Best Assamese Songs of Bhupen Hazarika (Part 2) | ড° ভূপেন হাজৰিকাৰ নিৰ্বাচিত অসমীয়া গীত
Музыка
6 Best Assamese Songs of Bhupen Hazarika | ড° ভূপেন হাজৰিকাৰ নিৰ্বাচিত ৬টি অসমীয়া গীত
১। মই এটি যাযাবৰ
২। স্নেহে আমাৰ শত শ্ৰাৱণৰ
৩। সাগৰ সংগমত কতনা সাতুৰিলো
৪। শীতৰে সেমেকা ৰাতি
৫। মহাবাহু ব্ৰহ্মপুত্ৰ
৬। নিয়ৰৰে ফুল
জ্যোতি সংগীত playlist: • Jyoti Sangeet জ্যোতি স...
ভূপেন হাজৰিকা playlist: • Bhupen Hazarika ভূপেন ...
জয়ন্ত হাজৰিকা playlist: • জয়ন্ত হাজৰিকা
অসমীয়া কথাছবিৰ গীত playlist: • Assamese Movie Songs
বৰগীত playlist: • Borgeet বৰগীত
Assamese Song Lyrics. অসমীয়া গীতৰ কথা।
Пікірлер: 116
❤❤❤❤❤❤❤❤❤
❤
মই মৃত্যু ৰ সময়তু ভূপেন দাৰ গান শুনি শুনি মৰিব পাৰিলে শান্তি পাম।
@pankajsarma7812
3 ай бұрын
I too.
Good morning Da, very Nick songs.. wish you a Happy birthday to my dear Duta , Maa, ❤❤ Ba.. God will bless you my lovely family Bhupendra Hazarika...your loving son Biswajit goswami l also being a Nick singer 👨🎤... your my God... 10:16 father
ভূপেনদা অদ্বিতীয় , অতুলনীয়। সাগৰ সংগমত....অকল ভূপেনদাৰ মাতত ভাল লাগে ।
Nice 👍🏻
Bhupenda
ইতিহাস , ভূগোল , আৰু বৰ্তমানৰ সমাহাৰ।অতি সুন্দৰ।
Speechless
প্ৰতিটো গানৰ প্ৰতিটো শব্দই তুলনা বিহীন
Ata Ata sabdha Eman spasta
Bohut vaal lagil
Ami sadarare pranam janalo mahan shilpi janak
অতুলনীয় ভাষা আৰু সুৰৰ লহৰ।
ভূপেন হাজৰিকা মানে অসমীয়া ভাষাৰ অভিধান ।
@xuriya-maat
2 күн бұрын
হয়, কি যে চমৎকাৰ ভাষা, সুৰ, সংগীত!!!
❤❤❤
🙏🙏🙏❤️❤️❤️ Hiyar morom jonalu...
Aajir geet gow tu alap ussa stor
Assam ka number 1 singer
Nice song
Greatest ❤❤🎉🎉
Amor geetor kantha shudha kantha Dr. Bhupen Hazarika dev.
অপূৰ্ব আৰু হৃদয়ৰ কুহে কুহে স্পৰ্শ কৰা অমিয়া সুৰ আৰু মাধুৰ্য।
Thke aase
Ati aadarere sunilo
All time favorite songs ❤❤❤❤
Nice song❤❤❤❤❤❤❤❤❤
Happy birth anniversary to Bhupen mama❤
@abhishekdevnath9959
10 ай бұрын
শুভ জনম দিন
@mukutsarma1132
9 ай бұрын
Zzzzsx
সুধা কণ্ঠ তুমি যতে থাকা, পৰম শান্তিত থাকা, যেতিয়া লৈকে অসমীয়া জাতিটো থাকে, তেতিয়ালৈকে তুমি জাতিটোৰ আইনা হৈ থাকিবা, সৰ্বকালৰ সৰ্ব শ্ৰেষ্ঠ অসমীয়া কিম্বদন্তি।
@MadhabBharali-zr3be
3 ай бұрын
Namasklar
@pankajsarma7812
2 ай бұрын
Bhupenda is nowhere but in our hearts.
@dineshdas1994
8 күн бұрын
A om sh😢.....
Great songs
❤❤aOm Shanti....❤
These are all very good song, very nice
Yes
❤❤❤❤
जन्मदिन की हार्दिक श्रद्धांजलि 🙏🌹❤️🌹🙏
Old is gold that is proved by this songs . 1:31
Eman sunder swar aru spasta
অপূৰ্ব আৰু তুলনা বিহীন কণ্ঠ। ভূপেনদাৰ গীত শুনিলে শুনিলে শুনি থাকিবৰ মন যায় ।
Mind-blowing Voice Quality Aritra Das 🎉Sarmistha Das India 🎉Kolkata 🎉ThankYou 🎉🎉
7.28
বিশ্ব ব্ৰহ্মাণ্ডৰ মানৱ সমাজৰ সকলো ব্যাক্তিয়েই সজতনে প্ৰতি ভৰি ভৰি হৃদয়ংগম কৰি শুনাৰ ধৈৰ্যৰ প্ৰয়োজন আছে।। MAAp. PBOEW, BHARAT, HINDUSTAN, HINDUSTANI HOW HAM,,
@padmeswarborah-yy1zr
5 ай бұрын
শুদ্ধাকণঠৰ মুলাংকনত পলম কৰাতো আত্মসন্মানবোধত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা উত্তৰ পূবক সু- দৃষ্টি নিলে MAAp PBOEW, BHARAT, HINDUSTAN, HINDUSTANI HOW HAM,❤🎉❤
Old is gold
Every song is heart touching 🙏🙏🙏Great legend
আপুৰুগীয়া গীত
আজিৰ নতুন প্ৰজন্মৰ অসমীয়াই ভূপেন দাৰ গীত সমূহ জাতিৰ আধাৰ হিচাপে লৈ জাতি ৰক্ষাৰ কবচ তৈয়াৰ কৰিব পাৰে। তেখেতে বহু বছৰৰ আগতেই অসমীয়া জাতিৰ ভবিষ্যতৰ সকিয়নী দি থৈ গৈছে।
Moi sob gan suni vaal pow comt like kro kintu
@xuriya-maat
2 күн бұрын
ধন্যবাদ।
Santi Bhabana Guru Kabi Guru
Evergreen song 🎉🎉
ভূপেন হাজৰিকা অদ্বিতীয়
Great..🙏🙏🙏🌼🌼🌼Om Shanti 😢😢
Next level
হে অনন্য শিল্পী৷যাৰ গীত শুনিলে কোনোদিন আমণি নালাগে…
❤❤❤❤❤❤
Old is gold that proved by this song🎉😂🎉😢🎉😮🎉😅🎉
Akhom khon Nidu kirsana
❤️nice songs
Ai asomot aku abar janam lowa bhupen da😂
Dinku Baishya sundar 🙏
Good
😊😊😊❤❤❤
🙏💜🕊
Salute to music maestro Bhupen da.His lyrics and compositions of songs all are unique indeed.Wording of his songs is superb.
চিৰসেউজ গীত ।শুনি আমনি নলগা গীত ।
there is no doubt that Dr. bhupen hazarika. is one of the greatest singers in the world. he sings each and every song seriously.
Old is gold😊😊
Ki ganat kiman scale lage shilpi Jane buji Pai aami matho darshak
Ganar kiman madurata aasae
on
And alone shilpi Amar para harai gole Kinta tew di jowa apurugia Sampada Amar smriti hoi role
Imman hridoy sparshi
Junmonir atmai hunokei gitti
@dineshdas1994
8 күн бұрын
❤❤A om shanti 😅...g..m...
Natunprjanmai janu ane geetkar hab parib ?
Moi sradha janalo mahan surakar janak
সূক্ষ্ম অনুভৱ অনুভূতিৰে ভৰা ভূপেনদাৰ গীতবোৰ গাবলৈ হলে তেওঁৰ ভাববোৰ গায়কীত প্ৰকাশ পাব লাগে ৷
@xuriya-maat
2 күн бұрын
হয়। ভাষা, সুৰ আৰু গায়কীৰ যি চমৎকাৰীত্ব, সেয়া অনন্য।
Hati Agaan
❤❤❤🫶🤌🫵🥰🥰👌👌
Bhagavan teu
Tew Amar major sadai sahib hoi thakiba
🙏🙏🙏❤❤❤
Imn low scale gale bhal nalg huni.mousumi guatu
@nandancbaruah9384
7 ай бұрын
Tumi ata pandit 😂
@user-st1mk9jl8d
7 ай бұрын
Kun mousumi ,🤔🤔🤔
@freeschool9881
7 ай бұрын
Mokkel tekhet bota puwa manuh. Toi bhal napale ki hol nu.
@bijoygohain7847
6 ай бұрын
Murkho tumi nijei gabo jananai
@DipJyotiDeka-od1ht
6 ай бұрын
Scale r kotha nokoba,।।।।। Creatiion matters
Bhupenda
Nice song
❤❤❤
Nice song