ইটোৰ পিছত সিটো বিতৰ্ক সত্ৰপীঠ মাজুলীত।

ইটোৰ পিছত সিটো বিতৰ্ক সত্ৰপীঠ মাজুলীত।
বিতৰ্কৰ কেন্দ্ৰবিন্দুও স্বয়ং সত্ৰাধিকাৰ।
দামোদৰীয় পন্থাৰে ভক্তিমাৰ্গ দৰ্শন কৰিবলৈ গৈ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামী।
#majuli
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Пікірлер: 22

  • @sashibhatta5198
    @sashibhatta5198 Жыл бұрын

    মাজুলীত গীৰ্জাঘৰো নিৰ্মাণ হৈছে বুলি কোনো কোনোৱে কয় ৷ সঁচা নে মিছা নাজানোঁ ৷ যদি সঁচা হয়, তেন্তে মাজুলীৰ সত্ৰীয়া আৰু ভকত সকলে তাত দুৰ্ঘোৰ আপত্তি কৰিছিল নে কৰা নাছিল সেইটোও নাজানিলোঁ ৷ নিয়ম মতে প্ৰতিৰোধ গঢ়ি তুলিব লাগিছিল, ঠিক যিদৰে আজি জনাৰ্দন দেৱ গোস্বামীৰ ক্ষেত্ৰত কৰিছে ৷ খেনোক দেখি ৰন্ধা-বঢ়া, খেনোক দেখি দুৱাৰ বন্ধা নীতি লব নালাগে ৷ বলে নোৱাৰা সকলক সহজতে এৰি দিছিল যেন লাগে ৷

  • @akshaydas3990
    @akshaydas3990 Жыл бұрын

    মহাপুৰুষ শংকৰদেৱে তেওঁৰ প্ৰসন্ন শিষ্য মহাপুৰুষ মাধৱদেৱক শৌৰ্য বীৰ্য বল পৰাক্ৰমৰ বাবে ধৰ্মৰ উত্তৰাধিকাৰী দায়িত্ব দিয়াত পোন প্ৰথমবাৰৰ বাবে বিৰোধিতা কৰিছিল শঙ্কৰদেৱৰে একালৰ শিষ্য দামোদৰ দেৱে। পৰৱৰ্তী কালত দামোদৰ দেৱে ব্ৰহ্ম সংহতি প্ৰতিষ্ঠা কৰে। য'ত শংকৰদেৱৰ একশৰণত সীমাবদ্ধ নাথাকি বহু দেৱ দেৱীত শৰণ ব্যৱস্থা কৰিছিল। তেওঁৰেই উত্তৰ সূৰী এজন মুখাপিন্ধা ছদ্মৱেশী সত্ৰাধিকাৰ।

  • @The_Passionate_SSCian
    @The_Passionate_SSCian Жыл бұрын

    ঘোৰ কলি যোগ |

  • @rulennath7538
    @rulennath7538 Жыл бұрын

    অলপো লাজ লগা নাই নে ? শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাৰ কীৰ্তন দশমকে পঢ়ি আছ ? এদিন হয়তো কব খোজিবি সেই ভাগ আনেহে লিখিছিল । এতিয়া যে এখন পত্ৰৰ সত্ৰাধিকাৰ হবগৈ পাৰিছ সেইয়া কাৰ যহত ? প্ৰৰম গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ বাবেহে বপুৰা এই খিনী পালিহী , গম পাইছ ? কথাটো গমি পিতি চাবি । যাৰ জন্ম তে মূৰ্তী বাগৰী পৰি গৈছিল , সেইবোৰ নোহোৱা কৰিবলৈ মানে কৌশল তৈয়াৰ কৰিছ বপুৰা ? শ্ৰীমন্ত শংকৰদেৱ অবিহনে দেখুন অসমীয়া জাতিৰ একো অস্তীত্ব ই নাই । বপুৰা শ্ৰীমন্ত শঙ্কৰদেৱৰ সৃষ্টি ৰাজি বাদ দিলে অসমীয়া সমাজত এটা অসভ্য জাতিৰ বাহিৰে আন পৰিচয় কিবা থাকিব জানো?

  • @sailenraj5774

    @sailenraj5774

    Жыл бұрын

    Are you very learning topic

  • @nipulsaikia8671
    @nipulsaikia8671 Жыл бұрын

    এই সকল কবিৰাজক

  • @jitudutta3574
    @jitudutta3574 Жыл бұрын

    সেইটোক ধৰি আনি মূৰত মোতিদিব লাগে।

  • @probingogoi9774
    @probingogoi9774 Жыл бұрын

    জগতগুৰু জোনাক এনে মন্তব্য কৰিছে তেওঁক জগতগুৰু জনাৰ মহামূষ বাপেক বুলি কোৱা হৈছে। যদিহে ভূল হোৱা নাই।

  • @bkp9774

    @bkp9774

    Жыл бұрын

    Nai gogoi nai vul hua. Ru jodi kiba aase kouk.

  • @digantaphangcho7064
    @digantaphangcho7064 Жыл бұрын

    Sankar dev mohapurukh.....ashil..

  • @pranabnath3362
    @pranabnath3362 Жыл бұрын

    ছাগলীৰ মুণ্ড লগুৱা দক্ষ নৰপিশাচ এইজনা। প্ৰসাদ খাই আমনি লাগিছে যদি লাৰু মিঠাই পুৰি,পোৱা থাইত গলেই হয়।

  • @Jatinsaloi18
    @Jatinsaloi18 Жыл бұрын

    গোস্বামীৰ গলত ঘৈনীয়েকৰ মেখেলাএখন দিৱ লাগিছিল

  • @bkp9774

    @bkp9774

    Жыл бұрын

    Logot arunasoli ronga half eata logot 1plate horir boil.

  • @parthagogoi8219
    @parthagogoi8219 Жыл бұрын

    Ai Jan,r muror bikitri ghatise

  • @bidyutbidyut7704
    @bidyutbidyut7704 Жыл бұрын

    ei vag napale

  • @ajitkalita4067
    @ajitkalita4067 Жыл бұрын

    Toi Bangladesh gusi ja sudurbhi

  • @Jatinsaloi18
    @Jatinsaloi18 Жыл бұрын

    ই এটা পাগল গোস্বামী

  • @bkp9774
    @bkp9774 Жыл бұрын

    Hello gokhai satradhika hokol, tohot majulit thaku tei mising manuh bur kenekoi christian hol , kenekoi 60 ta girja hol ? Tohotor je vul aasil sikar kor. Mising sinowal thenģal etc tribes hokolor pora satrar namot sanda loi aaramot satradhikar hoi aasili. Aami eatia hikhitta . Chris. Dukh d lv nai o bapu hot. Tohotor goramir karonei asomia eak gut hobo pora nai. Tohote kou .... asomia ne mising, asomia ne boro, asomia ne lalung?

Келесі