আইতাক নিবলৈ আহিছে। কিন্তু আইতাই কি কলে??? আইতাৰ স্বামী এসময়ত অ'চি আছিল।

কিছুদিন আগতে বশিষ্ঠ আৰক্ষীয়ে ৰাস্তাত পোৱা আইতাগৰাকীক আজি তেখেতৰ ছোৱালীয়ে নিজৰ ঘৰলৈ নিবলৈ আহিছে। তেখেতৰ এজন ল'ৰা আৰু দুজনী ছোৱালী। ডাঙৰ ছোৱালীৰ অভিযোগ অনুসৰি সৰু ছোৱালী আৰু ল'ৰাই মাকক একেবাৰে নাচায়। ডাঙৰ ছোৱালীৰ সৈতে থকা মাকে ছয় দিন মান আগতে ৰঙিয়াৰ ছোৱালীৰ ঘৰৰ পৰা ওলাই আহিছে। আজি নিবলৈ আহিছে যদিও মাক নগল। তেখেতে ইয়াতে হেনো ভাল পাইছে আৰু ইয়াতে থাকিব। বর্তমান তেখেত Dementia আৰু Schizophrenia ৰোগত আক্ৰান্ত। এসময়ত এই মানুহ গৰাকী (১৯৭৩-৭৫)ৰ স্বামী নগাওঁ সদৰ থানাৰ অচি আছিল। পাছত সেই চাকৰি বাদ দি ভাৰত চৰকাৰৰ অধীনস্থ অসম গেছ কোম্পানীৰ ভিজিলেন্স অফিচাৰৰ দায়িত্ব বহন কৰিছিল। ‪@OldAgeHomeUtpal‬

Пікірлер: 224

  • @tutumoniborah8096
    @tutumoniborah8096 Жыл бұрын

    ছোৱালীজনীক ধনবাদ আৰু লৰাটোক ধিকাৰ।এনেকুৱা ল'ৰা থকাতকৈ নথকাই ভাল।

  • @kalpanagoswami995
    @kalpanagoswami9959 ай бұрын

    ❤❤❤

  • @bharatibarkataki7592
    @bharatibarkataki7592 Жыл бұрын

    ছোৱালীজনীক চাই চাই বহুত কান্দিলো ৷ বেচেৰীৰ নিজৰ সংসাৰখনো দুখৰ ৷ মাকৰ প্ৰতি মৰম দায়িত্ব দেখি ভাল লাগিল ৷ ভগৱানে তেওঁৰ ভৱিষ্যত যেন সুখ শান্তিৰ কৰি দিয়ে ৷ বাকী ল’ৰা ছোৱালী দুটাই নিজেও এদিন ভোগিব লাগিব মাকক কৰা ব্যৱহাৰৰ বাবে ৷

  • @smritirekhaborah8757
    @smritirekhaborah8757 Жыл бұрын

    আইতাগৰাকীক দেখি বৰ দুখ লাগিল । জীয়েকগৰাকীৰ কথাখিনি শুনি জীয়েকগৰাকী মৰমীয়াল যেনেই লাগিল । এইসময়ত পুতেকে চোৱাটো প্ৰয়োজন আছিল , কিন্তু বিয়া দিয়া জীয়েকেহে চাব লগা হৈছে । জীয়েকক ধন্যৱাদ ।

  • @trishnabaruah
    @trishnabaruah Жыл бұрын

    তেওঁক মৰমৰ প্ৰয়োজন লৰাছোৱালীৰ সকলো একেলগ হলে ভাল হব।বৰ দুখ লাগিছে আইতাগৰাকীৰ কথাবোৰৰতে গমপোৱা গৈছ ঘৰখনৰ এনেকুৱা পৰিস্থিতিৰ কাৰনে মানসিক ভাৱে ভাগি পৰিছে।মেৰী তোমাক বহুত মৰম যাছিলো। তূমি মাক মৰম কৰি থাকিবা।

  • @durbaphukan2170
    @durbaphukan2170 Жыл бұрын

    বৰ দুখ লাগিল ।কাৰ জীৱনত কেতিয় কি ঘটিব কোনেও কব নোৱাৰে ।মাক ভগবানে সোনকালে ভাল কৰক 🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿

  • @anjalibaishya1525
    @anjalibaishya1525 Жыл бұрын

    ছোৱালীজনীৰ মাকৰ প্ৰতি দায়িত্ব দেখি ভাল লাগিল

  • @AnupamaKalita-kn2zx
    @AnupamaKalita-kn2zx8 ай бұрын

    🙏🙏🙏🙏🙏🙏

  • @bharatidevi6477
    @bharatidevi6477 Жыл бұрын

    ছোৱালীজনীয়ে মাকক চোৱ চিতা কৰাৰ বাবে গিৰীয়েকে তেওঁক ভাল নাপাই, বেচেৰি মাককো এৰিব নোৱাৰে গিৰীয়েককো এৰিব নোৱাৰে। কেনেকুৱা সমস্যা ত আছে হয়তো তেওহে জানিব মাকৰ প্রতি মৰম থকা ছোৱালী জনীক গিৰীয়েকে ও মৰম কৰিবলৈ শিকক।

  • @pranatibaruah3467
    @pranatibaruah3467 Жыл бұрын

    তুমি বৰ ভাল ছোৱালী,পূণ্যৰ ফলত এনেকুৱা ছোৱালী জন্ম হয়

  • @anjanabaruah9664

    @anjanabaruah9664

    Жыл бұрын

    বাইদেউ, আপোনী কত থাকে জনাবচোন। 🙏

  • @himadriboruah4849
    @himadriboruah4849 Жыл бұрын

    মোৰ মাও এনে অৱস্থা হৈছিল, ডাক্তৰ লগত পৰামৰ্শ কৰি গম পালোঁ যে ব্ৰেইনৰ স্নায়ুকোষবোৰ শুকাই যোৱাৰ বাবে এনে অৱস্থা হয়। তেওঁলোকক তেওঁৰলোকৰ মতে থাকিবলৈ দিব লাগে। কিছুমান মহিলাৰ বয়সত এনে ধৰণৰ ৰোগ হয়। মোৰ মা বৰ্তমান সুস্থিৰ হল। গতিকে ছোৱালীজনীক সমালোচনা নকৰিব।যাৰ ঘৰত এনেকুৱা মানুহ থাকে সিহে গম পায়।

  • @user-pm1dx3sx3d
    @user-pm1dx3sx3d Жыл бұрын

    তুমি যদি মাক চাইছা তোমাৰ খং ৰাগ সকলো এটা পৰিয়াল ৰ সমভাগি তোমাক বহুত ধন্যবাদ মাক চাবা ইয়াতে থাকক তোমাৰ লৰা ছোৱালী তোমাৰ কাৰণে ভাল

  • @taramaitarmai6964
    @taramaitarmai696410 ай бұрын

    এমাহ দিন ৰাখি আই ভাল হব

  • @arupatalukdar2145
    @arupatalukdar2145 Жыл бұрын

    এনে ছোৱালী বহু ভাগ্যত হে জন্ম হয় ।তেওঁৰ কতব্য সচাঁকৈ অতি মানিব লগীয়া ।দুদিন মান থাকক ।অলপ লগ সংগ পালে তেওঁ হয়তো মানসিক ভাবে সুস্থ হব যেন পাইছো । কলিজা আইটা গৰাকীৰ কথা খিনি অন্তুৰ চুই গ'ল । বাকী ল'ৰা - ছোৱালীক কেইজনক দুখ দিব নোৱাৰি

  • @arupatalukdar2145

    @arupatalukdar2145

    Жыл бұрын

    ভগৱানে তেওঁলোকৰ অন্তৰত সেই মৰম অভাব দিছে ।

  • @munugogoi5593
    @munugogoi55939 ай бұрын

    Oo ba apuni jur kori nibola nalaje oo ba...nohola apunar manu Jona apunar logot kajiya kori bo..oo baa

  • @tilutammaborah6620
    @tilutammaborah6620 Жыл бұрын

    মৰম পালে আইতা গৰাকী ভাল হৈ পৰিব। তোমালোকৰ ওপৰত আমাৰ সম্পুৰ্ণ বিস্বাস আছে 🙏🙏🙏

  • @anubarman3274
    @anubarman3274 Жыл бұрын

    আইটা গৰাকীক ইয়াতে ৰাখক।আইটাৰ ছোৱালীজনীলৈ বৰ দুখ লাগিল।তেখেতৰ জীৱনটো কিছু কষ্টকৰ যেন লাগিছে।আইটাগৰাকীক ইয়াতে ৰাখি থওঁক কেতিয়াও নপঠিয়াব।

  • @gitanjalichutia8064
    @gitanjalichutia8064 Жыл бұрын

    বাইদেউ আপোনালৈ বহুত ধন্যবাদ। ঈশ্বৰে আপোনাক মঙ্গল কৰক।

  • @nirusaikia7631
    @nirusaikia7631 Жыл бұрын

    মেৰিনাৰ তোমাক ধন্যবাদ ।ঈশ্বৰে তোমাক মঙ্গল কৰক। এয়াই মানসিকতা।

  • @karabidas3632

    @karabidas3632

    Жыл бұрын

    Ai suwali jnir Nam merina nohoy

  • @mallikanandi1951

    @mallikanandi1951

    Жыл бұрын

    Usarat bahi katha Kai thaka hakat ke aaita Jani kuwa kathabur akebare right

  • @mallikanandi1951

    @mallikanandi1951

    Жыл бұрын

    Jiyeke makak sabalai maje maje aahiba nuwaru buli kale .gatike makak lai kiman sabo baru

  • @alexnew1009
    @alexnew10098 ай бұрын

    মেৰি তুমি তেখেতক এনে কৈ থাকিবলৈ দিয়া তেখেতৰ মন মগজু কিছু হ'লেও সুথস্থ থাকিব ধন্যবাদ বুলি দাস

  • @user-gy2pr1zl1o
    @user-gy2pr1zl1oАй бұрын

    Asromkhan kot ase

  • @yout__0773
    @yout__0773 Жыл бұрын

    Apuni aru aguai jua 🇮🇳

  • @PROGYANwt1vp
    @PROGYANwt1vp9 ай бұрын

    বহু ত দুখ লাগিচে চাই আচো আমাৰো লৰা তুলিচো ভয় লাগিচে দেখি

  • @minotichetia9972
    @minotichetia997210 ай бұрын

    জীয়েক জনীয়ে মাকৰ অসুখ টোৰ বিষয়ে জ্ঞান নাই যেন লাগিছে। কিয় তৰ্ক কৰি আছে বাৰু

  • @buronjimili9181
    @buronjimili9181 Жыл бұрын

    Good job Utpal think you

  • @subhadrahazarika6923
    @subhadrahazarika6923 Жыл бұрын

    তেখেতৰ মনৰ ভ্ৰম হৈছে , তেওঁ ক জোৰ কৰিলে বেয়া হ'ব।

  • @solongnerds1831
    @solongnerds1831 Жыл бұрын

    বহুত দুখ লাগিছে। বহুতেই দুখ লাগিছে

  • @pobitraboruah9266
    @pobitraboruah9266 Жыл бұрын

    আইতাক অলপ মানসিক চিকিৎসা পয়োজন

  • @champaborah3122
    @champaborah3122 Жыл бұрын

    ছোৱালী গৰাকীয়ে মাকৰ আচল বেমাৰ টো হলে কি হই তেওঁ নাজানে যেন লাগিছে ।এগৰাকী বৰ দূৰ্ভগীয়া মাতৃ ,তেখেতৰ পুত্ৰ ,ছোৱালীয়ে অৱজ্ঞা কৰি এই অৱস্থা কৰিলে ।তেখেত মানসিক ভাবে বহুত কষ্ট পাইছে ।পৰিয়ালৰ দায়িত্ব আছিল মানুহ গৰাকীক সুস্থ কৰাত ।আজিকালি সকলো মানসিক বেমাৰৰ সু চিকিৎসা আছে ।

  • @ghanakantamech6178
    @ghanakantamech6178 Жыл бұрын

    প্ৰভু যীচুৰ নামত বিশ্বাস কৰক প্ৰাৰ্থনা কৰক তেওঁ লাহে লাহে ভালহৈ জাব।

  • @eeshankalita377
    @eeshankalita377 Жыл бұрын

    দাদা আপুনি আইতাক যাব নিদিব। তাতে থাকিবলৈ দিয়ক। ঘৰলৈ উভতি গ'লে আৰু আগৰ নিচিনা হ'ব। এনেকুৱা সন্তান থকাকৈ নথকাই ভাল। বা জনী ভাল অকলেনো কি কৰিব।উপায় নাই।

  • @PradipBarman-pz2ge
    @PradipBarman-pz2ge Жыл бұрын

    ....Suwali janik dhanyabad......sakalo khuli koise

  • @simpiMohan
    @simpiMohan28 күн бұрын

    ,. .. . 😂

  • @mondirachutia5925
    @mondirachutia5925 Жыл бұрын

    বহুত দুখ লাগিল দেই,

  • @sankardas7783
    @sankardas7783 Жыл бұрын

    আইতা জনীক বৰ্তমান লগ সংগ পৰোয়জন হৈছে এনেকে থাকিলে ভাল হ'ব

  • @rubuldas2859
    @rubuldas28599 ай бұрын

    Dauta Kun hoi

  • @kiranpegu76vlog42
    @kiranpegu76vlog42 Жыл бұрын

    Very good video. Nice

  • @binuhazarika2535
    @binuhazarika2535 Жыл бұрын

    আইতাই ঠিকেই কৈছে জোৰ কৰি নিনিয়াই ভাল।ইয়াতে ছোৱালী জনীয়ে খবৰ লৈ থাকিবা।

  • @legendgamerz844
    @legendgamerz844 Жыл бұрын

    বহুত দুখ লাগিছে

  • @anamika.saikia.3348
    @anamika.saikia.3348 Жыл бұрын

    Baa joni eman hohoj horol nohoi, hosai aitar kopal bohut val anekua ajoni suwali paise , lorar daito suwalia korise, baa sinta nokoriba vogoban ase hokolubur thik hobo adin , baa tumi valke thakiba

  • @nirmalirajkumari7584
    @nirmalirajkumari7584 Жыл бұрын

    উৎপল নিবলৈ নিদিবা । যিমান পাৰা ভাল কৰিবলৈ ছোৱা ।

  • @sadhanasultanajehirblogs4600
    @sadhanasultanajehirblogs4600 Жыл бұрын

    Aita gabhir bhabe antrat aaghat paise .atiya akhukiya hol. Aita khunkale bhal houk aey kamona karilu. God bless you utpal.

  • @soonmoni6746
    @soonmoni6746 Жыл бұрын

    আইতা যাব বিচৰা নাই ,কিয় জোৰ কৰিছে , তেওঁ যত থাকি vl পাই তাতে থাকিব দিয়াক

  • @binudgogoibaba8473
    @binudgogoibaba8473 Жыл бұрын

    Jiek jonilehe bor morom aru Bea lgil o

  • @urmilasonowal6629
    @urmilasonowal6629 Жыл бұрын

    পুত্ৰই পেলাই থৈ আহিল, সৰু জীয়েকে মাক এজনী আছে বুলি পাহৰি গ'ল।আইতা গৰাকীৰ জীৱন বৰ যন্ত্ৰণা দায়ক হৈ পৰিছে।

  • @jugamayasaikia2412
    @jugamayasaikia2412 Жыл бұрын

    Aibur kenedharanar putra_buari, ji_juai, bhagabane adin usit bisar koriba.

  • @kabitabora4303
    @kabitabora4303 Жыл бұрын

    Bohut dukhor kotha nijor lorai anekuwa koribo napai

  • @moiaxomiyasuwalilalitarubi1100
    @moiaxomiyasuwalilalitarubi1100 Жыл бұрын

    Bohut kandilu, suwali jonik sai Mak jonit koi tair karone he bhut dukh lagil, bhagawane taik onagot dinbur xukh/xanti diyok. Love you❤ Makok jen agot koi besi val ke xusrakha koribo loi xokhyom hoi. Aru apunaluk loyu bhut dhanyavaad jonalu. 🙏🙏🙏

  • @OldAgeHomeUtpal

    @OldAgeHomeUtpal

    Жыл бұрын

    Hoi kathato..

  • @LATIFURRAHMANBablu
    @LATIFURRAHMANBablu Жыл бұрын

    উৎপল দা মহান

  • @aabirgogoi1694
    @aabirgogoi1694 Жыл бұрын

    ইয়াতে থাকিব দিয়ক উৎপল দা

  • @namitakaur4676
    @namitakaur4676 Жыл бұрын

    দুখ লগা ছবি, বৃদ্ধ হ'লে এনেকুৱা ই হ'ব নেকি ।।ভাবিলে আচৰিত লাগে।।

  • @kangkanakalita5345
    @kangkanakalita5345 Жыл бұрын

    যত ভাল পাইছে তাতেই থাকিব দিয়ক

  • @chandanadas3122
    @chandanadas3122 Жыл бұрын

    ছোৱালীজনী বহুত ভাল,,,,,,

  • @abhishekborah2165
    @abhishekborah2165 Жыл бұрын

    ছোৱালী গৰাকীৰ কোনো দোষ নাই।

  • @OldAgeHomeUtpal

    @OldAgeHomeUtpal

    Жыл бұрын

    Right

  • @cutekhushi5090
    @cutekhushi5090 Жыл бұрын

    Utpal da aru Krishna ba God bless you rina

  • @dipabora5271
    @dipabora5271 Жыл бұрын

    তুমি বৰ জ্ঞানি ছোৱালী। তুমি বুজা ছোৱালী।মাক কিছুদিনৰ কাৰণে উৎপলৰ ওচৰতে ৰাখা।

  • @deepjyotygogoi8456
    @deepjyotygogoi8456 Жыл бұрын

    Good utpal da good work

  • @tridipdeka4325
    @tridipdeka4325 Жыл бұрын

    Utpal 2mar voice 2 bahut val lage.

  • @kuldeepborah5666
    @kuldeepborah5666 Жыл бұрын

    Aiita jonir kotha buji paisu.. Tau gom puaa nai ki koresa... Mur uu dauta aanakuaa bamar oot vugi aase 8 bosor hol.. Aanakuaa aajon manuh ook suaa sita kora kiman tan kam buji pau moi... Utpal daa aapunak bohut basi thank you emaan val kam kore thoka karone.....

  • @user-fb1bn1ns7f
    @user-fb1bn1ns7f9 ай бұрын

    Aita jonir deotakok dekhai dibo son aro etia aitar khobor ki baro

  • @anjanadevi6407
    @anjanadevi6407 Жыл бұрын

    টকাৰ পাগল হৈ নিজৰ মাকক চিনি নোপোৱা হ'ল। সেই টকা বোৰ টকা হৈ নাথাকে, এদিন সিহতেও ভাল শিক্ষা পাব।

  • @palakmaskara3222

    @palakmaskara3222

    Жыл бұрын

    Akdam xosa

  • @buluborah4646
    @buluborah4646 Жыл бұрын

    মই বিহপুৰীয়া ওচৰত ঘৰ। আমগুৰি ওচৰতে বৰ দুখ লাগিল পৃথিৱীৰ আটাইতকৈ ডাঙৰ হয় পিতৃ-মাতৃ। পুত্ৰ শ্নেহ। এৰাটোবৰ। কষ্ট। মাতৃক বুজা কৃষ্ণ কৃষ্ণ কৃপাকৰা

  • @pallabibhuyan8847

    @pallabibhuyan8847

    Жыл бұрын

    কথা বিলাক শুনি বৰ দুখ পালো। নিজৰ সন্তানেও এনেকুৱা কৰিব পাৰে নে, এতিয়া আইতাৰ মৰম আৰু চিকিৎসাৰ প্রয়োজন।

  • @labanyadutta7578

    @labanyadutta7578

    Жыл бұрын

    '

  • @dilipchandradas2292
    @dilipchandradas2292 Жыл бұрын

    মেৰী, তুমি তোমাৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়ি অহা বাবে বহুত বহুত ধন্যবাদ। তোমাৰ ভাই-ভনীয়ে নিজ "মা"ৰ প্ৰতি কৰা আচৰণ খুবেই দুখ লগা। তোমাৰ সুবিধা মতে মাজে মধ্যে গৈ খবৰ লৈ থাকিবা। ভগবানে তোমাক শক্তি দিয়ক।

  • @ranuhazarika3598
    @ranuhazarika3598 Жыл бұрын

    ছোৱালী (জীয়েক) জনীৰ মানুহজনৰে নিশ্চয় শাহুয়েক লগত থকাটো নিবিচাৰে , তেনেবোৰ কথাই আত্মসন্মানত আঘাত কৰে ৷ আনহাতে পৰিয়ালৰ এই গৰাকী জীয়েককৰ বাদে আনৰ পৰা পোৱা অবহেলা আদিৰ পৰা বেমাৰটো হোৱাত সাৰপানী পালে ৷ মাকে জীয়েকক নিজৰ সংসাৰ ভালে ৰাখিবলৈও কৈছে ৷ অসুখীয়া হলেওঁ কিছুমান কথা চিন্তা কৰিব পৰা শক্তি নোহোৱাও নহয় ৷ সমবয়সৰ মানুহৰ লগত মানসিক শান্তিত থাকিবলৈ বিচাৰিছে যেতিয়া জীয়েকে ইয়াতে থাকিবলৈ দিয়া উচিত ৷ জীয়েকৰো কিছুমান ভুল বুজাবুজি নোহোৱা নহয় ৷ জীয়েকে বেমাৰী মানুহগৰাকীক তেনেধৰণৰ প্ৰশ্ন মাকক কৰা নাজানি হলেওঁ কৰিব নালাগে , ধৰ্য্য ধৰি হলেওঁ থাকিব লাগে ৷

  • @minadutta2773
    @minadutta2773 Жыл бұрын

    Nopothba

  • @purabisonowal2242
    @purabisonowal2242 Жыл бұрын

    Dada fast views video2 Sai bht vl lagile lgte bht2 dukh lagile ru video2 Sai moi vt khab nuwrilu dukhote amru ma ase n kun ketiy ki hoi Jai kb nuwri n lgte Lora2 hasti pab lage Emn nisthur lora

  • @sanjibbora7268
    @sanjibbora7268 Жыл бұрын

    দিল্লী থকা জনী মাকলৈ মনত নপৰে নে বাৰু

  • @moromigogoi4443
    @moromigogoi4443 Жыл бұрын

    Oo udpal da Krishna bohut morom laga

  • @naja18
    @naja18 Жыл бұрын

    Aunty eman problem nai family a kisu trasure korise aru putek jiyek jodi ekeloge thaki agor nisina xantir poribekh aane tente xokolu thik hobo🙏 har har shambhu 🙏

  • @kamalhazarika9867
    @kamalhazarika9867 Жыл бұрын

    Nice

  • @Moromi321
    @Moromi321 Жыл бұрын

    Suwali joni gat dhux nai

  • @anjalibaishya1525

    @anjalibaishya1525

    Жыл бұрын

    বত্তমান আমাৰ সমাজত পিতৃ মাতৃক অৱহেলাৰ সংখ্যা বৰকৈ বাঢ়িছে, নিজে কষ্টত থাকিও মাতৃৰ প্ৰতি দায়িত্ব অনুভব কৰা ছোৱালীজনীক দেখি ভাল লাগিল।

  • @budheswarnath6516
    @budheswarnath6516 Жыл бұрын

    আইতাৰ ছোৱালীজনী ( বা) সচাঁকে বৰ মৰমীয়াল হয় .. মৰম লাগি গল অ'!!

  • @palashibaruah8926
    @palashibaruah8926 Жыл бұрын

    Bohut dukh lagise Bhagwane Jen teuk khushta kori rakhe

  • @rajkumarpegu1942
    @rajkumarpegu1942 Жыл бұрын

    আইতাৰ অন্তৰত কিবা দুখ পাই আছে ছাগে ।

  • @rumimahanta645
    @rumimahanta645 Жыл бұрын

    অ মোৰ কলিজা আইতা ইমান সুন্দৰ কথা বিলাক কৈছা

  • @anugogoibaruah2126
    @anugogoibaruah2126 Жыл бұрын

    Utpal tumi ata Kam kora aie news tu CM Himanta Biswa Sarmah sir or dristigusor korok....jihetu lora ase....lora jodi Tinsukia t thake tente contact korok .....moi tekhetor lorak ahban jonaisu apunar maak apunar logot rakhok....aru morom diok

  • @JSBMCreativeAngel
    @JSBMCreativeAngel Жыл бұрын

    God bless you merry baa 🙏🌹

  • @rideandgames...7416
    @rideandgames...7416 Жыл бұрын

    Dada ai aita jonik sini paw amr gaon fale agote ahi thake... Apuni kot pale aita jonik

  • @kalpanamech9906
    @kalpanamech9906 Жыл бұрын

    Jur Kori nibo nalage Aru pothabou nalage

  • @kabitabora4303
    @kabitabora4303 Жыл бұрын

    Jonmo Diya make detakok anekuwa Kora tar fol pabo

  • @varakhamybusiness3762
    @varakhamybusiness3762 Жыл бұрын

    বহুত দুখ লাগিল ।মানুহ গৰাকীক বহুতো মৰমৰ প্ৰয়োজন ।

  • @rosmitatalukdar6082
    @rosmitatalukdar6082 Жыл бұрын

    Bor dukh lagil.. Dagor suyali jonik dhanyabad jonaisu makor poti thoka morom dakhi.. Baki lora suali joniloi asorit lagise.. Kanekoi maakor khobor nuluakoi thakibo parise..

  • @pramilanath1998
    @pramilanath1998 Жыл бұрын

    ছোৱালী জনীয়ে কিয় তৰ্ক কৰি আছে। বুজি কিয় নাপায়। থাকিব দিব লাগে কিছু দিন

  • @anjelgogoi8228

    @anjelgogoi8228

    Жыл бұрын

    Jodi apuni emn buji pai then kio buja nai...njr mak hoi tair

  • @jadugogoi9957
    @jadugogoi9957 Жыл бұрын

    Aita mur moromor

  • @hemantduwarah2610
    @hemantduwarah2610 Жыл бұрын

    Dada ei aitai je koi se Deuta buli kun hoy nu

  • @animadevi4327
    @animadevi4327 Жыл бұрын

    Morom cheneh pale val hoi jabo . Tumer moromor mat pale ,aita hokolok pai bohut val paise .pothai nidiba utpol keidin man rakhi chuwa.bohut dukh lagise

  • @pinajsarma6411
    @pinajsarma6411 Жыл бұрын

    Sualijonik...thanks...

  • @binodkalita6723
    @binodkalita6723 Жыл бұрын

    Baidu joniloi mor buhut Bea lagil mainly..

  • @anugogoibaruah2126
    @anugogoibaruah2126 Жыл бұрын

    Utpal tumi tekhetor lorak onurudh kora....makor proti dayeto ase..... neglect koribo nuaribo

  • @ushasaikia9896
    @ushasaikia9896 Жыл бұрын

    Moi bhalkoi sini paisu tekhetor hasband logot mor hasband ekeloge sakori korisil Namrupt,tekhetor hator kebabaru vat khisu, etiya dekhi bohut dukh lagise

  • @chandraadhikari8333
    @chandraadhikari8333 Жыл бұрын

    Jethijonik jabo nidilei val hobo..

  • @kanvaidas9742
    @kanvaidas9742 Жыл бұрын

    Ba ma Val hole loi jaba

  • @subantigogoi1957
    @subantigogoi1957 Жыл бұрын

    Neba.nalaga.thakok.

  • @champabaruah3436
    @champabaruah3436 Жыл бұрын

    Suwali joniru dukh nai bohut vale kintu vukto vugi jone he Jane

  • @ankurkumbang3036
    @ankurkumbang3036 Жыл бұрын

    আইতাই যত থাকিব বিচাৰে তাতে থাকিবলৈ দিয়াটো ভাল হ'ব।

  • @archanaborthakur6007
    @archanaborthakur6007 Жыл бұрын

    মহান সেৱাৰ. অনুপম আদৰ্শৰে অনুপ্ৰাণিত এই দায়বদ্ধতা ৰ চিন্তা জীৱনৰ সকলোতকৈ মহান ফৰ্ম।ভগৱানৰ আশীষ সদায় থাকিবলৈ প্ৰাৰ্থনা।

  • @davidvlogs5218
    @davidvlogs5218 Жыл бұрын

    Ki j hb jab dib nalagy tat goi aru bamer hb .eait bahut val paizy

  • @bandanabaruah367
    @bandanabaruah367 Жыл бұрын

    আইতা জনী আছল ঘৰ ক'ত

  • @bobitaboruah6476
    @bobitaboruah6476 Жыл бұрын

    Bohut dukh lagil aita jiman din thake tate thakok 🙏🙏🙏🙏🙏😭😭😭

  • @anupamavlogs3557
    @anupamavlogs3557 Жыл бұрын

    Bhut dukh lgil 😭

Келесі