CM On Lakhpati Bideo | মহিলা সকলে কেতিয়া লাভ কৰিব লাখপতি বাইদেউৰ ধন? জনালে মুখ্যমন্ত্ৰীয়ে | N18V
CM On Lakhpati Bideo | মহিলা সকলে কেতিয়া লাভ কৰিব লাখপতি বাইদেউৰ ধন? জনালে মুখ্যমন্ত্ৰীয়ে | N18V
#news18assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#lakhpatididi #lakhpati #cmhimantabiswasarma
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk
Пікірлер: 65
আপুনি মহিলা সবলীকৰণৰ কথা বহুত উচ্চস্বৰে কয় ন,,,এই যে চচ্চলত ১লাখ ২১ হাজাৰ অংগৱাড়ী কৰ্মী সহায়িকাই দিন ৰাতি ধৰ্ণা কাৰ্যসূচী কৰি আছে তাত চকু দিবলৈ আপোনাৰ সময় নাই।।। ৬৫০০ আৰু ৩২৫০ টকাত চৰকাৰী আঁচনিত কৰ্মৰত মহিলা সকলক খতুয়াই আছে আকৌ এইফালে কৈছে লাখপতি বনাম,,, আমাৰ ৰাইজৰ পৰা লুতি পুতি খোৱা পইচাই মহিলা সকলক দিম বুলি কৈছে আপোনাৰ হাতৰ পৰা দিয়া নাই নহয়,, কেৱল ভোটৰ বাবে এইবিলাক কৈ আছে।। বুজাই বুজিব
ভোট হে লাগে মামাক । তাৰ কাৰণে এইবিলাক নাটক কৰি আছে
মূখ্যমন্ত্ৰীয়ে নিজৰ ঘৰৰ মাটি বাৰী,নিউজ লাইভ,চাহবাগান,প্ৰাইভেট হস্পিতেল,প্ৰাইভেট স্কুল-কলেজ বিক্ৰী কৰি পইছা দিব নেকি?মই দিম মই দিম কৈ আছে যে।আমাৰ ওপৰতেই ইটোৰ ওপৰত সিটো টেক্স লগাই আমাৰ টকাই আমাৰ মহিলাসকলক দি আছে। মূখ্যমন্ত্ৰী মহোদয়ে এনেকৈ কোৱা ভাল আছিল-"যে মই আপোনালোকৰ টকা তুলি লৈ আপোনালোককে দিছোঁ বুলি"।
No salary for employees for 4 months 😢
Thik ase❤
চাৰ আমি গোটত নাই, সেই বুলি কি আমাৰ ভোটৰ মূল্য নাই নেকি। আমাৰ কাৰনে কিবা বেবস্থা কৰিবনে আমাক ভিক্ষাৰী বাইদেউ পদ দিব। আমাক Answer লাগে .....।
মামা টুপুকৈ দহ হেজাৰ টকা ভৰাব নালাগে ১৯ চত লোনবোৰ মাৰিম বুলি কৈছিল সেইবোৰ মাৰক আজি মোৰ ঘৰত নতিচ আহিছে দুখীয়াৰ মুৰত তাকোন নামাৰিবো সাও লাগিব
আপুনি টোপকৈ দিয়া নাই
ভোটেৰ এক, দুই দিন আগত দিব।
তেওঁ যে কয় ছে ময় দিম,,,, তেওঁ কি নিজৰ ঘৰৰ পৰা দিব নি, আমাৰ প ইছা,আমাকে দিব,,,, আমাক তুপি পিন্ধা ছে 😂😂
@neelmonidas4885
2 ай бұрын
Dileu beyakoi kobi nidileu beyakoi kobi
Ami nije kamai taisi amar karo taka nalage 😢
No salary for nrlm employess for 5 months
What about bandhan loans Mr CM..
Good
❤❤❤❤
তোৰ নিজৰ পইচা দি আছ নহয়!তাৰ কথা চাচোন
@neelmonidas4885
2 ай бұрын
Dise je dia jen paiso
@user-wj2wx2hm3l
2 ай бұрын
@@neelmonidas4885 right
Muk laga poisa to moi from dlu mur suyale agone ha mur dukan asa selai macin or aru ata macin laga muk jodi apunaluka enti ve loi lok moi hagu asu
Nai sir
Emn Misa kuwa manuh dekha nai
Amar Bhergaon Khairabari Udalguri Assam dukhiya poriyal thakigol, dukhito voters
অসমৰ আত্মসহায়ক গোটসমূহৰ মহিলা সকলে এটা কথা ভাবিছেনে নাই নাজানো গছপুলি ৰুলো ১৭ চেপ্তেম্বৰ তাৰিখে ফম সমূহ দিলে ১৮ জানুৱাৰী তাৰিখে এতিয়া ১০০০০ টকা নিৰ্বাচনৰ আগত দিব বুলি আশা কৰে নে ? কাৰণ পুলি ৰোৱাৰ পৰা ফম দিয়া লৈকে কেইমাহমান গ'ল আৰু ফম দিয়াৰ পৰা লোৱা লৈকে কিমান দিন গ'ল।
@jurisaikiababu5845
2 ай бұрын
Sorkare toka bur saijot katise ... tar pasot rang koribo akou toka buror uporot likhibo tar pasot dizaining di he bonabo ...time tu lagibo nnn...bjp hoi nooo..time tu lagiboye🤭 ... (5 mahor dormohai diya ni hoise aru xeibur ....babona xokolubur....
Beya comenti diya keitai poisatu amatat koi age bisaribo ako sir
আত্মসহায়ক গোটত নাথাকিলে , এই ধন দিব নে নাই ?
@julisaikia9934
2 ай бұрын
No
1
Vot ahar karana prolovan debanalaga
কি ফাল্টু কথা । হাত ডাং হাত ডাং কৰি লাজ দিয়া নাইতো । আচনি দিছা আবেদন কৰিব যোগ্যতা থাকিলে পাব । কি বাৰে বাৰে হাত ডাং ।
Oo mama kiman dinor pisot tupung ke toka 10000 bhorai dibo...
Apuni vote kinise oo
লাশ পতি হবলৈ মন নাই
Lakh pati hob Nibisaru pare jodi dam bhur komai diyk bhut val hob
Assamot dukhiya manuh kon Hob?1asoni nohoah hob😢
Nideu vot
Amak nalaga lakhpate bydo
CM holab lage. mukhr kotha besi kam ni
Etakau nidibo.mur divorse hoi jabo
Date to kwa ji ti boki lav ni
Vote 10000 kinisaneki mahahoy
Toka tupung ke dile vote paboi mama
Agote diyok sun pisot giriyekk dim kabak dim xeitu pisor kotha .giriyeke a khuwai ase poisa giriyekk a dim ami...
হাৰিয়া কৰি খাম মা দিয়া 10000 টকা নালাগে
Aji Second nirbasioni bikhaya Arun Guel a Resine padatyag karile. Iman dangr nirbasioni bikhaya ajon a kiy padatyag karile kheitu jol jol pot potkoi ulai parise. Aitu trailar he matra picture abhi baki he. Dalaal 420 khongbad madhyam bilake aiyu khobar nidi a.
নিজৰ পকেটৰ পইছাৰে দি আছা পাগল
@neelmonidas4885
2 ай бұрын
Dileu beyakoi kobi nidileu beyakoi kobi maksudu
@success2089
2 ай бұрын
@@neelmonidas4885 কোন চৰকাৰে নিদিয়ে কুকুৰ | দিল্লীতো কেজৰিৱালে দিয়ে, ৰাজস্থানতো কংগ্রেছে দিছিল
10k r t lakhpoti hom bl
Tupung kori😂
😂
Crore poti baideu 😂😂😂
Rinikike de
10000 lowk bjpk vote diok moi kua nai de
িগৰিয়েকে তোমাক নিদিয়ে ঘৈনীয়েৰক দিব।
Assamor manu luviya buli navabiba😅😅
Tur baperor taka dibineki .?
Bostur daam eman besi 1lakh ajikali aku nhoi.... 10k 35k poisa pale, manuh lakh pati nhoi
Burbak bani asa.ops kot.
Weithgless. Bhason
Kuneu nodiye
Akou abar Congress sorkar