৪লাখ টকাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে চেপন কেন্দ্ৰীয় ৰঙালী বিহুত চৰাইদেউ সমন্বয় বিহু হুঁচৰি দলে

Ойын-сауық

চেপন কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন-২০২৪ৰ হুঁচৰি প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে চৰাইদেউ সমন্বয় বিহু হুঁচৰি দলে.... । অনুপম বিতোপন সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো
#Charaideo_Samannoy_Bihu_Husori
#Sepon_bihu
#bihu_2024
#husori_bihu
#husori_competition_sepon ,

Пікірлер: 159

  • @uttamtalukdar8301
    @uttamtalukdar83013 ай бұрын

    বেলেগতকৈ পৃথক হৈছে…সেয়েহে নিসন্দেহে শ্ৰেষ্ঠ দলৰ যোগ্য…ধুনীয়া তথা ব্যতিক্ৰমী উপস্হাপন…গান বোৰ ধুনীয়া বাচনী কৰিছে..তাতে আৰু শংকৰ দাৰ কণ্ঠ ❤ ধন্যবাদ অনুপম বিতুপন চেনেলটোক , আমাক ঘৰত বহিয়ে ইমান ধুনীয়া বিহু চোৱা সুযোগ কৰি দিয়া বাবে।

  • @mukutlukhurakhon1411

    @mukutlukhurakhon1411

    2 ай бұрын

    সুন্দৰ অতি সুন্দৰ,, বিহু হুচৰি চাই আছোঁ আৰু পৰিৱেশন চাইও আছোঁ চাই ভাল লাগিল,, বিহু গীতটো ও শুনি খুবেই ভাল পালোঁ,, উজনি ৰ বিহু শুনিলে শুনি থাকিবলৈ মন যায় সকলোৰে,, চৰাইদেউ বিহু বুলিলে কোনোৱেই থাকিব নোৱাৰে নামো আছে আৰু ইয়াৰ পদ্শনো সুন্দৰ হয়, ভৱিষ্যতে ও সাংস্কৃতিক জগতত সুন্দৰ হওক, উজল্ হৈ ৰওক এই মানসেৰে ই চাই আছোঁ মৰানহাট শান্তি পুৰৰ পৰা, চাই মই ৰবই নোৱাৰিলোঁ চৰাইদেউৰ,, কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে আপোনালোক কুশলে ৰাখক এই মানসেৰে ই,

  • @rupammohan2791
    @rupammohan27913 ай бұрын

    চৰাইদেউ আমাৰ আৱেগ আমাৰ অহংকাৰ আমাৰ স্বভিমান❤❤❤

  • @mridumalayaborah5193

    @mridumalayaborah5193

    3 ай бұрын

    ❤❤

  • @tarunigogoi7984

    @tarunigogoi7984

    2 ай бұрын

    Good evening bohut thanks shukriya Bihua vaiti vanti hotloi anekoi Assamar rangali bihutic jiai rakha dhanya bawad ,,🌼🌼🌼🌼🌺🌺🌺🙏🙏🙏🌺🌺🌺🌼🌼🌼🌼

  • @bijoyshankargogoi5161
    @bijoyshankargogoi51613 ай бұрын

    বিহু পকিছে..। বিহুনাম কেইটি খুবেই ধুনীয়া। দলটোৰ উজ্জ্বল ভৱিষ্যত‌ কামনা কৰিলো।

  • @nobinkacharia2z113
    @nobinkacharia2z1133 ай бұрын

    ইমান সুন্দৰ... Rupam da apunak 2014 pora ake dekhi asu val lgise... সু স্বাস্থ্যৰ কামনা কৰিলোঁ। Love 4rm Tengakhat

  • @user-ff7jv9it9z
    @user-ff7jv9it9z2 ай бұрын

    ইমান সুন্দৰ।দলটোৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো

  • @petertanti1132
    @petertanti11323 ай бұрын

    এই জাতি জীয়াই থাকক, এই বিহু জীয়াই থাকক। অনেক অভিনন্দন ❤। প্ৰথম পুৰষ্কাৰৰ বাবে সঠিক নিৰ্বাচন।

  • @sanu_______das__SD
    @sanu_______das__SD3 ай бұрын

    প্ৰিয় দ'ল চৰাইদেউ সমন্বয় ❤️❤

  • @joyram4113
    @joyram41132 ай бұрын

    চৰাইদেউ বাসিন্দা হিচাবে আমাৰ গৌৰৱ চৰাইদেউ বিহু হুচৰি দল টি। চৰাইদেউ হুচৰিৰ দলৰ বিহু নাম সমূহ আন বিহু দল তকৈ সুকীয়া। শুনি বহুত ভাল লাগে। শুভেচ্ছা থাকিল বিহু দলটি লৈ।

  • @kirongogoi2562
    @kirongogoi25623 ай бұрын

    বৰ সুন্দৰ হৈছে 👏😍❤️ আনতকৈ কিছু পৃথক ✨

  • @MonikaMohan-ml9nh
    @MonikaMohan-ml9nh2 ай бұрын

    সুন্দৰ হৈছে বিহু দলটো। আধুনিক নহয় বেলেগ বিহুৰ দৰে বেলেগ বিহু দল বোৰ আধুনিক কৰি পেলাইছে বিহু হলে এনেকুৱা হব লাগে। বিহু কৰা মানুহ খিনিও ভাল লাগিছে নাচনী ওলাই আহা চাপৰ টো সুন্দৰ হৈছে লগতে লগতে বিহু দলটো পৰি যোৱা নাই গান সুন্দৰ গাইছে।❤️‍🩹

  • @bhrigukalita6479
    @bhrigukalita6479Ай бұрын

    সুন্দৰ

  • @tri____beni
    @tri____beni3 ай бұрын

    1st huwar Babe Jugyo Vll lagil Husori jura Sai nambur dhuniya gaise .... Love from Sivasagar namti.... ❤

  • @Amritkonwar82
    @Amritkonwar82Ай бұрын

    Charaideo bakhinda hoi gourab anubhab korixu💞

  • @motivationalfarming2207
    @motivationalfarming22072 ай бұрын

    বিহু মানেই উজনি অসম❤❤❤

  • @yoddhaonfromassam3474
    @yoddhaonfromassam34743 ай бұрын

    Best bihu team in 2024❤❤❤❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon14112 ай бұрын

    চৰাইদেউৰ বিহু,, নাচাইনো কেনেকৈ থাকো ঘৰতে বহি,, গাই যাওক চোন বিশেষ গুৰুত্ব দি গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ শুৱলা হৈছে তোমালোকক চাই মোৰ মনটো শাঁত পৰি গল নাচনীৰ গীত টো শুনিবলৈ পাই মনতে খুব ভাল পালোঁ, সুন্দৰ নাচ পৰিৱেশন চাইও ভাল লাগিল তোমালোকৰ বাবে,, বিহু টো চাই আৰু সুমধুৰ হৈছে ভৱিষ্যতে ও এনে ধৰণৰ বিহু পৰিৱেশন চাবলৈ আশা কৰিলোঁ, ভগৱানে আপোনালোক কুশলে ৰাখক আৰু আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক এই মানসেৰে ই ধন্যবাদ জ্ঞাপন কৰিলো,,,

  • @অনুপমবিতোপন

    @অনুপমবিতোপন

    2 ай бұрын

    🙏🙏

  • @tsrajubhai4411
    @tsrajubhai44113 ай бұрын

    Proud for Charaideo husori.... East or west Charaideo husori is all so best ❤❤

  • @rupjyotiborah9136
    @rupjyotiborah91362 ай бұрын

    Obviously val hoise ❤❤❤

  • @MonNilim-xm7fq
    @MonNilim-xm7fq3 ай бұрын

    বিহু বৰ সুন্দৰ হৈছে দেই বিহু বিহু লাগিছে ঐ ককাই হত 💞🥰🤗👌👍

  • @Nibarondaa
    @Nibarondaa3 ай бұрын

    চৰাইদেউ বিহু মানে আমাৰ আবেগ ❤😢

  • @user-ld8fh3rs1s
    @user-ld8fh3rs1s2 ай бұрын

    Best of luck for the Charaideo Husari Bihu team...............From silasaku District...... Charaideo

  • @jahnabigoswami9064
    @jahnabigoswami90643 ай бұрын

    দলটোলৈ শুভেচ্ছা জনালো। সকলোৱে ইমান স্ফূৰ্তিমনে গাইছে, নাচিছে দেখি ভাল লাগি গৈছে ❤❤❤❤

  • @user-ew8qe5cy6t
    @user-ew8qe5cy6t2 ай бұрын

    Bohut val lage sa❤❤❤❤

  • @NEAssam07
    @NEAssam073 ай бұрын

    আমাৰ গৌৰৱ ❤

  • @Abhigogoi678
    @Abhigogoi6782 ай бұрын

    Xundor hoixa❤

  • @user-ce8qd3vj8m
    @user-ce8qd3vj8m2 ай бұрын

    বহুত ভাল লাগিল❤❤ সকলোৰে সুন্দৰ হৈছে আৰু সকলোতকৈ ব্যতিক্ৰম। প্ৰতিযোগিতা চাই থকা নিচিনা লগাই নাই, ইমান স্বতঃস্ফূৰ্ত ভাবে উপস্থাপন কৰিছে । আৰু ভাল হওক আপোনালোকৰ।

  • @avoytaku7087
    @avoytaku70872 ай бұрын

    Bohut dhuniya huchari dal Bihu chai hosai abibhuta holu.

  • @gogoivlogs5928
    @gogoivlogs59283 ай бұрын

    বহুত বহুত শুভেচ্ছা জনালোঁ

  • @bharatibora7101
    @bharatibora71013 ай бұрын

    অতি সুন্দৰ ❤❤

  • @priyakshidutta1841
    @priyakshidutta18412 ай бұрын

    চাই হেপাঁহ নপলোৱা , নিভাঁজ ❤বেলেগতকৈ পৃথক আধুনিক প্রভাব পৰিব নিদিয়া হুঁচৰিযোৰাই হৈছে চৰাইদেউ সমন্বয় ❤

  • @papusvlogs4675
    @papusvlogs46753 ай бұрын

    1rst position pabo logia team ❤️👍....Great calculation 👍

  • @subhashborboruah6895
    @subhashborboruah68953 ай бұрын

    সদায় প্ৰিয়❤

  • @User123_73
    @User123_733 ай бұрын

    Happy for team Charaideo Homonnoy Team ❤ ....Bihu kintu tammam marile ...🔥🔥🔥🔥

  • @PRANABBORAHUNOFFICIAL
    @PRANABBORAHUNOFFICIAL2 ай бұрын

    সকলো ফালৰপৰা ওপৰত দেই দলটি ❤

  • @dheerajsfunnyvidio7424
    @dheerajsfunnyvidio74242 ай бұрын

    সুন্দৰ সদায় জীয়াই থাকক বাপুতি সাশুনবোৰ।❤❤

  • @gitimonichangmai7923
    @gitimonichangmai79233 ай бұрын

    অসমৰ শ্ৰেষ্ঠ বিহু হুঁচৰি দল❤

  • @sunumohan
    @sunumohan3 ай бұрын

    আমাৰ চৰাইদেউৰ গৌৰৱ❤

  • @tsrajubhai4411
    @tsrajubhai44113 ай бұрын

    aamar moromor Charaideo husori otekoi huwone... Biplob Da aase sene puwa ne pepa bojai ❤❤

  • @phuke8915
    @phuke89153 ай бұрын

    অতি সুন্দৰ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @user-jy8xb2dw2z
    @user-jy8xb2dw2z3 ай бұрын

    অভিনন্দন জনালো দলটিলৈ।

  • @shyamalmech5633
    @shyamalmech56333 ай бұрын

    সুন্দৰ 👏👏👏

  • @chimpigogoi6550
    @chimpigogoi65503 ай бұрын

    অতি সুন্দৰ❤️

  • @nituphukon9541
    @nituphukon95412 ай бұрын

    Sivasagar Bakhi aajon Aahom lora hisapa Gourob korisu nam bur huni.....❤

  • @abhinandantamuli

    @abhinandantamuli

    Ай бұрын

    hoi ❤️❤️ thik koise

  • @krishnakantgogoi1996
    @krishnakantgogoi19963 ай бұрын

    Bahut val hoise..no words to say...great Jai aai Axom

  • @dimbeswarkonwar7659
    @dimbeswarkonwar76593 ай бұрын

    চাৰাইদেইক লৈ আমি গৌৰৱাম্বিত। এই যাত্ৰা অবিৰত হৈ ৰওক। সকলোলৈ অভিনন্দন থাকিল।

  • @tarunjitgogoi2447
    @tarunjitgogoi24473 ай бұрын

    বৰ সুন্দৰ❤

  • @user-eg2tp3li1o
    @user-eg2tp3li1oКүн бұрын

    Shankar da 🔥🔥💥

  • @shrutiparnagogoi
    @shrutiparnagogoi3 ай бұрын

    আমাৰ চৰাইদেউৰ গৌৰৱ আপোনালোক🎉❤

  • @user-cg5ox3ou7b
    @user-cg5ox3ou7b2 ай бұрын

    , অতি সুন্দৰ প্ৰদৰ্শন

  • @DeepDas-yu1wq
    @DeepDas-yu1wq2 ай бұрын

    Eman duniwa khont dada jonor bohut vll lagila❤🥰🥰🥰🥰🥰

  • @razdhiraz
    @razdhiraz2 ай бұрын

    Thankyou @Anupom Bitupon moja moja Bihu dekhuar babe

  • @ashimkrdeka326
    @ashimkrdeka3262 ай бұрын

    বহুত ধুনীয়া হৈছে ৷বেলেগতকৈ পৃথক ৷

  • @mukutlukhurakhon1411
    @mukutlukhurakhon14112 ай бұрын

    সুন্দৰ অতি সুন্দৰ আৰু শুনিও ভাল লাগিল,,

  • @SumanSaikia-yi9ng
    @SumanSaikia-yi9ng3 ай бұрын

    বিহু খন চাই ভাল লাগিল ❤

  • @bhaskarjyotiphukan3131
    @bhaskarjyotiphukan31313 ай бұрын

    ❤beleg husori jiman dol salu tat koi bohut beleg deserve kore 1st prize

  • @rupanjalisaikia6810
    @rupanjalisaikia68103 ай бұрын

    বৰ সুন্দৰ হৈছে

  • @sachindoley338
    @sachindoley3382 ай бұрын

    দলটোৰ নাচ মনিছোঁ ❤ হুঁচৰি জোৰা নামবোৰ বৰ সুন্দৰ ❤ এনে প্ৰথম নহয় প্ৰতিভা সুন্দৰ ❤

  • @saratgogoi1703
    @saratgogoi17033 ай бұрын

    Charaideo amar abeg mjaaaaaah

  • @therecitation2631
    @therecitation26313 ай бұрын

    সাংঘাতিক বিহু মাৰিছে , ভাল কৰিছে বহুত ভাল কৰিছে , ভালে ৰাখক সকলোকে

  • @debasishchetia2159
    @debasishchetia21593 ай бұрын

    Hundor performance....bht unique hoise kin2 val lgil

  • @KGisBACK-FFmax
    @KGisBACK-FFmax3 ай бұрын

    Sai Bohut Vl Lagil ❤

  • @manjitmohan3155
    @manjitmohan31553 ай бұрын

    Aiber choraidew teame bihu monso fali dise ❤❤

  • @ranjitgogoi1031
    @ranjitgogoi10313 ай бұрын

    Wow Wow 👌

  • @bijugogoi9806
    @bijugogoi98063 ай бұрын

    Bht hundr chharaideo

  • @user-nh5un7uk1b
    @user-nh5un7uk1b2 ай бұрын

    মই কেইবাবাৰো চালো চাই হেঁপাহ নপলায়

  • @useraporinita123
    @useraporinita1233 ай бұрын

    Parfect teem,,,❤❤

  • @ponkhikonwar2457
    @ponkhikonwar24573 ай бұрын

    Wawww bohut dhunia lgil

  • @pratimgogoi454
    @pratimgogoi4543 ай бұрын

    Great👌

  • @rahulmohan8572
    @rahulmohan85723 ай бұрын

    always charaideo is different then others ❤🎉

  • @joyram4113
    @joyram41132 ай бұрын

    বহুত সুন্দৰ বিহু হুচৰি দল টো

  • @Adityaankur939
    @Adityaankur9392 ай бұрын

    Bhtt val lgil ❤❤

  • @MousumiRaviKumar
    @MousumiRaviKumar2 ай бұрын

    Bohut dhunia lagise bohut Miss korisu saboloi pua nai

  • @user-lp4vo5lh5c
    @user-lp4vo5lh5c2 ай бұрын

    Bhut Val lagisa

  • @kaushikbaruah7767
    @kaushikbaruah77673 ай бұрын

    Best performance

  • @gyandeepboruah7762
    @gyandeepboruah77622 ай бұрын

    Dhuniya lgile sai , charaideo amr aabeg

  • @bijitttt
    @bijitttt2 ай бұрын

    Bohut bhal lagil ❤

  • @chayanikagogoi7772
    @chayanikagogoi77722 ай бұрын

    bohut bhal lagil sai ❤️

  • @pinkubarua7377
    @pinkubarua73772 ай бұрын

    বহুতেই ভাল লাগিছে চাই👌💓

  • @ParashmoniGogoi-nd7tm
    @ParashmoniGogoi-nd7tm2 ай бұрын

    Hundar hoise❤

  • @pahigogoi3746
    @pahigogoi37463 ай бұрын

    🔥🔥🔥❤️

  • @pineapple4041
    @pineapple40413 ай бұрын

    মুচ থকা বিহুৱা জনৰ কণ্ঠ বৰ শুৱনি ।🎉😊

  • @mridumalayaborah5193
    @mridumalayaborah51933 ай бұрын

    Saraidew.❤❤

  • @ruchikakonwar9295
    @ruchikakonwar92953 ай бұрын

    congratulation

  • @Paramanandahandique
    @Paramanandahandique2 ай бұрын

    চৰাইদেউ আমাৰ আৱেগ ❤❤

  • @mintuhazarika5911
    @mintuhazarika59112 ай бұрын

    Amar charaideo gorov❤❤❤❤

  • @pharmavloggerm.majuli1864
    @pharmavloggerm.majuli18643 ай бұрын

    Mjaaa❤

  • @user-su4dr5vg1h
    @user-su4dr5vg1h3 ай бұрын

    ❤❤❤❤ charaideo🙏🙏🙏 🎉🎉🎉🎉

  • @user-ue1nq4xq7y
    @user-ue1nq4xq7y3 ай бұрын

    Belegotkoiu olp beleg 💥❤️Val lagil👐

  • @budhinduwarah3271
    @budhinduwarah32712 ай бұрын

    So proud❤

  • @user-gt3pi9cb4n
    @user-gt3pi9cb4n3 ай бұрын

    Hundor

  • @sggamingzone9263
    @sggamingzone92633 ай бұрын

    Amr charaideo 😊

  • @TapansaikiaTapansaikia-pi7hq
    @TapansaikiaTapansaikia-pi7hq2 ай бұрын

    চাই থকিলে আমনি নালাগে

  • @gungunkhakhalary1078
    @gungunkhakhalary10782 ай бұрын

    Bohut dhunia huise

  • @royalassamgaming3674
    @royalassamgaming36742 ай бұрын

    Love from mahmora charaideo ❤

  • @binudnath9077
    @binudnath90772 ай бұрын

    Dhunia lagesa

  • @bhuban738
    @bhuban7382 ай бұрын

    I say wow 😲 wow ...aru aguwai jauk hokolu ... God bless you ❤😊

  • @jintumahanta3094
    @jintumahanta30943 ай бұрын

    Xundor ❤❤❤

  • @user-ih3qo3jf9m
    @user-ih3qo3jf9m3 ай бұрын

    ❤❤❤

  • @Leo-xr2et
    @Leo-xr2et3 ай бұрын

    really deserve 1st position

  • @theFraming07
    @theFraming072 ай бұрын

    ❤❤❤❤ lv from charaideo

Келесі