বহু প্রতিভাৰ অধিকাৰী লক্ষীনন্দন লাহনৰ কথাৰে আজিৰ ‘সুৰীয়া সময়’
বাঁহীৰে খ্যাতি অৰ্জন কৰা এগৰাকী অসমীয়া যুৱক
থলুৱা বাঁহীৰ উপৰিও দেশ-বিদেশৰ বাঁহীৰে সৃষ্টি কৰি গৈছে অনন্য সুৰ
মুম্বাইৰ মেৰিন ড্রাইভত বাঁহী বজাই সৃষ্টি কৰিছিল জনসমুদ্র
মাৰ্চিয়েল আৰ্টত সোণৰ পদক জিকিও হাতত তুলি লৈছিল বাঁহী
পণ্ডিত হৰিপ্রসাদ চৌৰাচিয়াৰো শিষ্য তেওঁ
সোঁহাত আৰু বাওঁহাতেৰে সমানেই বজাব পাৰে বাঁহী
বহু প্রসিদ্ধ সংগীত শিল্পীৰ সৈতে বাঁহীবাদন কৰিছে তেওঁ
বহু প্রতিভাৰ অধিকাৰী লক্ষীনন্দন লাহনৰ কথাৰে আজিৰ ‘সুৰীয়া সময়’
অঞ্জুমণি বৰদলৈৰ সৈতে ‘সুৰীয়া সময়’
#pratidintime
Пікірлер: 91
লক্ষ্মী নন্দন লাহন, তুমি সকলো দিশৰ পৰা আগুৱাই গৈ থাকা , বিশেষকৈ বাহীৰ ক্ষেত্রত। যাতে ভবিষ্যতে ভাৰতৰ দ্বীতিয় হৰি প্ৰসাদ চৌৰাসিয়াৰ আসন দখল কৰা। তোমাৰ দীৰ্ঘায়ু আৰু উজ্জ্বল ভবিষ্যত কামনা কৰিছো ।
বহুত দিনৰ পৰা আশা কৰি আছিলোঁ লক্ষীনন্দন লাহন দাক মতাটো। সুব ভাল লাগিল আজি দেখা পাই।❤❤
বহুত ভাল লাগিল
God bless u bro for ur bright future 👍👍👍
মই এটা কবলৈ বিচাৰিছোঁ ।।লক্ষ্মী এ প্ৰথম এজন ডিব্ৰগড়ৰৰ বিখ্যাত বাঁহী বাদক ।।শ্ৰী অশ্বিনী শইকীয়া ৰ পৰা বাঁহী শিকিছিল ।কিন্তু লক্ষ্মী এ তেওঁ ৰ নাম এখন অনুষ্ঠানত ও লোৱা নাই ।।।ধিকাৰ এই কথা ত ।।।মই যাৰ কথা কৈছোঁ তেওঁ এজন অন্ধ ব্যক্তি ।।কিন্তু তেওঁৰ যিটো প্ৰতিভা ।।।বৰ্তমান লৈকে ২০০ ৰ ওপৰৰ ছাত্ৰক বাঁহী শিক্ষা প্ৰদান কৰিছে ।।তাৰে এজন লক্ষ্মী
প্ৰথমতে বজোৱা ভজন শুনি মন চুই গৈছে ।আগবাঢ়ি যোৱা ধন্যবাদ।
You are gift of God Wish you all the best❤
❤❤❤❤ Really, We are very proud of you lahon dada.
পাপন দা লগত তোমাৰ কথা ভাবিলে জানা গীত টোত বাঁহী বজাওঁতে বহুত ভাল লাগিছিল ❤❤❤❤❤
সুন্দৰ ভাৱে আগুৱাই যোৱাৰ কামনা কৰিলো
বাঁহীৰ মাত শুনিলেই বেলেগ এখন পৃথিৱীলৈ গুচি যাওঁ।❤️
অতি সুন্দৰ।
Bohut bohut bhal lagil.
So sweet and fine,keep going ahead.
আগুৱাই যাওক হৰিপ্ৰসাদ চৌৰাচিয়াৰ দৰে।
ইমান ধুনীয়া বজাইছা, আগুৱাই যোৱা❤
বহুত ভাল লাগিল ।ধন্যবাদ
খুব সুন্দৰ
Maja. Lagil ,,best of luck ru aguai joa 🎉🎉🎉
বহু দিন বিছাৰি আছিলোঁ, আজি পালো লাহন ডাঙৰীয়া।বহুত বহুত ভাল লাগিল।
Hundor val lagile
Khosai bohut val lagil
ডিব্ৰগড়ৰৰ অনাতাঁৰ ত যিমান গীতত বাঁহী বাজে সকলো ।।।শ্ৰী আশ্বিনি শইকীয়া এ বজাই ।।।প্ৰতিদিন time k anurod জনাইছোঁ ।।যে এইজন ব্যক্তিক ও এবাৰ ৰাইজৰ আগত পৰিচিত কৰি দিবলৈ ধন্যবাদ ।।
মন চুই যোৱা বাঁহী বাদন
❤❤ love from Lakhimpur ❤️
বহুত ভাল লাগিল❤
সুন্দৰ অনুস্থান৷🙏
BHT vl lgil bhgwan aru agowai loi jawok🙏🙏🙏
Xondor ❤❤❤
Beautifull
❤❤❤❤val lagil..
Very nice
Oti xundar lahon beta aguwai juwa
Love u lakhinandan
Val lagil sai ❤❤😊
Dada tumi eman dhunia bahi bojuwa parela mana muku hikai diba sun
সুন্দৰ
অতি মধুৰ ,শুনি থাকিব মন যায়, আগুৱাই যাওক লাহন ভাইটি
Val lge aponak bahut love you❤dada
Dhuniya kotha koy de. Apunar talent a loi goise..apunak
Lahon da love you😘😘😘
Axom gourav Lakhi Daa❤.... Love from your home town.
Duty kori thakute office r TV tut baji asl news tu...vahi ahisl hurtu kintu mn kora nslu pist mn korute dekhi palu।hodai hukia vl lge❤
Mind blowing ki je madhur hur
Ultimate 🔥🔥🔥🤗😊❤️
Very nice Lahon
👌👌🙏
জীবন মানেই সাধনা কিবা এ টা আৰুপাব বিচাৰো।
Bhagabane aru kripa korok
❤❤
Jai Ai Axom....
❤❤❤❤❤mon2 val lage gol ...
❤❤❤❤
Oti xundor
God bless you
Why TV channel are not introducing him as so much multi-talented boy amongst us.....
Beautiful ❤❤❤❤
Go ahead Lahan.
Flute❤❤❤
Amazing 😍🥰
Very very nice
God bless him
Niec
ক'বলৈ ভাষাই নাই মানে? কি কম !! অন্তৰখন চুহি যায়!!!
Nice prgem
♥️♥️♥️♥️♥️
Lahon love you ❤
Beautiful
❤
Uff❤
Mozzzzzz❤❤❤❤❤aaaaaa
Hosakoi vhal lagel
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Lokhi Da parile. Ata pahari ragot morning tune boja ba sun
Bahi mur bhut val lage.jimane mn beya hoi nathakok kio mn val lagi ahe
Jonmo gaon sikhyak nuxudhileje
Amazing 😍😍😍
🌹🌹🌹 beautiful.god bless.
Dil he so ta sa oh my god
Ai bahi to bojabo porahola val lagil hoi 😕😕😕😕😕😕😕😕😕
Lahon da apunar number to dibo son
Kon basha eita 😶
Ki buli dhanyavaad dim bhakhai bichari puwa nai, esware Akhirbad karak.
Hii
❤️❤️
❣️❣️
So nice
❤❤❤❤❤❤
❤
❤❤
❤