"হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন ব্যস্ত থাকে হিন্দু মুছলমানৰ ৰাজনীতি কৰাত"

▶️ "হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন ব্যস্ত থাকে হিন্দু মুছলমানৰ ৰাজনীতি কৰাত"
▶️ "বছৰৰ ১২ মাহৰ ১১টা মাহেই তেওঁলোকে হিন্দু মুছলমানৰ পলিটিক্স কৰে"
▶️ "অকল বানপানীৰ সময়ত তেওঁলোকে অসমৰ মানুহৰ কথা পাতে"
▶️ চৰকাৰক তীব্ৰ সমালোচনা অখিল গগৈৰ

Пікірлер: 16

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k21 күн бұрын

    অখিল গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ অখিল গগৈ দাঙৰিয়া অসমৰ গৌৰৱ হয়

  • @thepoliticalawareness1021
    @thepoliticalawareness102121 күн бұрын

    অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ ৰাইজ জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। কিমান অসমীয়া মানুহ অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা কলিয়াবৰ সমষ্টি চাওক। ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এইবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয়? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব। আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি। অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক।

  • @tapanrajbongshi5953

    @tapanrajbongshi5953

    21 күн бұрын

    Right,aibor katha akhiluddin hate nubuje,kebal rajnitir sarthat dintor besi samay samalosana kari thake

  • @Asomiya_kochrajbongshi

    @Asomiya_kochrajbongshi

    20 күн бұрын

    Congress 2026 t ahile ujonit eibar miya jonokhonkhya barha tu swabhabik , congress r dinot jeneke namoni ses korile miya bur ani etya gutei asom khon gotabo miyar hatot , congress k manuhe kio bahir korisil emn khunkale kaneke pahore asomor raije

  • @DigantaHazarika-zx7dr
    @DigantaHazarika-zx7dr21 күн бұрын

    Right

  • @RofiqulIslam-vv8kb
    @RofiqulIslam-vv8kb21 күн бұрын

    Yes

  • @user-oy4gb3qx2f
    @user-oy4gb3qx2f21 күн бұрын

    Photo session

  • @satyakoch7773
    @satyakoch777321 күн бұрын

    Hosa ktha Dada ❤👌

  • @hazarika3679
    @hazarika367920 күн бұрын

    Right kotha koisay

  • @mukutnath1419
    @mukutnath141921 күн бұрын

    Mr Mla do not speak at random

  • @bttjjjg
    @bttjjjg21 күн бұрын

    Tak new reporter bilage hudibo lge assamot Bangladeshi ase na nai buli.hindu karone atao kota nokoi okol muslim support kota koi goru keta

  • @Asomiya_kochrajbongshi
    @Asomiya_kochrajbongshi20 күн бұрын

    Asom sorkare chinar logot kotha pati ki hbo china ye kbo amak arunachal khon de tetya pani eri nidiu , congress ye tu arunachal didibo chinak , west bengal r mamata r chamsa eneu akhil , asomot TMC r garh bonabo asomiya r naam nisan nuhuwa hbo aru ki hbo....congress r time t namonit eneu bangladeshi ani bhorai dile etya ki majulit o bangladeshi anibo karone congress k vote dibo lage nki

  • @user-jl9pg7nk5r
    @user-jl9pg7nk5r21 күн бұрын

    নিজে কি কৰিছে ।কেৱল নিজৰ সুবিধাৰ বাবেই চিঞৰি থাকে ।

  • @prodip2284
    @prodip228421 күн бұрын

    আৰু অখিল গগৈ বোলা নাঙল জন ব্যস্ত থাকে সাংবাদিকৰ কেমেৰা ৰ সন্মুখত😂

  • @hanseali1924
    @hanseali192421 күн бұрын

    Right

Келесі