অসম মাতৃৰ সুযোগ্য সন্তান ডাঃ হিতেশ বৰুৱা দেৱে আশ্রমলৈ আহি কি কলে?

আজি গুৱাহাটীৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় 'নেম কেয়াৰ হস্পিতাল'ৰ পৰিচালন সঞ্চালক, বিশিষ্ট চিকিৎসক, গীতিকাৰ, সুৰকাৰ তথা বিশিষ্ট সমাজসেৱক ডাঃ হিতেশ বৰুৱা মহোদয়ে বেলতলা ছাৰ্ভেস্থিত প্ৰমোদ তালুকদাৰ সোঁৱৰণি বৃদ্ধাৱাসত উপস্থিত হৈ বৃদ্ধাৱাসখনৰ বিভিন্ন অভাৱ অভিযোগ আৰু ককা আইতাসকলৰ স্বাস্থ্যৰ বুজ লয়। ডাঃ বৰুৱা ছাৰে বৃদ্ধাৱাসৰ ককা আইতাসকলক দেখি আৱেগিক আৰু অভিভূত হৈ পৰে। বৃদ্ধাৱাসৰ ১০৭ বছৰীয়া শুভদ্ৰা দেৱী আইতাই ডাঃ হিতেশ বৰুৱা ছাৰক এখন ফুলাম গামোছা, এটা জাপি আৰু এখন শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে। ডাঃ বৰুৱা ছাৰে ককা আইতাসকলৰ অনুৰোধত কেইবাটাও গীত পৰিবেশন কৰি ককা - আইতাসকলক আপ্লুত কৰে।
লগতে বৃদ্ধৱাসখনলৈ তিনিটা ইনভার্টাৰ ছেট সোনকালে প্ৰদান কৰিব বুলি ঘোষণা কৰাৰ লগতে ভৱিষ্যতে ও বৃদ্ধাৱাসখনৰ সুখ দুখৰ লগত জড়িত হৈ থাকিব বুলি প্ৰতিশ্ৰুতি দিয়ে।।

Пікірлер: 16

  • @kanaranRankawat-rt9ic
    @kanaranRankawat-rt9ic Жыл бұрын

    Very nice and very good Jobe MAA

  • @sadhanasultanajehirblogs4600
    @sadhanasultanajehirblogs4600 Жыл бұрын

    Bahute bhal lagil. God bless you utpal.

  • @kanaranRankawat-rt9ic
    @kanaranRankawat-rt9ic10 ай бұрын

    Lovely KollijaAaita MAA Pranaam MAA God bless you KollijaAaita MAA ❤❤

  • @bijoyahazarika9909
    @bijoyahazarika9909 Жыл бұрын

    Such a good memory aiter God bless her sweet aita

  • @kanaranRankawat-rt9ic
    @kanaranRankawat-rt9ic9 ай бұрын

    Miss you So much KollijaAaita MAA God bless you KollijaAaita MAA Pranaam MAA ❤❤

  • @kabitabora4303
    @kabitabora4303 Жыл бұрын

    Bohut dhuniya bohut bhal lagil

  • @janukalita1504
    @janukalita1504 Жыл бұрын

    কলিজা আইতা ক বহুত মৰম লাগে। জানু কলিতা দৰিকামাৰী যোৰহাট, ়ডাক গৰুমৰা।

  • @kanaranRankawat-rt9ic
    @kanaranRankawat-rt9ic Жыл бұрын

    Love you KollijaAaita ❤❤❤❤❤

  • @himangshu487
    @himangshu487 Жыл бұрын

    Moja

  • @paporichutiagogoi1577
    @paporichutiagogoi1577 Жыл бұрын

    Vary good job.

  • @surendrakumarsaini7155
    @surendrakumarsaini7155 Жыл бұрын

    Very very nice 👌👌👌

  • @jiyabarman708
    @jiyabarman708 Жыл бұрын

    🙏🙏🙏

  • @kasmirisaikia7751
    @kasmirisaikia7751 Жыл бұрын

    Nice

  • @jutikadutta9993
    @jutikadutta9993 Жыл бұрын

    🙏🏻🙏🏻🙏🏻🙏🏻

  • @animalscub
    @animalscub Жыл бұрын

    107 saal mein itni yaadasf Dany hai devi maa🙏🙏🙏🙏🙏🙏🙏🌹🌹🌹🌹🌹🌹🌹❤️❤️❤️❤️❤️❤️❤️❣️❣️❣️❣️❣️❣️❣️♥️♥️♥️♥️♥️♥️♥️👆👌👌👌👍

  • @phunumech1850
    @phunumech1850 Жыл бұрын

    Kolija aita.

Келесі