📌গুৱাহাটীৰ TC হাইস্কুলত পঢ়া ছোৱালীজনী কেনেকৈ হ'লগৈ 'বিহাৰৰ ৰাণী'?

📌গুৱাহাটীৰ TC হাইস্কুলত পঢ়া ছোৱালীজনী কেনেকৈ হ'লগৈ 'বিহাৰৰ ৰাণী'?
#ritstime #podcast #interview #letstalkwithmanalisha #kalpanapatowary #biharirani

Пікірлер: 62

  • @niranjannath9669
    @niranjannath9669Ай бұрын

    সুন্দৰ অনুষ্ঠান এটা উপভোগ কৰিলো....... দুয়োলৈ ধন্যবাদ থাকিল ।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119Ай бұрын

    ❤❤❤ grand salute to kalpana madam. Go ahead way to your journey of music. You are really eminent melody singer of Assam and india. God bless you and your family. All the best wishes to you.❤❤❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119Ай бұрын

    ❤❤❤❤❤ বহুত বহুত ধন্যবাদ কল্পনা বাইদেউ। অসমীয়া আৰু ভোজপুৰী লোকসঙ্গীতৰ এগৰাকী কোকিলকন্থী গায়িকা। আগুৱাই যাওক সদায়। মনৰ হেঁপাহেৰে সুখী হৈ থাকক আজীৱন। ভগৱানে আপোনাৰ লগতে পৰিয়ালৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। ধন্যবাদ জ্ঞাপন কৰিলো।❤❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119Ай бұрын

    অসমৰ এগৰাকী সুৱদী কন্ঠৰ অধিকাৰী। অনুষ্ঠানটো চাই বহুত ভাল লাগিলে। ❤❤❤

  • @nanditadutta6770
    @nanditadutta6770Ай бұрын

    বৰ সুন্দৰ অনুষ্ঠান। ভাল লাগিল। তেখেতৰ কৰ্মৰাজিৰ সন্মান কৰো।বহুত ভাল লাগে।❤

  • @pragyankuamrsarma2918
    @pragyankuamrsarma2918Ай бұрын

    কল্পনা আৰু মনালিছাৰ অনুষ্ঠানটো বৰ ভাল লাগিল।

  • @arabindamalakar1269
    @arabindamalakar1269Ай бұрын

    বহুত ভাল লাগিল অনুষ্ঠানটো। কল্পনা বাইদেউক বৰ ভাল লাগে❤💚💛

  • @pradipkalita6363
    @pradipkalita6363Ай бұрын

    Bhal kotha gom palu , je xonmaan tuk xonmaan nohoi bhoy korib,a lagib,a , xeya jonalu 🎉🎉🎉🎉🎉

  • @gitalibaruah6902
    @gitalibaruah6902Ай бұрын

    ❤❤❤বহুত ধুনীয়া গাইছে কল্পনা বা।লাভ ইউ ❤❤❤

  • @AnilDeka-d4q
    @AnilDeka-d4q16 күн бұрын

    বহুত ভাল অনুষ্ঠান আপ্লুত হ'লো ।

  • @anjanabezbaruah9617
    @anjanabezbaruah9617Ай бұрын

    সুব সুন্দৰ লাগিছে 🥰❤️💕

  • @junemonimahanta5291
    @junemonimahanta5291Ай бұрын

    অনুষ্ঠান টো চাই বৰ ভাল লাগিলে ❤️❤️

  • @babaentertainment2226
    @babaentertainment2226Ай бұрын

    বৰ ভাল লাগিল চাই 😊😊😊

  • @mainas133
    @mainas133Ай бұрын

    Omg my fav kalpana ba ..big fan .....❤❤❤❤❤

  • @hridaiprakashsaikia2126
    @hridaiprakashsaikia2126Ай бұрын

    Baki bur bohut val lagil 🙂..... Kintu bargeet tu t xei agor modhurota tuk napalu

  • @bgstoryboy3398
    @bgstoryboy3398Ай бұрын

    Without music bohut dhunia

  • @mamonidevi617

    @mamonidevi617

    Ай бұрын

    Bohut dhunia lagil 2 gorakike dhyanobad jonalu

  • @DipaliGohainBaruah

    @DipaliGohainBaruah

    Ай бұрын

    😊😊😊😊​@@mamonidevi617

  • @mohonkardong5318
    @mohonkardong5318Ай бұрын

    Favourite,,,singer❤❤❤❤❤

  • @user-tn9om9if8d
    @user-tn9om9if8dАй бұрын

    Khub val lagil interview tu sai.

  • @sacreativeandcrazy953
    @sacreativeandcrazy953Ай бұрын

    My favourite singer

  • @abhishekdevnath9959
    @abhishekdevnath9959Ай бұрын

    বহুত ভাল লাগিছে

  • @rekhadas2322
    @rekhadas2322Ай бұрын

    So Nice ❤super ba

  • @user-ct1wc3nd6n
    @user-ct1wc3nd6nАй бұрын

    Interview tu bahut val❤❤❤❤❤l lagil Bahu kotha janilu😍😍😍😍😍

  • @Maina..Nabajyoti
    @Maina..NabajyotiАй бұрын

    Xub xundor ❤

  • @nirupoma5935
    @nirupoma5935Ай бұрын

    সুন্দৰ ♥️

  • @shukllabikash5354
    @shukllabikash5354Ай бұрын

    ❤❤❤ Bahut Bahut Val Lagil ❤ Dhayanabad ❤❤❤

  • @uddhabsarma-lr8ss
    @uddhabsarma-lr8ssАй бұрын

    Thanks

  • @Rocky-be3vw
    @Rocky-be3vwАй бұрын

    Love from sorbhog❤

  • @tutuburagohain9786
    @tutuburagohain9786Ай бұрын

    আপোনালোক দেখিবলৈ একেই

  • @gitarthaborah7542
    @gitarthaborah7542Ай бұрын

    Good❤❤

  • @nirmalibora-dy6cu
    @nirmalibora-dy6cuАй бұрын

    🎉🎉🎉

  • @hamenpathak3945
    @hamenpathak3945Ай бұрын

    যাৰ নিজস্ব নাথাকে সেইবিলাক মানুহে আনৰ সৈতে বিলীন হব বিচাৰে তেখেতৰ নিজা সুৰৰ গান বোৰ প্ৰকাশ কৰিলে ভাল পাম ।

  • @kanaklalsutradhar6998
    @kanaklalsutradhar6998Ай бұрын

    Kalpana Bhantiloi okhekh morom aru respect jasilo. Kothabor bhal lagil

  • @umeshjaan-mg3uc
    @umeshjaan-mg3uc25 күн бұрын

    বিহাৰী মতা (মুছলিম) ৰ সহায়ত তেখেতে নিজৰ career সুন্দৰ কৈ সজাব পাৰিছে বুলি কব পাৰি।

  • @pradipkalita6363
    @pradipkalita6363Ай бұрын

    Rajnitit joyatu kono xahoxor kotha nohoi , party bosobor babe jikono ji kono kaam ko ri boi lagib,a nohole 😢

  • @NoSaloiparavillBajalilcd-jo9td
    @NoSaloiparavillBajalilcd-jo9tdАй бұрын

    Nice

  • @dipanjalibaishya3059
    @dipanjalibaishya3059Ай бұрын

    অনুষ্ঠানটো ভাল লাগিল , কিন্তু কল্পনা বাইদেউ এগৰাকী সুন্দৰ কণ্ঠৰ অধিকাৰী সেয়ে আপোনাক শিল্পী হিচাপে থাকিলেহে ভাল লাগিব যদি ৰাজনীতিলৈ আহে ৰাইজে কেতিয়াও হয়তো আদৰি নলব , কিয়নো আজিৰ ৰাজনীতি আগৰ সেই সমাজ গঢ়া ৰাজনীতি হৈ থকা নাই আপুনি যিমান ভাল নহওক কিয় সময়ৰ পাকচক্ৰত আপুনি ৰাজনীতিত শুদ্ধ হৈ থাকিব নোৱাৰিব । মোৰ একমাত্ৰ মত হয়তো শুদ্ধ মতেই হ'ব ।

  • @ssvlog1984
    @ssvlog1984Ай бұрын

    Monalisha😍

  • @pankajdutta9131
    @pankajdutta9131Ай бұрын

    23:00 মানুহ গৰাকী শুদ্ধ মনৰ, সৰল স্বভাৱৰ, দৃঢ় মনৰ আৰু পৰিপক্ক চিন্তাৰ । এক কথাত অসমীয়া! এদিন এই মৌলিকতাৰ জয় হ'বই। অসম আৰু অসমীয়াৰ জয় হওঁক! জয় আই অসম! भारत माता की जय!

  • @bhupensaharia8474
    @bhupensaharia847428 күн бұрын

    Not T,C High School ,T,C Govt Higher Secondary,

  • @rabiulislam9042
    @rabiulislam9042Ай бұрын

    কল্পনাৰ কন্ঠত যিকোনো গীত ভাল লাগে, ইউ টিউবত বেছি অসমীয়া গীত নাপাও চোন। তেওঁৰ কন্ঠত অসমীয়া গীত শুনিবলৈ বৰ মন যায়

  • @NigelDcosta-uz6jk
    @NigelDcosta-uz6jkАй бұрын

    Bhallagilshaai

  • @user-bn6kx9wo9z
    @user-bn6kx9wo9zАй бұрын

    tai behari logot biya hoise sage. notuba mak bapek behari hopai.

  • @girishphukan4335
    @girishphukan4335Ай бұрын

    তেওঁ মুছলমানৰ লগত বিয়া হৈছে বোলে ৷

  • @bedonadas4833
    @bedonadas4833Ай бұрын

    Duyujonike akei lagishe

  • @sukurahmed8526
    @sukurahmed8526Ай бұрын

    Bojpuriborvallage

  • @nayanmonikalita5384
    @nayanmonikalita5384Ай бұрын

    Sry no comments kobo gole bohut besi e kom pam so sup thakai val so sry

  • @user-mj7qk4dq5m
    @user-mj7qk4dq5mАй бұрын

    Kalpana baydew pm Hale vase tu bhal lagibo Devjit boko

  • @eldrinkoch3656
    @eldrinkoch3656Ай бұрын

    কল্পনাক বিহাৰী মানে ভোজপুৰী গায়িকা হিচাপেহে ভাল লাগে চাগে। অসমীয়া গান গালে সিমান ভাল নেলাগে.... Tune টো ভোজপুৰী ভোজপুৰী লাগে....

  • @basantabaruah8479
    @basantabaruah847925 күн бұрын

    Bhojpuri gai krne bhal pai Bihari bilake.

  • @prashantasharma6419
    @prashantasharma6419Ай бұрын

    Kinu axomia baidew e dexun khulxali aru nanad tar different najane ,teu bihari hoi gol mathu axomia sinaki eta he ase mathu .

  • @SitaraniRabha

    @SitaraniRabha

    Ай бұрын

    K. Ba abar parves Dak dekhabo son

  • @SarbeswarKalita-k2t
    @SarbeswarKalita-k2tАй бұрын

    Kapana.nahay.kalpana.gadi.

  • @birajkumardas4230
    @birajkumardas4230Ай бұрын

    প্ৰায়ে But বুলি নকয় কিন্তু বুলি কোৱা হ'লে বেছি সোৱাদ পালো হয়....কথাবোৰ ইংৰাজীও নহয় খাতি অসমীয়াও নহয়....কথা মাজত ইমান ইংৰাজী প্ৰয়োগ নকৰিলে নহয় নে ?

  • @user-it9fr1yy6i
    @user-it9fr1yy6iАй бұрын

    Moi beya pawa Bihari singer jon.......iman over attitude jen Assamt top lavel r singer a nai...

  • @allinoneassam1147

    @allinoneassam1147

    Ай бұрын

    Right. ..bihu program koribo ahe bihu Ata gabo najane

  • @user-sk6cr7cc5t

    @user-sk6cr7cc5t

    Ай бұрын

    Bondho...bihart goi bihu gale jano famous hobo parile hoi....kalpana baideok singer hisabe bohote sini pai...aponi dojon kon hoi? Assam t ki buli sini pai dojonok !

  • @HemNath-ps9uj
    @HemNath-ps9ujАй бұрын

    Nice

Келесі