай бұрын

    Ekdm Val kotha,usit kotha koise

  • @KhwrwmdaoKhwrwmdaobaro
    @KhwrwmdaoKhwrwmdaobaro3 ай бұрын

    Zubeen d jui hoi 🔥

  • @sonalisenguota176
    @sonalisenguota1763 ай бұрын

    Mozaaaaa

  • @tarvalvlog792
    @tarvalvlog7923 ай бұрын

    Zubeen da❤❤

  • @goreda6698
    @goreda66983 ай бұрын

    Nalagay majuli jabo zubeen da .. amar Guwahati asay tu ... zubeen da ❤❤❤❤

  • @pranjit420
    @pranjit4203 ай бұрын

    জয় জুবিন দা ❤

  • @bhupenkalita4874
    @bhupenkalita48743 ай бұрын

    Joi zubeen da

  • @gulbahartito9864
    @gulbahartito98642 ай бұрын

    Jubin garg is right now

  • @sureshsonowal7764
    @sureshsonowal77643 ай бұрын

    Majuli খন চৰকাৰ প্ৰসাশনে চালাইছে নে ! না বেলেগ কোনোবা সভা সমিতিৰ দ্বাৰা চলে?

  • @bplvdoley8243

    @bplvdoley8243

    3 ай бұрын

    Legitimate question

  • @rajivborah88
    @rajivborah883 ай бұрын

    Jai jubin

  • @RituHazarika-pe2cm
    @RituHazarika-pe2cm3 ай бұрын

    Joy জুবিন da

  • @bhobenjyotiphukan91
    @bhobenjyotiphukan913 ай бұрын

    ভুলৰ দৰে দেখা দৃষ্টিতেই কিবা এটা নতুন শুদ্ধতা থাকে ।

  • @Ramdhenu327
    @Ramdhenu3273 ай бұрын

    Zubeen Garg ❤

  • @lachitphukan1578
    @lachitphukan15783 ай бұрын

    Zubeen dai thikei koise, Manuh ajon Ketiyau provu iswar hobo nuare , Aai Bamun hupai tilinga bojai hekh korile Assam khon

  • @jitenbora1369
    @jitenbora13693 ай бұрын

    Self respect aase jodi ...... Majuli bashi raij... Chinta korok (Kunu khoymar jugya nohoi xi)😡😡😡

  • @NabajyotiBora-je2wb

    @NabajyotiBora-je2wb

    2 ай бұрын

    😂😂😂😂

  • @bedantadutta1234
    @bedantadutta12342 ай бұрын

    Bea obostha loi zubeen da nhoi apunaluk ha goise goi

  • @NorthEastIndia7919
    @NorthEastIndia79193 ай бұрын

    কানটলিয়া চৰত ইহঁতক 😡😡😡

  • @bidyutgogoi6848
    @bidyutgogoi68483 ай бұрын

    মানুহে নিজকে ঈশ্বৰ ভবাতো ভূল, মানুহ কেতিয়াও ভগৱান হব নোৱাৰে 😡

  • @jintu1273
    @jintu12733 ай бұрын

    Zg ❤

  • @shyamolikabora2924
    @shyamolikabora29242 ай бұрын

    Dada bhai nokoribo

  • @user-ys1pi7ep8q
    @user-ys1pi7ep8q2 ай бұрын

    A news gita olp besi sutmarni hot zubben da best ❤😂

  • @harakantadeka7715
    @harakantadeka77153 ай бұрын

    এজন,মানুহ,এজন,মানুহ,কিন্তু,মানুহ,হয়নে

  • @atulchutia9737
    @atulchutia97372 ай бұрын

    জুবিন. মূদাবাদ

  • @jyotiprovachangmai6385
    @jyotiprovachangmai63852 ай бұрын

    Hatadikar go back juban zandabad

  • @WorkFightWin
    @WorkFightWin2 ай бұрын

    Krishna bhagwan a hoi.. he is supreme god

  • @anupkrdas6798
    @anupkrdas67983 ай бұрын

    জুবিনৰ মন্তব্য 200% সত্য ।

  • @ramendeka4892
    @ramendeka48923 ай бұрын

    Jay zubeen da.zubeen ye khama khoja aji loy dekha ny aro dekha napaw zubeen.zubeen hay shday akham khanr karane hira hay hira

  • @jyotiprovachangmai6385
    @jyotiprovachangmai63852 ай бұрын

    Nnjuba zandabad

  • @RanjneDas
    @RanjneDas2 ай бұрын

    Jubin. Da. Jinda. Bad

  • @PujaSonowal-dr2qr
    @PujaSonowal-dr2qr2 ай бұрын

    Hosa kthat laj paiso nkii ....ji koisa hosa ktha koisa zubeen dai ,,,,,nijor mak bapekar homan kunau vogomane hbo nuara apuni keneka vogoman hbo zubeen dai thika kola mja

  • @sasadharrajbangshi3321
    @sasadharrajbangshi33212 ай бұрын

    জৃবিনক নাছালে দিন বাগৰি নাযা ব

  • @woman178
    @woman1783 ай бұрын

    Nrc huwar pisawt kiman voter voter listr pawra baad pawril district wise

  • @whatpoppin4441
    @whatpoppin44413 ай бұрын

    What if this statement was say by non Hindu artist 😅just imagine 😂

  • @JayPegu321
    @JayPegu3213 ай бұрын

    জুবিনক ভাৰত ৰত্ন বঁটা প্ৰদান কৰিব লাগে।।।

  • @damodarbaishya1439
    @damodarbaishya14393 ай бұрын

    jago hindu jago,barnasangkar zubeen jen sari jabo noware

  • @sishudhandas562

    @sishudhandas562

    3 ай бұрын

    😂😂😂

  • @sasadharrajbangshi3321
    @sasadharrajbangshi33212 ай бұрын

    কোন গায়কৰ মূখত শুনিছে ঘেনতা

  • @julisaikia9934
    @julisaikia99343 ай бұрын

    News live tu olp বেচিয়েই Zubeen dar news babe besi bojai ase news tu bjp r news hua hole kintu emn nobojai mon kribo ৰাইজ

  • @anilGogoi-rd2hx
    @anilGogoi-rd2hx2 ай бұрын

    Majuli,bulilei,,hatta,

  • @krishnadaskrishna1820
    @krishnadaskrishna18203 ай бұрын

    Ako bya ktha kwa Ni zubeen da a . Kintu stage kB nalagisil .

  • @BivitaKarvioRar
    @BivitaKarvioRar3 ай бұрын

    😅😅

  • @dhanmanideka4524
    @dhanmanideka45243 ай бұрын

    বচন এটা আছে নহয়....আনলৈ বুলি হুল পুটি নিজে মৰে ফুটি 😂😂😂.....

Келесі