‘ঝংকাৰ’ত এগৰাকী শিশু কণ্ঠশিল্পী,এটাৰ পিছত আনটো সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীত কণমানিটিৰ কণ্ঠত

‘ঝংকাৰ’ত এগৰাকী শিশু কণ্ঠশিল্পী
কণমানি আশ্বাস আয়ুষ্মানে জীপাল কৰিব আপোনাৰ পুৱাটি
এটাৰ পিছত আনটো সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীত কণমানিটিৰ কণ্ঠত
কেৱল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীতেই কিয় চৰ্চা কৰে আশ্বাসে?
গীত, কথা আৰু হাঁহি-ধেমালিৰে...
চিম্পীৰ সৈতে ‘ঝংকাৰ’

Пікірлер: 85

  • @krishnagogoi1657
    @krishnagogoi1657 Жыл бұрын

    আশ্বাস তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল |

  • @mousumibdas1317
    @mousumibdas1317 Жыл бұрын

    Bohut dhuniya hoise 💓💓💓💓💓

  • @susilkalita8039
    @susilkalita8039 Жыл бұрын

    মাইনা তোমাৰ গান গোৱা সুৰ লহৰ সছাকৈ বহুতো মনোমোহা বৰভাল লাগিছে দে আগলৈকে আৰু ভাল ‌হক ধন্যবাদ জ্ঞাপন কৰিছোঁ

  • @saratmedhi3923
    @saratmedhi3923 Жыл бұрын

    সুন্দৰ কন্ঠ, আগবাঢ়ি যোৱা ভগৱানৰ কৃপা হোওক ।

  • @himajyotimazumdar1408
    @himajyotimazumdar1408 Жыл бұрын

    আশ্বাসলৈ হিয়াভৰা মৰম , ভালপোৱা তথা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেওঁৰ কথাৰ প্ৰকাশভঙ্গী , সুন্দৰ কণ্ঠ শলাগিবলগীয়া। তেওঁৰ মনৰ সকলো আশা পূৰ্ণ হওঁক , ভগৱানে দীৰ্ঘ জীৱন আৰু সুস্বাস্থ্যৰ অধিকাৰী কৰি তোলক।

  • @asassamgaming1020

    @asassamgaming1020

    9 ай бұрын

    Vbnmqwertyuiop

  • @manjubarman1855
    @manjubarman1855 Жыл бұрын

    উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।❤️

  • @punyakonwar41
    @punyakonwar41 Жыл бұрын

    Nice, wish you a bright future ahead,God bless you ❤️❤️

  • @tapanbordoloi2486
    @tapanbordoloi2486 Жыл бұрын

    ভগবানে তোমক সহায় কৰক।

  • @nizjagialraha4338
    @nizjagialraha4338 Жыл бұрын

    দেশৰ বাবে তুমি আগ বাঢ়ি যোবা আশিবাদ থাকিল। প্ৰভা দাস জাগীয়াল বেবেজীয়া ।

  • @muktanathneograju889
    @muktanathneograju889 Жыл бұрын

    বিশ্ববিশ্রুত কন্ঠশিল্পী সংগীত সুধা সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ চিৰউজ্জ্বল সংগীত সমূহৰ গভীৰ চৰ্চাৰ যোগেদি ইমান শিশু বয়সৰে পৰা আয়ত্ব কৰি পৰিৱেশন কৰিব পৰাতো সঁচাই আশ্বৰ্যকৰ আৰু গৌৰৱৰ বিষয় হিচাপে বিবেচিত হৈছে ,উপভোগ কৰি আহ্লাদিত অনুভৱ কৰিলোঁ। সুৰ-সংগীতৰ এই মহান যাত্ৰা আগলৈকো যেন অব্যাহত ৰাখে তাৰে কামনাৰে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ 🎑🌈

  • @moheswarbora5751
    @moheswarbora5751 Жыл бұрын

    ভগৱানে এই দেব তুল্য বালক পোনাটিক উজ্জল ভবিষ্যত সুখ শান্তি ৰে আগুৱাই নিয়ক তাৰেই আশীৰ্বাদ জনালোঁ

  • @kalendas1935
    @kalendas1935 Жыл бұрын

    God bless you Aastha beta ❤️❤️❤️❤️❤️ lovely so cute ❤️❤️ boy

  • @labanyaphukan4650
    @labanyaphukan4650 Жыл бұрын

    God bless you keep it up

  • @pradipgogoi3182
    @pradipgogoi3182 Жыл бұрын

    সুন্দৰ শুনি বহুতো ভাল লাগিল। আশীৰ্বাদ কৰিব

  • @pradipgogoi3182
    @pradipgogoi3182 Жыл бұрын

    সুন্দৰ শুনি বহুতো ভাল লাগিল। আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব। শুভেচ্ছা জনালোঁ।

  • @BIPULGOGOI
    @BIPULGOGOI2 ай бұрын

    আশ্বাস তুমি এজন কোমল অন্তৰৰ গৰাকী । সদায় তুমি এনেকৈয়ে থাকা । ❤❤❤❤❤❤

  • @daibakideka4126
    @daibakideka4126 Жыл бұрын

    অসমৰ আকাশৰ এই কাচিজোনটোক হিয়াভৰা বহুত বহুত শুভেচ্ছা জনালোঁ, তুমি সূৰ্য হোৱা

  • @mamukakoti1543

    @mamukakoti1543

    Жыл бұрын

    Bohot bohut suvese thamil.agile aru aguwai jua.

  • @tarunchbordoloi6507

    @tarunchbordoloi6507

    8 ай бұрын

    ​@@mamukakoti1543q

  • @sonalisenguota176
    @sonalisenguota176 Жыл бұрын

    Very nice sweet melody voice your, all the best.

  • @ashokdas7041
    @ashokdas7041 Жыл бұрын

    শিশু শিল্পীৰ কণ্ঠত ড০ ভূপেন হাজৰিকাৰ চিৰযুগমীয়া গানবোৰ খুব সুন্দৰ ভাবত পৰিবেশিত হৈছে, শুনি খুব ভাল লাগিল। শিশু শিল্পীৰ উজ্জ্বল ভবিষ্যৎ কামনা কৰিলো।

  • @joydeka6029
    @joydeka6029 Жыл бұрын

    অতি সুন্দৰ আশ্বাস। আৰু আগুৱাই যোৱা।

  • @madandas1448
    @madandas14489 ай бұрын

    অপূর্ব

  • @rudrahandique81
    @rudrahandique81 Жыл бұрын

    বহুত বহুত শুভেচ্ছা জনালোঁ |

  • @JugeshBori-zm5iy
    @JugeshBori-zm5iy9 ай бұрын

    বৰ সুন্দৰ কণ্ঠ আগবাঢ়ি যোৱা মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা

  • @user-cq9gg1nm4n
    @user-cq9gg1nm4n6 ай бұрын

    বৰ মৰম লগা

  • @runjunburagohain2293
    @runjunburagohain2293 Жыл бұрын

    God bless you

  • @mrinalchsarma8586
    @mrinalchsarma8586 Жыл бұрын

    শুভেচ্ছা থাকিল ,আগবাঢ়ি যাবা ।

  • @bhabanikakati8899
    @bhabanikakati8899 Жыл бұрын

    God bless you 🌹

  • @rumibarman8007
    @rumibarman8007 Жыл бұрын

    আশ্বাস সচাই তোমাৰ গান বহুত ভাল লাগে আগুৱাই যোৱা শুভেচ্ছা মৰম আশীৰ্বাদ থাকিল তোমালৈ মোৰ 🥰🥰🥰🥰🥰🥰

  • @krishnakalita4143
    @krishnakalita4143 Жыл бұрын

    Bohut dhuniya hoise ane aguai jua

  • @aparupakalita
    @aparupakalita Жыл бұрын

    God bless you dr ashwas

  • @promodborah3768
    @promodborah3768 Жыл бұрын

    Good

  • @banikantabasumatary6088
    @banikantabasumatary6088 Жыл бұрын

    Really haw talent he is,

  • @anjanagoswami9474
    @anjanagoswami9474 Жыл бұрын

    আশ্বাস তুমি এটুকুৰা হীৰা।জিলিকি ৰোৱা

  • @MohanandaGogoi-ih3cw
    @MohanandaGogoi-ih3cw9 ай бұрын

    কথাতে কয় যি মূলা বাঢ়িব দুপাততে চিন। পোনাপোৱালিটি জাকত জিলিকা হৈ উঠক।

  • @rupjyotiboruah3418
    @rupjyotiboruah34188 ай бұрын

    কণমানি জনীয়ে ইতিহাসৰ পাত লুতিয়াই সোৱৰিই দিছে ৷ধন্যবাদ ৷

  • @sonakshisworld7622
    @sonakshisworld7622 Жыл бұрын

    God bless you my child 😘😘😘

  • @sambarukumardas1357
    @sambarukumardas1357 Жыл бұрын

    অতি সুন্দৰ অতি মধুৰ।

  • @rasmiwarabegum9848
    @rasmiwarabegum9848 Жыл бұрын

    আশ্বাসলৈ বহুত বেছি মৰম । আজি দুনীত তোমাক লগ পায় ভাল লাগিল।

  • @JagatChMudoi
    @JagatChMudoi Жыл бұрын

    Mygoodboy. I love you so much. Goonsingingwithsweetvoice.. Thank you.

  • @geetanjalibora7706
    @geetanjalibora7706 Жыл бұрын

    Bohut bohut dhuniya hoise good bless you

  • @l.p.production3223
    @l.p.production3223 Жыл бұрын

    শুনি মুগ্ধ হ'লো অনুষ্ঠানটি। কনমানিলৈ বহুত বহুত মৰম আৰু শুভকামনা...। তেওঁৰ সুস্বাস্থ্য আৰু কুশল কামনা কৰিলোঁ। আমাৰ জাতিৰ গৌৰৱ আৰু সকলোৰে আদৰ্শৰ শিল্পীহৈ আমাৰ সাংস্কৃতিক জগতত জিলিকি উঠক কনমানি...তাকেই অন্তৰেৰে কামনা কৰিলোঁ।💐💐💐

  • @abhijitborah3183
    @abhijitborah3183 Жыл бұрын

    Bohut Val hoise. Mozza

  • @pratimasaikia7034
    @pratimasaikia7034Ай бұрын

    ❤❤

  • @rejiabegum2355
    @rejiabegum2355 Жыл бұрын

    এই।অকণমানিটো যাতে ভৱিষ্যতে এজন বিখ্যাত মানুহৰ শাৰীত থাকে তাৰবাবে অভিভাৱকলৈ সচেতন হৈ থাকি আগবঢ়াই লৈ যাবলৈ অনুৰোধ জনালোঁ । লগতে আমিবোৰ থাকিমেই ।

  • @niruhazarika9478
    @niruhazarika9478 Жыл бұрын

    Bohut val lagise aru gaba de

  • @poetry_pulse2705
    @poetry_pulse270510 ай бұрын

    জীৱনত আগুৱাই যোৱাঁ।

  • @dipakarandhara7724
    @dipakarandhara7724 Жыл бұрын

    বহুত ভাল লাগিল

  • @jurinath5935
    @jurinath5935 Жыл бұрын

    Bohut val lagil voni tumi aru aguyai joya

  • @bhaijansonowal1155

    @bhaijansonowal1155

    Жыл бұрын

    Voni nohoi bhaitihe

  • @kabitagoswami9028
    @kabitagoswami9028 Жыл бұрын

    Wishing you a great feature

  • @hariprasadboruah1932
    @hariprasadboruah1932 Жыл бұрын

    Very nice 👍

  • @Akash-oh2hk
    @Akash-oh2hk Жыл бұрын

    ভগৱানে তোমাক সহায় কৰক

  • @bishwamotivator6451
    @bishwamotivator6451 Жыл бұрын

    Love you❤️

  • @bibekdas353
    @bibekdas353 Жыл бұрын

    🥰🥰

  • @anwesha4251
    @anwesha4251 Жыл бұрын

    বৰ সুন্দৰ ভবিষ্যৎ

  • @amiyasarmah3299

    @amiyasarmah3299

    Жыл бұрын

    বৰওস্তাদ গায়িকা দেই তুমি কথাবোৰও িনমান ধুনীয়াকৈ কবলৈ শিকিছা কেনেকৈ?ভ বিষ্যত ুউন্নতি কামনা কৰিলো

  • @munminiku8176
    @munminiku8176 Жыл бұрын

    Nice

  • @nilimaborkakatidevi5235
    @nilimaborkakatidevi5235 Жыл бұрын

    Nice very very nice ,

  • @assamn8850
    @assamn8850 Жыл бұрын

    🙏🙏🙏

  • @mamidekadeka7286
    @mamidekadeka7286 Жыл бұрын

    Nice song ❤ ❤

  • @user-jv4qh8xs2m
    @user-jv4qh8xs2m11 ай бұрын

    May godbless him as aversatileartist

  • @anjoyrajkhowa5808
    @anjoyrajkhowa5808 Жыл бұрын

    Moromor Jan Amar hampad val Laga Bohut God halp you

  • @popisaikia5491
    @popisaikia5491 Жыл бұрын

    Very nice

  • @RoyVaii
    @RoyVaii8 ай бұрын

    Thanks,sokolgulo,gan,duddha,hoiasa

  • @korabimedhi9961
    @korabimedhi9961 Жыл бұрын

    Tumar utjol vobisot kamona korilu asakh

  • @trailokyabaishya2994
    @trailokyabaishya2994 Жыл бұрын

    Trailokya.A.J.V.Bihdia.

  • @bikramproduction3240
    @bikramproduction3240 Жыл бұрын

    🙏🙏🙏🙏🙏

  • @anantamahanta3573
    @anantamahanta3573 Жыл бұрын

    Godb

  • @user-ll9mu7nh2g
    @user-ll9mu7nh2g7 ай бұрын

    Moi hadai vgabanak parthana karisu tmi agbahi jusa

  • @indianboykrishna4225
    @indianboykrishna4225 Жыл бұрын

    👃👃👃👃👃❣️❣️❣️👃👃

  • @tusarikatanti4137
    @tusarikatanti4137 Жыл бұрын

    Hundor ❤️😘

  • @niharikakhanikar1218
    @niharikakhanikar1218 Жыл бұрын

    Akhirbad dilu hunjoni

  • @bhaijansonowal1155

    @bhaijansonowal1155

    Жыл бұрын

    Hunjoni nohoi huntuhe lora hoi

  • @kuntiboro
    @kuntiboro8 ай бұрын

    😊😊 loll😊😢

  • @krishnakalita2157
    @krishnakalita2157 Жыл бұрын

    Tumi tivi nosowa bule . Tumak kai sabahe

  • @amiyasarmah3299
    @amiyasarmah3299 Жыл бұрын

    বৰ ওস🤑

  • @user-vg3pf7fj8w
    @user-vg3pf7fj8w2 ай бұрын

    God bless you

  • @narendradeka3977
    @narendradeka3977 Жыл бұрын

    বহুত ভাল লাগিছে

  • @putumadutta3483
    @putumadutta3483 Жыл бұрын

    God bless you

  • @rajibpegu988
    @rajibpegu988 Жыл бұрын

    God bless you

Келесі