Bor Bihuwati Jumonshree sonowal (May, 2023) বৰ বিহুৱতী প্ৰতিযোগী জুমনশ্ৰী সোণোৱাল !

Ойын-сауық

Bor Bihuwati Jumonshree sonowal (May, 2023) বৰ বিহুৱতী প্ৰতিযোগী জুমনশ্ৰী সোণোৱাল !

Пікірлер: 299

  • @nikhilflute210
    @nikhilflute210 Жыл бұрын

    আমাক এনেকুৱা বিচাৰক হে দৰকাৰ 🙏❤ইমান সহজ সৰল আৰু সত্যবাদী 🙏🙏

  • @user-qs8ul1qo8s

    @user-qs8ul1qo8s

    2 ай бұрын

    হয় দিয়ক🙏🙏🙏🙏

  • @user-lx2kb9vc5m

    @user-lx2kb9vc5m

    28 күн бұрын

    ​@@user-qs8ul1qo8sa

  • @Mix__of__flavours
    @Mix__of__flavours18 күн бұрын

    তেখেতৰ ধৈৰ্য আৰু সহনশীলতাৰ শলাগ লৈছোঁ। ❤ ইমান ধুনীয়াকৈ বুজাইছে

  • @bitupanmohan9900
    @bitupanmohan990027 күн бұрын

    মনিকাঞ্চন বা য়ে বৰ ধুনীয়াকৈ বুজায় দিলে❤, বিচাৰক হলে এনেকুৱা হব লাগে।

  • @bornaliboro8967

    @bornaliboro8967

    17 күн бұрын

    😊

  • @debabratasarmah2890
    @debabratasarmah2890 Жыл бұрын

    বিচাৰকে হৃদয় জয় কৰা ঘটনা এয়াই প্ৰথম চাগে।

  • @parthaborah2984
    @parthaborah2984 Жыл бұрын

    পুৰস্কাৰ আচল নহয়,শিক্ষা প্ৰধান।মণিকাঞ্চন বা ধন্যবাদ আপোনাক।পাছৰ পৰা চিঞৰা জনক কি কম,বুজাই বুজিছে।নাচনীজনীক ইমান ভাল কথা এটা কৈছে তেখেতে আকৌ....... ল'ৰা আৰু ছোৱালীজনী গোৱা স্কেলৰ মিল নাই প্ৰথমৰ পৰা....

  • @NirmolRay118
    @NirmolRay1182 ай бұрын

    বিচাৰক বাইদেউক ধন্যবাদ।।।ভাল লাগিছে।।।বিচাৰকে ভূল ধৰিছে এইকাৰণে যে ভূল হোৱা বাবে।।।❤❤❤

  • @thetalent903

    @thetalent903

    25 күн бұрын

    কিন্তু আপোনাৰ 'ভূল'টো ভুল হৈছে।

  • @niranjanbailung3657
    @niranjanbailung365724 күн бұрын

    সুন্দৰ মন্তব্য। এনেধৰণৰ বিচাৰকে মন জয় কৰে। ইমান সুন্দৰ সহজ সৰল ভাৱে বুজাই দিলে। স্পষ্টবাদী বিচাৰক। ভবিষ্যতলৈ আপোনাৰ পৰা গঠন মূলক দিহা পৰামৰ্শ আশাৰে,,।

  • @tumarnu2979
    @tumarnu2979 Жыл бұрын

    মনিকাঞ্চনে সুন্দৰ কথা কৈছে, বিচাৰ সুন্দৰ

  • @nabachetia4933
    @nabachetia4933 Жыл бұрын

    বিচাৰকে বৰ সুন্দৰ কথা কৈছে , আমিও দেখিছোঁ তেখেতে আঙুলিয়াই দিয়া ভুল সমূহ ❤

  • @saurovgogoi239
    @saurovgogoi239 Жыл бұрын

    যিকোনো কথা অলপ মাৰ্জিতভাৱে কব লাগে ,পিছৰ পৰা চিঞৰি অভদ্ৰামিৰ কথা কোৱাটোৱাই আপোনাৰ পৰিচয়। মনিকাঞ্চন বা , এনেই judge হোৱা নাই, এবাৰ চাই লব তেওঁৰ অভিজ্ঞতা। তথাপিও তাইৰ অলপ অহংকাৰ নাই।

  • @dk___xnwl...
    @dk___xnwl... Жыл бұрын

    Mur mote anekuwa bisarok a hbo lge emn vl ktha koise mam joniye I am proud of you 💫✨

  • @kasturibordoloi

    @kasturibordoloi

    Жыл бұрын

    Hosa

  • @swapnaskitchenlifevlog7798
    @swapnaskitchenlifevlog7798 Жыл бұрын

    বহুত ভাল কথা কৈছে মনিকাঞ্চনে❤👌👍

  • @srletusitubahutu.670
    @srletusitubahutu.67022 күн бұрын

    সুন্দৰ বিচাৰক বাইদেউ ❤❤🙏

  • @bibhutimissong5576
    @bibhutimissong5576 Жыл бұрын

    স্পষ্টৱাদী বিচাৰক । ♥️♥️♥️♥️

  • @timashreesonowal114
    @timashreesonowal114 Жыл бұрын

    পিছফালৰ পৰা যিজনে চিঞৰি কৈছে সেইজন বৰ অভদ্মামি কৰিছে,,,,,বাইদেউ গৰাকীয়ে শুধৰাই দিছে ভাল হে পাব লাগে,,,

  • @jeemonigogoi3455
    @jeemonigogoi3455 Жыл бұрын

    মণিকাঞ্চন বা এ বহুত ধুনীয়াকৈ বুজাই দিছে ❤

  • @gowalapuwali5538
    @gowalapuwali553828 күн бұрын

    আমাক এনেকোৱা বিছাৰক লাগে বিছাৰক জনিয়ে বহুত ভালকে বুজাই দিছে ❤❤

  • @smritirekhamixvlogs6266
    @smritirekhamixvlogs6266 Жыл бұрын

    বিচাৰকে শুধৰাই দিলে তাক শিকিবলৈ চেষ্টা কৰিব লাগে বাকী কোনে কি কয় প্ৰয়োজন নাই আৰু বিচাৰকৰ আসনত তেওঁ যোগ্যতা থকাৰ বাবেই বহিছে সেইবাবে পাছফালৰ পৰা চিঞঁৰি কৈ অভদ্ৰামি কৰাতকৈ আগলৈ আহি কি ভুল হৈছে দেখুৱাবলৈ কোৱা হলে তেওঁ নিশ্চয় দেখাই দিলে হয়

  • @riiiannn3211
    @riiiannn3211 Жыл бұрын

    ধুনীয়াকৈ বিচাৰক হিচাপে কৰিছে তেখেতে, দেখুৱাই দিব কৈছে দেখাই দিছে good step 👍👍👍

  • @jitendrarabha4660
    @jitendrarabha4660 Жыл бұрын

    very good,উপযুক্ত বিচাৰক

  • @alpanasarmagoswami8165
    @alpanasarmagoswami8165 Жыл бұрын

    Judge is absolutely correct. If judges will correct than our new generation will teach the right mooves.

  • @ritumoninath1046
    @ritumoninath1046 Жыл бұрын

    এনেকুৱা বিচাৰকৰ বিচাৰক শ্ৰদ্ধা কৰোঁ 🙏🙏

  • @Mainahazarika123
    @Mainahazarika123 Жыл бұрын

    বিচাৰক এ যি কলে মই একমত। দেখিয়ে কব পাৰি যে নাচনীৰ উদ্যম টো লাহে লাহে কমি গৈছে লগতে ককাল একেবাৰে থৰ

  • @pahilast5664
    @pahilast56643 ай бұрын

    Moni baa tmi bhul kua nai...tmi ji dekhisa heitu hudhorai disa...Aru Moni ba moi horure pra bihu nasisu kintu jetiar pra tmk Lg pai hikisilu tetiapa he hudho k nasibo janisu ☺️thank you so much baa ... Love from Dergaon

  • @Runjunborah-un5zk
    @Runjunborah-un5zk26 күн бұрын

    কিমান সুন্দৰকৈ বুজায় দিলে।লগতে ব্যৱহাৰ সুন্দৰ বাইদেউ গৰাকীৰ

  • @HemantaNath-fq8rt
    @HemantaNath-fq8rt Жыл бұрын

    সুন্দৰ উপস্থাপন

  • @user-ot8tl4vm7n
    @user-ot8tl4vm7n20 күн бұрын

    সুন্দৰ মন্ত ব্য শুনি ভাল লাগিল বা কথাবোৰ তেওঁ কৈছে যে নাচনী ভুল বোৰ ধৰিব বহুত কঠিন যদিও তেওঁলোকে ভুল বোৰ বাচি উলিয়ায় ডাঙি ধৰিছে আমি ভুল কৰোঁ বহুতে কাৰণ আমাৰ বিহুৰ নাচনী জনি ধুনীয়া হলে হাহিলে যে লৰি ঢাপৰ কৰি নাচি লে তেওঁ পাৰফেক্ত নহয় বুজিলে

  • @lachitgogoi1134
    @lachitgogoi113412 күн бұрын

    বিচাৰক গৰাকী মন্তব্য বৰ সহজ আৰু সৰল।।।বিচাৰক এনেকোৱা সত্যবাদী হব লাগে।।।।

  • @koushiksankar8490
    @koushiksankar84909 күн бұрын

    Monsat bisarakak opaman kora jen lagil, bisarake giyan aruhan kora pasat he xei axan khan pai,karan teo adin mansat asil xei babe bujai diyat tew axubidha huwa nai,bisarak mohudaiya xalagar xarai jasilu🎉🎉🎉🎉🎉,,,retd Army

  • @dipankarphukan8432
    @dipankarphukan843225 күн бұрын

    সুন্দৰ বাদেও। আপুনি প্ৰকৃত তথা ওপযুক্ট বিচাৰক 🙏🙏

  • @dipshikhahazarika970
    @dipshikhahazarika970 Жыл бұрын

    বিচাৰকৰ উপৰত কথা কয় বাপৰে কোন পন্দিত এইজন 🥰🥰🤓🤓🌻🌻🌻

  • @gitimonidas8949
    @gitimonidas8949Ай бұрын

    বিচাৰক সদায় এনেকুৱা হব লাগে ।

  • @nillkumarsd9396
    @nillkumarsd9396 Жыл бұрын

    Ami জৰ্জ নহয় thothapio কৈছোঁ নাচনী জনি আৰু pactic pyoijon

  • @marchiarandharagogoi1476
    @marchiarandharagogoi14763 ай бұрын

    এনে বিচাৰক ৰ হে প্ৰয়োজন ... সুন্দৰ..

  • @jugantamoran8033
    @jugantamoran8033 Жыл бұрын

    মনিকাঞ্চন বাইদেই👍👍👍

  • @saratnath6782
    @saratnath6782 Жыл бұрын

    বিচাৰ সুন্দৰ হৈছে

  • @Munofficel
    @Munofficel3 ай бұрын

    ইমান ধুনীয়া কৈ বুজাই দিছে 🥰🥰

  • @nabajyotiburagohain3080
    @nabajyotiburagohain3080 Жыл бұрын

    একদম সচাঁ কথা।

  • @Ratnajyotikalita
    @Ratnajyotikalita Жыл бұрын

    Moni baa your judgement are always best ♥️ Aru June June judger bhul buli koi ase nasoni joni nas tu Sai louk nije gom pabo

  • @babitahazarika6300
    @babitahazarika630019 күн бұрын

    বিচাৰক বাইদেউ ঠিকেই কৈছে

  • @sitadeviray5007
    @sitadeviray5007 Жыл бұрын

    Right...... Bihu nanasu kintu dekhi thako,kone kene koi nase...........ati sundar khotha bujai koise,.......

  • @rationale-point3023
    @rationale-point3023Ай бұрын

    বিচাৰক হয়। সুন্দৰ।

  • @jayantaborah2883
    @jayantaborah288318 күн бұрын

    Valke koise

  • @indranigogoi4233
    @indranigogoi423320 күн бұрын

    ইমান ধুনীয়াকৈ বুজাই দিছে। পাছৰ জনে কিয় চিঞৰি আছে😂ভূল বোৰ শুধৰাই দিলে কিয় বেয়া পায়। ককালটো ঠৰঙা হৈ বাহু ভঙাটো মইও ধৰিব পাৰিছো।

  • @user-bu9jf7gw8n
    @user-bu9jf7gw8n21 күн бұрын

    আজিকালি প্ৰায়ে বাহু ভঙা দেখা পাও ।কিন্তু বাহু নহয় ককালহে ভাঙিব লাগে মনিকাঞ্চনে ভালকৈ বুজাই দিলে।

  • @deepjyotigogoi3360
    @deepjyotigogoi3360Ай бұрын

    Mojaa nasise. Aru. Bisarkeu dhuniya koi koise

  • @NavajyotiBonia-ly9cg
    @NavajyotiBonia-ly9cg21 күн бұрын

    সুন্দৰ মন্তব্য বিচাৰকৰ

  • @bijoychangmai1472
    @bijoychangmai1472 Жыл бұрын

    বহুত ভাল বিচাৰক

  • @pabitragogoi8654
    @pabitragogoi8654Ай бұрын

    বিচাৰক গৰাকী বৰ সুন্দৰ দেই

  • @binamonigogoi4719
    @binamonigogoi4719Ай бұрын

    বৰ ভাল লাগে বিচাৰক বাইদেউ কথাখিনি।

  • @desigullyboy8993
    @desigullyboy8993 Жыл бұрын

    Xundar bisarak... ❤❤❤

  • @user-bd4bv6vf7j
    @user-bd4bv6vf7j3 ай бұрын

    সুন্দৰ বিচাৰক এনেকুৱা বিচাৰক হে আমাক দৰকাৰ ।

  • @axommithu..3453
    @axommithu..3453 Жыл бұрын

    যুক্তি ত ধৰিছে

  • @digantanath148
    @digantanath148Ай бұрын

    সুন্দৰ লাগিল বিচাৰকৰ মন্ত্যৱ শুনি ।❤❤

  • @user-jn8ci1ky9y
    @user-jn8ci1ky9y24 күн бұрын

    স্পষ্টবাদী অতি সুন্দৰ।

  • @hirakjyotinath17
    @hirakjyotinath17 Жыл бұрын

    Val lagil,bicharok enekua hobo lage

  • @jintupatar2023
    @jintupatar2023 Жыл бұрын

    Mjaaa kotha kola baidw 🙏

  • @hemantabori8339
    @hemantabori8339Ай бұрын

    Bisarok madam katha't jukti asey.

  • @indrathengal7364
    @indrathengal7364 Жыл бұрын

    সুন্দৰ।

  • @goganray6582
    @goganray6582 Жыл бұрын

    aneka he bisarok lge val lagise

  • @user-rn8et9yd1v
    @user-rn8et9yd1v14 күн бұрын

    বিচাৰকৰ বিচাৰত ভুল দেখা নাপালোঁ।আজি কালি বিহুৱতী সকলে ককাল ভঙাৰ পৰিৱৰ্তে শৰীৰৰ অংগ বোৰহে বেছিকৈ ভঙা দেখিবলৈ পোৱা যায় লগতে আৰু এটা কথা কওঁ নাচিব জানিলেই নহয় কণ্ঠটোও সুন্দৰ হʼব লাগিব।

  • @cottageofhappiness9436
    @cottageofhappiness94363 ай бұрын

    বিচাৰক গৰাকীয়ে ঠিকে কৈছে। পিছে পিছফালৰ পৰা চিঞৰি থকা জনৰ থিয় হ'বলৈ সাহস নহ'ল দেখোন।

  • @maladeka940
    @maladeka940 Жыл бұрын

    Xub xundar bisarok anekua hobo lage

  • @hiranyanath1847
    @hiranyanath184712 күн бұрын

    Great madam.👍

  • @user-bu9jf7gw8n
    @user-bu9jf7gw8n21 күн бұрын

    মণিকাঞ্চনে সুন্দৰকৈ বুজাই দিলে

  • @ExplorewithArchana96
    @ExplorewithArchana96Ай бұрын

    নাচনীৰ সচাকৈয়ে ককাল ভাঙা নাই৷ বিচাৰকে ঠিক কথা কৈছে৷ লক্ষ্য কৰিছো নাচনীৰ নাচ৷

  • @AhTRX734
    @AhTRX73422 күн бұрын

    Ajir pora keitaman dinr pora dekhi ahisu je bihur judger lgt kajia lagi cool jen feel kore but its not good for society...

  • @ArunKumar-kl2jw
    @ArunKumar-kl2jw23 күн бұрын

    তেনেকুৱা হ'লে বিচাৰকেও ভালকৈ নাচিব নাজানিলে।

  • @bakulbania3884
    @bakulbania388425 күн бұрын

    Dhunia kotha koise baideo

  • @bhanusaikia7673
    @bhanusaikia767322 күн бұрын

    bisarok thik aase

  • @jitumaramivlogs
    @jitumaramivlogs Жыл бұрын

    Val lagil 👍 bohut val mam 🙏

  • @ankitasarma3517
    @ankitasarma3517 Жыл бұрын

    Emn spostobadi nasoni. Khub bhal lagise ba❤❤❤❤

  • @kalpanaboro3623
    @kalpanaboro3623 Жыл бұрын

    Xosa katha koise bisarak baideugaraki .val lagil khudhorai diyar kathaxini buji xuni.

  • @pranabdas7121
    @pranabdas7121 Жыл бұрын

    আজিকালি এইবোৰ মেনেজ কৰি থোৱা থাকে

  • @ManikaSaikia-kd9ww
    @ManikaSaikia-kd9ww4 ай бұрын

    Bisarok hundor hoise ❤❤❤❤❤

  • @user-qv2rp1hn1k
    @user-qv2rp1hn1k4 ай бұрын

    Hundor ba

  • @rupanjalisaikia3080
    @rupanjalisaikia308029 күн бұрын

    বিচাৰক এনেকুৱা হে হব লাগে। ❤

  • @marionborpatragohain134
    @marionborpatragohain134Ай бұрын

    Hundor ❤

  • @dhanti1890
    @dhanti1890 Жыл бұрын

    Moja

  • @mridulahazarika4592
    @mridulahazarika45922 ай бұрын

    বৰ ধুনীয়া কৈ নাচি আমাৰ বেটিজনীয়ে

  • @adityarabbha3950
    @adityarabbha3950 Жыл бұрын

    Baideo jon val ase

  • @mintudutta8074
    @mintudutta807427 күн бұрын

    সুন্দৰ

  • @chawdggogoi8722
    @chawdggogoi8722Ай бұрын

    সুন্দৰ❤

  • @phukanbaishya7992
    @phukanbaishya799224 күн бұрын

    Bisharok jonik val lagile 👌👌👌👌👌

  • @indiralahon6485
    @indiralahon6485 Жыл бұрын

    মেনেজ হৈ থাকে আজি কালি বুলি শুনা যায়। বাকী নাটক।

  • @ourgarden8025
    @ourgarden802519 күн бұрын

    100% right

  • @Godmessage7
    @Godmessage724 күн бұрын

    I just love it ❤❤❤.... Nic explanation 😊😊😊

  • @nirabyt1063
    @nirabyt1063Ай бұрын

    বিহুত এনেকৈ নাচিব এনেকৈ নহয়, এই যে নিয়ম বিলাক কত কোনে কেনেকৈ কেতিয়া লিখি থৈ গৈছে নাজানো, এই বিলাক টু মহা পণ্ডিতসকলে বনাই লোৱা কিছুমান ফালটু নিয়ম ।বিহু হেন সংস্কৃতি ক নীতি নিয়মেৰে বান্ধি শেষ কৰাৰ উঠি পৰি লাগিছে কিছুমান মহা পণ্ডিত।বিহু মঞ্চ লৈ যোৱাটোৱেই দুখ আছিল এতিয়া নিয়ম বান্ধি আৰু শেষ কৰিব।বিহুক শুদ্ধ ৰূপত জীয়াই থাকিবলৈ দিয়ক

  • @DhemajiOfficial

    @DhemajiOfficial

    21 күн бұрын

    Ty kun

  • @MINTUSARANIA-oi9df
    @MINTUSARANIA-oi9df15 күн бұрын

    Baideo 🙏😍

  • @niharikadeka1077
    @niharikadeka1077 Жыл бұрын

    Bisar homuh anekuwa hobo lage val lgel.bhul hodai bhul.

  • @bikashsonowal9765
    @bikashsonowal976525 күн бұрын

    Bisark hole anekuwa hb lage ❤

  • @samratmagar4431
    @samratmagar44312 ай бұрын

    Dhunia nasise dy..😊😊

  • @dipikagogoi9483
    @dipikagogoi9483 Жыл бұрын

    Moniba you are right 👍👍👍👍

  • @sg24axom36
    @sg24axom3625 күн бұрын

    পিছৰ পৰা কোৱাজনক ধৰি আনি কপৌচেলাই দিব লাগে।

  • @boroodavhologs1975
    @boroodavhologs19753 ай бұрын

    বিচাৰক মণ্ডলী য়ে লগত নাচনী লৈ আহে বাবে চপ খেলি মেলি

  • @bontithengal9314
    @bontithengal9314 Жыл бұрын

    Hdai jibonot anekuwa bisarok hbo lga

  • @ritumonibaishya5320
    @ritumonibaishya532024 күн бұрын

    Great judge....huge respect to you ❤

  • @sribijoykalit
    @sribijoykalit22 күн бұрын

    vaal

  • @rajibdas2292
    @rajibdas2292Ай бұрын

    বিচাৰক গৰাকীয়ে অতি সহজ ভাৱে ভদ্ৰ ভাবে কথা খিনি উপস্থাপন কৰিছে।এনে বিচাৰকৰ হে প্ৰয়োজন।

  • @hridoydaxx8966
    @hridoydaxx8966Ай бұрын

    সুন্দৰ কথা কৈছে আপুনি বা

Келесі