#বিশ্বত

#বিশ্ব ৰেকৰ্ড গঢ়িলে
#ধেমাজীৰ ছোৱালী
#বিশ্ব উজলি

Пікірлер: 260

  • @user-kz5ip9zm9x
    @user-kz5ip9zm9x4 ай бұрын

    বহুত ধুনীয়া বাঁহী বজাইছা তুমি আৰু আগবাঢ়ি যোৱা আশীৰ্বাদ কৰিছো।

  • @koushalyadeka3775
    @koushalyadeka37754 ай бұрын

    অতি সুন্দৰ। অভিনন্দন জনালো। আৰু আগুৱাই যোৱা। আশীৰ্বাদ কৰিছোঁ।

  • @Mridul_Hazarika.
    @Mridul_Hazarika.4 ай бұрын

    অতি সুন্দৰ ।অভিনন্দন জ্ঞাপন কৰিলো আৰু আশীৰ্বাদ থাকিল আগবাঢ়ি যোৱা ।

  • @dhaniramgogoi3811

    @dhaniramgogoi3811

    3 ай бұрын

    য❤❤❤❤🎉🎉🎉🎉

  • @dibakarsonowal9489
    @dibakarsonowal94893 ай бұрын

    বাঁহীৰ মাত এনেই শুনিবলৈ মধুৰ , বৰ‌‌ সুন্দৰকৈ বজাইছে। শুনি থাকিবলৈ মন‌ যায়।

  • @pragyasaikia5261
    @pragyasaikia52614 ай бұрын

    ❤ অনন্য অনন্য অপূৰ্ব 👌👌👌... আগুৱাই যোৱা। গভীৰ অভিনন্দন জনাইছোঁ।

  • @BikashjyotiBorah-vq9hz
    @BikashjyotiBorah-vq9hz4 ай бұрын

    আগুৱাই যোৱা খুব সুন্দৰ ❤ কোনে কয় ছোৱালী অকল ঘৰুৱা কাম-কাজত হে পৃথিৱী জয় কৰিব পাৰে। তাৰেই এইয়া জ্বলন্ত উদাহৰণ।

  • @Dipa489
    @Dipa4892 ай бұрын

    মই বাঁহী মাত শুনি ভাল পাওঁ । তোমাৰ বাঁহী মাত শুনি বহুত ভাল লাগিল । এনেদৰে তুমি বজাই আৰু আগুৱাই যোৱা । আমাৰ মৰম আৰু আশীৰ্বাদ সদায় তোমাৰ লগত থাকিব ।

  • @harenborah4086
    @harenborah40864 ай бұрын

    সুন্দৰ বাঁহী বাদন।এইয়াহে অসমৰ দুৰন্ত তৰুণ। আৰু আগুৱাই যোৱা, আৰ্শীবাদ কৰিছোঁ।

  • @Nayanjyoti446
    @Nayanjyoti4464 ай бұрын

    অতি উত্তম সুৰ ঈশ্বৰৰ কৃপাত আৰু আগুৱাই ৰাওক কৃষ্ণ প্ৰভু

  • @EmoniBorah
    @EmoniBorah3 ай бұрын

    Bohut hundor

  • @bontibordoloi649
    @bontibordoloi6494 ай бұрын

    সুন্দৰ হৈছে.

  • @bkgogoi8636
    @bkgogoi86364 ай бұрын

    অতি সূন্দৰ বাঁহি সৃৰ কিযে মধুৰ ভাল লগা

  • @BishnuRabha-vq2ix

    @BishnuRabha-vq2ix

    4 ай бұрын

    সুন্দৰ বাঁহীৰ সুৰ কিযে সুন্দৰৰ সৃষ্টি ।

  • @anjanabezbaruah9617
    @anjanabezbaruah96174 ай бұрын

    বহুত সুন্দৰ নিদৰ্শন ❤👍👍🙏🙏🇮🇳🥰

  • @user-ie8zl5ch8k
    @user-ie8zl5ch8k4 ай бұрын

    Ati hundor 🎉🎉🎉🎉🎉❤❤❤❤

  • @user-dn7ot6yb5m
    @user-dn7ot6yb5m4 ай бұрын

    ATI.hundar.bahut.bhal.lagil❤❤❤❤❤❤❤

  • @PrabhatHazarika-jy7zt
    @PrabhatHazarika-jy7ztАй бұрын

    বা বহুতেই ভাল লাগিল বহিযা

  • @rajeshdeori6453
    @rajeshdeori64534 ай бұрын

    অতি সুন্দৰ বাঁহী বাদন সুন্দৰ গীত শুৰ সুন্দৰ বজাইছে। তোমালৈ আগন্তুত ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।

  • @nbassam-hg9rq
    @nbassam-hg9rq3 ай бұрын

    Very nice sharing bro ❤❤bhut hundar video agbohala hosakoi bhut vllgil dai ❤❤big like

  • @urvashidevi4416
    @urvashidevi44162 ай бұрын

    অতি সুন্দৰ | শুভেচ্ছা থাকিল |

  • @BontiGohain-tw7gt
    @BontiGohain-tw7gtАй бұрын

    Hundor

  • @harikantaphukan2784
    @harikantaphukan27844 ай бұрын

    অতি সুন্দৰ। আশীৰ্বাদ থাকিল।

  • @lakshikantadeka-un1fe
    @lakshikantadeka-un1fe4 ай бұрын

    Learning is arning. So nice your

  • @kalpanamahanta1812
    @kalpanamahanta18122 ай бұрын

    Oti sundor,,,Bhogobane mongol korok ,,,❤❤❤

  • @ArunHandique-qj2sk
    @ArunHandique-qj2sk4 ай бұрын

    আগবঢ়ি যোৱা মহাপ্ৰভূৰ কৃপা হ’ক

  • @user-vo8pd3hz6i
    @user-vo8pd3hz6i4 ай бұрын

    সুন্দৰ মানে ইমানে সুন্দৰ যে কবলৈ ভাষা নাই ❤🎉

  • @PrakashGhatowar
    @PrakashGhatowar3 ай бұрын

    অতি সুন্দৰ। জয় আই অসম।

  • @PrabinBiswas-zt1zt
    @PrabinBiswas-zt1zt3 ай бұрын

    Go ahead best wishing you👌

  • @jogatchutia2164
    @jogatchutia21642 ай бұрын

    Very nice, bahut bahut bhal lagil, ek sundar pratibha,❤ you,logate apunak bahut bahut shardha jasilu 🎉🎉🎉.

  • @MrinaliTamuli
    @MrinaliTamuli4 ай бұрын

    সুন্দৰ মনোমোহা আগুৱাই যোৱা ।

  • @RajTaye123
    @RajTaye123Ай бұрын

    Very Nice flute ❤❤❤

  • @rasanabiswas6318
    @rasanabiswas63183 ай бұрын

    Khud Sundar haiche best of luck ❤❤❤

  • @bakulinath4649
    @bakulinath46493 ай бұрын

    বহুত ভাল লাগিছে আগূৱাই‌যোৱা

  • @jyotirmoysonowal9599
    @jyotirmoysonowal95992 ай бұрын

    Bah..ki moja...

  • @bantilaskar1354
    @bantilaskar13544 ай бұрын

    Very nice

  • @mohannath6515
    @mohannath65152 ай бұрын

    সুন্দৰ , ভৱিষ্যত আৰু আগবাঢ়ি যোৱা তাৰেই কামনা কৰিলোঁ 🎉

  • @BaniDeori-gt1rj
    @BaniDeori-gt1rj4 ай бұрын

    Best of luck 4 r life.thanks.

  • @kaminidastalukdar9898
    @kaminidastalukdar98984 ай бұрын

    Dhuniya sur. Good❤❤❤❤❤❤❤

  • @user-om8qo6yp7l
    @user-om8qo6yp7l4 ай бұрын

    Bohut Bohut Dhanyvaad❤❤❤❤❤❤❤

  • @sanskritaboro239
    @sanskritaboro2394 ай бұрын

    অতি উত্তম প্রভূ ঈশ্বরে আরু কৃপা করক তারে কামনা করিলো কৃষ্ণ কৃষ্ণ।

  • @dulbormanta4407
    @dulbormanta44073 ай бұрын

    সুন্দৰ বহুত সুন্দৰ ❤❤❤❤❤❤❤❤❤

  • @amalsaikia6525
    @amalsaikia65254 ай бұрын

    Fine God bless you more and more success your life

  • @rekhamonimohan2402
    @rekhamonimohan2402Ай бұрын

    Avinandan,aru aguwai juwa.

  • @jitenkonwar3091
    @jitenkonwar30912 ай бұрын

    অসমৰ উঠি অহা অসমীয়া নৱ-প্ৰজন্মৰ লৰা- ছোৱালীৰ মাজত বিশ্বত জিলিকি উঠিলে বুকু খন ভৰি উঠে। আৰ্শীবাদ সদায় থাকিব আৰু যেন এনেধৰণৰ বিশ্ব ৰেকৰ্ড হওঁক।

  • @bborabhubanvlogs7588

    @bborabhubanvlogs7588

    2 ай бұрын

    Thanks 🙏

  • @putumoniburagohain871
    @putumoniburagohain8713 ай бұрын

    অতি সুন্দৰ।

  • @kushaldas4872
    @kushaldas48723 ай бұрын

    Bahut hundar prathiba tomar.Augai jabor babe arshibad karisu

  • @putulkataki1487
    @putulkataki14873 ай бұрын

    অতি সুন্দৰ । সাধনা কৰি যোৱা । আমাৰ প্ৰাৰ্থনা থাকিল ।

  • @debasishborah883
    @debasishborah8834 ай бұрын

    Bohut hundor hoise Val lagil,you are great aru aag bahi jua

  • @piyalidas4744
    @piyalidas47444 ай бұрын

    অতি সুন্দৰ হৈছে।

  • @ndekavlogs2968
    @ndekavlogs29684 ай бұрын

    bahi Val lge Xundor bajaise ❤ Nice b bora Uncle 🔥

  • @zmfoodvlogs3510
    @zmfoodvlogs35104 ай бұрын

    Wow বহুত বেছি ভাল লাগিল

  • @user-zr2hx3tu1t
    @user-zr2hx3tu1t4 ай бұрын

    Bahut val haise thankyou

  • @birendranathsaikia2350
    @birendranathsaikia23503 ай бұрын

    Very nice and good, May God bless you.

  • @user-jk4oe6xk5f
    @user-jk4oe6xk5f2 ай бұрын

    আগলৈ আগুৱাই যাবলৈ ধন্যবাদ দিলো

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411Ай бұрын

    সুন্দৰ, পৰতিভা জাগি উঠ ক,ভৱিষ্যতে ও এনে পৰিৱেশন চাবলৈ আশা কৰিলোঁ খুবেই কৈ,

  • @NamiBorah-wk1jy
    @NamiBorah-wk1jy4 ай бұрын

    Bohut sundor❤tumar ujjal bhabisyat kamona korilu❤❤❤

  • @hemchandradas8318
    @hemchandradas8318Ай бұрын

    Fantastic God bless you

  • @rupjyotiboruah3418
    @rupjyotiboruah34182 ай бұрын

    সাহসেৰে আগবাঢ়ি যোৱা ৷বৰ সুন্দৰ ৷

  • @gajenhazarika853
    @gajenhazarika8532 ай бұрын

    dhunia hoise

  • @chandanbordoloi4452
    @chandanbordoloi44522 ай бұрын

    ধুনীয়া লাগিছে দিয়া ❤❤❤

  • @dipadevisarmah9572
    @dipadevisarmah95722 ай бұрын

    অভিনন্দন জনাইছোঁ আগলৈ আৰু আগবাঢ়ি যোৱা আশীৰ্বাদ কৰিছো সুন্দৰকৈ বজাই ছে

  • @mrahmanvlogs
    @mrahmanvlogs4 ай бұрын

    Woh super flute music 👍

  • @rajashridas1955
    @rajashridas19554 ай бұрын

    অতি মধুৰ 🎉❤ বাহীঁৰ সুৰে মোহিত কৰিলে ❤❤আৰু আগুৱাই যোৱা 👌👍

  • @kalyanjyotisonowal2478
    @kalyanjyotisonowal24784 ай бұрын

    Dhemaji thanks

  • @hiranyadas6125
    @hiranyadas6125Ай бұрын

    Very nice.go ahead

  • @Tulikaartacademy912
    @Tulikaartacademy9122 ай бұрын

    কৃষ্ণ কৃষ্ণ কৃপা ময় হৰি‌ কৃপা কৰক। অসমৰ মান যশ‌ ৰক্ষা কৰক ।

  • @bborabhubanvlogs7588

    @bborabhubanvlogs7588

    2 ай бұрын

    Thanks 🙏

  • @NortheastExplorerRH
    @NortheastExplorerRH4 ай бұрын

    অতি সুন্দৰ বাঁহী বাদন 👌❤️❤️❤️❤️❤️ সুন্দৰ এটি গীতত সুন্দৰ বজাইছে। ফাকুৱা আৰু ৰঙালী বিহুৰ ওলগ জনালোঁ ৰাইজলৈ 🙏❤️❤️

  • @gubinbhakta920
    @gubinbhakta9204 ай бұрын

    Very nice. God bless you

  • @r.t.gassam45
    @r.t.gassam454 ай бұрын

    বহুত সুন্দৰ । ❤❤

  • @dilipgogoi9441
    @dilipgogoi94412 ай бұрын

    অ,,,,,।বৰ ধুনীয়া ।বৰ সুমধুৰ।আগ বাঢ়ি যোৱা‌ ।আশিবাদ থাকিল ।

  • @Bobisideasandvlogs
    @Bobisideasandvlogs4 ай бұрын

    Xundor 🎉 val lagil 😊 vonty loi xuvesha thakil 🎉😊

  • @namunarayandutta1068
    @namunarayandutta1068Ай бұрын

    Ati hundar aai

  • @lutuphukan9506
    @lutuphukan95064 ай бұрын

    Proud of you God bless you 🙏🙏

  • @RitamoniSaikia-iy3xe
    @RitamoniSaikia-iy3xe3 ай бұрын

    Bahut,sundar

  • @user-op2xi4cr3l
    @user-op2xi4cr3l4 ай бұрын

    Bohut dhuniya bojaisa🎉❤❤❤❤

  • @khagenchandadas1612
    @khagenchandadas16124 ай бұрын

    Oti Sundar

  • @muhiladevi3664
    @muhiladevi36644 ай бұрын

    Otikoe xumadhur.best of luck.❤️🙏🌹

  • @munindrasaikia4024
    @munindrasaikia40244 ай бұрын

    বহুত বহুত অভিন্দন জনাইছো। চৰ্চা কৰি যোৱা।

  • @NGOKAYANG6809
    @NGOKAYANG68092 ай бұрын

    Nice 😊😊

  • @Poems9400
    @Poems94004 ай бұрын

    🎉

  • @greenplanetraaj9024
    @greenplanetraaj90244 ай бұрын

    Keep it up, ji Jaan logai diya neriba , you have a bright future

  • @user-zu9np6qx3
    @user-zu9np6qx3Ай бұрын

    Nice dhemajir jila gourav houk

  • @AkashneelBiki
    @AkashneelBiki3 ай бұрын

    Outstanding..... performance...! Keep up it's always and God blessed you.....

  • @priyankasonowal9967
    @priyankasonowal99672 ай бұрын

    অতি সুন্দৰ মোৰ বহু ত ভাল বাহিৰ মাত

  • @bijitneog7370
    @bijitneog73704 ай бұрын

    Bahut Hundar Aru Agbahijua tumiGod Bless u

  • @prodipbora2752
    @prodipbora27524 ай бұрын

    অতি সুন্দৰ। আগবাঢ়ি যোৱা।

  • @Mymelody-q9y
    @Mymelody-q9y3 ай бұрын

    Maja

  • @hawkeye3361
    @hawkeye33612 ай бұрын

    Very good god bless you

  • @Jyotivi3942
    @Jyotivi39424 ай бұрын

    ভাল‌ হৈছে। ❤

  • @padminideka7307
    @padminideka73073 ай бұрын

    অতি সুন্দৰ আগবাঢ়ি যোৱা

  • @BhaneswarPangging
    @BhaneswarPangging4 ай бұрын

    ❤❤❤🎉🎉🎉

  • @manjudeka3708
    @manjudeka37084 ай бұрын

    Bahut bahut dhunia . Subhakamana janalo

  • @maaprabhabatimusic4049
    @maaprabhabatimusic40493 ай бұрын

    অতি সুন্দৰ 👌 শউভকআমনআ যাচিলো।

  • @JiyanshsWorld
    @JiyanshsWorld4 ай бұрын

    Bohut dhunia❤❤

  • @mallikasarmah5303
    @mallikasarmah53034 ай бұрын

    সুন্দৰ হৈছে শুভেচ্ছা থাকিল ❤️❤️❤️

  • @user-bq3vt8ot6h
    @user-bq3vt8ot6h4 ай бұрын

    অভিনন্দন জনালোঁ, আগবাঢ়ি যোৱা 🎉🎉🎉🎉

  • @souravbharati
    @souravbharati2 ай бұрын

    ❤❤

  • @GaneshBaro-r7i
    @GaneshBaro-r7iАй бұрын

    Tumar bahir xur bahut bhal lage.aru aaguwai jowa bhoni

  • @pankajkonch2527
    @pankajkonch25274 ай бұрын

    Bahut sundar he khubsurat badon .moi dhemaji pankaj moi hyderabad ot thaku

  • @dr.lakshmikalita8857
    @dr.lakshmikalita88572 ай бұрын

    😮😮😮❤❤❤❤❤

  • @BhaskarDutta
    @BhaskarDutta4 ай бұрын

    বহুত ভাল লাগিল❤❤

Келесі