গান গাবলৈ মন নাই! মঞ্চৰ পৰা নামি গ’ল জুবিন

অনুষ্ঠান পৰিৱেশনৰ বাবে শিৱসাগৰলৈ আহিও মঞ্চৰ পৰা গীত পৰিৱেশন নকৰাকৈয়ে নামি গ’ল জুবিন গাৰ্গ। গান গাবলৈ বোলে মন নাই জুবিনৰ। বহু বুজাই বঢ়াই জুবিনক উদ্যোক্তাই পুনৰবাৰ মঞ্চলৈ আনিলে কিন্তু মাইক্ৰফোনত ভেজা দি এটা গান গাবলৈ চেষ্টা কৰি গান গাবলৈ মন নাই বুলি পুনৰ নামি গ’ল মঞ্চৰ পৰা।
#zubeengarg
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Пікірлер: 742

  • @lakhyajitsonowal2135
    @lakhyajitsonowal2135 Жыл бұрын

    মোৰ মতে... যি কেইজন মানুহে জুবিনদাক বেয়া পায় ন...সেইকেজন মানুহে দাদাৰ কোনো ভিডিও,ফটো,গীত,বজাব বা ফোনত ৰাখিব নালাগে চিধা কথা😊মানুহজনক ইমান বেয়া ব্যৱহাৰ কৰি...সেই মানুহজনৰ গীত শুনাৰ যোগ্য নহয় সেইবোৰ মানুহ। ❤জয় জুবিন দা❤

  • @bhargabblack1284

    @bhargabblack1284

    10 ай бұрын

    Love you Zubeen daa 🥰🙏

  • @bhargabblack1284

    @bhargabblack1284

    10 ай бұрын

    Zubeen daa r নিচিনা আৰু আমি এই জনমত কেতিয়াও নাপাওঁ

  • @jakirgamingyt7094

    @jakirgamingyt7094

    2 ай бұрын

    এটাও থাকিব নোৱাৰে

  • @SimantaKakati-mp3vp

    @SimantaKakati-mp3vp

    2 ай бұрын

    মই শুনিয়ে পোৱা নাই আৰু নুশুনো

  • @abhijitgogoi000
    @abhijitgogoi000 Жыл бұрын

    পৰিস্থিতি সাপেক্ষে মানুহৰ মন বোজা উচিত। প্ৰতিজন ব্যক্তিয়ে কিবা ভূল পথ বাছি লোৱাৰ আঁৰত আৰু কিছুমান দুখ কষ্ট থাকে যাক সেই পৰিস্থিতিৰ পৰা ওভটাই অনাটো ভগৱানৰ বাহিৰে আন কাৰো ওচৰত ক্ষমতা নাথাকে। তেওঁ মদ খাই বা নিজৰAttitude ক লৈ এনেকুৱা কৰিছে বুলি ক'ব নোৱাৰি, গতিকে তেওঁ এনেকুৱা কাম কৰাটো উচিত অনুচিত বিচাৰ কৰা আগত অসমৰ গৌৰৱ তথা জনপ্ৰিয় গায়ক এজনে এনেকুৱা কাম কিয় কৰিব লগা হ'ল তাক বিচাৰ কৰা উচিত বুলি মই ভাবো। মনৰ কথা প্ৰকাশ কৰোতে যদি কিবা ভূল হৈছে আঙুলিয়াই দিয়াৰ লগতে সুধৰাই দিব বুলি আশা ৰাখিলোঁ।❤️🙏

  • @bijoypegu5262

    @bijoypegu5262

    Жыл бұрын

    I aggre 👍👍👍👍👍

  • @assamrhinoff6972

    @assamrhinoff6972

    Жыл бұрын

    Gus njwaar pora janu kiba rasta asel??? Tar... Emn tokat loi anise public joma huise... Mod Tu kom khai ahbo lgsl

  • @Manalisha2.0

    @Manalisha2.0

    Жыл бұрын

    @@assamrhinoff6972 তেখেতে এইবাৰ এই যে সুৰা পান কৰি আহি প্ৰগাম কৰিছে তেনে নহয় অতীতৰ পৰা এনেকৈ এই তেখেতে অনুষ্ঠান কৰি আহিছে💝 এজন ব্যক্তিৰ জীৱনত কৈ কোটি কোটি টকা ডাঙৰ হ'ব নোৱাৰে, মানুহ জনৰ অলপ বয়স হৈছে শৰীৰ টোৱে টানিব নোৱাৰা হৈছে হ'লে ও কিন্তু তেখেতে আমাক লগ এৰা নাই প্ৰতিটো ক্ষেত্ৰত আমাৰ সোনালী অসম খনৰ কাৰণে অলেখ বৰঙনি আগবঢ়াই আহিছে তেখেতে কিয় অনুষ্ঠান স্হগিত ৰাখিলে তাৰ আৰৰ কাৰণটো চাই হে কথা কব যি টি কৈ নিদিব এজন ব্যক্তি ৰ জীৱনৰ লগত টকা তুলনা নকৰিব ধন্যবাদ 👿

  • @lenasarma8918

    @lenasarma8918

    Жыл бұрын

    Thik koisai

  • @rahulboruah7471

    @rahulboruah7471

    Жыл бұрын

    @@assamrhinoff6972 sok tekhete agote ane kora nai ami agor video sale gom pam je khujr khele mele agoteu hoi moi bhabu tekhetor oinyo kiba tentionu hb pare n .tekhetok June bhal paisele sobei agolekeu bhal pai jabo.bhul hoise jode khyomaa korebo🙏joi Zubeen da🙏

  • @chakrabortykartik9752
    @chakrabortykartik9752 Жыл бұрын

    দেখিয়ে অনুমান লব পাৰি জুবিন দাৰ গা টো ভাল নহয়। ৰাইজে যেন বিষয় টোক বেছি সমালোচনা নকৰে। ঠিক এনেদৰে যোৱা বছৰত আমি KK sir ওক হেৰাইছিলো। Keep love him Don't forget the contribution he given to the Assamese culture 🙏

  • @mooousam

    @mooousam

    Жыл бұрын

    গা বেয়া নহয় নিছা টো হে বেছি হল

  • @Dayofmemories

    @Dayofmemories

    Жыл бұрын

    Umm gat মদ লাগিছে নেকি

  • @roonydeka6042

    @roonydeka6042

    Жыл бұрын

    gaa beya atchaa. 🤣🤣

  • @AliShah-em2on

    @AliShah-em2on

    Жыл бұрын

    Right

  • @narayanroy4679

    @narayanroy4679

    Жыл бұрын

    Chil kora besi hoice😅

  • @assamcomady9785
    @assamcomady9785 Жыл бұрын

    জুবিন দাক যিসকলে ভাল পাই লাইক কৰা

  • @lalitabora912

    @lalitabora912

    7 ай бұрын

    Xonmaniya Baideyu Sir Nomoste nomoste nomoste Dr Xonget Xurjya Best Cook Women Most Beauty Ful Most Beaty Ful Most Beauty Full

  • @SimantaKakati-mp3vp

    @SimantaKakati-mp3vp

    2 ай бұрын

    মই ভাল নাপাও

  • @lifehereandthere
    @lifehereandthere Жыл бұрын

    মই শিৱসাগৰ বাসী, জুবিন জুবিনেই,,, গান গায় বা নাগায়,,, তেওঁৰ প্ৰতি আমাৰ মৰম নকমে,, গায়ক হল বুলিয়েই সকলো সময়তে গান গাবলে মন নাথাকিব পাৰে,,, তেওঁ মদ খাই সকলোৱে জানে,, মদৰ নিচাতেই তেওঁ আগতেও উৰে ৰাতি গান গাইছে,, এইখন field তে লৰাই বোকাত লোতুৰি পুতুৰি হৈ নাচিছে,, এদিন নাগালে নাই আৰু

  • @vinodjoysowal9055
    @vinodjoysowal9055 Жыл бұрын

    জুবিন দাৰ বিষয়ে কোনেও যাতে কোনো ধৰণৰ কটু মন্তব্য নকৰক আমাৰ বিনম্ৰ অনুৰোধ। অসমৰ তথা ভাৰতৰে সুউজ্জ্বল তৰা। অসমী আইৰ সূপুত্ৰ তেওঁ। তেওঁৰ উদাৰতা আৰু বিশালতা আমি গম পাওঁ। তেওঁক অপমান কৰা মানে অসমৰ আকাশক কৰা। সকলোৱে বুজিব লৈ চেষ্টা কৰিব, মানসিক আৰু শাৰীৰিক অসুস্থতাৰ বাবেই তেওঁ গান গাবলৈ অপৰাগ হৈ পৰিছিল ।( ক'ব নালাগে তথাপিও কৈছোঁ,.... মনত সকলোৰেই আছে আৰু আপোনা সকলোৱে জানে k k চাৰৰ সেই মঞ্চ program ।) তাৎক্ষণিক শাৰীৰিক মানসিক চাপে জুবিন দা মঞ্চ কৰিব নিদিলে । সেয়া কেৱল দাদাহে জানে। এয়া জুবিন দাৰ বাহাদুৰী বা দৰ্শক শ্ৰোতাক অপমান কৰা বুলি ভূলতো নাভাবিব। আমি তেওঁক ভালদৰে জানো...

  • @bhargabblack1284

    @bhargabblack1284

    10 ай бұрын

    আপুনি কথাষাৰ ঠিকেই কৈছে ❣️❣️❣️

  • @Mintu577
    @Mintu577 Жыл бұрын

    মাল খাব লাগে। কিন্তু অলপ খাব লাগে। খোজৰ ঠৰ নাই।। জুবিন দাক সকলোৱে ভাল পাই।। কিমান কষ্টত প্ৰগ্ৰেম কৰিছে আৰু ৰাইজ বোৰেই কিমান মনত দুখ পাইছে।। ৰাইজৰ মনত বহুত দোষ দিলে জুবিন দাই😔

  • @SIVSAGARAssam07
    @SIVSAGARAssam07 Жыл бұрын

    নিজৰ ঠাই এদুখৰত আহি এনেকুৱা ব্যৱহাৰ কৰা টো ভুল। নিজৰ যি খিনি আত্ম সন্মান সেইখিনি অথলে যাবলৈ দিব নালাগিছিল আৰু সুৰাপান কৰাটো সাইস্থৰ পক্ষে ক্ষতিকাৰক। যি কি নহওঁক কিয় অনাগত দিনত এনে ভুল নকৰিব আৰু যি সকলে অনুষ্ঠান ভাগ উৎযাপন কৰিছে তেওঁ লোকক মনত দুখ নিদিব। শেষত জয় জুবিন দা।love you ❤️❤️

  • @babluh908
    @babluh908 Жыл бұрын

    জুবিন গাৰ্গৰ সুৰ টো গুনক মানুহ তোক নহয়।।। ইমান বেছি মৰম দিলে এনেকুৱাই হয়।।। যোগ্য নহয় ইমান বেছি মৰমৰ এনেকুৱা ব্যৱহাৰ ।।অন্ধ ভক্ত সকলো বেছি ভাগ অনুৰাগী।।। মানিছো তেখেতৰ নিচিনা আন এজন কোনো হব নোৱাৰে তেখেতৰ নিচিনা গাব নোৱাৰে ।। Singer হে হয় তেখেত Artist ।। ইমান পাগল হৈ কি লাভ ।।এজন ব্যক্তিৰ হৈ, গান শুনক ।।। বাহিৰৰ artist বিলাক এনেকুৱা নহয়।।।অনুৰাগী মৰম বুজি পায় তেখেত সকলে।। মদ্যপান কৰিব এহুপা মান ।।কত গান গাব পাৰিব।।

  • @nilanjeetbaruah9394

    @nilanjeetbaruah9394

    Жыл бұрын

    ঠিকে কৈছে।

  • @Arnab_045

    @Arnab_045

    Жыл бұрын

    Thik koise

  • @lakhyatalukdar2557

    @lakhyatalukdar2557

    Жыл бұрын

    Hosa kotha koise..

  • @bhaskarborah7873
    @bhaskarborah7873 Жыл бұрын

    জুবিন দা সদায় জুবিনেই।কাকো খাটি নকৰে।।

  • @medhilogichouse7859
    @medhilogichouse7859 Жыл бұрын

    আজিৰ প্ৰজন্মৰ কিবা বোলে heart throb। কি হ'ব jubinৰ । ৰাইজ আৰু ভাষা নাই।

  • @natureover7360

    @natureover7360

    Жыл бұрын

    malua zubeen😂😂

  • @jaydeepbarman955

    @jaydeepbarman955

    Жыл бұрын

    Maloru zubeen😂

  • @pratapkalita8894

    @pratapkalita8894

    Жыл бұрын

    এইটো প্ৰথম নহয়। মদ খাই মঞ্চত উঠাটো তেখেতৰ স্বভাৱ

  • @deepkashyap2866

    @deepkashyap2866

    Жыл бұрын

    Hb bokasoda zubbenk beya kb kn ne 2y

  • @x3hell324

    @x3hell324

    Жыл бұрын

    Reply kora every single one.. who the fuck you are moina? Zubeen oha nai tumi roi axa Zubeen daar gaan hunibo

  • @immanvlogs4554
    @immanvlogs4554 Жыл бұрын

    Thank you Zubeen da gaaan nagale exam soli ase ... Ur a Legend❤️❤️❤️

  • @kalitakalita1437

    @kalitakalita1437

    Жыл бұрын

    Hmm vale korise

  • @Dayofmemories

    @Dayofmemories

    Жыл бұрын

    তুমি Val ছাত্ৰ মদ nakhaba

  • @roonydeka6042

    @roonydeka6042

    Жыл бұрын

    🤣🤣🤣

  • @manashsharma7382

    @manashsharma7382

    Жыл бұрын

    Exam soly thika karone zubeeen da gaan gua nai vale a korishe aru manhua kintu kotha koy kintu zubeen gaan nagale val a paishu 🙏🙏❤️❤️

  • @manashsharma7382

    @manashsharma7382

    Жыл бұрын

    Yes absolutely right 👍▶️ always legend heart throub zubeen da ♥️💪

  • @kandarpanath4610
    @kandarpanath4610 Жыл бұрын

    অসমৰ বিখ্যাত মদাহী ।।।

  • @MitaliMedhi-ll5fy

    @MitaliMedhi-ll5fy

    Ай бұрын

    Toi nakha niku kukur

  • @mrinmoymedhi8920

    @mrinmoymedhi8920

    21 күн бұрын

    Tur bapere val

  • @monikumar1724
    @monikumar17248 ай бұрын

    Love you zubeen da গাবলৈ মন নাই নাই আৰু নগাও ako

  • @Jioshorts-ec5fl
    @Jioshorts-ec5fl Жыл бұрын

    জয় জুৱিন মদাহী ✊

  • @mrinmoymedhi8920

    @mrinmoymedhi8920

    21 күн бұрын

    Bapero murtu

  • @deepjyotinath5255
    @deepjyotinath5255 Жыл бұрын

    জয় জুবিন গাৰ্গ I love zubeen

  • @Upleving
    @Upleving Жыл бұрын

    Aikarone zubeen da rock❤️❤️❤️

  • @shyamantakalita4970

    @shyamantakalita4970

    Жыл бұрын

    Amar tate eibar stage program eta ase . Take bhabisu modahi matu ne bhanguri matu

  • @Upleving

    @Upleving

    Жыл бұрын

    @@shyamantakalita4970 bajet kimanr 10/20 hejarot haibelak a paba 😂😂😂

  • @alexx_rahmanmisbah2031
    @alexx_rahmanmisbah2031 Жыл бұрын

    সন্মান দিলে সন্মান লব লাগে। মৰম দিলে মৰম লব লাগে। এইবোৰ ভাল নালাগে আচলতে।

  • @moonroy2889
    @moonroy2889 Жыл бұрын

    Joi Zubeen daa💣❤

  • @Rihanhaque-fs6zr
    @Rihanhaque-fs6zrАй бұрын

    Zubeen da Apuni gaan naga lao tabu o Apunaka vhal pau.I love Zubeen da.@MaYa ZiNdAgI@❤❤❤❤

  • @jakirgamingyt7094
    @jakirgamingyt70948 ай бұрын

    আপোনালোকে এতিয়া জুবিন দা ক বেয়া বেয়া কৈ আছে 😢 😢 কিন্তু যেতিয়া জংকী বাৰ নিছিনা জুবিন দা ক হেৰাবো তেতিয়া আপোনালোকে কান্দিব 😢😭😭😭

  • @kishordeka5582

    @kishordeka5582

    7 ай бұрын

    Hoi de moi o mori jam😢

  • @mrinalsarma6870

    @mrinalsarma6870

    2 ай бұрын

    😅😅😅😅😂😂😂😂

  • @hemangaboruah6073
    @hemangaboruah6073 Жыл бұрын

    Love u Zubeen da ❤️ aku nai hoi jai ketiyaba..

  • @purnakantanath5538
    @purnakantanath5538 Жыл бұрын

    জুবিন দা গায়ক হল বুলিয়ে সকলো সময়তে গান গাব নেকি....💕 আমি জানো সকলো কাম সকলো সময়তে কৰিব পাৰোঁ? কেতিয়াবা আমাৰো মন নাযায় নহ.... Zubeen da always a 🌟...

  • @shyamantakalita4970

    @shyamantakalita4970

    Жыл бұрын

    Hoine bupai. Nokou dia aru. Hahi uthise

  • @mitalimomivlogs

    @mitalimomivlogs

    Жыл бұрын

    Toi aslte bsi pgl

  • @nobita2k286

    @nobita2k286

    Жыл бұрын

    Joy Zubeen Da

  • @mohanbhai1891

    @mohanbhai1891

    Жыл бұрын

    জুবিন দা STAR ⭐ নহয়,MOON🌕 হয়! জয় জুবিন দা❤✊

  • @ranjibborah3274

    @ranjibborah3274

    Жыл бұрын

    পিছে টকা লৈ মদ খাই মাতাল হৈ stage ত চেহেৰা দেখুৱাবলৈ আহিছিল নেকি?

  • @rajubora3485
    @rajubora3485 Жыл бұрын

    অনুৰাগী মুৰত উঠাই শেষ কৰিলে এইজনক মাল ডিঙি লৈকে খালে কেনেকৈ গাব

  • @Ytevlog

    @Ytevlog

    Жыл бұрын

    Very good 👍 👏

  • @sibangisishtha1640

    @sibangisishtha1640

    Жыл бұрын

    So nice ❤️

  • @deepkashyap2866

    @deepkashyap2866

    Жыл бұрын

    Zubeenk beyakoi 2y kn hoi be

  • @dhrubajyotibora9646

    @dhrubajyotibora9646

    Жыл бұрын

    Yes

  • @probinkumarboruah8192

    @probinkumarboruah8192

    Жыл бұрын

    মজ্জা দিছা

  • @simantaborgohain1459
    @simantaborgohain1459 Жыл бұрын

    🥰Hartbet zuben da.... From sivasagar but ... Anekuwa korily vhl nlge zuben da🙏

  • @x__6591
    @x__6591 Жыл бұрын

    Zubeen da ❤️❣️ heartbeat 🥺💓🫁🫀

  • @dasamal3312
    @dasamal3312 Жыл бұрын

    Love You জুবিন দা ❣️

  • @QpQp529

    @QpQp529

    Жыл бұрын

    Ja Suma eta khaide

  • @nirbandeka4017
    @nirbandeka4017 Жыл бұрын

    Jai da Zubeen da........Love u Belsor

  • @bolorambiswas3172
    @bolorambiswas3172 Жыл бұрын

    Val lagil love you jubeen da

  • @nobita2k286
    @nobita2k286 Жыл бұрын

    Depending upon the situations, it's important to understand people's mindsets. Often, behind a person's wrong choices, there are deep-rooted sufferings that only God has the power to resolve. Rather than attributing it to factors such as alcohol or attitude, we should first try to understand why a popular and proud singer from Assam would do such a thing before passing judgment on their actions.

  • @hengulia3203
    @hengulia3203 Жыл бұрын

    Joi zubeen da ❤️

  • @Ishubaa

    @Ishubaa

    Жыл бұрын

    Gela pani besi khai bisonaloi monot poril sage

  • @hengulia3203

    @hengulia3203

    Жыл бұрын

    @@Ishubaa he is my heart 💜❤️

  • @bikidas-gp2fl
    @bikidas-gp2fl Жыл бұрын

    Boss love you zubeen da

  • @jundihingia2231
    @jundihingia2231 Жыл бұрын

    জুবিনৰ বাদেও বহুত শিল্পী আচে। সিহতক মাতিব লাগে। দিনক দিনে জুবিনদা অহংকাৰি হৈ গৈ আচে। তেও মন নগলেই গান নাগাব কথা হল নি। এটা কথাৰ বাবে খং ওঠিচে। আহিব যদি নোৱাৰিলে হেতেন বেলেগ কথা আচিল। তেও আহি দেখিচে। হাজাৰ হাজাৰ মানুহ তেওঁ গান হোনিবলে ৰৈ আচে। তেওঁ দাৰেক কৈ দিচে। মোৰ গান গাবলে মন নাই। আৰু নামি গোচি গৈচে। তেখেতে এবাৰ ভাৱি চাব লাগিচিল। তেওঁ বাবে আশাৰে বাট চাই থকা মানুহ খিনিৰ বাবে। গান এটা গাই। গা বেয়া বুলি কৈ নামি যোৱা হেতেনো বেয়া নাপালো হেতেন। তেওঁ বাবে ৰৈ থকা মানুহ খিনিক তেওঁ মানুহ বুলিয়ে নাভাৱিলে। কিন্তু সেই মানুহ খিনিক চাই। জুবিনো একো বালৰ বাল নহয়। সচাই বহুত বেয়া লাগিলে। জুবিন বুলি কলে। আমি জান দিবলেও হাজু। শিৱসাগৰ ৰাইজে তেখেতৰ পতি খন চেনেমা চাই। পতিটো গান হোনে । বহুত বেয়া লাগিলে জুবিনদা। আপোনিও কিবা ৰাজনীতি খেলা নিচিনা হে লাগিলে।

  • @SimantaKakati-mp3vp

    @SimantaKakati-mp3vp

    2 ай бұрын

    right

  • @pritirekhabaishya9305
    @pritirekhabaishya9305 Жыл бұрын

    LV u zubeen da....gaa beya habo o pare....mod kone nakhai, tat thoka 50% a mod khai ase.....okal mod a nahoi, gaa beya habo o pare

  • @classmate1831

    @classmate1831

    Жыл бұрын

    😆😆😆😆

  • @cookingforyou2980

    @cookingforyou2980

    Жыл бұрын

    Tumi mane anuragi

  • @ankurajbhagawati564

    @ankurajbhagawati564

    Жыл бұрын

    Ghenta

  • @roonydeka6042

    @roonydeka6042

    Жыл бұрын

    🤣🤣🤣

  • @ndas9029
    @ndas9029 Жыл бұрын

    মৰম আৰ ধনে ভালকৈ মুৰত ধৰিলে।

  • @hirokjyotihaloi3371
    @hirokjyotihaloi3371 Жыл бұрын

    Jodi HS exam aru HSLC exam r majot function pate tente kio gan gabo mon jabo . Joi zubeen da ♥️

  • @dibyanganaborahsumkiborah7785

    @dibyanganaborahsumkiborah7785

    Жыл бұрын

    Hoi diyok ....seikarone hoitu tekhete gan gabo mn nkrile....

  • @biswavlogs1673

    @biswavlogs1673

    Жыл бұрын

    Tur leura2 sudurvai

  • @biswavlogs1673

    @biswavlogs1673

    Жыл бұрын

    Anuragir moromei buji napai zubeen dai..mal khai thio hboi nuare kor pora gaan gabo paribo..kintu amar zubeen dar pagol anuragibur bule HS aru Hslc exam huar bbe nagale..oi pagl hott agreement krute date saisil nai ketiya program ase..tetiyai cancel kri dibo lgisil exam ase moi najau buli..Kiman manuh kiman anuragi kimn akhare baat sai asil j zubeen dai gaan gabo aru ami nasim..anuragir proti ki eku emotion ai nai ne zubeen dar

  • @hirokjyotihaloi3371

    @hirokjyotihaloi3371

    Жыл бұрын

    @@biswavlogs1673 kotha kobo Jodi xika nai ahibi mur tat tution koraii dim gali tur gharar manuhk dibi muk nohoii ,jatiya bhall dore xikhaii puwa naii toii tuk koi ki lav hobo agote school goii xiki aha manuhk bebohar keneke koribo lage

  • @biswavlogs1673

    @biswavlogs1673

    Жыл бұрын

    @@hirokjyotihaloi3371 Aikhar ktha tur hei zubeen dak kua j manuhor lgt kidore byobohar kra hoi..aru school toi ja tuk hee gyanor proyujon ase goru...nije sage ghur modahi toi n?? Poha huna nai..dangorok kneke ktha kbo lge horuk knekoi ktha kbo lage ghoror manuhe nihikale tuk idiot..mur usorole ahibi vlke gyan dim tuk understand

  • @hasanhadi2122
    @hasanhadi2122 Жыл бұрын

    Feel for the people of Shivsagar

  • @trinayangogoireelsandmugic4566
    @trinayangogoireelsandmugic4566 Жыл бұрын

    Love you zubeen da

  • @jphjoy8926
    @jphjoy8926 Жыл бұрын

    Bhut vl paau zubeen da aapunak ❤️ aapunar protitu gane aamar majoloi aamak ntun jibon ati di diye ... Aapun gaan xuni a dangr hoisu 😊 aapuni aamar Maan 🥰 axomiya buli kole .. ya Ali rom rom jagi jaai ... Maya bini gaan tui jibon vl powa bor bujai diye ... Sila sila sila mn hsa koi xopon bor dithok kori uri jabo mn jaai ... Bt zubeen da aapuni aru ane nkribo jot program thake 🙏 bhut aakhare aapunar program Sam buli aakhare roi thake aapuna mukhe mukhe jn gaan gai protitu manuhe jibon r ntun rong aanibo bisare ... Bhutore aakha nirakga korile dada 😭 ... Love ❤️ you dada 😊ketiya ba jodi gaa beya thake mn vl nhoi din a phn kori jonai dibo ... Kone o aapunak beya napai 😊

  • @gangaramchetry2094
    @gangaramchetry20949 ай бұрын

    Rock dada lv u

  • @parashmonibora7848
    @parashmonibora7848 Жыл бұрын

    Zubeen dak ami cb a vl pw .kintu enkua km bur nkribo dada..apunar krnai hazar mnuh asll roi... Ktiaba mn nglau raij r krna krib logya hbo pre 🥲 hdai mrm ase 💘💘

  • @digantaray4573

    @digantaray4573

    Жыл бұрын

    Modaru manuka Val pabi toi✨ Jia daal nohok kio e ajon Modaru drugy

  • @debarshikashyap8224

    @debarshikashyap8224

    Жыл бұрын

    @@digantaray4573 toi jubin dar nisina gaan gai dekha agote madarch# d 😠

  • @digantaray4573

    @digantaray4573

    Жыл бұрын

    @@debarshikashyap8224 Makchudai dunikonot e Okla singer naki, ai madaru tu Tor nisna Manu hunibo Ami balo na hunu.

  • @biswanathbty5834

    @biswanathbty5834

    Жыл бұрын

    Drunkar

  • @jatendranathsaikia351

    @jatendranathsaikia351

    Жыл бұрын

    Modahik jail di dekhaok CM Sir.

  • @abdboss4276
    @abdboss4276 Жыл бұрын

    Aituei hoic zubben da .....axomor roja hoi

  • @hindu8703

    @hindu8703

    Жыл бұрын

    Tur oxom khobor Roja hobo pare zubeen....amar oxomor Roja hol the lachit borphukan

  • @hammerroasters5703

    @hammerroasters5703

    Жыл бұрын

    ৰজাৰ ওচৰত প্ৰজাৰ ভেলুগুটি কমি গ'ল।😂

  • @sanjivnimbiswas9805
    @sanjivnimbiswas9805 Жыл бұрын

    Mon beya ZG rocksss💕💕💕💕

  • @adityaborah5120
    @adityaborah51207 ай бұрын

    Love you forever zubeen da ❤

  • @bijoymili805
    @bijoymili8052 ай бұрын

    Very good ZUBEEN DA

  • @NortheastExplorerRH
    @NortheastExplorerRH27 күн бұрын

    শাৰীৰিক অসুস্থতাৰ বাবেও কেতিয়াবা গান গাব নোৱৰা হয়..... যিজন মানুহে কম বয়সৰপৰা ইমানখিনি সৃষ্টি কৰিলে সেয়া বুজাই বুজে 🙏

  • @ranjibborah3274
    @ranjibborah3274 Жыл бұрын

    এইবাৰ মদে খোৱা আৰম্ভ কৰিছে!!!!

  • @Ytevlog

    @Ytevlog

    Жыл бұрын

    Right ✅️

  • @neelhagorvlogs2706
    @neelhagorvlogs2706 Жыл бұрын

    Hoi tu tekhetr gaa tu beya u lagibo pare Tekhetu ajon manuh janeke manuhr ga beya lgile Kam kribo MN njai teneke teur mn najabo pare Zubeen da Hodai priyo❤️💕💕💕❤️

  • @debarumurah8432
    @debarumurah8432 Жыл бұрын

    Function t ke exam bsi important,joy Zubeen da 👍

  • @onlinetipsandtricks164

    @onlinetipsandtricks164

    Жыл бұрын

    Program Tu arrange a kribo nlgisil tnke bhba hoi...

  • @trish5350

    @trish5350

    Жыл бұрын

    @@onlinetipsandtricks164 aro Xii gaan gam boli paisa lobao nlgisil

  • @kishordeka5582

    @kishordeka5582

    7 ай бұрын

    ​@@trish5350toi akoli diseli nki banori 😂

  • @trish5350

    @trish5350

    7 ай бұрын

    @@kishordeka5582 oi kukur tok matisu neki

  • @kishordeka5582

    @kishordeka5582

    7 ай бұрын

    @@trish5350 zubeen dar kotha beya ke, nakobi maksudai,set dl

  • @shivaroy2201
    @shivaroy2201 Жыл бұрын

    Joi zubeen daa

  • @krishnadaskrishna1820
    @krishnadaskrishna1820 Жыл бұрын

    Zubeen da I vul Krise . Apunak Ami bahut vl pao ♥️❤️.

  • @user-uf2th4hj2d
    @user-uf2th4hj2dАй бұрын

    ❤ jai zubeen daa i love you zubeen daa❤

  • @dibyanganaborahsumkiborah7785
    @dibyanganaborahsumkiborah7785 Жыл бұрын

    Mahadev hoi porisil zubeen sir🙏🥺

  • @Hindu_Facts_
    @Hindu_Facts_ Жыл бұрын

    Adin gan nagale buli a nalage ane kuwa Zubeen Garg wah kya baat 👍👍

  • @nomotheintrovert
    @nomotheintrovert Жыл бұрын

    Joii Zubeen da🔥 exam hoi ase

  • @bikashgogoi5104
    @bikashgogoi5104 Жыл бұрын

    Exam. Homoyot kihor function . Dada right . Dadai jiman khale u gan gai . 💕 Dada .

  • @jyotismanhazarika3524

    @jyotismanhazarika3524

    Жыл бұрын

    Hoi thik exam time ki aiibur

  • @mrinmoykumarborah7655

    @mrinmoykumarborah7655

    Жыл бұрын

    Joy Zubeen da teu ji kore bhalei kre

  • @onlinetipsandtricks164

    @onlinetipsandtricks164

    Жыл бұрын

    Tenke bhava hoi Programme arrange kribo a ndle hoi.. Hero Andha bhakta kita

  • @Village.6
    @Village.64 күн бұрын

    I love you jubeen daa❤

  • @assamdeni3311
    @assamdeni3311 Жыл бұрын

    Zubeen da ❤️💕

  • @kishore_doley
    @kishore_doley Жыл бұрын

    I love you zubeen da

  • @kishore_doley

    @kishore_doley

    Жыл бұрын

    kzread.info/dash/bejne/gYN7w6h_qLnQaaw.html

  • @jintuzg2566
    @jintuzg2566 Жыл бұрын

    joi zubeen da❤

  • @binnmoran2130
    @binnmoran21307 ай бұрын

    ❤❤❤you Zubin da

  • @AssamBoy-lx4en
    @AssamBoy-lx4en Жыл бұрын

    Love you zuben daa

  • @adityaborah5120
    @adityaborah512011 ай бұрын

    Joi zubeen da

  • @suvamboro7225
    @suvamboro7225 Жыл бұрын

    Zubeen da assam or hero gaan nalag kiba problem u thakibo pare no bemar u hobo pare zubeen dar i love you zubeen da❤apuni xodai mur bukut thakibo

  • @jyotiborah8358
    @jyotiborah8358 Жыл бұрын

    Zubeen da Joi ho

  • @JamalJamal-xz4fq
    @JamalJamal-xz4fq Жыл бұрын

    Zubeen Garg you will

  • @BiswaJit-ft9vr
    @BiswaJit-ft9vr5 ай бұрын

    Rock men❤😎🤟

  • @renubordoloi6589
    @renubordoloi6589 Жыл бұрын

    Joi zubeen da Emn bur val kaam korar pisotu matro ata vule go back buli siorise hosa kbo gole manuhe ata khubidha bisari thake manuhok tol peluaboloi Bt zubeen garg hoi amar mrm val pua hodai thakibo......

  • @rakeshchoudhury3768
    @rakeshchoudhury3768 Жыл бұрын

    জুবিনে গাঁওলীয়া 8 PM খাই দিলে বোধহয়....😉

  • @dimpulbaruah5979

    @dimpulbaruah5979

    Жыл бұрын

    Zubeen dai 8pm r bapek khai

  • @dhunubora6241
    @dhunubora6241 Жыл бұрын

    Apuni jitu koi dada hetuye hobo..... Joi zubeen da ❤

  • @tot680
    @tot680 Жыл бұрын

    Aji Mr gaan gaboli mon nai so nagao tqq so mush zubeen da 😁

  • @deepjyoti5917
    @deepjyoti5917 Жыл бұрын

    Zubeen da always legend

  • @trish5350

    @trish5350

    Жыл бұрын

    Tuhar balor legend sala ondho vokto hot blege xeikhini dokh korile kiman ki koli hoi tohote.. Kintu jubeene dokh korile tohot sokut kapur bandhi tho neki

  • @tusharsarmah5614

    @tusharsarmah5614

    Жыл бұрын

    🥱

  • @jatendranathsaikia351

    @jatendranathsaikia351

    Жыл бұрын

    Legent atia pagol hol, modor ragit

  • @himanshunath7458

    @himanshunath7458

    Жыл бұрын

    Nisat kot gab. He

  • @himanshunath7458

    @himanshunath7458

    Жыл бұрын

    VAl loga nai

  • @nayankalita8320
    @nayankalita83203 ай бұрын

    Jai zubeen da love you ❤❤❤❤❤❤❤❤❤❤

  • @jodujunakakashmusical266
    @jodujunakakashmusical266 Жыл бұрын

    100 ta val kam korile ata beya kam korile aku nai aru aeitu aku bya km bulli nkw . Joy zubeen da ❤️

  • @nobita2k286
    @nobita2k286 Жыл бұрын

    Joy Zubeen Da🔥

  • @SimantaKakati-mp3vp
    @SimantaKakati-mp3vp2 ай бұрын

    জয় জুবিন দাল মদাহী

  • @pranjaldas969
    @pranjaldas9696 ай бұрын

    Zubeen da king 👑👑

  • @entertainmenthub4596
    @entertainmenthub4596 Жыл бұрын

    Joy Zubeen Da❤️

  • @jhingalala6333
    @jhingalala6333 Жыл бұрын

    Zubeen dai kio mot khai nu♥️ 😓😢 joy zubeen da

  • @deepjyotihandique9915
    @deepjyotihandique9915 Жыл бұрын

    Political ভণ্ডামি দেখি সকলোৱে মন ভৰি গৈছে। আৰু মন নাথাকিলে বেছি যোৰ দিব নালাগে । সুস্থ হৈ উঠক।

  • @selfbelieve818
    @selfbelieve8182 ай бұрын

    Zubeen is king

  • @kulenrajbongshi734
    @kulenrajbongshi7349 ай бұрын

    Love you Zubeen da ❤❤

  • @ritukalita3670
    @ritukalita36702 ай бұрын

    I ❤️ you Zubeen Garg

  • @ParesKalita
    @ParesKalita7 ай бұрын

    Joy zubeen Da❤

  • @MritynjayKashyap
    @MritynjayKashyap Жыл бұрын

    Love you ZG...Take care of yourself ❤ mayeksuda keitamane besi kori ase honmukhot puwa hole ghusiyai mukh bhangi dim

  • @MontuSingh-fo8xs
    @MontuSingh-fo8xs Жыл бұрын

    I love u zubeen da ..zubeen da gatu Val nhoi sage .....abosor gabo nuwarile ..nex bosor gan gabo ..i love zubeen da ..

  • @akumili8660
    @akumili8660 Жыл бұрын

    Tikey korile zubin daa karubar tika loi tua nai nohoi hosake 👌🤞🤟

  • @sanzu8674

    @sanzu8674

    Жыл бұрын

    Poisa dise kela gaboi lagibo xt

  • @lakhichutianew447

    @lakhichutianew447

    Жыл бұрын

    @@sanzu8674 right bro

  • @user-lj9pi8ki4f
    @user-lj9pi8ki4f7 ай бұрын

    Joy zubeen da ❤❤❤❤

  • @kowchikpatgiri4852
    @kowchikpatgiri4852 Жыл бұрын

    সকলো সময়ত মানুহৰ মন একে নাথাকে

  • @jatinteamjatinrabha7471
    @jatinteamjatinrabha7471 Жыл бұрын

    Love from jatin Rabha worldwide book of record lover Zubin sir❤❤

  • @pinkusaikia5373
    @pinkusaikia53735 ай бұрын

    Zubeen da khoday zubeen hoi rouk❤❤❤❤

  • @anandarajbongshi8200
    @anandarajbongshi82006 ай бұрын

    Mod khai nijok hekh korile teo nijoke. Zubeen ❤

  • @manashsharma7382
    @manashsharma7382 Жыл бұрын

    Zubeen da gaan nagau buki kole kyuo kole xaitu val dore janu lobo laghe ana Zubeen da ♥️💪 ji ti kotha kobo nalaghe kishumane nonsense buli koishe aru modahi buki koishile monot asse k.k kotha pura bharitor manhu majot dukhor dau pori goishile karon tu Jane sake k.k Haan nagau buki kua passitbo committee manhua ako loi goishile k.k Jodi zubeen da ♥️💪 nisina gaan nagau buki kole hoi tetya sake aji k k Basile hoi thik tenekua isto hoishile aru moy katiyao biswas nokoru je zubeen da ♥️💪 gaan nogia Kori Ari jabo Jodi raije zubeen da ♥️💪 iman val pai tenehole love you zubben da 💪♥️ Jai zubeen da buli kyo koy Kobo nalaghe bhitorot ata bahirot ata dekhabo nalaghe zubeen da beya Kori kua agote 10 bar bhavi dabo laghe aru zubeen da program adha poisa garibok diye xaibur bavibo laghe aru ji a nohok jodi ukhuk hoishe tenehole ati xonkale val hoi jabo aru Zubeeen da gaan nagale khub val Kam korishe aru advance toka passit je gaan gabo laghibo kotha asse niki tarmane bemar xole o gabo laghibo niki love you zubeen da ♥️💪 Jai zubeen da ♥️💪 all time favorite and always best for ever everyone 👋🌞❤️💖😎 God bless you 🙏🙏❤️ always and best wishes for future endeavors stay blessed 🙏🙏❤️❤️ stay happy 😊😊😊 and always keep smiling 😊😊❤️❤️ 🙏🙏🙏

  • @Dayofmemories

    @Dayofmemories

    Жыл бұрын

    Soku Val k মিলি চা গা বেয়া ne kiba

  • @manashsharma7382

    @manashsharma7382

    Жыл бұрын

    News to a a fake hoi zubeen da aha nai sake ahike zubeen da gaan nogua Kori kstyao nathake 3 gaan coke i gale hoi 😆😅😆

  • @ranujpeguvlogs6648
    @ranujpeguvlogs6648 Жыл бұрын

    Love you zubeen da ❤️❤️❤️🙏🙏

  • @trish5350

    @trish5350

    Жыл бұрын

    Tohote aituk muror uporot tula krne enwkuwa hise blege korile vul jubene korile vl

  • @tutuphukon5561
    @tutuphukon5561 Жыл бұрын

    জুবিন দা তুমি জুই

  • @iveehazarika3737
    @iveehazarika3737Ай бұрын

    Good.❤🎉❤

  • @haluakhelebgmi5565
    @haluakhelebgmi5565 Жыл бұрын

    ভাগৰুৱা হৈ পৰিছে নেকি বাৰু লাহে লাহে

  • @surajitphukan5985
    @surajitphukan5985 Жыл бұрын

    Moi sibsagor hoi kintu moi vabu zubeen da thika korila karon poisa ai hokolu nohoi

  • @ankitakalita5742
    @ankitakalita5742 Жыл бұрын

    Luv uuuuu

  • @Nitul_yt
    @Nitul_ytАй бұрын

    Bya lagil bht 🥲💔

Келесі