ভূপেন বৰাৰ হিন্দীৰ সমানে চৰিছে গামৰ অসমীয়া

সমুখত নিৰ্বাচন। এতিয়া নেতাৰ ভাষণৰ সময়। প্ৰতিখন সভাতে ভাষণ দিবলগীয়া হৈছে মাজুলীৰ বিজেপি প্ৰাৰ্থী ভুৱন গামে। ভূপেন বৰাৰ হিন্দীৰ সমানেই আকৰ্ষণীয় হৈ পৰিছে ভুৱন গামৰ অসমীয়া। শব্দ-বাক্য বুলি কোনো কথা নাই, যতেই মন যায় তাতেই লগাইছে, তাতেই সামৰিছে।
#Election #Majuli
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Пікірлер: 477

  • @pradeepsagarsmusical1934
    @pradeepsagarsmusical19342 жыл бұрын

    হে ভগৱান লিখি নিয়া ভাষণ টোও পঢ়িব পৰা নাই !!! কি যে হ'ব আৰু !!!! মাজুলী ভাষী ভালকৈ চাই চিতি বিবেক ভোট দিয়ে যেন

  • @tulyajitsaikia7515

    @tulyajitsaikia7515

    2 жыл бұрын

    Right 🤣🤣

  • @jahidulhaque8357

    @jahidulhaque8357

    2 жыл бұрын

    420 eyjon

  • @utpalbdas

    @utpalbdas

    2 жыл бұрын

    কলিৰ যুগ ।

  • @madhujyaeditz2674

    @madhujyaeditz2674

    2 жыл бұрын

    Majuli bashik koi lv ny...vote diar time ot Vivek tu bakost xumuai thoi jy👀

  • @ekramulhoque4663

    @ekramulhoque4663

    2 жыл бұрын

    Right

  • @inglishvlogs1015
    @inglishvlogs10152 жыл бұрын

    ই আকৌ দিছপুৰত কি কৰিব, কথা কব নেজানে, মাজুলী বাসীয়ে ইয়াকহে পালে নেকি

  • @tulyajitsaikia7515

    @tulyajitsaikia7515

    2 жыл бұрын

    Ki Axomiya eijon? 🤣🤣🤣

  • @rejaulhoque9531

    @rejaulhoque9531

    2 жыл бұрын

    Majuli powa nai b j P paise

  • @abhijitgogoi3305

    @abhijitgogoi3305

    2 жыл бұрын

    Maubure ako eake vote debo asolote manubure beya ase

  • @sadeksaikia8168
    @sadeksaikia81682 жыл бұрын

    অতি অনুপযুক্ত এজনকে দিছে। বিজেপিৰ বাবে কিন্তু উপযুক্ত।

  • @tulyajitsaikia7515

    @tulyajitsaikia7515

    2 жыл бұрын

    Saikia 🤣

  • @jahidulhaque8357

    @jahidulhaque8357

    2 жыл бұрын

    420 eyjon

  • @bhupenmedhi9998
    @bhupenmedhi99982 жыл бұрын

    এওলোকেই আমাৰ দেশৰ ৰক্ষক I সুন্দৰ প্ৰতিনিধি বাচনি কৰিছে I

  • @prabhatdas8052
    @prabhatdas80522 жыл бұрын

    LP স্কুলত পঢ়িবলৈ যোৱা নিচিনা লাগিছে😀

  • @imdadali9519
    @imdadali95192 жыл бұрын

    টকা থাকিলে টিকট পোৱাত কি অসুবিধা আছে।ভাষা নো কি কথা।

  • @tulyajitsaikia7515

    @tulyajitsaikia7515

    2 жыл бұрын

    Right 🤣🤣

  • @jahidulhaque8357

    @jahidulhaque8357

    2 жыл бұрын

    Right

  • @dipzentertainment5677
    @dipzentertainment56772 жыл бұрын

    হৈছে আৰু, দিছপুৰ ত গৈ টোপনি মাৰিব যেন লাগিছে ছাৰে। মাজুলী বাসী ৰাইজ, ভাবিব অলপ।

  • @dipensaikia1671
    @dipensaikia16712 жыл бұрын

    এই বিলাক নেতাই কি জনসাধাৰণৰ উন্নতি কৰিব?

  • @tulyajitsaikia7515

    @tulyajitsaikia7515

    2 жыл бұрын

    🤣

  • @bijondas2506

    @bijondas2506

    2 жыл бұрын

    Rit

  • @allin1sun24

    @allin1sun24

    2 жыл бұрын

    What is more important -÷ Language or humanity....

  • @user-jv4fp2nl7p

    @user-jv4fp2nl7p

    2 жыл бұрын

    Tur matatuk unnoti koribo

  • @allin1sun24

    @allin1sun24

    2 жыл бұрын

    @@user-jv4fp2nl7p wow...your language....appreciable ....

  • @nilasharma862
    @nilasharma8622 жыл бұрын

    টকা থকা মানুহ

  • @tarunrabha1436
    @tarunrabha14362 жыл бұрын

    এই ভাষন ঐ সৰ্বনাশ বিজেপিত অভিজ্ঞ ব্যক্তিৰ কমিনে টকাৰ বলত টিকত।

  • @Sankarjitcreation
    @Sankarjitcreation2 жыл бұрын

    ই বহুত ওপৰৰ মাল

  • @birendrahazarika7327
    @birendrahazarika73272 жыл бұрын

    উপযুক্ত প্ৰাৰ্থী । মাজুলী তথা অসমৰ উন্নতি নিশ্চিত ।

  • @dipankargogoi1393
    @dipankargogoi13932 жыл бұрын

    কলি যুগত এনেকুৱাই হব নেতা।শাস্ত্ৰত লিখা আছে।

  • @tulyajitsaikia7515

    @tulyajitsaikia7515

    2 жыл бұрын

    🤣

  • @jahidulhaque8357

    @jahidulhaque8357

    2 жыл бұрын

    Yes

  • @aigeeskitchen7120

    @aigeeskitchen7120

    2 жыл бұрын

    True

  • @rabinpathak8715

    @rabinpathak8715

    9 ай бұрын

    Otitor neta aru bortomar neta din- rati prathougo , ji kon kono kamor nohoy sai jonei ajir neta

  • @bapdhannath4657
    @bapdhannath46572 жыл бұрын

    আছৰিত সছাকৈয়ে এইজনাই কি কৰিব চিন্তা কৰক অসম বাসি ৰাইজ।

  • @user-xx8yw3mt4g
    @user-xx8yw3mt4g2 жыл бұрын

    মক্কেল এটাও BJP,ৰ টিকত পাই

  • @puhorhondhan8085
    @puhorhondhan80852 жыл бұрын

    কি আচৰিত অসমীয়া ৷ কিজে লাজৰ বিষয় ৷

  • @tulyajitsaikia7515

    @tulyajitsaikia7515

    2 жыл бұрын

    🤣🤣

  • @jahidulhaque8357

    @jahidulhaque8357

    2 жыл бұрын

    Right

  • @abhijitgogoi3305

    @abhijitgogoi3305

    2 жыл бұрын

    Maubure ako eake vote debo asolote manu bure beya ase

  • @hemkantaborah7434
    @hemkantaborah74342 жыл бұрын

    ভূবন গামে অসমীয়া একেবাৰে নাজানে। এইজন কি বিধায়ক হ'ব।

  • @kushalsaikia1214
    @kushalsaikia12142 жыл бұрын

    অসমীয়া যদি নাজানে তেওঁ কেনেকৈ মাজুলীৰ বিকাশ কৰিব ? দল নহয় প্ৰাৰ্থী চাই ভোট দিয়ক ।

  • @huntideka1067
    @huntideka10672 жыл бұрын

    অসমৰ অসমীয়া ভূমি পুত্ৰ হৈয়ো অসমীয়া ভাষা টোকে সম্পূৰ্ণকৈ কব নোৱাৰে লিখি দিয়া পিছতো ইয়াতকৈ আৰু লজ্জিত ভাষা আছে নে বাৰু..? অসমীয়া ভাষা যে সংকটত এইয়াই সম্পূৰ্ণৰূপে প্ৰমাণ দিলে চৰকাৰ খনে । ভাষা বাবে শ্বহীদ হোৱা ৮৫৫ জনক চৰম উপহাস কৰিলে ভোৱন গ্ৰামে ।

  • @musicstatus605
    @musicstatus6052 жыл бұрын

    ভাষাটোকে ভালদৰে ঠাঁচত সজাব পৰা নাই কিয়নো ৰাজনীতি কৰে মই বুজি নেপাওঁ ।😂😭

  • @borahblogs3176
    @borahblogs31762 жыл бұрын

    কি যে হব

  • @jalaluddinahmed9888
    @jalaluddinahmed98882 жыл бұрын

    দূৰ্ভাগ্যজনক ।

  • @user-ty1ij3eh5v
    @user-ty1ij3eh5v2 жыл бұрын

    এখেত বহুত ওপৰ মাল। এওঁ ফুল ফুলাব। শুকুৰ আলিক দিয়া হ'লেই ভাল আছিল😆

  • @ashokdas8961
    @ashokdas89612 жыл бұрын

    বাহ:বাহ: এইয়াহে আমাৰ অসমৰ ভূমি পুত্ৰ ,অসম বিধান সভাৰ এজন বিধায়ক পদৰ প্ৰাথীয়ে অসমৰ মুল অসমীয়া ভাষাটোকে ষদি কব নোৱাৰে বা লিখিব পঢ়িব নোৱাৰে তেন্তে অসম উন্নতিৰ পথত। মিচিং সম্প্ৰদায়ৰ হলেও আজিৰ দিনত তেনে মানুহ নোলাব নেকি? তেখেত শিক্ষিত নহয় নেকি,, ? ৰনোজ পেগু, ভূৱন পেগু, ৰাজীৱলোচন পেগু বা ভৰত নৰহ আদিও মিচিং সম্প্ৰদায়ৰেই।।। বিশ্বজিত পেগু উপায়ুক্ত মহোদয়েটো ভালকৈ অসমীয়া কয়,

  • @madhabpegu144

    @madhabpegu144

    2 жыл бұрын

    Correct

  • @niranjannath460
    @niranjannath4602 жыл бұрын

    কি নেতা এইবোৰ ,দলে কি নেতাক ticket দিয়ে ।

  • @user-xx8yw3mt4g
    @user-xx8yw3mt4g2 жыл бұрын

    শুকুৰ আলীক দিব লাগিছিল টিকত টু

  • @ajassam9146
    @ajassam91462 жыл бұрын

    এতিয়া মাজুলী বাসীয়ে এনে এজন পাৰ্থী বিচাৰিব নে? Jiye অসমীয়া ভাষা টোকে পঢ়িব নাজানে

  • @tulyajitsaikia7515

    @tulyajitsaikia7515

    2 жыл бұрын

    🤣🤣🤣

  • @ajassam9146

    @ajassam9146

    2 жыл бұрын

    @@tulyajitsaikia7515 🙄🙄

  • @rajeswarbaruah5982

    @rajeswarbaruah5982

    2 жыл бұрын

    June poisa dib take vote dib . Raije

  • @khargeswarbaruah8139
    @khargeswarbaruah81392 жыл бұрын

    অসম আকৌ উন্নতিৰ পথত জয় আই অসম বোল।

  • @jyotiprasaddas8946
    @jyotiprasaddas89462 жыл бұрын

    ভাষা সংস্কৃতি ৰক্ষা বিভাগ এটা নতুনকৈ খুলি তাৰ মন্ত্ৰী পাতিব পাতিব লাগিব এখেতক৷

  • @jahnobibora5212
    @jahnobibora52122 жыл бұрын

    যদি অসমীয়া ভাষা ক'ব নাজানে , লিখি দিলেও যদি ক'ব নাজানে কিয় ভাষণ দিব আহে । এইবোৰ শুনি ভাল নালাগে ।ৰাম ৰাম বৰ লাজৰ কথা ।

  • @tulyajitsaikia7515

    @tulyajitsaikia7515

    2 жыл бұрын

    Right 🤣🤣

  • @anjansaikia9189
    @anjansaikia91892 жыл бұрын

    ভাষণ বৰ সুন্দৰ হৈছে ,প্ৰাৰ্থী এনেকোৱা হলে জাইজৰে ভাল

  • @arupbayan9807
    @arupbayan98072 жыл бұрын

    দালাল দেখোন পঢ়া-শুনা নাই 🤭🤭🤭🤭🤭🤭🤭🤭🤭🤭🤭🤭🤭🤭

  • @madhujyaeditz2674
    @madhujyaeditz26742 жыл бұрын

    Proud to be a Majulian😌💚 এইবাৰ বিধানসভাত জমিব xD 🤣

  • @krishnakt4741
    @krishnakt47412 жыл бұрын

    ৱা ৱা কি ভাষণ ।। তাৰ ভাষণত impressed হয় গলো😊

  • @mrigankaop1321

    @mrigankaop1321

    2 жыл бұрын

    ভাই ভালকৈ শুনিল

  • @utpalbdas
    @utpalbdas2 жыл бұрын

    কৃষ্ণ হে বুলিলোঁ আৰু! বেলেগ আৰু দেই। মানিছোঁ ।

  • @jitendrabarman6577
    @jitendrabarman65772 жыл бұрын

    লোকেলৰ নমুনা সেয়েহে আজিকালি লোকেলতকৈ চালানীৰ মূল্য বেছি ৷

  • @bijoybibekvlogs5655
    @bijoybibekvlogs56552 жыл бұрын

    সৰ্বানন্দ সোনোৱালৰ উত্তৰসূৰী৷

  • @SatymevaJayate007

    @SatymevaJayate007

    5 күн бұрын

    😂😂😂

  • @user-md6vz2df7l
    @user-md6vz2df7l2 жыл бұрын

    অসমৰ ভূমিপুত্ৰ হৈয়ো অসমীয়া নজনাতো বৰ দুখৰ বিষয়

  • @M_Doley

    @M_Doley

    2 жыл бұрын

    Lol..Assamese is not our Mother tongue. Keijon axomiai tribal bhakha jane?

  • @rejaulhoque9531

    @rejaulhoque9531

    2 жыл бұрын

    Dada apuni thike koise bhumi putro hole assamese poribo aru kbo janibo lage

  • @M_Doley

    @M_Doley

    2 жыл бұрын

    @The viral world lol..when did I say Hindi is my mother tongue. You should know the definition of mother tongue. Our mother tongue is Mising.

  • @bkumarbkumar8611

    @bkumarbkumar8611

    2 жыл бұрын

    Nijor language nhoi bhai

  • @tulyajitsaikia7515
    @tulyajitsaikia75152 жыл бұрын

    এইবোৰ সকলো টকাৰ খেল ৰাইজ ।

  • @rajibpegu8639
    @rajibpegu86392 жыл бұрын

    Future of Assam???

  • @pranjaltamuli9472
    @pranjaltamuli94722 жыл бұрын

    পুনৰ LP SCHOOL ত নাম লগাই দিব লাগে

  • @ManchesterUnited535
    @ManchesterUnited5352 жыл бұрын

    অতি সুন্দৰ , উপযুক্ত প্ৰাৰ্থী মাজুলীৰ বাবে

  • @ganakchandradeory1780
    @ganakchandradeory17802 жыл бұрын

    Very good news and information Dy365 news Channel.

  • @bedmanofficial7132
    @bedmanofficial71322 жыл бұрын

    ৰাম ৰাম ৰাম।

  • @manyatagogoi2427
    @manyatagogoi24272 жыл бұрын

    জিন্দাবাদ কৈ থকা কেইটা কি মূৰ্খ বাৰু ?

  • @DHKboy1994
    @DHKboy19942 жыл бұрын

    যোগ্য অযোগ্য ৰ মাজত পাৰ্থক্য বিচাৰ নকৰিলে নেকি ভাৰতীয় জনতা পাৰ্টিয়ে 😁😁

  • @arupdutta3692
    @arupdutta36922 жыл бұрын

    Good news

  • @khanjan-mi3jc
    @khanjan-mi3jc2 жыл бұрын

    এই জন উপযুক্ত নেতা।

  • @anildeka8427
    @anildeka84272 жыл бұрын

    ৰাম ৰাম! হে হৰি!ভাষণেই দিছে নে এনেকৈ।যদিহে মাজুলী বাসীয়ে জিকাই এম, এল, এ, হৈয়ে কিন্তু মাজুলী দলংৰ খুটা এটা ঠিকা লৈহে এৰিব দেই।

  • @nilutpal5937
    @nilutpal59372 жыл бұрын

    এইজনক জিকাই পথালে মাজুলিৰ ৰাইজক সকলোৱে মানিব।যি অসমীয়া ভাষাৰ এই জ্ঞান নাই

  • @PRANABBORAHUNOFFICIAL
    @PRANABBORAHUNOFFICIAL2 жыл бұрын

    অসমীয়া হৈ অসমীয়া ক'ব নাজানে ???

  • @samirajycp1536
    @samirajycp15362 жыл бұрын

    এয়া আগন্তুক মাজুলীৰ হকে কাম কৰা এজন প্ৰাৰ্থী। ভাষণতো ভালকৈ দিব নোৱাৰে সেই মানুহে আগন্তুক দিনত কি কাম কৰিব বুজি পাইছোঁ।

  • @exploringnortheast4828
    @exploringnortheast48282 жыл бұрын

    এইটোক মাজুলীবাসীয়ে হৰুৱাব লাজে দালালতোক৷

  • @lankeswarboro7501
    @lankeswarboro75012 жыл бұрын

    কিনু কৰিছা‌ বুপা ভাল নাম থাকিবা দেই ।

  • @MisingAjon
    @MisingAjon2 жыл бұрын

    Kla ki je hb Majuli khon a Bogoban 😢

  • @Pranjaldutta516
    @Pranjaldutta5162 жыл бұрын

    Moza

  • @IftikharAhmed-ec8zu
    @IftikharAhmed-ec8zu2 жыл бұрын

    বিধানসভাত টোপনি মাৰি থাকিব।😂

  • @7gc970
    @7gc9702 жыл бұрын

    এই টো অসমীয়াৰ নহয় ইয়াক কি বুলি ভোট দিব বি জে পি য়ে মানুহ নেপালে ।

  • @bimaldas8109
    @bimaldas81092 жыл бұрын

    ৰাম ৰাম,,,, দেশ চলাব নেলাগে আও তোমালোকে,,, কি হ'ব এনেকে হ'লে,,,, ভূৱন গ্রামেটো একেবাৰে নেজানে ,,,,,

  • @paribano5081
    @paribano50812 жыл бұрын

    Bahot bhal lagil

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah69062 жыл бұрын

    ইয়াতকৈ লাজৰ কথা কিবা আছেনে ,

  • @janakpatgiri9054
    @janakpatgiri90542 жыл бұрын

    এয়াই হল ৰাজনীতি কি যে হব......

  • @simadeka5706
    @simadeka57062 жыл бұрын

    অলগদ্ধ.

  • @rejengupit5121
    @rejengupit51212 жыл бұрын

    Jomise kintu.

  • @satyahazarika
    @satyahazarika2 жыл бұрын

    বাতৰি পৰিবেশন কৰা গৰাকীলৈ শতকোটি প্ৰণাম 🙏

  • @sunilpegu1860
    @sunilpegu18602 жыл бұрын

    ভাষাৰ কোনো কটা নাই ,, মানুহ ভাল হলে হল,,,,,,,,

  • @manindrabarman7493
    @manindrabarman74932 жыл бұрын

    অসমীয়া ভাষাই ভালকৈ ক'ব নাজানে বোপাই । কাম আৰু কি কৰিব ক'ব নোৱাৰিছো ।

  • @jituentertainment6011
    @jituentertainment60112 жыл бұрын

    Aenekuwa aijon MLA amak nelege ai ajonk tickets diya sorkar khon kenekuwa baru kio dile tickets 🤬

  • @jerrymagarjerrymagar9182

    @jerrymagarjerrymagar9182

    2 жыл бұрын

    Lage bohut kamot ahibo.meat to mas buli kobo.fish to murgibuli kobo.aibor jodha murkho.majulik golden bonabo bhai

  • @satyendradeka6343
    @satyendradeka63432 жыл бұрын

    টকা থাকিলে মূৰ্খ ও ৰজা হব পাৰে

  • @bapdhannath4657
    @bapdhannath46572 жыл бұрын

    হেঃহে

  • @krishnapegu9317
    @krishnapegu93172 жыл бұрын

    শুকুৰ আলীৰ হিন্দী।।

  • @mousumichoudhury7409
    @mousumichoudhury74092 жыл бұрын

    মূল বিষয় গামৰ বাবে গাদীখন। ভাষা পিছত । টিকট পাবলৈ কৰা খৰচ খিনি ৫ বছৰ ত ঘূৰাই পালে হ'ল।😄😄😄😜😜

  • @anandaramgowala6634
    @anandaramgowala66342 жыл бұрын

    If an MLA candidate is so weak in delivering a lecture then how he will be able to place the matters in the assembly?

  • @dipakdoley6968
    @dipakdoley69682 жыл бұрын

    কথা আৰু ভাষন ধম নাই

  • @jyotishdas2534
    @jyotishdas25342 жыл бұрын

    আগুৱাই নিব পইছা ঘতিবপাৰিব

  • @MUBALLIgop
    @MUBALLIgop2 жыл бұрын

    হিন নজনাটো বেলেগ কথা অসমত অসমীয়া নজনাটো হে লাজৰ কথা । এতিয়া ৰাইজে কি কয়।

  • @utpaljyotideka7969
    @utpaljyotideka79692 жыл бұрын

    আমি অসমীয়া আৰু ইহত আমাৰ নেতা ।

  • @safiqukaomm6209
    @safiqukaomm62092 жыл бұрын

    Piyaj dai ba ki kobo eta🤑🤑🤑🤑

  • @adityakalita5560
    @adityakalita55602 жыл бұрын

    এওঁ অসমৰ হয়নে নহয় মোৰ সন্দেহ হয়

  • @mintukalita1814
    @mintukalita18142 жыл бұрын

    Ye moja,

  • @dilipgogoi3009
    @dilipgogoi30092 жыл бұрын

    যদি সছাকেৈয়ে ভুৱন গাম জিকি জাই গম পাব অসমৰ ৰাইজ মাজুলী বাসীৰ নমুনা ৷

  • @monjulaborah8567
    @monjulaborah85672 жыл бұрын

    মাজুলীৰ ৰাইজে সিদ্ধান্ত লওক

  • @subharajgogoi7316
    @subharajgogoi73162 жыл бұрын

    চেচ😂

  • @GP-ox5nx
    @GP-ox5nx2 жыл бұрын

    ভাগ্য ভাল নামতো ভূবন গাম , যদি ভূবন আলি হলে হয় ? দাইৰেক বাংলাদেশী ।

  • @manabdas9631

    @manabdas9631

    2 жыл бұрын

    Tetiya akou BJP r ticket napalei hoi.

  • @northeastassam954

    @northeastassam954

    2 жыл бұрын

    Miya Miya bangladeshi 😝😝

  • @atifeali9779

    @atifeali9779

    2 жыл бұрын

    Right

  • @GP-ox5nx

    @GP-ox5nx

    2 жыл бұрын

    Miya Miya অ স Miya

  • @northeastassam954

    @northeastassam954

    2 жыл бұрын

    @@GP-ox5nx kangladeshi miya 😝😝

  • @sibaprasadbora01
    @sibaprasadbora012 жыл бұрын

    এওঁ কি পৰিবৰ্তন আনিব, ই অসমীয়া কে দেখুন কব নোৱাৰে।

  • @diptidas9583
    @diptidas95832 жыл бұрын

    এও আৰু সকলোতকৈবেছি ভাষাবিদ আচল অসমীয়া।

  • @jerrymagarjerrymagar9182

    @jerrymagarjerrymagar9182

    2 жыл бұрын

    Bati khundor bhakhan .waw

  • @monikapegumajuli2609
    @monikapegumajuli26092 жыл бұрын

    ইলেকসনৰ আগত অলপ হিকাইল

  • @riturajchetia1978
    @riturajchetia19782 жыл бұрын

    Himontor usorot riniki hoi rom

  • @dalimdoley5051
    @dalimdoley50512 жыл бұрын

    Mjja...

  • @jakirali6055
    @jakirali60552 жыл бұрын

    Bhut hahilu yr

  • @ijajulhoque8275
    @ijajulhoque82752 жыл бұрын

    Same to shukr Ali

  • @dhirendeka784
    @dhirendeka784Сағат бұрын

    পঢ়িব জনা আজিৰ প্ৰজন্মই কিমান জনে লিখিব জানে অসমীয়া ?

  • @tapastapas2924
    @tapastapas29242 жыл бұрын

    আপনালোক "ভাষাৰ সীমান্ত"ৰ পৰা ওলাই আহক। ভাৰতৰ প্রতিটি ভাষাৰ মৰ্যাদা আছে। এজন বেলেগ ভাষাত কথা কলে আপনালোকৰ গাত কিয় লাগে। ভাৰতীয় হোৱাৰ বাটত আহক। অসমৰ প্রতিটি জিলাৰ ভাষাৰ সুৰ বেলেগ বেলেগ। শিৱসাগৰ আৰু নলবাৰীৰ সুৰ ইমানেই বেলেগ যে এজন এজনে অসমৰ নহয় বুলি কয়। গতিকে ভাৰতীয় হওক, প্ৰতিটো ভাষাক সম্মান কৰক। লিখাত ভুল হব পাৰে কাৰণ চবেই সমান শিক্ষিত নহয়। আপুনি উচ্চ শিক্ষিত বুলি কম শিক্ষিত মানুহক নাজানে বুলি নকব।

  • @poribortonaruhikha4121
    @poribortonaruhikha41212 жыл бұрын

    Local. CM r nam lua aru Riniki r nam lua eke kotha.

  • @madhabbordoloi7056
    @madhabbordoloi70562 жыл бұрын

    গাম সছাকে জকাৰ নেকি ?

  • @anupamflutexur7819
    @anupamflutexur78192 жыл бұрын

    হিন্দী ক'ব নজনাটো একো ডাঙৰ কথা নহয় বাৰু, অসমীয়া নজনাটো কি বুলিম?

  • @bibekindus3157
    @bibekindus31572 жыл бұрын

    Money Power ⚡😁

  • @rupkantapathori2852
    @rupkantapathori28522 жыл бұрын

    কি কৰিব ৰজা ই ভাল দেখে তাক

  • @imtiyazhussain3360
    @imtiyazhussain33602 жыл бұрын

    Good mama 😂😂😂😂 anekowa mal tu kor pora anese 😂😂😂

  • @digantadas444
    @digantadas4442 жыл бұрын

    কি যে হব দেই।এইয়া ৰাজ্য ৰাজনীতি নেতা

Келесі