চৰকাৰৰ অদূৰদৰ্শিতাৰ কাৰণে অবিনাশৰ মৃত্যুৱে শেষ মৃত্যু হওক

▶️অবিনাশৰ মৃত্যু প্ৰথম ঘটনা নহয়। চৰকাৰৰ অদূৰদৰ্শিতাৰ কাৰণে অবিনাশৰ মৃত্যুৱে শেষ মৃত্যু হওক। ৰাজহুৱা স্মৃতি নাই বুলি ভাবিব নালাগে বুলি মন্তব্য ভূপেন বৰাৰ।

Пікірлер: 1

  • @mmRKDS568
    @mmRKDS56812 күн бұрын

    Apunalkor dint jy nolat pori morisil hai2 kak sun agy

Келесі