গহপুৰৰ দেৱতা বগা ঘোঁৰাক মালিকে টানি টানি লৈ গ'ল/সাত গৰাকী আই গৰু পিতন খায় গাৰপৰা আই ল মাৰি পৰা পলাল

Комедия

Пікірлер: 12

  • @jayaphukan2930
    @jayaphukan293027 күн бұрын

    Thanks

  • @AnjuliTayung-zu7dz
    @AnjuliTayung-zu7dz27 күн бұрын

    Ai bilag bishas nokorung

  • @plabitabora-nt4op
    @plabitabora-nt4op27 күн бұрын

    নকৰা চাম আছল মানুহ । সেই সকলক আকৌ বহুতে বয়া পাই । এই বোৰ যি সকলে কোনো ধৰ্ম শাস্ত্ৰ অধ্যয়ন নকৰে ।একো চিকিৎসা কৰাৰ প্ৰয়োজন নাই । এতিয়া সেই কেই গৰাকীয়ে লাজতে লেহুকা হৈ বেমাৰিৰ ভাঁও জুৰিবলে আছেই । গতিকে পৰিয়ালৰ আত্মীয় সকলে বুজা পৰা কৰি ললেই ঠিক হৈ যাব ।

  • @hndekari8011
    @hndekari801127 күн бұрын

    ঘোঁৰা দুটা প্ৰধানমন্ত্ৰী আৰুমুখ্যমন্ত্ৰীৰ নেকি বাৰু ? অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাংগনত যে চৰি ফুৰিছিল ? লাখপতি বাইদেউ হ'লে চাই আহিব পাৰে আকৌ !!

  • @ProbitraBaruah-cb8cw
    @ProbitraBaruah-cb8cw27 күн бұрын

    Moi tat mandir bonai dem buli vabisu kenekuwa hoba baru jonabasun potake bonabo nuyarim bahira toka olap mari lou.

  • @DipjyotiRock007vlogs
    @DipjyotiRock007vlogs27 күн бұрын

    অসম হয় অসম

  • @user-hr1qq9hl3u
    @user-hr1qq9hl3u26 күн бұрын

    জমনি ভাল হৈছে কিন্তু ।অন্ধভক্ত গনে বা কি কয় ?!!

  • @akhilarandhara5180
    @akhilarandhara518027 күн бұрын

    বাইদেউ ইমানকে নাহাঁহিব মানুহৰ গাত আই থিত দিয়ে ঘোঁৰা দুটাৰ গাত সেই কেইদিন ডাঙৰীয়াই থিত দিয়াতো ডাঙৰ কথা নহয় ;আপোনাৰ গাত আই মানে বসন্ত উলালে ডাক্টৰ চিকিৎসা কৰি দেখাওক

  • @AnjuliTayung-zu7dz
    @AnjuliTayung-zu7dz27 күн бұрын

    Ai bilag mantel ol

Келесі