Habung Bihu Husori Dol-2024 | হাবুঙ বিহু হুঁচৰি দল-ধেমাজি |
Ойын-сауық
বহাগী ক্ষেত্ৰ চৌকিডিঙ্গী খেলপথাৰত সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড় বাসীৰ সহযোগত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় ৰঙালী উৎসৱৰ বিহু হুঁচৰি প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ দল (যুটীয়া) হাবুঙ বিহু হুঁচৰি দল- ধেমাজি জিলা । দলটিলৈ বহুত বহুত শুভ কামনা জ্ঞাপন কৰিছো
#Bihu_2024
#husori_bihu
#Habung_bihu_husori_dol
#bihu
Habung Bihu Husori Dol-2024
Bihu Husori
Chowkidingee bihu 2024
Пікірлер: 113
Ki dhunia ka gaise o gan 2 bohut mojja lagise 20 bar uport gan gua dokhor saisu amoni nlage mne mur bohut mon ase habung bihut gabole parile next year sabo sun moi video ata dim baru pepa bojua apunalukor bihu juat bojua koli kaita boijai dim
বহুত বহুত ভাল লাগিল চাই ,হাবোং ৰ হুঁচৰি দলটিৰ প্ৰতেক বিহুৱা বিহুৱতী মোৰ সুভ কামনা জনালোঁ আৰু লগতে দীৰ্ঘায়ু কামনা কৰিছোঁ ।🙏🙏
হাবুং হুঁচৰি যোৱা চাবলৈ অতি আগ্ৰহেৰে ৰৈ থাকো বহুত ভাল লাগে গায়ক ৰ কণ্ঠ ও বহুত ধুনীয়া মানুহ ৰ মন চুই যায় এই হুঁচৰি যোৱাই সদায় এ যেন এনেকৈ এ আগুৱাই যায়
আহোমৰ ৰাজধানী হাবুঙ। হুঁচৰি বিহু দেউতাক হাবুঙ❤❤❤।
হাবুঙ বিহু হুঁচৰি দল-ধেমাজি ❤ Juakali amar Moran Tiloloinagar Bihu honmilon khonit pai bor anondo palu 😍❤
সত্য, দ্বীপ ,পাৰ্থদা, প্ৰিতম ভাইটি , টেঙাপুখুৰীৰ বন্ধু বহুত মৰম সকলোলৈকে গোটেই বিহুৱা বিহুৱতীলৈ আন্তৰিক মৰম যাচিলো ❤❤❤❤❤ অহা বছৰ মইয়ো জাম
অতি সুন্দৰ হৈছে বিহুখন পকিচে দেই 💞🥰🤗👌👍
ঢোলে গৰজিলে অ ৰুণু...ইমান আকুলতাৰে গাইছে। বাৰে বাৰে সেইখিনিয়ে শুনিছো।❤
হাবুং ❣️ চৰাইদেউৰ পৰা বহুত শুভেচ্ছা ।
ধেমাজী গৌৰৱ❤
টকা লোৱা ল'ৰাজনৰ বহুত সুৱলা কণ্ঠ। সুন্দৰ পৰিবেশন। বিহুনামকেইটাও ভাল লাগিল শুনি।❤
@user-ty8yp7jd7o
3 ай бұрын
Satyajit sivasagar simoluguri lora❤
হাবুং হুঁচৰি দলটো প্ৰথম দলটোৰ পৰা এ চাই আহিছোঁ 😊♥️
বহুত ভাল লাগিল❤
Ati hundor... Dhemaji bakhi hisape habung k loi gourab anubhav kresyuu...
Uff eman dhuniya lagise 🥰 muru mon jai anekuwa husoridolot jabo😢
মন চুই গৈছে। লগ পাবলৈ মন দলটোক।
Dhunia hoise de Habung bihu husari dol
ধেমাজিৰ গৌৰৱ হাবুং জয় হাবুং ❤
Val lagil sai bihuwati result nai diya naki apunak dekhisilu kali val lagil❤😊
ভাল লাগিল চাই
আমাৰ ডিব্ৰুগড়ৰৰ গৌৰৱ চৌকিডিঙীৰ বিহু মঞ্চ❤
বহুত ভাল লাগিল দেই।
Ati sundar hoise bhut bhut val lagil husori jura nmoti aru nasoni keijon bhut val hoise ❤👍🙏
কি সুন্দৰ অপূৰ্ব ধুনীয়া বিহু❤ ।
Bahut val lagil
অতি সুন্দৰ
বিহুযোৰাৰ লগতে ভিডিঅ ৰেকৰ্ডিং সুন্দৰ হৈছে।
Bahut val hoise ; please upload more husori
সুন্দৰ হৈইছে পৰিবেশন
Khub dhunia ❤
Dhuniya hoise,Haru dhuniya nasisa।
Ultimate kintu ekdm deserving ❤
Wow background tu kintu heavy
@অনুপমবিতোপন
3 ай бұрын
🙏🙏
Dhunia Dhuniya
Love from dhemaji ❤❤
সঁচাই বৰ ধুনীয়া হৈছে ❤
Satya vai mozzzaaaahhhh. Ru nasoni jonir kontho tu hosake huwola
Nice ❤🎉❤❤
অতি সুন্দৰ🎉🎉👍👍
Habung jui 🔥🔥🔥
ধেমাজীৰ গৌৰৱ ❤
Kali apunar usrte asilu😊...bihukhn sai val lagil❣️
@অনুপমবিতোপন
3 ай бұрын
ধন্যবাদ
Dhule gorojile O runu❤😭 eman dhuniya
Oti hundor❤
Nich🎉🎉🎉❤❤❤
❤❤❤nice bihu❤❤
🔥🔥🔥🔥Powerful performance.
Khub dhunya lagila ❤
❤I like it 🎉
সুন্দৰ🥰
Vl lagile performance Birina bihu husori dol r video upload koribo sn dada
ধেমাজি ❤❤❤
Br dhuniya
Moja
আইজ্জৌ কৃষ্ণ ৷ ইমান যে সুন্দৰ হৈছে হুঁচৰি যোৰা ৷ ❤ একেবাৰে গড়গড়াই গৈছে ৷ Enjoyed a lot.🎊🎊
Habhong Bihu Silapathar Dhemaji Assam
আপোনাক দেখিছিলো সিদিনা তাত ।আপুনি ব্যস্ত থকা কাৰনে আমনি নকৰিলো । বাকি ভিডিঅ টো ভাল লাগিল।❤❤
@অনুপমবিতোপন
3 ай бұрын
ধন্যবাদ ধন্যবাদ 🙏
Nich
Ultimate
Bordoisila diok dada
Congratulations 🎉❤
Satyajit bhaiti hundor kontho
Superb
@অনুপমবিতোপন
3 ай бұрын
Thanks 🤗
সুন্দৰ ❤️
Very nice, What a Assamese culture Happy Rangali.God bless you all.
Bhorali jui❤
Ati xundar
মজ্জা
Bhut dhunia hoise❤..... energy maniba lagiba.
Chinmoy main ❤🤣💥💥💥
সুন্দৰ হুচৰি দল।❤
Nice
Satya da 🔥🔥🔥❤❤❤
@himaniry6004
3 ай бұрын
Nai teo
Dada kali apunk dekhi vl lagil...
@অনুপমবিতোপন
3 ай бұрын
ধন্যবাদ
❤
বৰ ভাল লাগিল
Satya da zeng
যি পাও তাকে গাও হুচ এৰি দৌৰি যাও ভিন্ন নাম ভিন্ন সুৰ তেনে বোৰেই বোলে বিহুৰ মুল বোলে প্ৰনামো সৰস্বতী ধৰি যাও নাম মনত যি আহিব তাকেহে গাম জয় ৰাম জয় হৰি আমি গাও হুচ এৰি
❤❤❤❤❤❤❤❤
Feels extremely happy to my brothers killing the stage 😭💓
29 ,30/04/2024 Dhemajir, Bordolonit ase ahibo
Husori jura sale mn tu nejai nejai vl lge.Bor dhuniya hoisa daiii ❤.
Bharaliparia bihu dol tur video dibo sun
Hunder😊😊🎉🎉
kzread.info/dash/bejne/qHqGrtmsYM3NgZc.html হাবুং বিহু হুঁচৰি
Bihuwati video upload korok chowkidingit
@অনুপমবিতোপন
3 ай бұрын
korem
দ্বিতীয় যোৰা পাম নে
@অনুপমবিতোপন
3 ай бұрын
pbo
দাদা,, এই দলটোত জইন কৰিব বিচাৰো মই,, কি কৰিব লাগিব?
@SashiktGogoi
3 ай бұрын
আহিবা 🎉
@bikashboruah.5884
2 ай бұрын
দাদাা,, আমাৰ এইফালে, মানে তিনিচুকীয়া ফিলবাৰী অঞ্চলৰ, গাভৰুভেটিত হুঁচৰি প্ৰতিযোগিতা ১৩ মে ' ২০২৪ সোমবাৰে (৩০ ব'হাগ, ১৯৪৬ শক)-ত অনুষ্ঠিত হব। গতিকে আপোনালোকক অংশগ্ৰহণ কৰিবলৈ মতা হৈছে ।
@SashiktGogoi
2 ай бұрын
নিশ্চয় 😊
Aru Kun jua husori ye pale first
@অনুপমবিতোপন
3 ай бұрын
Rangmon Enajori
Charaideo jorai napale niki
Fkotia mudi ads time pss kam nai ei bur .. val video ata sua agot ei burei matha beya kore slla
Ronghor a ki place pale
@অনুপমবিতোপন
3 ай бұрын
aku napale
@bidyashridailyvlogs6587
3 ай бұрын
Rongmon 1st. Ronghor naipua
Juwa bosor gan guwa lora kita aibr nai je ki hol Satyajit Das kit gol
Oti hundor❤❤❤❤❤❤
Nich
❤
Nice
@অনুপমবিতোপন
3 ай бұрын
Thanks