গুৱাহাটীত যেন অকলশৰীয়া হৈছে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ।

গুৱাহাটীত যেন অকলশৰীয়া হৈছে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ। যিটো সময়ত বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত হাই প্ৰফাইল নেতাই ধাৰাবাহিকভাৱে প্ৰচাৰ চলাইছে সেই সময়ত অকলশৰীয়া হৈছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী। আনকি সৰ্বসাধাৰণে দিয়া চান্দাৰেহে নিৰ্বাচন খেলিবলৈ সাজু হৈছে মীৰা বৰঠাকুৰ।
#guwahati
______________________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Пікірлер: 278

  • @samudrahazarika110
    @samudrahazarika11014 күн бұрын

    প্ৰত্যাহ্বান নেওচি মীৰা বাইদেউ জিকিব। মীৰা বাইদেউ জিন্দাবাদ।

  • @jadukoch7576
    @jadukoch757614 күн бұрын

    টকা আৰু নেতা পিচত। জনতা জনাৰদন হে মুলত আচল। জনতাই সঠিক সময়ত শুদ্ধ সিদ্ধান্ত লব।জনতাৰ ৰায় সকলোৱে মানিবই লাগিব। ৰাইজে টকা দিছে, হৰিজন সকলে টকা দিছে তাৰ মানে তেওলোকে ভাল পাইছে। তাতকৈ আৰু একো নালাগে। প্রনাম হে জনালো । যথা ধৰ্ম তথা জয়।

  • @pratimasarma1737

    @pratimasarma1737

    14 күн бұрын

    তেখেতৰ কথা বতৰাই অসহায় অৱস্থা বুলি কোৱা নাই।

  • @rintudas3592
    @rintudas359214 күн бұрын

    ভাল মানুহৰ বাবে বেলেগ ৰাজ্যৰ পৰা মানুহ আহিব নালাগে প্ৰচাৰ চলাব। যাক মানুহে ভাল পায়। ভোট এনেও দিব । কোনোবা আহে নাহে সেইটো ডাঙৰ নহয়। মীৰা বাইদেউক সকলোৱে বিচাৰে ।

  • @JeutiRabha-np1es

    @JeutiRabha-np1es

    13 күн бұрын

    Right

  • @RupkantaPathori

    @RupkantaPathori

    13 күн бұрын

    মীৰা বাইদেউ আজিকালি ৰাজনীতি মানেই টকাৰ খেল, তাৰোপৰি বহিৰাইজৰ মানুহে বিজেপিক ভোট দিব খাটাং,অসমীয়া মানুহৰ ভোট বিভাজন হৈ কোনে জিকিব জনা কথা ।

  • @rojoniprovabaruah5461

    @rojoniprovabaruah5461

    13 күн бұрын

    Right 👍

  • @jayaborah2926
    @jayaborah292614 күн бұрын

    যোৰহাটত গৌৰৱ গগৈ আৰু গুৱাহাটীত মীৰাবাইক ৰাইজে বিপুল সঁহাৰি জনায়ছে। জয় অনিবাৰ্য।👍👍👍

  • @simantadas4092
    @simantadas409214 күн бұрын

    বাদেউৰ লগত আমি আছো । Supsr ষ্টাৰ দৰকাৰ নাই

  • @rupalichetia1747

    @rupalichetia1747

    14 күн бұрын

    ঠিকেই কৈছে আপুনি

  • @AllinOne-zv8ki
    @AllinOne-zv8ki14 күн бұрын

    Mira borthakur a jikiboo..strong candidate

  • @minudas7981
    @minudas798114 күн бұрын

    তথাপিও মীৰা জিকিব। ❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @NitulSangma-sl2wd
    @NitulSangma-sl2wd14 күн бұрын

    অসমীয়াত এষাৰ কথা আছে আপোন ভালেই জগত ভাল আৰু আমি ধন চাই নহয় মন চাইহে ভোট দিম মীৰা বাইদেউ জীন্দাবাদ ❤❤❤❤

  • @user-vi1ck2yv1n
    @user-vi1ck2yv1n14 күн бұрын

    মীৰা বাইদেউ জিন্দাবাদ ♥️♥️♥️♥️♥️

  • @utpalgoswami1990
    @utpalgoswami199014 күн бұрын

    মিছলিয়াৰ দ'ল বি জে পিৰ পৰা DY365 এ মালিক বা আপোনালোকে কিমানকৈ কমিছন লয়, বা পায় ? আৰম্ভনি কৰোতেই আপোনাক বি জে পিৰ কমিছন লোৱা মানুহ যেন লাগে নহয়নে?

  • @riturajboruahsgkclass5510
    @riturajboruahsgkclass551014 күн бұрын

    মূৰ্খ সাংবাদিক ৰাইজৰ নেতা হবলৈ হলে ৰাইজৰ সহায় লব লাগিব। তহঁতক কি লাগে ৰাইজক পণ বন্দি কৰি ৰ'দ শ্ব' কৰিব লাগে নেকি?

  • @prakritirvlogs1463

    @prakritirvlogs1463

    14 күн бұрын

    Maza dise dei aisat kintu

  • @realhero5657

    @realhero5657

    13 күн бұрын

    DY365 গোদী মিদিয়া ।

  • @ashimtalukdar6187
    @ashimtalukdar618714 күн бұрын

    হেৰৌ বিজেপিৰ পেলনীয়া টুকুৰা খোৱা মেদিয়া। বাঘে অকলেই যুদ্ধ কৰে। শিয়ালেহে জাক হৈ যুজে

  • @prakritirvlogs1463

    @prakritirvlogs1463

    14 күн бұрын

    Wow

  • @jk4887

    @jk4887

    14 күн бұрын

    সেই বাবেই মই , শুকুৰ আলী , ফাৰুক , শিখা শৰ্মা ভাল পাও । সিঙহৰ দৰে তেওঁ লোকে অকলশৰীয়াকৈ যুজি আছে ।

  • @indranildeka8232

    @indranildeka8232

    14 күн бұрын

    সেই কাৰনে ইন্দিয়া গোট বন্ধন নে কি গঠণ কৰিছিল। শিয়াল বোৰে।

  • @user-hm8on7wr2k

    @user-hm8on7wr2k

    14 күн бұрын

    Rith

  • @realhero5657
    @realhero565713 күн бұрын

    ধন খৰছ কৰিবলৈ কেৱল বিজেপি আৰু DY365ৰহে আছে ।

  • @user-lm6fq8yx7q
    @user-lm6fq8yx7q14 күн бұрын

    Nalage toka poisa baydeu ... Aami anekoie vote dim

  • @BhaneswarPangging
    @BhaneswarPangging14 күн бұрын

    অকলশৰীয়া নহয় আমি আছোঁ লগত কোনো চিন্তাৰ কাৰণ নাই। মীৰা বৰ ঠাকুৰ জিকি আছে।

  • @manojdas9156
    @manojdas915614 күн бұрын

    গুৱাহাটীৰ ৰাইজ ৭৫% আপোনাৰ লগত আছে আপুনি ১০১% জিকিব। Congress zindabaad. জয় আই অসম।

  • @bbodos544

    @bbodos544

    14 күн бұрын

    Moi xomostir nohoi jodiu mur ontoror pora axirbad disu baidow jitibo 100%

  • @gh12138.
    @gh12138.14 күн бұрын

    Dhon nohuwa party a lage amak🙏

  • @kalpanaborah8745
    @kalpanaborah874514 күн бұрын

    হাইপ্ৰফাইল নেতা আহিলেই যে কংগ্ৰছক ভোট দিব সেইটো নহয়।জনতাই যদি বুজি পাইছে মূল্যবৃদ্ধি,কা আইন,বাইদেউৰ বলিষ্ঠ কণ্ঠ,কাম কৰিব পৰা এগৰাকী দক্ষ মহিলা।গতিকে বাইদেউক আমি বিপুল ভোটত জয়ী হ'বৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।এই মেডিয়া বোৰৰ কাম নাই কিবা এটা অজুহাত পালেই ৰৌটুটে ঢৌ কৰি প্ৰচাৰ কৰে।আজি কালি মেডিয়াৰ কথা কোনে শুনে?

  • @asomiaasom6008
    @asomiaasom600814 күн бұрын

    কিমান টকাত বিক্ৰী গৈ মীৰা বৰঠাকুৰক অকলশৰীয়া বুলি সম্প্ৰচাৰ কৰিছা হালধীয়া ভৃত্য সংবাদগোষ্ঠী ।হাই প্ৰফাইল নেতাই ভোট দিয়ে নে সৰ্বসাধাৰণ লোকে ভোট দিব ?সৰ্বসাধাৰণ লোক গণদেৱতা মীৰা বৰঠাকুৰৰ লগত আছে ,অসম জন কণ্ঠ সিংহ পুৰুষ অখিল গগৈ আছে আৰু কি লাগে ?নিৰপেক্ষ বাতৰি প্ৰচাৰ কৰক ।বিজেপিৰতকৈ কংগ্ৰেছৰ সভা আৰু প্ৰচাৰ কম হোৱা নাই ।বিজেপিৰ প্ৰাৰ্থী দুৰ্বল শক্তিহীন বাবে বিজেপিৰ লুটাৰু গাদ্দাৰ জাতিদ্ৰোহী দেশদ্ৰোহী নেতা মন্ত্ৰীয়ে ভোট বিচাৰি সভা পাতিছে ।মিছলীয়া লুটাৰু দেশদ্ৰোহী গাদ্দাৰ এশটা মোদী এশটা অমিতশ্বাহ একহাজাৰ হিমন্তৰ মুল্যতকৈ মীৰা বৰঠাকুৰৰ মুল্য শক্তি বেছি বাবে মীৰা বৰঠাকুৰৰ বাবে হাইপ্ৰফাইল নেতাৰ প্ৰয়োজন হোৱা নাই ।মীৰা বৰঠাকুৰ জিন্দাবাদ ।

  • @mohiburrahman2342
    @mohiburrahman234214 күн бұрын

    মিৰা বাইদেউৰ লগত জনতা আছে। বাইদেউ বিপুল ভোটৰ ব্যৱধানত জিকিব।

  • @drpranabsarma2089
    @drpranabsarma208914 күн бұрын

    এইখন আসন বিৰোধীৰ নিশ্চিত যেন লাগে

  • @digantajyotibordoloi5528
    @digantajyotibordoloi552813 күн бұрын

    মিৰা বৰঠাকুৰ জিকিব দিল্লীৰ পৰা কোনো নাহিলেও মিৰা জিকিব চিনাকি বামুনৰ লগুণ ৰ প্ৰয়োজন নাই কিবা কাৰণত বিজুলী জিকিলে বুজা যায় যে EVM টেম্পাৰিং হৈছে

  • @DILIPBORI-ck8mu
    @DILIPBORI-ck8mu14 күн бұрын

    মিছা বাতৰি প্ৰচাৰ কৰিব নাপাই।

  • @dhanjitrabha5809
    @dhanjitrabha580914 күн бұрын

    চিনতা নাই আমি আছো । আপুণি ভোট পাব।

  • @hridoybabuassampolice2591

    @hridoybabuassampolice2591

    14 күн бұрын

    😂😂😂😂😂😂

  • @TCF573
    @TCF57314 күн бұрын

    Bijuli ne ki heipat haribo. Mira jikibo khattang Safa kotha..

  • @rjlhan9842
    @rjlhan984214 күн бұрын

    BJP ৰ বিৰুদ্ধে মীৰা বাইদেউ অকলেই যথেষ্ট।

  • @dimpidas4373
    @dimpidas437314 күн бұрын

    Tokare xokolo kinib nuyari....toka nhoya politician a lage Guwahati t....mira borthakur zindabad ❤❤❤

  • @user-saurabh582
    @user-saurabh58214 күн бұрын

    ৭০ বছৰ শাসনত থাকি যি দলৰ ওচৰত এতিয়া প্ৰচাৰ চলাবলৈ টকা নাই আৰু এটা দলে মাত্ৰ ১০ বছৰ শাসনত থাকি ইমান টকা কত পালে ৰাইজে এতিয়া নিজে চিন্তা কৰক ভোট আমি কাক দিলে দেশৰ উন্নতি হব কোনো দলৰ নহয় ।

  • @RAHULRoy-ue2jd
    @RAHULRoy-ue2jd14 күн бұрын

    মীৰা বাইদেউ আপুনি আগুৱাই যাওক আমি মোদীৰ লগত আছোঁ

  • @SD-ff1wc
    @SD-ff1wc14 күн бұрын

    শিয়ালৰ জাক জাক আনহাতে সিংহ এটাই যথেষ্ট৷ গোডী মিডিয়া

  • @user-cs6sj7dx5c
    @user-cs6sj7dx5c14 күн бұрын

    এই চেনেলবোৰে টকা লৈ কঙগেছৰ বিৰুদ্ধে বাতৰি প্ৰচাৰ কৰিছে ।ঐ চেনেল ৰ ৰ কি কলি লুৰিন গৌৰৱ আৰু অখিল এই সকল হাই প্ৰফাইল নহয় নেকি। ক'ত অকলে লৈছে। বিজেপিৰ দৰে তহতিও মিচা কথা কবলৈ ললি।মীৰা বৰঠাকুৰ বাইদেউ জিন্দাবাদ

  • @bhaskorjyotihazarika7879
    @bhaskorjyotihazarika787914 күн бұрын

    Mira borthakur r logot hokolu jonota ase

  • @userrb_1234
    @userrb_123414 күн бұрын

    Wah!! wah..!! amr news channel kaitar je news...

  • @jk4887
    @jk488714 күн бұрын

    অসমত বৰ্তমান বহুতো প্ৰাৰ্থীযে অকলশৰীয়া ভাবে প্ৰচাৰ চলাই আছে । আপুনি ভয় নেখাব ।

  • @vasudevupadhayay207
    @vasudevupadhayay20714 күн бұрын

    Aami aasu

  • @ManojDas-bf9li
    @ManojDas-bf9li14 күн бұрын

    Joy hind Mera barthakur ❤❤

  • @itsolution4342
    @itsolution434214 күн бұрын

    Janata job saat hai tho neta ar money kuch be nhi. Common man power 💪💪💪💪

  • @ankitapriyam11
    @ankitapriyam1114 күн бұрын

    শুভ কামনা জনালোঁ বাইদেউ, আপুনি জয়ী হ'বই

  • @labanyadharbaniah5251
    @labanyadharbaniah525112 күн бұрын

    পাহাৰ নাথাকিলে যে নিজৰা শুকাই যায় আৰু নিজৰা শুকানে যে গছ বিৰিখ মৰি যায় সেইটোকেই মীৰা বাইদেউ জনিয়ে নাজানে তাতে আকৌ পাহাৰত বাস কৰা মানুহক মাটিৰ পট্টা দিম বুলি কৈছে গতিকে ধৰা ধ্বংসকাৰী জনীক ভোট দি পৃথিৱীখন ধ্বংসৰ মুখলৈ ঠেলি নিদিব।

  • @bimangogoi2512
    @bimangogoi251213 күн бұрын

    জননেত্ৰীক জিকিবৰ বাবে জনতাৰ মৰম অতি প্ৰয়োজন ডাঙৰ নেতাৰ নহয়।

  • @harakantadeka7715
    @harakantadeka771514 күн бұрын

    বাইদেউ,গোপনীয়,কিছুমান,কথা,ভাইৰেল,কৰা,সিমান,ভাল,নহয়

  • @LegendIshan
    @LegendIshan14 күн бұрын

    গুৱাহাটীত এই বাৰ দল নহয়, বিবেক ভোট দান কৰিবলৈ সাজু হৈ আছে

  • @user-in8vm2el6r
    @user-in8vm2el6r9 күн бұрын

    বিজুলীৰ কি জয় জয় ময় ময় অৱস্থা নেকি? নিজৰ বিধায়কে নিজ দলৰ প্ৰাৰ্থীক ভোট দিয়া নাই

  • @aparajitatamuli7273
    @aparajitatamuli727313 күн бұрын

    মীৰা বৰঠাকুৰ নিজেই হাই প্ৰফাইল হৈ গৈ আছে ,গতিকে বিবেক বান লোকে ভোট দি জয়ী কৰাবলৈ সাজু

  • @hiteshmahanta361
    @hiteshmahanta36114 күн бұрын

    Congress zindabad congress zindabad Mira borthakur zindabad congress zindabad gourab Gogoi zindabad congress zindabad ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @ashoksharkar1346
    @ashoksharkar134614 күн бұрын

    Aapuni party hisabe nohoy val manuh hisabe jikibo

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k14 күн бұрын

    মীৰা বাইদেউ দাঙৰিয়ানী 6,7, লাখ ভোটত জয় হ'ব

  • @user-vf4oq6pi6q
    @user-vf4oq6pi6q14 күн бұрын

    Mirra .bor thakur..jjindabat

  • @champaknath3239
    @champaknath323914 күн бұрын

    Ami asu baidew r lgt aklhriya buli nkb.baidew jikib aru jikam ami

  • @JasimBarbhuiya-nj7ef
    @JasimBarbhuiya-nj7ef14 күн бұрын

    INC Zindabad Rahul Gandhiji zindabad Gourav gogoi Zindabad Mira baidew Zindabad

  • @kamrupassam3683
    @kamrupassam368313 күн бұрын

    শিয়ালৰ জাক জাক বাঘৰ এটাই ভাল।

  • @JitulChutia-xp9bk
    @JitulChutia-xp9bk14 күн бұрын

    টকাই news channel কিনিব পাৰিব কিন্তু সচেতন নাগৰিকক কিনিব নোৱাৰিব।

  • @animalchanelforvillage882
    @animalchanelforvillage88214 күн бұрын

    Mira baideuk voi khaise BJP.. Mira baideu jikiboi.. aami aso baideur logat.. kio hai profail neta ahib lage..

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k14 күн бұрын

    অকলশৰীয়া মীৰা বাইদেউ দাঙৰিয়ানী অসমৰ নেটা মন্ত্ৰীক ধোকে ধোকে পানী খুয়ালে মীৰা বাইদেউ দাঙৰিয়ানী জিন্দাবাদ জিন্দাবাদ

  • @JitenMr-fb7cm
    @JitenMr-fb7cm14 күн бұрын

    Sher to akela hi kaafi hei.

  • @abdulkhalequemondal9591
    @abdulkhalequemondal959111 күн бұрын

    Mira baidew fittest candidate, Mira baidew vote paboi, Mira baidew jindabad, Congress jindabad.

  • @biswajitborah6330
    @biswajitborah633014 күн бұрын

    Congress jindabad

  • @pranjalbhuyan1098
    @pranjalbhuyan109814 күн бұрын

    Mira baidew zindabad

  • @user-pr1jq4hf7f
    @user-pr1jq4hf7f14 күн бұрын

    মীৰা বাইদেউ জিন্দাবাদ৷

  • @bipulgondia3972
    @bipulgondia397214 күн бұрын

    Nirakh nohobo Baidow jonota apunar logot aase

  • @surenboruah3241
    @surenboruah324114 күн бұрын

    আমি সকলো জনসাধাৰণ মীৰা বৰঠাকুৰ বাইদেউ ৰ লগত আছোঁ

  • @naturevdo
    @naturevdo14 күн бұрын

    সব টকা ৰকিবুল হুছেইনৰ কাৰণে খৰছ কৰি আছে।

  • @himangshokalita867
    @himangshokalita86714 күн бұрын

    Mira Barthakur Zindabad

  • @user-mz4cs2qu3l
    @user-mz4cs2qu3l14 күн бұрын

    পাৰ্থি ভাল হলে টকাৰ প্ৰয়োজন নাই। মাত্ৰ জনসাধাৰণৰ মনত সোমাব পাৰিলে হল। ভাল মানুহে কেতিয়াও টকাৰ কাৰণে ৰস্তাই ঘাটে নাচিব নাযায়।

  • @prashantadehingia9920
    @prashantadehingia992014 күн бұрын

    কংগেছ ৰ ওপৰ মহলাৰ সহায় নাই কিয়. মিৰা বাইদেৱে হাৰিব নিকি.

  • @pratimasarma1737

    @pratimasarma1737

    14 күн бұрын

    কি যে কথা কয়! ৰাইজে শুনি লে কি ক'ব?

  • @muned6442
    @muned644214 күн бұрын

    কোটি টকা থাকিলেও নহ'ব বিজেপি ৰ সত আৰু যোগ্য প্ৰাৰ্থী হ'ব লাগিব মীৰা বাইদো জিকিব এই বাৰ 🖐️🖐️🖐️🖐️🖐️🙏🙏🙏🙏🙏🙏

  • @itsolution4342
    @itsolution434214 күн бұрын

    Don't understmt mra brtakur

  • @user-pm1gv4zv2h
    @user-pm1gv4zv2h14 күн бұрын

    DY 365 nhoi DY420 hbo lagisil😂

  • @JasimBarbhuiya-nj7ef
    @JasimBarbhuiya-nj7ef14 күн бұрын

    Mira baidew Zindabad ❤❤

  • @tapandas1040
    @tapandas104014 күн бұрын

    Aponaloke BJP r hoi prosar solowat val, kintu mira Barthakur jikiboi,

  • @prakritirvlogs1463

    @prakritirvlogs1463

    14 күн бұрын

    Right

  • @pratimasarma1737

    @pratimasarma1737

    14 күн бұрын

    ১০০০%

  • @surenboruah3241

    @surenboruah3241

    14 күн бұрын

    সঁচা কথা

  • @utpalk6246

    @utpalk6246

    12 күн бұрын

    Last bar jenekoi Babita Sharma harisil aibar o tenekoi a haribo

  • @manujkumarbora8901
    @manujkumarbora890114 күн бұрын

    Toka nethakilu ami mira badeu jina tu he bisaru

  • @Assameselyricssongs-kl1ez
    @Assameselyricssongs-kl1ez14 күн бұрын

    I LOVE I.N.D.I.A #Miraborthakurzindabad

  • @user-jn3yi3oo7p
    @user-jn3yi3oo7p14 күн бұрын

    Raijar Kam Karar Hahakh Dekhuwaise Baideowe

  • @sunimarabha6234
    @sunimarabha623414 күн бұрын

    Aami mira baideuke vote dim

  • @SujitkrDas-cz5ew
    @SujitkrDas-cz5ew12 күн бұрын

    Vote for Congress Meera Borthakur baidew Zindabad

  • @himasharma6932
    @himasharma693214 күн бұрын

    God bless you❤❤❤❤👍👍👍

  • @btsbangtan1750
    @btsbangtan175013 күн бұрын

    Mira is fighting only in social media not in ground level. I have hardly seen her campaign in hajo and jalukbari and amingaon area

  • @masumofficial44
    @masumofficial4414 күн бұрын

    মীৰা বাইদেউ জিকিবই।

  • @mantuhussain6183
    @mantuhussain618314 күн бұрын

    বিজেপিট কণা - খোৰা উঠিলেওঁ জিকিব, বিজেপিৰ MP শুই এ থাকক লাগিলে 😂😂😂😂😂😂😂😂

  • @kidszone4058
    @kidszone405814 күн бұрын

    We support Mira Borthakur...

  • @MoneshLagasu
    @MoneshLagasu14 күн бұрын

    Sintna nokoribo Baideu

  • @user-wc2mw3rz7r
    @user-wc2mw3rz7r14 күн бұрын

    Good job 👍

  • @Jay-uc2sy
    @Jay-uc2sy14 күн бұрын

    E2 ...godi media hoi😂

  • @magicdriverpranab
    @magicdriverpranab13 күн бұрын

    Aibar vote congressok dilu moi ..... opposition powerful hobo lage eta democracy dekhot

  • @yeaminurrahman3764
    @yeaminurrahman376414 күн бұрын

    Mira Barthakur is a dynamic and strong Educated leader. Support Mira Barthakur ma'am

  • @SibaniGogoi-if2jy
    @SibaniGogoi-if2jy14 күн бұрын

    Mira baideo jindabad

  • @mriduldas7259
    @mriduldas725914 күн бұрын

    Mira Barthakur okolei 👉✍️✍️✍️💐💐💐💯

  • @mokbulhussain5078
    @mokbulhussain507814 күн бұрын

    বাঘ আৰু শিয়াল মাজত আকাশ পাতাল পাৰ্থক্য আছে😊

  • @ritubasumatari2845
    @ritubasumatari284514 күн бұрын

    Mira baidew jikiboi

  • @nurulamin8368
    @nurulamin836814 күн бұрын

    Be ethical in what you spread. Public has very sharp minds.

  • @lachitsenapati8110
    @lachitsenapati811014 күн бұрын

    অকলে বুলি কলে ভুল হব অকলে ফুৰাটো বহুত বহুত Capacety

  • @user-ee1hv4dp5j
    @user-ee1hv4dp5j14 күн бұрын

    Mira mem you will must win the grace of God lam slso bless you

  • @anupamswargiary3093
    @anupamswargiary309314 күн бұрын

    মীৰা বৰঠাকুৰ জিকিব

  • @dhitirajdeka6686
    @dhitirajdeka668614 күн бұрын

    মীৰা বাইদেউক ভগৱান আৰু ৰাইজে সহায় কৰকযেন,শান্তি-হাতৰ চিনত ভোট দি সমৰ্থন কৰে যেন।

  • @rajudoley1756
    @rajudoley175614 күн бұрын

    Mira bai zindabad 👍🙏🙏🙏❤️❤️❤️

  • @joyahatari675
    @joyahatari67512 күн бұрын

    Mira baa Zindabad❤❤❤ APCC Zindabad.joy aai assam.

  • @RehanAhmed-re9lo
    @RehanAhmed-re9lo14 күн бұрын

    Mera Thakur jindabad Congress ji ki boy❤❤

  • @anjubegum6320
    @anjubegum632014 күн бұрын

    মীৰা বাই জিকিব খাটাং

  • @mau28178
    @mau2817814 күн бұрын

    Mira zindabaad

  • @p.musicgo1658
    @p.musicgo165814 күн бұрын

    Dy365 Go back congrats Zindabad,,,

Келесі