ইয়াত আপোনাৰ সন্তানকো পঢ়োৱাব পাৰে ||assamese new vlog

assamese new vlog
new assamese vlog
prince bharali's vlog
prince bharali

Пікірлер: 31

  • @uttamcreation3040
    @uttamcreation30404 ай бұрын

    Val lagil😊

  • @hiranyarajkhowa4119
    @hiranyarajkhowa41194 ай бұрын

    আদৰ্শনীয় শিক্ষানুষ্ঠানৰ মহৎ পদক্ষেপ। অতি সুন্দৰ।

  • @prastutimoran419
    @prastutimoran4194 ай бұрын

    মহাবিদ্যালয় যেন অনুভৱ হোৱাতকৈ নিজৰ ঘৰ যেন অনুভৱ বেছি হয়, প্ৰতিটো বিভাগৰ শিক্ষাগুৰু সকল বহুত বেছি মৰমিয়াল। কি‌ বেয়া আছে সেয়া এৰি মাত্ৰ ভাল খিনি শিক্ষাৰ্থীসকলে ল'ব পাৰিলে ঠাইখন লগতে প্ৰজন্ম আগুৱাই যাব 🌼 মই শিক্ষাতত্ত্ব বিভাগৰ।

  • @silpiranichutia4239
    @silpiranichutia42394 ай бұрын

    এইখন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ময়ো এগৰাকী ছাত্ৰী । যদিও এটা ভিতৰুৱা অঞ্চলত মহাবিদ্যালয় খন অৱস্থিত তথাপি কিন্তু ইয়াৰ শিক্ষাব্যৱস্থা অনুন্নত নহয়। ইয়াৰ মূল কাৰণ আমাৰ মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা সকলৰ শিক্ষা দান ব্যৱস্থাটো অধিক উন্নত ।

  • @user-gg3vr6lx7r
    @user-gg3vr6lx7r4 ай бұрын

    ময়ো এইখন কলেজৰে স্নাতক চতুৰ্থ বৰ্ষৰ ছাত্ৰী । আমাৰ কলেজৰ আৰু এটা এক উল্লেখনীয় দিশ হ'ল, আমি ছাৰ বাইদেউসকলক বহুত ওচৰৰ পৰা লগ পাওঁ , প্ৰতিটো সমস্যা আমি তেওঁলোকৰ লগত আলোচনা কৰাৰ সুবিধা পাওঁ, যিটো সকলো কলেজত পোৱা নাযায় । আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰী আৰু ছাৰ বাইদেউ সকলৰ মাজত এক সুন্দৰ আন্তৰিক সম্পৰ্ক আছে যাৰ বাবে আমি প্ৰতিটো শিক্ষণীয় বিষয় বা সমস্যাই হওক তেওঁলোকৰ লগত বিনাদ্বিধাই আলোচনা কৰাৰ সুযোগ পাওঁ। তোমালোকেও আহা ❤😊

  • @parthabaruah6204
    @parthabaruah62044 ай бұрын

    @diganta das Sir o pohai ei college ote Sociology, bohut bhal Sir....

  • @rina-yh1el
    @rina-yh1el4 ай бұрын

    অতি সুন্দৰ ৷ মইও পঢ়িম ৷

  • @Mousumibaruah5678
    @Mousumibaruah56784 ай бұрын

    আমি গৌৰৱ অনুভৱ কৰোঁ ✊ কাৰণ এনেকুৱা এটা পিছ পৰা অঞ্চল আজি উন্নতিৰ দিশত আগবাঢ়িছে ... বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত পিছ পৰা আছিল । এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা হোৱাৰ পৰা আমি আমাৰ ভৱিষ্যত সম্পৰ্কে সজাগ হব শিকিছোঁ।। এই মহাবিদ্যায়ৰ শিক্ষাতত্ত্ব বিভাগৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী হিচাপে নিজকে গৌৰৱ অনুভৱ কৰোঁ ।। Sir, ma'am সকল খুব ভাল 💝 তোমালোকো আহিবা নিজৰ নিজৰ সপোনবোৰৰ বাস্তৱ ৰূপ দিবলৈ 🙂✨ জয় PNGB GOVT MODEL COLLEGE ✊

  • @hiranyarajkhowa4119
    @hiranyarajkhowa41194 ай бұрын

    Unique and ultimate Institute

  • @jinamonidohutia7249
    @jinamonidohutia72494 ай бұрын

    মইও এইখন মহাবিদ্যালয় পঢ়ি আহিছো ।❤❤

  • @junehazarika
    @junehazarika4 ай бұрын

    সুন্দৰ

  • @pbbassam5268
    @pbbassam52683 ай бұрын

    Adress too val koi kibo soon

  • @chandiramkhatowal9632
    @chandiramkhatowal96324 ай бұрын

    Bohut bhal lagil bordoloi Nagar tinsukia Assam

  • @Wild_Gmr_
    @Wild_Gmr_4 ай бұрын

    Moi pohi j ulalu ❤

  • @ujjalboruah9002
    @ujjalboruah90024 ай бұрын

    Moi. Pohi asu tat bohut val collage hoi. Baki collage nisinakoi poisa khoroj nohoi. Bohut kom khoroj hoi. Logote. Bohut moja hikha. Diye. Bohut happy tat pohi. Moi. Bohut val collage. Hoi. . moi abar. 4 same. Assamese department hoi. ❤❤❤. Hokoluye ahiba bohut val collage. 😊❤❤

  • @BornaliBJ3
    @BornaliBJ34 ай бұрын

    অসমীয়া বিভাগত মোৰ বা এগৰাকী আৰু মোৰ শিক্ষাগুৰু এজনে কৰে।

  • @priyankaburagohain4280
    @priyankaburagohain42804 ай бұрын

    মই এইখন মহাবিদ্যালয়তে পঢ়িছিলো‌ বুলি গৌৰৱবোধ কৰো । কিয়নো এই মহাবিদ্যালয়খন শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট উন্নত মানৰ । যিহেতু ইয়াত বিভিন্ন প্ৰান্তৰ পৰা শিক্ষা লাভ কৰি অহা আমাৰ শিক্ষা গুৰুসকলে আমাক শিক্ষাৰ দিশত যথেষ্ঠখিনি সহায় সহযোগ‌ প্ৰদান কৰিলে। লগতে মই তেওঁলোকৰপৰা জ্ঞান আহৰণ কৰিবলৈ পাই নিজকে খুবেই গৌৰৱ বোধ অনুভৱ কৰো।

  • @himtulamoran4329
    @himtulamoran43294 ай бұрын

    moi porhi asu eikhn clgt ❤❤ dhonyobad dada amar collage khonor video diyar karone

  • @user-qr6ig6fv8z
    @user-qr6ig6fv8z4 ай бұрын

    Amar college t pohiboloi hokoluwe ahiba bhut val hoi bhut valkoi pohai aru bujai diye hkluwe ahiba buli akha korilu . dhanyabad

  • @user-mc8ee1yz5u
    @user-mc8ee1yz5u4 ай бұрын

    Bohut val college hoi.. Moi pohi asu tate

  • @rupommoran6988
    @rupommoran69884 ай бұрын

    ধন্যবাদ 🌺 ককাই

  • @mrgb778
    @mrgb7784 ай бұрын

    Moi pohi asu bohut bhal college ❤❤

  • @J.GVlog6
    @J.GVlog64 ай бұрын

    😮😮❤

  • @user-po2lz8pf7b
    @user-po2lz8pf7b4 ай бұрын

    Timi kun

  • @dulumoniboruah4186
    @dulumoniboruah41864 ай бұрын

    মই এইখন মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছো । মই ৰাজনীতি বিজ্ঞানৰ ছাত্ৰী আছিলো ❤

  • @BabuGogoi-mp6nj
    @BabuGogoi-mp6nj4 ай бұрын

    Kun jaga ase

  • @princebharalisvlog6578

    @princebharalisvlog6578

    4 ай бұрын

    কাকপথাৰ ডিৰাক চাৰিআলিৰ কপাহতলী গাঁৱৰ পদ্মনাথ গোহাঞি বৰুৱা আদৰ্শ মহাবিদ্যালয় ৷

  • @rusiaborahrusiaborah7214
    @rusiaborahrusiaborah72144 ай бұрын

    মই এইখন মহাবিদ্যালয় পৰা স্নাতক ডিগ্ৰী লাভ কৰিলো । মই ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী আছিলোঁ । 😊

  • @digantajyotibordoloi5528
    @digantajyotibordoloi55284 ай бұрын

    ই ষ্টুডেন্ট বিলাক বুলি কোৱাটো শুদ্ধ হৈছে জানো

  • @probhatmoran7594
    @probhatmoran75944 ай бұрын

    কোন ঠাই ? মহাবিদ্যালয় খনৰ নামটো স্পষ্টকৈ নুশুনিলো ককাই৷

  • @princebharalisvlog6578

    @princebharalisvlog6578

    4 ай бұрын

    কাকপথাৰ ডিৰাক চাৰিআলিৰ কপাহতলী গাঁৱৰ পদ্মনাথ গোহাঞি বৰুৱা আদৰ্শ মহাবিদ্যালয় ৷

Келесі