ধুবুৰীৰ হোজাইৰ বাহিৰে আন ঠাইত কিয় বিশ্ববিদ্যালয় স্থাপন নকৰিলে আজমলে?
▶️ 'সমষ্টিবাসীলৈ যদি ইমানেই মৰম আছিল তেন্তে, ধুবুৰীৰ হোজাইৰ বাহিৰে আন ঠাইত কিয় বিশ্ববিদ্যালয় স্থাপন নকৰিলে আজমলে?'
▶️ 'জাতিৰ উন্নয়ন নহয়, নিঃশেষ কৰিবলৈহে ৰাজনীতি কৰে আজমলে'
▶️ 'মই ১০ লাখ ভোটত জয়লাভ কৰিম'
▶️ দীক্ষিত শৰ্মাৰ সৈতে ‘জনমত ২০২৪’ অনুষ্ঠানত বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ক্ষোভ শুকুৰ আলীৰ
Пікірлер: 325
এইবাৰ শুকুৰ আলী ভালভাবে কথা কৈছে।
এই ভিডিঅ দেখি অসমৰ ৰাইজৰ শুকুৰ আলিৰ প্ৰতি থকা দৃষ্টিভংগী কিছু সলনি হ'ব যেন লাগিছে।
@sortsvideo749
26 күн бұрын
Right
শুকুৰ আলী কথাত দম আছে কিন্ত
@Total_dhamaal_111
29 күн бұрын
😂
@kobada937
24 күн бұрын
Wrong
Valid point. কথা চিন্তা ধাৰা বোৰ এনেকুৱা হলে আপোনাক সকলোৱে সন্মান দিব, গুৰুত্ব বাহিব। ঠিক কথা MP ধুবুৰীৰ , ইউনিভাৰ্ছিটি খুলিছে হোজাই ত।
গোৱালপাৰা পূব সমষ্টিত শুকুৰ আলীক আহিব লাগে
Don't underestimate power of Sukur Ali 🤟he is the idol of some People❤
Sukur Ali Zindabad
Eijonor hahok kintu manibo lagibo. Bhai tumi aru aguwai juwa vai kintu eta kotha Hindu, Muslim nokoriba
Real kothaaa❤❤❤
Dr. Sukur Ali zindabad😂
Sukur Ali zindabad zindabad ❤❤❤❤❤❤❤
Mr sukur Dada zindabad ❤❤
Mojjaa , sukur aliye aikidin akhil gogoir video pura saise jen paisu
Mamar pora olop training lobo lagibo complite hoa nai agoloi aguai jua best of luck
এইবাৰ শুকুৰ আলি জয় জয় ময় ময়😂😂😂😂
@bimanw4062
26 күн бұрын
De aar 😂joy joy moy moy😅
শুকুৰ আলী এইবাৰ দিল্লী তোমাৰ হাতত 😊
MP hbo Dhubri r aru University hbo Hojai th😮
@yogihindustani2708
21 күн бұрын
হোজাই বিশ্ববিদ্যালয় আজমল ৰ উপহাৰ নহয়। 😂
কথা লাহে লাহে ক লাওৰা😂😂😂
সচা কথা কৈছে শুকুৰ বাবাই ।
Sukur ali zindabad ❤
শুকুৰ আলী ✊✊✊✊
বহুত ভাল চাগে 😢😢
New version shukur ali da 👍❤
Heavy valuable speech. ...
Super.......👍👍👍👍👍
Sukur da Fire 🗿🔥
Vote for sukur Ali, moi khatang vote dim sukur sir k
ভাল কথা কৈচা
Sukkur Ali jindabat
Sukur da jay jay may may
Vhl Kota koisa
Right
শুকুৰ আলীক এজন সাধাৰণ মানুহ বুলি ভাৱক , আৰু আজমল-হিমন্তই তেখেতৰ প্ৰশ্নৰ উত্তৰ দিয়ক , Simple
Laga roho Munna vai
Wow sukurAli.mana.porega. 🎉
Right I am with you
Vote for sukur...
জিকাই এ দিও নেকি এবাৰ l
"The dress not man a man perfect . But a character man a man perfect"..
Very good sukur bhai
Vote for shukur alli
শুকুৰ আলি জিন্দাবাদ.......👍🏻👍🏻👆👆
Sukur ali bhai fali disa ekdom 🔥🔥🔥🔥
Wah sukur Ali bhal kotha koise aji
Very nice 🙏🙏🙏
শুকুৰ আলী তুমি কিমান লৈ লেখা পঢ়া কৰিছাঁ ভাই,, মোৰ এটি লৰা আছে বয়স 3বছৰ তাৰ পৰা অলপমান মান অসমীয়া শিখি ললে ভাল হব
Baki ji nohok sukur Alik aoxmr raije aru CM a Val ke sini pai amak to konoi sini napai
Pisor Kola manuhjon Kenekoi dant dekhuwai hahi ase saok sun. 😂😂😂
Good sukur da.....
Sukur Ali on fire
Shukur ali zindabad
Good question
Sukur Ali joi joi moi moi
Energy level 💯 ✨️
ইয়াত সব মেনটেল আছে 😁, বেছি কৈ হ'লেও কুকুৰ আলীয়ে ৫৩৬ টা ভোট পাব 😅😂
Moja
একেবাৰে গুৰিত ধৰিছে বাপেকে ? 😮😅😅😅😊😊😊😮
Very good speech😂😂😂
Sukur Ali 🔥😏♥️
Tumio ghoror poisa veti loi jail t thaki ahila sukur Ali....
Mojja
একেই মামা অলপ লাহে লাহে কয় আৰু শুকুৰ আলী অলপ Speed ত কয়।
অগলা পগলা টোৱে এদিন হলেও এলেকচন জিকী নেতা হোৱাৰ আশা নথকা নহয়।
Sukur sir joy joy joy moy ❤
Xukur Ali 🔥
sukur Bhai aji kinto neta neta lgise
মোৰ যদি যাদু হল হৈ সুকুৰ আলিক পৃথিৱীৰ প্ৰধামন্ত্ৰী কৰী দিলোঁ হৈ
Sukur daa Zindabad
Aji kintu kothabur valkoi koise
TRP কাৰণে তহঁতে যিকোনো মানুহৰ কতি চেলেকিব পাৰোঁ হৈ নে
পগলাটো আহিয়ে গল নহয়!
ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি ।
Word member uthi lua agote...
Right☑️
সুকুৰ আলী ৰ কথাত দম আছে ✅👍
১০লাখ নহয় ১০টা ভুট পাব
শুকুৰ আলিৰ বাপেক কেইটা
Sakur dadar xahok kintu manibo lage❤
সুদৰ ভাইহত তহতৰ বেলেগ কথা নাই আনৰ কতিৰ পিছত লাগি থকা এ কাম । তই নিজে কি কৰিছা কি দিচা কি দব পাৰা সিটো ভাৱ আনৰ বিশয়ে বকী লাভ নাই
Sukur Bhai🔥😁
Shukkur ali zindabad
Media belak eman level.sukuralik enekuwa kenekuwa insult koribo Parise he mesiatu.eman dadagiri ne mediatu.sobore odhikar ase candidate hoboloi eman insult kio koribo lage
Nice 👍👍👍
Sukur Ali aei baar 15, lack vote pai,,Bipul vot t Jikiboe...
Election candidate r qualification ki lage kunubai kobo niki olop?
Best of luck ali
Sukurali....zindabad
Matured hoi ase lahe lahe😀😀😀
Right ❤
শুকুৰ আলি জিকিব যেন পাইছো😮
Sukkur Ali =Ami .nohoi moi buli kob
❤❤❤
🙏
Sukur Ali fromt ahi goisa 😂😂
শুকুর আলী ভাই আপনি পার্লামেন্টে যায়া কোন ভাষায় কথা বলবেন দয়া করে আমাকে জানান তো। আপনার ইংলিশ যদি পার্লামেন্টের শুনে তাহলে তো আই এম অবাক😂😂😂
Uniform civil code tuhh shukur bhai Yeah olop kom buji powa nki .......!! Olop porhiba hudhi loba shoon
Suakar Ali Khan jindabad jindabad ❤️❤️ MP 🇮🇳🇮🇳
Our next prime minister PM Sukur Ali 😂😂😂😂
এবাৰ জিকাই দি চাও ৰাইজে কি কয়
Kukur. Bai zindabad