দিহানাম | Nam Xarubor(নাম সৰোবৰ)| Gitali Devi | Assamese Devotional Song 2023 |

Музыка

Brace yourself in the devotional enchantment immersing with local Assamese instruments, as we're overwhelmed to present our new song "Nam Sarobor" to our audiences.
Captivate yourself with the musical emotions.
Song credits :
Singer - Gitali Devi
Female Corus - Bhanupriya & Pompi pallabi
Lyrics/Tune - Pankaj Borah & Khiroda saikia(থলুৱা সুৰ), Arun Handique
Music - Pankaj Borah
Melody design - Sumit Sagar
Flute - Pradip Deka
Percussion - Pity Borah
Khul - Goutam Saikia
Mixing/Mastering - Sumit Sagar
Recording Studio - Vreeyam (VK)
Video credits :
Camera - Rumi Dutta
Assistant Camera -Bibek Kumar
Makeup- Hiranya Ranjan Nath
Editor - Manash Kashyap
Spacial thanks to
Akakhi path naamghar,Kakoli,Emon
#gitalimusic #dihanam #devotionalsong

Пікірлер: 228

  • @SunilDas-jy6ep
    @SunilDas-jy6ep2 ай бұрын

    Nice your Dihanam for sweet

  • @IjoniGogoi
    @IjoniGogoi9 күн бұрын

    bohut val lagile ❤❤❤

  • @susmitasusmitabordoloi7466
    @susmitasusmitabordoloi746611 ай бұрын

    সকলোলৈ পবিত্ৰ ভাদ মাহৰ শুভেচ্ছা জনালোঁ 🙏🏵️মই পাঁচ মাহৰ অন্তসত্তা : সকলোৱে আশীৰ্বাদ কৰিব ,, আমাৰ আহিব লগা সন্তানটি যেন ভালে থাকে ।।

  • @BenudharBorah-ie2dn

    @BenudharBorah-ie2dn

    11 ай бұрын

    😅

  • @mukutlukhurakhon1411
    @mukutlukhurakhon14113 ай бұрын

    কৃশন্ কৃশন্ পুৱাতে এই ভক্তি মূলক গীত টো শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন অনুভৱ হয় মোৰ,, সচাকৈ দেই আপোনাৰ গীতৰ সুৰ অতিকৈ শুৱলা আৰু সুমধুৰ শুনিও ভাল লাগে আৰু পৰিৱেশন চাইও ও ভাল লাগিল, এনে ধৰণৰ ভক্তি মূলক গীত শুনাৰ পাচত মনটো শাঁত পৰি যায় মোৰো, সেয়ে আপোনালোকে গাই যাওক চোন বিশেষ গুৰুত্ব দি গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ সুন্দৰ হৈছে ভৱিষ্যতে ও এনে ধৰণৰ ভক্তি মূলক গীত শুনাৰ আশা কৰিলোঁ ভগৱানে আপোনালোক কুশলে ৰাখক আৰু সংগ দি সুখ দি ৰাখক এই মানসেৰে ই জয় হওক আপোনালোকৰ,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon14112 ай бұрын

    এইসুনদৰ দিহানামটো শুনি সচাকৈ মনটো ভগৱানৰ চৰণত সমর্পণ কৰিবলৈ বাধ্য কৰে, আৰু সুমধুৰ দিহানামৰ হৈ সেৱাত মগ্ন হৈ পৰোঁ,, সুন্দৰ অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ শুৱলা আৰু আনন্দ পাও সেয়ে আপোনালোকে গাই যাওক চোন ভৱিষ্যতে ও এনে ধৰণৰ ভক্তি মূলক দিহানাম শুনাব বুলি আশা কৰিলোঁ ভগৱানে আপোনালোক কুশলে ৰাখক আৰু সংগ দি সুখ দিয়ক ইমানেই ভাল পালোঁ যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক এই মানসেৰে ই

  • @JoyMili-st3yu
    @JoyMili-st3yu2 ай бұрын

    Ram krisna...

  • @mriduborah5605
    @mriduborah5605Ай бұрын

    Dhuniya lagise ba...❤❤❤

  • @rajkumardeori4615
    @rajkumardeori461511 ай бұрын

    Bohut val lagil. Very nicce

  • @mainigogoi-ts7bo
    @mainigogoi-ts7bo2 ай бұрын

    Krishnaa❤️😍

  • @santanunathmusical8859
    @santanunathmusical885911 ай бұрын

    কৃষ্ণ🙏🙏🙏moja

  • @manakhiborahboruah1625
    @manakhiborahboruah162510 ай бұрын

    Krishna Krishna.....

  • @mr.uddhabbordoloi
    @mr.uddhabbordoloi11 ай бұрын

    🙏🙏🙏🙏🙏🙏🙏🙏

  • @pradipgogoi3182
    @pradipgogoi31827 ай бұрын

    সুন্দৰ আই শুনি বহুতো ভাল লাগিল। ঈশ্বৰে আশীৰ্বাদ কৰিব্।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon14114 ай бұрын

    আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে আৰু পুৱা তে এনে ভক্তি মূলক গীত শুনিবলৈ পাই মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয়,, আধুনিক যুগৰ হৈ তে জড়িত কৰি গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ ভাল লাগিল, ভগৱানে মংগল কৰক আপোনালোকক ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনিবলৈ ইচ্ছা কৰিলো, সেয়ে সকলোলৈ ৰংগালী বিহুৰ শুভেচ্ছা জনালো, ভৱিষ্যত জীৱনটো সুখৰ হওক ইয়াৰ কামনাৰে,,,,

  • @Sanjib-dx5yn
    @Sanjib-dx5yn2 ай бұрын

    so nice may God bless you

  • @DebadharRabha-xy7tp
    @DebadharRabha-xy7tp2 ай бұрын

    Very sweet song.hori kripamoi kripa borshon hok.

  • @GungunSonowal-xx9zd
    @GungunSonowal-xx9zd2 ай бұрын

    Gitali Devi nice ❤🎉

  • @munmun5459
    @munmun545911 ай бұрын

    Bohut bohut val lagil baa

  • @monikaphukon9051
    @monikaphukon905111 ай бұрын

    🙏🙏

  • @PriyankaBaruah-
    @PriyankaBaruah-Ай бұрын

    ❤❤

  • @jeutiray9258
    @jeutiray925811 ай бұрын

    Dhuniyaa hoise gitta baa

  • @digantagohain8860
    @digantagohain886011 ай бұрын

    mon jur pori gol.. Krishna 🙏🙏🙏 hokolu boisnab pran raijoloi pobitro vado mahor hewa jonalu

  • @joonjonali
    @joonjonali5 ай бұрын

    সুন্দৰ কন্ঠ ❤

  • @ArabindaDas-rz5nf
    @ArabindaDas-rz5nf3 ай бұрын

    Jay shree krishna krishna

  • @siyanjulipanging6344
    @siyanjulipanging63449 ай бұрын

    কৃষ্ণ কৃষ্ণ আপোনাৰ কণ্ঠত আধ্যাত্মিক ভাৱ এটা জাগ্ৰত হয়। মন মগজু একান্ত হৈ ভক্তি লয়

  • @anugogoi7081
    @anugogoi708111 ай бұрын

    বৰ সুন্দৰ হৈছে গিতালী ।শুনি বৰ ভাল লাগিল ।❤❤❤

  • @jupitara9773
    @jupitara977311 ай бұрын

    Gitali tomar mitha konthere aag borhuwa Dihanaam faki xuni mugdho holu...Xubheschya thakil..🙏🙏🌹

  • @mamonirava6122
    @mamonirava612211 ай бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏❤ অতি সুন্দৰ বা ❤ পবিত্ৰ ভাদ মাহৰ এটা সুন্দৰ উপহাৰ ❤

  • @AssamiseBeutifullLifee
    @AssamiseBeutifullLifee3 ай бұрын

    কৃষ্ণ হৰি ধুনীয়া হৈছে

  • @pallavchangharmusical1103
    @pallavchangharmusical110311 ай бұрын

    বৰ ধুনীয়া লাগিল ।নাগাৰা মজ্জা বাজিছে 😍😍

  • @JulumBhai0460
    @JulumBhai046011 ай бұрын

    🙏🙏🙏🙏🙏🙏🙏

  • @ratnapatar436
    @ratnapatar43610 ай бұрын

    হে ৰাম ৰাম

  • @jibanjyotipathak4534
    @jibanjyotipathak453411 ай бұрын

    ❤❤❤❤❤

  • @JugantaSonowal-qu3wd
    @JugantaSonowal-qu3wd8 ай бұрын

    Krsna prabhu probhu ❤👏👏🙏🙏 love this voice n song gitali baa.

  • @nabajitgogoi5715
    @nabajitgogoi571511 ай бұрын

  • @mukutlukhurakhon1411
    @mukutlukhurakhon14113 ай бұрын

    শুনিলে শুনি থাকিবলৈ খুবেই আনন্দ পাও এনে ভক্তি মূলক গীত শুনি, সেয়ে আপোনালোকে গাই যাওক চোন বিশেষ কিনো কম ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনিবলৈ ইচ্ছা কৰিলো সেয়ে আপোনালোকে গাই যাওক চোন অতি সুন্দৰ আৰু সুমধুৰ শুনিও আমনি নালাগে দিয়ক চোন ভৱিষ্যতে ও এনে গীত শুনিবলৈ পালে মনত খুবেই আনন্দ পালো হেতেন,,,,,,,

  • @krishnajyotihazarika2711
    @krishnajyotihazarika271111 ай бұрын

    সুন্দৰ হৈছে কৃষ্ণ❤❤

  • @poreshroykochrajbongshi478
    @poreshroykochrajbongshi47811 ай бұрын

    Kirshna nam 🙏🙏🙏🙏

  • @Janmanjoy0123
    @Janmanjoy012311 ай бұрын

    Bohut dhuni ya hoi se aii krishan 🙏🙏🙏🥰🥰

  • @nabajyotibora5477
    @nabajyotibora547710 ай бұрын

    গীতটো সকলো দিশতে অতি মোহনীয় বাইদেউ

  • @anuragsaikialakhisaikia3782
    @anuragsaikialakhisaikia378211 ай бұрын

    ভাদ মাহত নাম সঁচাই বহুত ভাল লগা হৈ পৰে।

  • @kiran14555
    @kiran1455511 ай бұрын

    সুন্দৰ ❤❤❤

  • @ManuranjanChetia-oi6uq
    @ManuranjanChetia-oi6uq2 ай бұрын

    জয় শ্ৰিকৃষ্ণ

  • @mukutlukhurakhon1411
    @mukutlukhurakhon14113 ай бұрын

    সচাকৈ দেই, মই পুৱাতে এই গীতটো শুনাৰ পাচত হে আন কামৰ সন্ধানত নামি পৰোঁ কাৰণ এই দেহবিচাৰ ৰ গীত টো শুনি মই খুবেই ভাল পাও সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু শুৱলা,, এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন অনুভৱ হয় সেয়ে আপুনি গাই যাওক চোন, ঠিক আছে,, জয় হওক আপোনাৰ,, ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখ দিয়ক আৰু আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে,, ভৱিষ্যতে ও এনে ধৰণৰ ভক্তি মূলক গীত শুনাব বুলি আশা কৰিলোঁ খুবেই কৈ এই মানসেৰে ই,,,,

  • @hostibhaimrsanatpendeldeco4336
    @hostibhaimrsanatpendeldeco433611 ай бұрын

    Oh bah supar horinam dei Val lagil ..... Dhuniya lagise dei aru diba buli akha thakil ❤❤❤❤❤❤❤❤🙏🙏🙏🙏

  • @mukundaboruah4365
    @mukundaboruah436510 ай бұрын

    Tmm mojalagil oo horinam to 🙏🙏🙏❤️

  • @gobinsaikia6535
    @gobinsaikia653511 ай бұрын

    কৃষ্ণ

  • @ritupanborah9220
    @ritupanborah922010 ай бұрын

    সুন্দৰ নাম আৰু নাগাৰা বাদন বহুত ভাল হৈছে🙏

  • @DudulDas-bk8et
    @DudulDas-bk8et4 ай бұрын

    Ram Krishna

  • @BibhadasDas

    @BibhadasDas

    4 ай бұрын

    Hi

  • @mukutlukhurakhon1411
    @mukutlukhurakhon14112 ай бұрын

    কৃশন্ কৃশন্,, পুৱাতে তোমাৰ এই গীতটো শুনি খুবেই ভাল পাও, মনতে ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন অনুভৱ হয়,, তুমি গাই যোৱা তোমাৰ গীতৰ সুৰ অতিকৈ শুৱলা আৰু সুমধুৰ শুনিও ভাল লাগে যে কবলৈ গলে মই ভাষাই বিচাৰি নাপাওঁ তোমাক জনাবলৈ, আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে কুশলে থাকা এই মানসেৰে ই,,,,,

  • @user-oj4mu7bv7x
    @user-oj4mu7bv7x11 ай бұрын

    Krishna

  • @ranjitbora9292
    @ranjitbora929211 ай бұрын

    Iman hundar Hari nam gaisa , huni vhal lagisa , aur natun Hari nam hunim buli akha korisu, vhgama apunak aguwai niyak ,

  • @anuragnath200
    @anuragnath20011 ай бұрын

    Es ram eman xundor kontho hidoy suy Jay xunile Jen xuniyey thakim❤.bohut mn Jay apunar Dore gaboloy baa.baru ji ki nhouk moriganor pora vad mahr xuvessar r lgte ati xnmanere apunaloy akajoli mrm ❤pothalu lgte aru xundor gitbur upovug koriboloy Pam buli Axa thaki 🙏🙏🙏l

  • @JagotDehingia
    @JagotDehingia5 ай бұрын

    Jai shree Krishna

  • @user-fm5hq8zv9p
    @user-fm5hq8zv9p10 ай бұрын

    ভাল লাগিল সুন্দৰ কন্ঠ আপুনাৰ ভিডিঅ আজি প্ৰথম চাইছো ❤❤

  • @mohannath6515
    @mohannath65154 ай бұрын

    সুন্দৰ হৰি নাম 🎉

  • @user-io4jt7cc8k
    @user-io4jt7cc8k11 ай бұрын

    Anekoi Delly nam pai thakile val lage 🎉🎉🎉🎉

  • @lakhindrabaruah2461
    @lakhindrabaruah24617 ай бұрын

    অতি সুন্দৰ ❤️❤️❤️❤️

  • @ritushmitaborah6772
    @ritushmitaborah67728 ай бұрын

    Bohut vl hoisa ba❤❤❤

  • @geetanjalibasumatari7479
    @geetanjalibasumatari747911 ай бұрын

    Krishna probhu🙏🙏🙏

  • @BarnaliSaraniarabha9954
    @BarnaliSaraniarabha995411 ай бұрын

    Dhuniya 🙏

  • @RajendraKoch-mr1we
    @RajendraKoch-mr1we11 ай бұрын

    Bohutdhuniakontho

  • @messifan3302
    @messifan33029 ай бұрын

    Jai Guru🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽

  • @prafullaborah9238
    @prafullaborah923811 ай бұрын

    অতি সুন্দৰ 🙏🙏🙏🙏🙏🙏কৃষ্ণ

  • @pakghorthefoodhub7059
    @pakghorthefoodhub70593 ай бұрын

    Good morning 🌄🌻 krishna krishna 🙏🙏 New Subscriber ✅👍

  • @lakhijan2366
    @lakhijan236610 ай бұрын

    Krishna Sundar Prona

  • @kalpanabaruah3494
    @kalpanabaruah349411 ай бұрын

    সুন্দৰ লাগিল।🎉

  • @Arup-jc6ko
    @Arup-jc6ko11 ай бұрын

    সুন্দৰ হৈছে

  • @dipankargohian6874
    @dipankargohian687411 ай бұрын

    Ram ram hori krishna

  • @ranjanaborah4504
    @ranjanaborah450411 ай бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤️🙏🙏🙏 সকলো লৈ লৈকে ধন্যবাদ

  • @momideka2767
    @momideka276711 ай бұрын

    Bohut dhunia🙏🙏

  • @kartik7818
    @kartik78183 ай бұрын

    Joy, guru, khangkar, krishna, krishna,

  • @PankajBora.Official
    @PankajBora.Official11 ай бұрын

    🙏কৃষ্ণ । সকলোকে ধন্যবাদ কৰিছো ।

  • @jugaldas2276

    @jugaldas2276

    11 ай бұрын

    Hjklmnbvcc❤❤❤

  • @kaberirabha7571

    @kaberirabha7571

    11 ай бұрын

    Hokulak. Xaya dhorulu Krishna

  • @amulyadebnathmrg4080
    @amulyadebnathmrg408011 ай бұрын

    সুন্দৰ।

  • @babuassam8742
    @babuassam874211 ай бұрын

    ❤❤❤❤ ji ti gan gai viral hua2t ke gan gai nijor hongskriti aguai niya2he main ❤❤

  • @debasishboruahvlog8962
    @debasishboruahvlog896211 ай бұрын

    Hundar gaisa ❤❤

  • @tarunchangmai9057
    @tarunchangmai905711 ай бұрын

    অতি মনোৰম

  • @user-qq3il5jg7x
    @user-qq3il5jg7x8 ай бұрын

    কৃষ্ণ🙏🙏🙏

  • @AratiGogoi-jb4pm
    @AratiGogoi-jb4pm10 ай бұрын

    Bohut dhunia lagil

  • @ranjithazarika8127
    @ranjithazarika812711 ай бұрын

    Krishna Krishna 🙏🙏

  • @akhilburagohain381
    @akhilburagohain38111 ай бұрын

    Krishna Krishna Krishna

  • @missdipalee
    @missdipalee9 ай бұрын

    👌👌👌👍👍👍🙏🙏🙏🙏🙏🙏🙏

  • @kirandas3236
    @kirandas32369 ай бұрын

    Dhuniya hoise ba. 🙏🙏🙏

  • @bipulbora3950
    @bipulbora39509 ай бұрын

    Most beautiful song horinaam

  • @nilutpaldowarah
    @nilutpaldowarah11 ай бұрын

    Hori naam & Bihu i can't Ignore 😊

  • @PromilaSaikia-cu8bf
    @PromilaSaikia-cu8bf11 ай бұрын

    ATI Sundar kisna

  • @DeepjyotiPhukon-cn1ip
    @DeepjyotiPhukon-cn1ip4 ай бұрын

    Ba vall lagisy

  • @debojitborah6170
    @debojitborah617011 ай бұрын

    Waah Dil khush hogeya thank you mam

  • @dipankargohian6874
    @dipankargohian687411 ай бұрын

    Very very congratulation gitali baa❤❤❤❤❤❤❤❤

  • @lanasmitarabha230
    @lanasmitarabha23011 ай бұрын

    👏👏👏👏 dhuniya hyse o ba ❤❤❤

  • @aboys9890
    @aboys989010 ай бұрын

    Dhuniya❤❤❤❤❤❤❤❤

  • @biploptech7838
    @biploptech783811 ай бұрын

    Dhuniya hoise ba

  • @dipankargohian6874
    @dipankargohian687411 ай бұрын

    He is a moust beautyfull singer by gitali devi

  • @manashhazarika864
    @manashhazarika86410 ай бұрын

    Superb

  • @luckyhandique4379
    @luckyhandique437911 ай бұрын

    বৰ সুন্দৰ লাগছে এই বা আৰু ডাল ভালো গীত গব

  • @tikendrajitmahanta6154
    @tikendrajitmahanta615411 ай бұрын

    বৰ ভাল হৈছে। কৃষ্ণ 🙏🏻

  • @pujaboro350
    @pujaboro35010 ай бұрын

    Hundor 🙏🙏🙏🙏🙏🙏🙏

  • @bogiboro783
    @bogiboro78311 ай бұрын

    Bohut xundor baideo. JAGURU🙏🙏🙏

  • @tultulsarmah4173
    @tultulsarmah41739 ай бұрын

    ভাল লাগিল ❤

  • @luckyhandique4379
    @luckyhandique437910 ай бұрын

    গীতা লি বৰভাল লাগিল

Келесі