হিয়া বৰকটকী-শ্ৰেষ্ঠা বিহু নাচনী-২০২৪ | Pub Guwahati Bihu-2024 | Hiya Borkakoti | Sastha Bihu Nasoni
Ойын-сауық
পূব গুৱাহাটী বিহু সন্মিলনৰ শ্ৰেষ্ঠা নাচনী-২০২৪ৰ খিতাপ লাভ কৰে হিয়া বৰকটকীয়ে.... অনুপম বিতোপন সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো...
#anupambitupon
#anupombitupon
#Hiya_borkotoki
#bihu_dance
#assamese_folk_culture
#assamese_culture
#sastha_nasoni_2024
#pub_guwahati_bihu_sanmilon
#chandmari_bihu_2024
anupombitupon
anupambitupon
hiya borkakoti
bihu_2024
Assamese folk dance
Assamese folk song
assom bihu
sastha bihu nasoni
Пікірлер: 80
দুই এটি সৰু সৰু ভুল আছে ।। কিন্তু এই দল টো দেখি কেইটা মান কথা নিলিখা কৈ নোৱাৰোঁ ।। সকলো টো বাকী দলৰ নিচিনা , যিকেইটা ব্যতিক্ৰম সেইকেইটা কব লৈছোঁ দে ।।প্ৰথমে মানুহ জন ৰ কণ্ঠ ভাগ ইমান বিহু সুৰীয়া শুনিলে দিনে ৰাতি এ শুনিব মন যায় ।। তাৰ পাছতে তালিয়া জন ।। তাল খন ধৰাৰ ভংগিমা বেলেগ আৰু বজোৱাৰ ধৰণ ও অন্য দলত কৈ পৃথক ।। তাৰ পাছতে আহিছোঁ মুখ্য ত নাচনী গৰাকিলৈ ।। মঞ্চ শুৱনি এগৰাকী নাচনী ।। এই youtub চেনেল টোতে বহুত ভিডিও চাইছো নাচনী গৰাকী চেনাই ক লৈ গোৱা প্ৰথম নাম শাৰীতে ফুপাই ফুপাই গাই, চালো তোমাৰ শেষৰ ফকৰা ভাগৰ লৈকে ফুপুৱা নাই তুমি ।। কি খাই বিহুলৈ আহিলা হয় নাচনী গৰাকী??? বহুত ভাল লাগিল ।। পুৰস্কৃত হোৱা বা নোহোৱা ।। যিকেইটা কাৰণ লিখিলোঁ এই কাৰণ কেইটাত বহুত ভাল লাগিল তোমাক ।।। আগুৱাই যোৱা ❤❤
@অনুপমবিতোপন
2 ай бұрын
🙏🙏🙏🙏 ধন্যবাদ
Bohut val lagil.. Ei bocor hokolutkoi val loga bihu team❤❤
বিহু নাম , কণ্ঠ, উপস্থাপন খুউব ধুনীয়া । মঞ্চ শুৱনি নাচনী
Hundor nasise aru gai se dei
অতি সুন্দৰ হিয়া বৰকটকীলৈ ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাছিছো🎉🎉🎉❤❤❤❤❤
বহুত ধুনীয়া হৈছে দেই বিহু নাচ বৰ সুন্দৰ 💞🥰🤗👌
বৰ সুন্দৰ নামতি লগতে নাচনী গৰাকীও সুন্দৰ নাচ ।
Bihuwa jonor mattu hosake ❤ ki km ru dintur vitort abar nuhunile dintu jen adhorua hoi 😢❤❤❤❤❤❤❤❤
❤❤❤❤❤ ককাইটি লৈ পুনৰ বাৰ প্ৰণাম । বৰ ভাল লাগিলে
Singer mojah
বিহুৱা জনৰ কণ্ঠ একদম 🔥🔥
Ultimate ❤
বৰ সুন্দৰ কণ্ঠ , একদম বিহূ পকিছে ❤❤❤❤
সুন্দৰ সচাঁই সুন্দৰ
Axomor asol bihuwa aikeijon
❤❤❤❤❤❤ congratulations
বিহুৱা কেইজন❤❤❤mind blowing।।।
Hundor ❤❤❤
Bihuwa jonor maat tu bht dhunia aro bihu nam keifaki main
ইমান ধুনীয়া হৈছে Comment নকৰাকৈ থাকিব নোৱাৰো বৰ ভাল পালোঁ। মৰিগাঁও পৰা মৰম থাকিল 💐.........
Muru mon ase ankoi nasibo kintu hubidha ni jabor babe😢🫶
বিহু নাম গোৱা জনৰ নামটো কি বাৰু?একমাত্ৰ তেওঁৰ কাৰণে বাৰে বাৰে শুনিছোঁ....বহুত ধুনীয়া গাইছে ❤️
@rahulnath3300
2 ай бұрын
Moiu
@bhairabmedhi9399
Ай бұрын
Puspa da at live bhurbandha bogoribari
Bhut dhuniya lagise ❤️
Dhuniya ❤🎉congratulations sis....❤
Talia jon bor chalia dei🙌❤
Hundor hoise bihu nas❤
❤❤❤❤❤❤jui
1 nbr 🎉
🔥😍
প্ৰথম গুৱাহাটীত বিভিন্ন বিহু মঞ্চত বিহু প্ৰদৰ্শন কৰি সফলতা লাভ কৰাৰ বাবে ধন্যবাদ। এনেকৈ আগুৱাই যোৱা ।
Super
Moja ba
সুন্দৰ
gan gwa jonor mat bor dhunia
Akdom alltimet
Ama gaon dada ajon asy❤❤ vll lgisy
@user-uj7uo8ei2r
2 ай бұрын
Kathaguri neki?
Mzzza
Raha bol❤❤❤❤❤❤
Bohut dhuniya hoise aguwai jua❤❤❤
❤❤❤❤
❤❤❤❤❤
Very nice 💯
Puspa daa ultimate 🔥🔥🔥🔥🔥
@BastabjunakKashyap
19 күн бұрын
দাদা ইয়াত পুষ্প নামৰ কোনো ব্যক্তি নাই 🫢😌
Nice
Gan guwa jon perfect
@অনুপমবিতোপন
2 ай бұрын
🙏🙏
Nice ❤
@অনুপমবিতোপন
2 ай бұрын
Thanks 🔥
Puspar da
Eketa vdioke ajilke 57 bar salu😂
Nirjuma nple nki
Puraskar kiman bitupan da
Pub guwahati bihu sanmilani r stage khn iman morom lagise,,, aipne latasil r bihu stage t benar khnr o valdore logua nai .. ki likha ase porhibo a nuwari
Gan gua jon Morigaon bhurbondha hoi Pushpa da
@BastabjunakKashyap
19 күн бұрын
চকুত ৰাম বাল্ গজিল নেকি আপোনাৰ ?
Bihua Jon r ki naam? Phone number tu pam neki
@kankan8576
2 ай бұрын
Bihua jonor nam পুষ্প ঘৰ মৰিগাঁও bhurbandha
@rahulnath3300
2 ай бұрын
@@kankan8576 Phone number tu Pam neki teur
@bhairabmedhi9399
Ай бұрын
Bhurbandha bogoribari
Pahari buragohain Bihurani hol... Tai ki Bihu Samragi t participate koribo paribo nohoi uko?
@BastabjunakKashyap
19 күн бұрын
নহয় সম্ৰাগী হৈছে সিৰুষ্ৰি শইকীয়া
Botkakotl ki title
@juribhuyan7403
2 ай бұрын
Titel Barkotaki he 😅
লতাশিল বিহু সম্ৰাজ্ঞী কোন হল এইবাৰ
@pinakpanibarthakur881
2 ай бұрын
আজি সন্ধিয়াহে আছে সম্ৰাজ্ঞী প্ৰতিযোগীতা লতাশিলত ৷
এই জনী শ্ৰেষ্ঠ নাচনী হ'ব নোৱাৰে কাৰন নাচনীয়ে ককালটো ভঙাই নাই😂😂
Nirjuma ba patham hoa boli koisil dekhun.
@anupaldas3549
2 ай бұрын
Hoy t thubnil bor bhal koi bonabo lage
@অনুপমবিতোপন
2 ай бұрын
nirjuma "assom bihuwoti" 1st hiya borkakoti "sastha nasoni" 1st
@anirbanchetia9874
2 ай бұрын
@@anupaldas3549নাজানিলে কিয় কমেন্ট কৰিব আহে হে
Aguwai juwa tmi👍😌❤
❤❤❤❤