Exclusive : Zubeen Garg ক সাৱটি ধৰি নিলম্বিত হোৱা মহিলা গৃহৰক্ষী জোৱানে কান্দি কান্দি কি ক'লে? N18V

Exclusive : Zubeen Garg ক সাৱটি ধৰি নিলম্বিত হোৱা মহিলা গৃহৰক্ষী জোৱানে কান্দি কান্দি কি ক'লে? N18V
#zubeengarg #news18assamoriginals #miliprabhachutia
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Пікірлер: 656

  • @devdas8542
    @devdas854219 күн бұрын

    মামাই যে গোটে মিটিং সভাত গৈ ছোৱালী মাইকী বোৰক সাবতি ধৰে... তেওঁৰ পদবীটো ও সাৰিজ কৰিব লাগে 😮😮

  • @PALAKH734

    @PALAKH734

    19 күн бұрын

    😂😂😂😂

  • @jitugogoi9666

    @jitugogoi9666

    19 күн бұрын

    তেওঁ যে ৰজা তেওঁৰ সেইবোৰ কোনে দেখিব কোনে কব

  • @ponkhidohotia8341

    @ponkhidohotia8341

    19 күн бұрын

    Thik koise apuni

  • @pulakjyotihazarikaofficial6352

    @pulakjyotihazarikaofficial6352

    19 күн бұрын

    😅😅😅

  • @parvishali9143

    @parvishali9143

    19 күн бұрын

    Rojai korile Leela bakibore korile kila.

  • @phanidharrabha8057
    @phanidharrabha805720 күн бұрын

    একো ডাঙৰ অপৰাধ কৰা নাই । কৰ্তব্যৰ পৰা অব্যাহতি দিয়াটোহে অপৰাধ হ'ব । খাকী পোছাক যোৰৰ আৰত এটা অসমীয়া সত্তা আৰু সংস্কৃতিক ভাল পাব জনা এখন কোমল হীয়া আছে ।

  • @rinkumahantatoletsarvice32

    @rinkumahantatoletsarvice32

    20 күн бұрын

    Khaki pusak pindhi je ghush khoi police...e..aru Gundagiri je dekhuoi police uniform pindhi bloi heibur ki opradh nohoi neki Sob kotha ...te mat matibo nalage government sorkare..Buji poise nohoi besi nilikhu Zubeen Da I love Zubeen da God Blass you

  • @mriduldas7259

    @mriduldas7259

    20 күн бұрын

    Suspend kari ki dekhabo bisarise ami bujibole baki nai 🤔. Dhikkk....

  • @Bikram-Gamin

    @Bikram-Gamin

    20 күн бұрын

    kune ba dile suspension kor pora bidehi bandar ahile

  • @banjitchangmai4047

    @banjitchangmai4047

    20 күн бұрын

    ,, অপৰাধ হয় নে নহয়,, কি জান,,,, খাকি পোছাক পিন্ধি কাৰোবাৰ ভৰিত ধৰে,,,, এইটো কোনো ফালৰ পৰা ভাল কাম নহয়,, কি বুজালে খাকি পোছাক পিন্ধি কাৰোবাৰ ভৰিত ধৰিলে

  • @jitunath4964

    @jitunath4964

    19 күн бұрын

    Jiye anusasan mani chalibo nuware hi chakori nakorai bhal ,

  • @aminparakhowa2788
    @aminparakhowa278820 күн бұрын

    এইটো একো অপৰাধ নহয়! কাৰণ মহিলা আৰক্ষী গৰাকীয়ে কোনো ৰাজনৈতিক দলৰ নেতাৰ ভৰিত ধৰা নাই! ধৰিছে মাথোঁ ৰাইজৰ নয়নৰমণি শিল্পী জুবিন গাৰ্গক! আৰক্ষী অধীক্ষকে এইক্ষেত্ৰত নিলম্বন কৰাটো ভুল বুলি আমি জনসাধাৰণে কৈছোঁ! আৰু এইক্ষেত্ৰত মহিলা গৰাকীৰ হৈ জুবিন গাৰ্গে মাত মতাটো দায়িত্ব বুলি ভাবোঁ!!

  • @ranjansarkar9219

    @ranjansarkar9219

    19 күн бұрын

    Police Karo varit dhoribo nuware Uniform pindhi korato vul 1000 percent

  • @kumarkoushikDas54

    @kumarkoushikDas54

    19 күн бұрын

    Ariya jodi zubeen thait kunu mohila xilipi thakile hoy aru kunu male police jodi enekua kam korile tetiya?

  • @KaushikKumar-ty8mr
    @KaushikKumar-ty8mr19 күн бұрын

    চাকৰি কৰিলে বুলিয়েই যন্ত্ৰ হব নোৱাৰে। সকলোৰে আৱেগ, অনুভৱ থাকে।

  • @indiagammer2842
    @indiagammer284220 күн бұрын

    জুবিন দাক বেয়া পোৱা মানুহ অসমত নাই so বাইদেউক যাতে চাকৰিৰ পৰা বঞ্চিত নকৰে Zg lover ❤❤😢

  • @RabhaPowali-tk5fy

    @RabhaPowali-tk5fy

    19 күн бұрын

    Moi beya pao

  • @jitunath4964

    @jitunath4964

    19 күн бұрын

    Anusasan buli katha ase ,murkha dare katha nakoba,

  • @bindassguitarist3868

    @bindassguitarist3868

    19 күн бұрын

    ​​@@jitunath4964Shut up. Ki beya kotha koise teo apuni zg k beya pabo pare Ami tu bhal pao . Apunaluk bujibo nukhuje jiye g dekhay seitua biswakh kori loi

  • @bindassguitarist3868

    @bindassguitarist3868

    19 күн бұрын

    ❤❤

  • @RidipBaruah-mt8mu

    @RidipBaruah-mt8mu

    19 күн бұрын

    Moi beya pao blor zubeen

  • @milejulirangjuli2079
    @milejulirangjuli207920 күн бұрын

    আপোনাৰ কুনো ভূল নাই বাইদেউ|জুবিন দা I love you

  • @manabkonwar423
    @manabkonwar42320 күн бұрын

    বাইদেউ আপুনি পুলিচ ইমান সোনকালেই নাভাছ ফিল কৰিলে নহৱ

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv20 күн бұрын

    কিয় পুলিশৰ মানুহে শিল্পীক ভাল পাৱ নোৱাৰে নেকি ? এই মহিলা গৰাকীয়ে একো ভুল কৰা নাই। তেওঁৰ ওপৰত যি বিহিত ব্যবস্থা লৈছে উঠাই ললে ভাল হব।

  • @krishnakantalahon6167
    @krishnakantalahon616719 күн бұрын

    এইখন অসম হয়, আৰু অসমত মৰমৰ শিল্পী জনক সন্মান কৰিলেও বিপদত পৰিব লগীয়া হয়। ইমানো ডাঙৰ ভুল কৰা নাই ঘেণ্টা। টকা খালে, গুণ্ডামী কৰিলে, ক্ষমতাৰ অপব্যৱহাৰ কৰিলে, খাকী পোছাক পিন্ধি আল্টু ফাল্টু ফটোৱা Reels বনাই থাকিলে, মদ চিগাৰেট খাই থাকিলে কোনো ধৰণৰ ব্যৱস্থা নলয়। আৰু জুবিন দাক মৰমতে সাৱতি ভৰিত ধৰি সেৱা কৰিলে ভুল হৈ গ'ল। ৱাহ... 👏👏জয় জুবিন দা❤❤

  • @MAINA33

    @MAINA33

    13 күн бұрын

    Hosa kotha. Zg ❤

  • @vinodvino9480
    @vinodvino948020 күн бұрын

    এইটো ভাল কথা হোৱা নাই বুলি ভাবো কাৰণ ভাল পোৱা কেতিয়াও ভুল নহয়

  • @bidyutgogoi9517

    @bidyutgogoi9517

    20 күн бұрын

  • @jitunath4964

    @jitunath4964

    19 күн бұрын

    Murkha luke he ane ghatnak support kore,anusasanor kotha ase, jie anusasan mani chalibo nuware hi chakorit nathakai bhal,

  • @manojpegu4065
    @manojpegu406520 күн бұрын

    নিলম্বন কৰাতো অসম আৰক্ষীৰ ভূল সিদ্ধান্ত।

  • @mrinmoydas9243

    @mrinmoydas9243

    20 күн бұрын

    Right

  • @joysingh2414

    @joysingh2414

    20 күн бұрын

    Assa kiya tumar maiki hua hole ki korela hoi bhai..

  • @parthapratimdas8426

    @parthapratimdas8426

    20 күн бұрын

    গৃহৰক্ষীক নিলম্বন কৰিব নোৱাৰে !

  • @mrinmoydas9243

    @mrinmoydas9243

    20 күн бұрын

    @@parthapratimdas8426 thike koise

  • @asorali5896

    @asorali5896

    20 күн бұрын

    Right

  • @user-nb2gn9yf4i
    @user-nb2gn9yf4i19 күн бұрын

    জূবিন দাক ভাল পোৱা সকলে বাইদেউ জনিৰ কাষত থিয় দিব লাগে

  • @tridipnath7618
    @tridipnath761819 күн бұрын

    আপোনাৰ একো ভুল নাই বাইদেউ। I love zubeen da❤

  • @plabitabora-nt4op
    @plabitabora-nt4op19 күн бұрын

    আছলতে এইলৈ গৃহৰক্ষী মহিলা গৰাকী আৰু জুবিন ৰ্গাগৰ কোনো ভূল হ'ব নোৱাৰে । মূখ্য মন্ত্ৰী মহো দয়ে এসময়ত সমন্বয়ৰ কথা কৈছিল ! পুলিছ বা অন্য কোনো প্ৰশাসনিক বিষয়া হ'লেও মানুহৰ লগত একাত্ম বোধ হোৱাতো এটা সম্প্ৰীতিৰ নিৰ্দশন হে হ'ব লাগিছিল ।কিন্তু যদিহে এই সম্প্ৰীতিত শত্ৰু ঞ্জান যেন কৰা হৈছে ই এক দুৰ্ভাগ্য জনক । গৃহ ৰক্ষীৰ ওপৰ আলা জনে সমন্বয়ক বিষাদ গ্ৰস্ত কৰাতো নিবিছাৰো । যদি মহিলা গৰাকীৰ ঠাইত এজন পুৰুষ অ ছি ক জুবিনে মাতি শ্ৰদ্ধা কৰিলে হেতেন তেতিয়া প্ৰত্যাখান কৰিব পাৰিলে হেতেন নে ?? যদিও কৰিলে হেতেন জুবিনে সহজে ললে হেতেন নে??

  • @rekhaneog1101
    @rekhaneog110120 күн бұрын

    আবেগত এনেকুৱা হৈ যায়

  • @chinmoykalita..darrang.ass8788
    @chinmoykalita..darrang.ass878819 күн бұрын

    একো বেয়া কাম কৰা নাই বাইদেউ আপুনি সত্য আছে 👌।।. জয় জুবিন দা 😊❤😊

  • @yoginath7146

    @yoginath7146

    17 күн бұрын

    😂😂😂😂😂😂😂😂😂😂😂😂

  • @anjanabezbaruah9617
    @anjanabezbaruah961719 күн бұрын

    চাকৰিৰ পৰা বঞ্চিত কৰি একো ভাল কাম কৰা নাই,,এইবিলাকৰ কাৰনে বহুতে বেলেক সিন্ধান্ত ল'ব লগা হয়,, বাইদেউক চাকৰিৰ পৰা বঞ্চিত নকৰে যেন, 🙏🇮🇳 ধন্যবাদ, বহুত কষ্ট কৰি ঘৰ সংসাৰ চলোৱাজনেহে বুজি পায়, কিমান কষ্টকৰ 😢

  • @Kaushikeditzshorts
    @Kaushikeditzshorts18 күн бұрын

    Jay *Zubeen* da❤❤❤

  • @Unxkalen289
    @Unxkalen28920 күн бұрын

    Women 👼👑👑 need more women like her ... Save this woman at any cost ..

  • @rupamray2050
    @rupamray205019 күн бұрын

    বাইদেউ আপোনাৰ কোনো ভুল নাই❤❤

  • @IndrajeetRoy-cy1ic
    @IndrajeetRoy-cy1ic20 күн бұрын

    Kandibo nelage baideu sop thik hb... Joy zubeen da, ❤❤

  • @manashpratimkalita7058
    @manashpratimkalita705819 күн бұрын

    এতিয়া জুবিনদাই হে আপোনাৰ চাকৰিটো বচাব পাৰিব 🙏🙏🙏

  • @PutulBaruah-gv6lw
    @PutulBaruah-gv6lw19 күн бұрын

    This move of Dgp sir is justified on grounds of public safety. One should have emotional control during duty hours

  • @hriday4626
    @hriday462619 күн бұрын

    এবাৰ দাদাই কৈ দিলে আকৌ চাকৰি আগৰ দৰে হ'ব ❤

  • @arnavrava2685
    @arnavrava268519 күн бұрын

    Zubeen is emotion

  • @deepaksaikia8193
    @deepaksaikia819320 күн бұрын

    I support you Mili mem don't worry everything will be right

  • @Biswa-jit-0222
    @Biswa-jit-022220 күн бұрын

    এতি অনুৰোধ অসম চৰকাৰলৈ জুবিন গাৰ্গ অসমৰ সম্পদ হয় গতিকে সম্পদক ভাল পোৱা টো অপৰাধ হব নোৱাৰে।

  • @rimuboro5104
    @rimuboro510420 күн бұрын

    Bohut Val Kam Korisa Baideu 😃

  • @kapilboro1717

    @kapilboro1717

    20 күн бұрын

    কি বেয়া

  • @user-id1hy8ml2t
    @user-id1hy8ml2t19 күн бұрын

    Zubeen Garg king❤❤

  • @Ebadur072iiz
    @Ebadur072iiz18 күн бұрын

    Love u zubeen da ❤❤ Takhatok nilom bito kora kunu karon ni😢

  • @testyyummy7811
    @testyyummy781120 күн бұрын

    আনন্দত পাহৰি পেলাইছিল ।

  • @user-gp1jf7nq5k

    @user-gp1jf7nq5k

    19 күн бұрын

    Akdom right

  • @sonuqureshi1696
    @sonuqureshi169620 күн бұрын

    Cm mot koiu besi morom Kore raije zubeenok ❤❤

  • @TukharTukhardeori-fc5nu
    @TukharTukhardeori-fc5nu19 күн бұрын

    Jai zubinda🎉

  • @mallikaswargiary8928
    @mallikaswargiary892820 күн бұрын

    বাইদেউ আপুনি একো ভুল কৰা নাই মোৰ মতে।

  • @RabinMedhi-vp9bt
    @RabinMedhi-vp9bt20 күн бұрын

    এনেকুৱা কৰা কাৰণ কি আছিল, ভূল কত 😢

  • @dipenboro3706

    @dipenboro3706

    19 күн бұрын

    bhul uniform bujise

  • @babulrabha8519

    @babulrabha8519

    19 күн бұрын

    Arokhi posakot karobar vorit dhoratoi asil vul pise ako nohy sakori najay de

  • @SanjayBorahkumar
    @SanjayBorahkumar20 күн бұрын

    Love you Zubeen daa ❤❤❤❤

  • @sarmadulal4929
    @sarmadulal492919 күн бұрын

    নাই আকো ভুল হোৱা নাই,

  • @stephenhawking7992
    @stephenhawking799219 күн бұрын

    তেওঁক নিলম্বিত কৰি ভাল কাম কৰা নাই। এইয়া জুবিন প্ৰেম।

  • @Bbmdsstar
    @Bbmdsstar15 күн бұрын

    I love my Zubeen Garg ❤❤❤

  • @shankardeka4748
    @shankardeka474820 күн бұрын

    aku vul huwa nai,,,,Kimn dekha pw police dress logai reels bonai thke ttya aku nhoi

  • @user-nz3qh6cw9r
    @user-nz3qh6cw9r20 күн бұрын

    Aku bhul kora nai zubeen uk sobe vl pai ❤

  • @rainamili4254
    @rainamili425413 күн бұрын

    This days defence means attitude and discipline, singing is zubeen's career and police means maintain law and order, stay with attitudes 🏌️

  • @mriduldas-zj6eq
    @mriduldas-zj6eq20 күн бұрын

    Very good decision.

  • @dipankarsaikia1580
    @dipankarsaikia158015 күн бұрын

    Zubin da ❤ I love you জদি জুবিন দাক ভাল পালেই ভুল বুলি কয় কাৰণ তেওঁলোকে আমাৰ জুবিন দাক বেয়া পাই নেকি

  • @pranavdutta4327
    @pranavdutta432719 күн бұрын

    Zubeen da plzz apuni akbar request korile ako sakori2 hoi jb Zubeen dai akbar social media t ahe kolai hoi jb sakori plzzzz Zubeen da................................

  • @akashgogoi-dy3li
    @akashgogoi-dy3li19 күн бұрын

    Zubeen, the one and only, straight forward person, pride of assam,Assamese songand,people .love u Zubeen da long live.the life line of Assamese song. I also want meet him but no luck.

  • @bhaskargogoi128
    @bhaskargogoi12820 күн бұрын

    গাড়ীৰ পৰা পইচা লোৱা পুলিচক নিলম্বন কৰক, দুখীয়া ৰাইজৰ পৰা পইচা লোৱা পুলিচক নিলম্বন কৰক

  • @_anjali__kalita_

    @_anjali__kalita_

    19 күн бұрын

    Right

  • @MridulKolita-gj9ix

    @MridulKolita-gj9ix

    15 күн бұрын

    Right

  • @m.d9408
    @m.d940819 күн бұрын

    কথাটো জুবীন দাৰ ওচৰত যাব লাগে।

  • @manikkalita3288
    @manikkalita328819 күн бұрын

    কৰ্তব্য থকা পুলিচ আবেগিক হৈ যিকোনো কাম আবেগিক ভাবে কৰা অনুচিত।

  • @abdulkhalequemondal9591

    @abdulkhalequemondal9591

    19 күн бұрын

    Right.

  • @AbhinabDas-qf2md
    @AbhinabDas-qf2md19 күн бұрын

    Aku vul kra nai zubeen Dak usort pale kene kuwa Lage log puwa bure he Jane Zubeen da ase apuni sinta nkoribo Boss ase Mane hodai joy Joy zubeen da ♥️

  • @paragphukan5666
    @paragphukan566620 күн бұрын

    Rajnoitik netak haboti Lua nai nahoi.ejon hilpik ador dekhuatu ki dukh hol ni.Asomor hukolure hiyar amuthu Zubeen daa.Moiu khuob val pao Zubeen Daa k.

  • @user-sk1gp2ph2g
    @user-sk1gp2ph2g19 күн бұрын

    Jai zubeen da Jai ba❤❤❤

  • @subashkardong7813
    @subashkardong781319 күн бұрын

    সেইতো।অপৰাদ।নহয়।❤❤❤❤❤❤ অ

  • @anolboruah2114
    @anolboruah211420 күн бұрын

    This is known as disciplinary action for govt employee. Every Govt employee should know about it.

  • @pritamsaikia1551

    @pritamsaikia1551

    11 күн бұрын

    She should know to respect KHAKI. She doesn't deserve to wear KHAKI.

  • @priyasaikia3075
    @priyasaikia307520 күн бұрын

    চাকৰি এৰি দিব পাৰিম ক'লে যে বাইদেউ জুবিনে জানো আপোনাক মনত ৰাখিব। তেওঁক লগ কৰা বাবে চাকৰি গ'ল বুলি😂😂😂😂

  • @barashaborah6929

    @barashaborah6929

    19 күн бұрын

    😂😂

  • @pranabjyotibarman1514

    @pranabjyotibarman1514

    17 күн бұрын

    Moja disa bro

  • @user-yc5fn5vh5f
    @user-yc5fn5vh5f20 күн бұрын

    Bharat Borsat Alingon Ru Saranat Sewa Koratu Raja Maharajar Dinor Porai Soli Ahiseye Eku Bholl Kora Nai Ladey Police Gorakiye Jai Ho Jubin Daa 🌹🌹🌹

  • @user-yc5fn5vh5f

    @user-yc5fn5vh5f

    20 күн бұрын

    Thanks 🙏

  • @monjitadhikary4002
    @monjitadhikary400220 күн бұрын

    I love zubeen da❤❤❤❤

  • @Whoareyou525
    @Whoareyou52520 күн бұрын

    Reels bonua kijoni kk suspend kor kla 📌🔝

  • @user-iy2bp1wi6h

    @user-iy2bp1wi6h

    20 күн бұрын

    Off time ot bonabo paribo without police uniform right , baki dress ot thakile napai reels bonabo

  • @andizphangcho1258

    @andizphangcho1258

    20 күн бұрын

    ​@@user-iy2bp1wi6h kela pusakot reels dekhabo lgbo niki ...

  • @bani75

    @bani75

    20 күн бұрын

    ​@@user-iy2bp1wi6hpolicey duty kori ase, police joni zubeenk lag korib mon gol. zubeenk kb nki dada moi ghor pora ahu dress jur change kori,apuni moi noha loi gaan gai thakib dei.... 😂😂😂😂 manuh de apuni

  • @I_love_journey.

    @I_love_journey.

    20 күн бұрын

    😂😂

  • @SANKAR-JYOTI45

    @SANKAR-JYOTI45

    19 күн бұрын

    Akmot vai... Xihotoku suspend korib lage

  • @binabarua9304
    @binabarua930418 күн бұрын

    বিয়াগোম অপৰাধীক এৰি ক্ষুদ্ৰমান কথাত শাস্তি দিয়াতো এতিয়া আইন হ’ল ৷

  • @gaganthakuria8884
    @gaganthakuria888420 күн бұрын

    Ako vul howa nai....singer k val powa to ako dokh nohoi....

  • @devojitbharali9024
    @devojitbharali902414 күн бұрын

    Aaku bhul nai aapuna jai Zubin Garg ❤❤❤❤

  • @parthapratimdas8426
    @parthapratimdas842620 күн бұрын

    নিলম্বন হোৱা বুলি সংবাদিকক কোনে ক'লে ?? তেওঁ যদি নিলম্বন হৈছে, তেওঁ গৃহৰক্ষী নহয়, যদি গৃহৰক্ষী হয়, তেতিয়া নিলম্বন হ'ব নোৱাৰে ! যদি দেহৰক্ষী জোৱান হয়,তেতিয়া কোন বিষয়াৰ দেহৰক্ষী হৈ সেইখিনি সময়ত দিউটীত আছিল সেই বিষয়াবে জৱাবদিহি হব লাগিব ! সংবাদিক বাইদেউৱে সেয়া জনা উচিত ! নজনাকে সংবাদ প্রচাৰ নকৰিব !

  • @user-me6uq5pw6w
    @user-me6uq5pw6w20 күн бұрын

    জোনমণিৰ সময়ত কোনো নিলম্বন নহ'ল কিয়,কেলা মিদিয়াই কিয়

  • @rajumonibaruah8389
    @rajumonibaruah838919 күн бұрын

    একো অপৰাধ হোৱা নাই বুলি ভাবোঁ। মুকলি খোলা মৰম ভালপোৱা। সুন্দৰ । ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ চাকৰি ঘূৰাই পায় যেন।

  • @sukleswardas3869
    @sukleswardas386919 күн бұрын

    জুবিন দা বহুত ভদ্ৰ মানুহ জুবিন দাৰ মনত কোনো বেয়া ভাৱ নাথাকে আপুনি বাইদেউ একো ভুল কৰা নাই

  • @BalenBaro-ms3du
    @BalenBaro-ms3du20 күн бұрын

    Always ok mem thanks thanks memji

  • @assamesefunni7522
    @assamesefunni752220 күн бұрын

    Very good

  • @kamleswarrabha1995
    @kamleswarrabha199519 күн бұрын

    জুবিনে এতিয়া ৰক্ষা কৰিবলৈ আগুৱাই আহিবনে? জুবিনে নিজৰ গুৰুত্ব সমাজত দেখুৱাওক।

  • @bogaahmed4330
    @bogaahmed433011 күн бұрын

    Zubi❤❤

  • @devojitbharali9024
    @devojitbharali902414 күн бұрын

    Nice from Mumbai University ❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉

  • @rashmirrabha9138
    @rashmirrabha913820 күн бұрын

    They took 100% right decision... Because it isn't a mistake to express love for ur fav singer.. But it is a mistake if your on ur duty and ur wearing respected uniform and protocols should be maintained by every police officer when ur on duty.. You shouldn't become so emotional and forget everything .. She should accept her mistake respectfully rather then creating scenes in news channel.

  • @pritamsaikia1551

    @pritamsaikia1551

    11 күн бұрын

    She doesn't deserve to wear Khaki because she doesn't thinked once before disrespecting KHAKI.

  • @indirabhuyan6759
    @indirabhuyan675913 күн бұрын

    তুমি একো ভূল কৰা নাই ভগৱান আছে তোমাৰ লগত আগলৈ ভালেই হব

  • @mintubarman1795
    @mintubarman179514 күн бұрын

    News Chanel bilak viral or krne ki ki nkre ki din ahil ketaman views r krne So ji a nhk zubeen Dak val powa mnuh bhut ase tar krne baideuk jate sakori tur pora bonsito nokore jen ❤️🥰

  • @mamonisaikia39
    @mamonisaikia3920 күн бұрын

    হেজাৰ ভাল পালেও পোচাক জোৰৰ কাৰনেই নোৱাৰে নিয়ম নহয়। কোনে ভাল নেপায় জুবিনক সকলোৱে

  • @user-xn6fk5es8h
    @user-xn6fk5es8h19 күн бұрын

    বাইদেউ আপোনাৰ ভুল হোৱা নাই

  • @bedantabora8401
    @bedantabora840120 күн бұрын

    ♥️♥️♥️

  • @BIPULGOGOI
    @BIPULGOGOI13 күн бұрын

    Thank you so much❤❤❤❤❤❤❤

  • @user-en7ut1xh8c
    @user-en7ut1xh8c20 күн бұрын

    সমাজৰ মাজত গান গাইছিল জুবিন দা ছোৱালী জনীটো লুকাই চুৰ কৰিব যোৱা নাই নহয় গায়ক হিচাবে ভাল পায় সেই বুলি ইমান বেয়াকে ক'ব । নালাগে

  • @Darrang535

    @Darrang535

    17 күн бұрын

    Ami sakolo manuh bhular samasti

  • @abhijithazarika9260
    @abhijithazarika926019 күн бұрын

    I love zubeen Daa. News portel bura base dkhi kla.

  • @dilipkrbora1132
    @dilipkrbora113220 күн бұрын

    কোনোবা মন্ত্ৰী এটাক ধৰা হলে কিন্তু প্ৰমোচন হল হেতেন !

  • @usefulvideobyuday8701
    @usefulvideobyuday870119 күн бұрын

    জুবিন গাৰ্গ a abar press meet dibo lage❤

  • @dr.pradipkumarsaikia6748
    @dr.pradipkumarsaikia674819 күн бұрын

    Don't cry Mame. You will win.

  • @binandachutia5859
    @binandachutia585919 күн бұрын

    একো অপৰাধ নহয়, এইয়া এক মৰম প্ৰিয় শিল্পী জনলৈ, ইয়াত নিলম্বন কৰিবলগীয়া একো কথা নাই

  • @Baharulislam-fr4yt
    @Baharulislam-fr4yt20 күн бұрын

    Good

  • @BhairabTaid-nn4ik
    @BhairabTaid-nn4ik20 күн бұрын

    একো ভূল কৰা নাই। কাৰোবাক ভাল পোৱাটো কেতিয়াও ভুল হব নোৱাৰে

  • @prasantaraja1081
    @prasantaraja108120 күн бұрын

    Joi Zubeen da ❤❤❤

  • @pradipphukon7544
    @pradipphukon754419 күн бұрын

    Baidew apunar aku bhul nai

  • @monujgogoi6709
    @monujgogoi670920 күн бұрын

    একো ভুল হোৱা নাই। ভাল পোৱা শিল্পী জনক সাৱটি ধৰাটো একো বেয়া কথা নহয়।

  • @user-ig6bj9nb6k
    @user-ig6bj9nb6k20 күн бұрын

    কিনো ভুল কাম কৰিছা আৰকী হৈ কাৰোবাক মৰম কৰিব নোৱাৰে নেকি

  • @rupamdoley5377
    @rupamdoley537719 күн бұрын

    এইটো আকৌ কি কথা হল, এইটো বেয়া কথা হৈছে কিন্তু,ভাল লগা মানুহ জনক লগ পালে কিমান আবেগিক হৈ পৰে, চাকৰি নিলম্বন কৰা কথা কৰ পৰা আহিল

  • @JayPegu321
    @JayPegu32119 күн бұрын

    মৰম-চেনেহ সকলোৰে থাকে আপুনি যেনেকৈ Zubeen ক ভাল পোৱা আমিও পাওঁ,কোনো কথা নাই । তথাপি on duty ত থাকোতে আপোনাৰ খাকী পোছাক যোৰক লৈ যি লোকৰ ভৰিত ধৰি সেৱা কৰা সেইয়া গ্ৰহণযোগ্য নহয় আৰু হবই নোৱাৰে । যিহেতু ,খাকী পোছাক যোৰ লোকৰ ভৰিত ধৰাৰ প্ৰতীক নহয়। যি হওক ভুল সকলোৰে থাকে নিলম্বন সোনকালে উঠাই লব লাগে ।।।

  • @Unxkalen289
    @Unxkalen28920 күн бұрын

    Joi Zubeen da

  • @dhaneswarikutum665
    @dhaneswarikutum66520 күн бұрын

    Duty gafilotir porinam. Baideu apunak public protection karone rakisil sage kintu duty neglect kori stage uti, enekuwa aasoron koribo nalage since you are a member of discipline force. Police has some guidelines which everyone must follow. First of all respect yourself the uniform as well as the cap you wear.

  • @BBORI990
    @BBORI99020 күн бұрын

    ❤ love zubeen da

  • @milonnirab2794
    @milonnirab279419 күн бұрын

    শিল্পীক ভাল পোৱাটো পাপ নহয়।ই কোনো অপৰাধো নহয়।

  • @RahulSonowalRahulSonowal-mx4zr
    @RahulSonowalRahulSonowal-mx4zr20 күн бұрын

    I love you zuben da ❤

  • @hemabatibasumatary450
    @hemabatibasumatary45012 күн бұрын

    Maja

  • @mizanoorhaque8601
    @mizanoorhaque860120 күн бұрын

    Sakori ghurai pabo baido...High Court korok ...

  • @BabaDoley-eh2sw
    @BabaDoley-eh2sw5 күн бұрын

    Zubeen best siger yar keneke kunenu aak korib nibisarib

  • @KochRedeemer-ho2zs
    @KochRedeemer-ho2zs20 күн бұрын

    Good decision* bohut val kamm kori se assam police* good job ~

Келесі