হিমন্তই অসমীয়া যুৱক যুৱতীক প্ৰতাৰণা কৰাত সংবাদমেলত সৰৱ অখিল গগৈ!

📌অনাঅসমীয়াই চাকৰী পাব অসমত !
📌অসমীয়া নিবনুৱাৰ মূৰত ৰাম টাঙোন হিমন্তৰ!
📌অসমবাসীক মাহিআই দৃষ্টি বহিৰাগতক ৰঙা দলিচা ৰাজ্য চৰকাৰৰ!
📌হিমন্তই অসমীয়া যুৱক যুৱতীক প্ৰতাৰণা কৰাত সংবাদমেলত সৰৱ অখিল গগৈ!
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 58

  • @ramchandradeka6315
    @ramchandradeka631522 күн бұрын

    এয়াই অসমৰ জাতি -মাটি -ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা হিমন্ত বাহিনীৰ অসম প্ৰেম।

  • @ForidulIslam-yz3yl
    @ForidulIslam-yz3yl22 күн бұрын

    akhiI gogoi jindabad

  • @binoykalita7597
    @binoykalita759722 күн бұрын

    জাতি গল ভেটি গল আৰু গল চাকৰি। এই চৰকাৰে কি কৰিবলৈ গৈছে? জনসাধাৰণে ইয়াৰ প্ৰতিবাদ কৰিবলৈ ওলাই আহক।

  • @madhabidevi9585

    @madhabidevi9585

    20 күн бұрын

    Vote for Bjp😂

  • @dakhinpachirajagaonraha7586
    @dakhinpachirajagaonraha758622 күн бұрын

    অখিল দাৰ বাহিৰে যে এই দূৰ্নীতিবোৰ কোনো মন্ত্ৰী বিধায়কে মাত নামাতে সিহঁতবোৰ ম ৰিল নেকি ?

  • @padmapaninath
    @padmapaninath22 күн бұрын

    জাতিদ্ৰোহী চৰকাৰৰ বিৰোদ্ধে সৰ্বত্ৰ গৰজি উঠক ৰাইজ ।

  • @hndekari8011
    @hndekari801122 күн бұрын

    “আছু“ নামৰ জাতীয় সংগঠন এটা আজিৰ তাৰিখত আছে নে নাই অ’ ? বৰঘৰত সিন্ধি দিলে; এতিয়াও নাকত তেল দি শুই আছে নেকি ? ৰাজ্যত লাখ লাখ নিবনুৱাৰ বুকুত থিয়গোৰ সোধাই উন্মাদ ঘোঁৰাটো দৌৰিছে জাতি-মাটি-ভেটি কঁপাই ৷ ভাষা-জননীৰ শত ছহিদৰ বেদীক উছন কৰি এইজাক উন্মাদ ঘোঁৰাক ৰুধিবলৈ মোজাম্মিল হক অনিল বৰা সূৰ্য বৰাহঁতক আকৌ হত্যা কৰিবলৈ উদ্যত হৈছোঁ নেকি আমি ? দলিচাৰ প্ৰতিবাদ কৰি মৃত্যুবৰণ কৰাতকৈ ৰাজপথৰ প্ৰতিবাদ কৰি বীৰত্ব দেখুৱাই মৃত্যুবৰণ কৰাই শ্ৰেয়ঃ ৷ ছহিদ সেইজনেই যিজনে জাতি মাটি ভেটিৰ বাবে কলিজাৰ তেজ ঢালি দিব পাৰে বিনাদ্বিধাৰে ৷ “কা“ আন্দোলনত; ভাষা আন্দোলনত তেজ বলিদান দিয়া বীৰসকলৰ কথা ইমান সোনকালে পাহৰি গ’লোঁ নেকি আমি ? ইমান নিৰৱ নিস্তব্ধ কিয় ? হেৰ’ সুবিধাবাদীৰ দল; হেৰ’ নীলা শিয়ালৰ দল; শুনিছ নে উন্মাদ ঘোঁৰাৰ খোজৰ খট্ খট্ খট্ খট্ ? শুই থাক নাক তেল দি ∶∶∶∶∶

  • @user-vw9gs1yk3e
    @user-vw9gs1yk3e22 күн бұрын

    অসমৰ মানুহ ক্ৰিকেত খেলিবলৈ কিয় নাপায় ভাৰতত

  • @pradipbedasarma
    @pradipbedasarma22 күн бұрын

    ভোট দি যাওক।অসম উন্নতিৰ পথত।অসমীয়াই এদিন পিৰালিত বহি কান্দিব লাগিব।

  • @susilsonowal7687
    @susilsonowal768722 күн бұрын

    মুখ্যমন্ত্ৰীৰ দৰ্মহা দহ কুটি, আন মন্ত্ৰী সকলৰ দৰ্মহা আঠ ন কুটি , বিধায়ক সকলৰ দৰ্মহা সাত কুটি কৰি দিয়ক ।বৃদ্ধ পেঞ্চন এক টকা, অৰুণোদয় দুইটকা, তৃতীয়,চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ দৰ্মহা পাঁচ দহ টকা মান কৰি দিয়ক তেতিয়া আৰু বেছি ভাল হব ।

  • @debenkonwar8367
    @debenkonwar836722 күн бұрын

    অবিবেচক আৰু হঠকাৰী সিদ্ধান্তৰ বাবেই বৰ্তমানৰ চৰকাৰ খনে আগন্তুক দিনবোৰত বহু ক্ষেত্ৰত বিৰোধী পক্ষক সংগঠিত হোৱিত অৰিহনা যোগাবই । যেনেদৰে যোৰহাটৰ চিতটোত এইবোৰৰ বাবেই জিকাত সহায়ক হ'ল ।

  • @utpoldas5339
    @utpoldas533922 күн бұрын

    Moja dada

  • @user-sn1cu6rx5l
    @user-sn1cu6rx5l22 күн бұрын

    Tik kota Ukhil sr moio suport

  • @KhagenKhagen-mz8fe
    @KhagenKhagen-mz8fe22 күн бұрын

    Good

  • @pranabdey4374
    @pranabdey437422 күн бұрын

    অখিল দাদা মামাক কব চোন আমাৰ আধাৰ কাডৰ বাইয়মেটিকটো আনলক কৰিবলৈ অলপ চেষ্টা কৰিবলে

  • @jayaborah2926
    @jayaborah292622 күн бұрын

    অখিল গগৈ ডাঙৰীয়াই একেবাৰে শুদ্ধ আৰু সত্য কথা কৈছে - জনপ্ৰতিনিধি বা ৰাইজৰ প্ৰতিনিধি হিচাপে। নিস্বাৰ্থ ভাৱে অসম মাতৃৰ সেৱক হিচাপে কাম কৰাৰ মানসিকতা আমি অসমৰ ৰাইজে দেখিবলৈ পাইছোঁ।🙏🙏🙏

  • @tilakdeka3821
    @tilakdeka382121 күн бұрын

    Whether Education Minister of Assam is minister of Assam or India?

  • @user-ec4rt8ij6k
    @user-ec4rt8ij6k22 күн бұрын

    This is the character of bjp. Every Assamese people should know what is going on in Assam......

  • @BijoyHandique-md7yg
    @BijoyHandique-md7yg22 күн бұрын

    Vote aru dibi

  • @birenburagohain8132
    @birenburagohain813222 күн бұрын

    অসমৰ বিজেপি চৰকাৰে যদি অসমৰ ভূমি পুত্ৰ আৰু খিলঞ্জীয়া সকলক অধিকাৰৰ পৰা বঞ্চিত কৰে।তাৰ উচিত উত্তৰ ২০২৬ চনত দিয়া হ'ব। আৰু বিৰোধী দল সমূহক শক্তিশালী কৰা হ'ব।

  • @MantuChutia-pb6iv
    @MantuChutia-pb6iv18 күн бұрын

    Himanta sesh hoi jabo eibar

  • @jaduroy2449
    @jaduroy244921 күн бұрын

    Akhil Uddin Namaj Adai koribo he jane Tar bahire kam nai

  • @gohinmoran
    @gohinmoran21 күн бұрын

    আমাৰ কেঁচা চাহ পাত দাম অলপ চিন্তা কৰিবা অকল নিজৰটো চালে নহব,,

  • @nripenborgohain201
    @nripenborgohain20117 күн бұрын

    মাননীয় বিধায়ক অখিল গগৈয়ে ৰাজ্যবাসীক সঁচা কথা কৈছে - বুজক

  • @mondeepbharali9991
    @mondeepbharali999122 күн бұрын

    Axomiya manuhe bahiror dexot, bahiror rajyat je sakori kori aase xihotok ki koribo

  • @shazarika1184
    @shazarika118421 күн бұрын

    Akhom khon hekh korihe erib oo

  • @kakoligayan2065
    @kakoligayan206522 күн бұрын

    বিজেপিৰ বাবে এনে কোৱা হৈছে বিজেপি . চেৱা পাত চেলেকা

  • @user-fo9fq6zi8m
    @user-fo9fq6zi8m21 күн бұрын

    First jon Mein manuh First Time. Dekha. Paisu Dormoha. Noloi Raijor Hoke mat. Dise

  • @MandhabPayeng5363-qu2vy
    @MandhabPayeng5363-qu2vy22 күн бұрын

    Mojja ❤

  • @aktarkhan5096
    @aktarkhan509622 күн бұрын

    AASU xui ase nki ?

  • @rabinpathak8715
    @rabinpathak871522 күн бұрын

    Himantoi biirodhik 0 korile , ki hobo atia -------?

  • @user-ec4rt8ij6k
    @user-ec4rt8ij6k22 күн бұрын

    In regard to pay and pension of govt.employees, akhil is right....

  • @TaraliMedhi-f3l
    @TaraliMedhi-f3l21 күн бұрын

    Axomor keitai brlegot sakori pai? Atia banpanir homosya topic tol pelaboloi aibur korise sorkare. Bifol sorkar aikhon. 15bosor pani nuhua thait u aibar pani hoise.

  • @SurjaBasumatary-yf2eu
    @SurjaBasumatary-yf2eu22 күн бұрын

    Toka dileiy satiy bakhindar porman portro paig

  • @RanjanMahanta-jk4rl
    @RanjanMahanta-jk4rl17 күн бұрын

    কা'ত অহা মানুহ খীনি অসমীয়া নহ'ব জানো!

  • @jugeswarphukan9726
    @jugeswarphukan972621 күн бұрын

    Akhil.atia.jindabad.arukunu.nai.

  • @user-vs7gc3kt8r
    @user-vs7gc3kt8r22 күн бұрын

    It is a very bed news for assam

  • @LijaySutradhar-kt4rr
    @LijaySutradhar-kt4rr22 күн бұрын

    Akhil Gogoi zindabad zindabad

  • @vijayendrasingh9565
    @vijayendrasingh956522 күн бұрын

    Beleg state ot ene kuwa baru hoi ney..... Sarkarey enekuwa xidhanta loi ney..... Jodi hoi, kun khon Rajyat hoi udahoron di jonabasun.........

  • @BirenendraNathBarman-uk8bu
    @BirenendraNathBarman-uk8bu22 күн бұрын

    Amar Jati, মাটি, veti ৰাখিয়া sangathan বোৰে eibor খবৰ পাইছেনে নাই?

  • @jaansaikia9308
    @jaansaikia930822 күн бұрын

    Aibar Assam govt jabo ulaise ataa xamoi ahibo axomiyai hajiraa koribo lagibo Manuhor ghore ghore taku bahiraa manuhor gharot hee..

  • @TCF573
    @TCF57322 күн бұрын

    Horbbonakh korile Himontoi..... Aru Akhomiyayu aheka paukn. Aru Vote dibo tak . Ona Akomiyare vori poribo atya rajya

  • @purnagogoi2595
    @purnagogoi259522 күн бұрын

    Jodi local manuhea gom pai ja hei jon outside from assam so that the local man will give him to (in assamese word) GORU PITTON DIBO LAGE) tak tetiha hi gom pabo ja in Assam anakua manhu asa ja

  • @cyber9345
    @cyber934522 күн бұрын

    News tu huniyai murtu baya hoisa..... Ai party tuwa sas koribo sob buji paisu..axomia manuh r Aku nathakibo at last axomot.

  • @MadeinWorld-tl1vr
    @MadeinWorld-tl1vr22 күн бұрын

    Bjp bhakto kot gol

  • @animabegum1847
    @animabegum184722 күн бұрын

    Aajir ahomiya nijok nisinile--------😂😂😂😂😂😂

  • @monishaboruah941
    @monishaboruah94122 күн бұрын

    অসম শেষ কৰি দিব BJP চৰকাৰে যি বিলাক মানুহে BJP চৰকাৰক ভোট দিছিল তেওঁলোক ও ইয়াৰ বাবে দুখি বুলি ভাবো

  • @ProbalKhataniar
    @ProbalKhataniar22 күн бұрын

    😂😂

  • @lakheswarkalita6097
    @lakheswarkalita609722 күн бұрын

    Vote for bjp

  • @MandhabPayeng5363-qu2vy

    @MandhabPayeng5363-qu2vy

    22 күн бұрын

    Lahura kothatu huni luwa Okay

  • @KhagenKhagen-mz8fe
    @KhagenKhagen-mz8fe21 күн бұрын

    Good

Келесі