বছৰটোৰ বিশেষ ১৫ টা দিন যেতিয়া মৃত ব্যক্তিৰ আত্মা নিজৰ ঘৰখনলৈ আগমন হয় ! Vastu Assam।।
বছৰটোৰ বিশেষ ১৫ টা দিন যেতিয়া মৃত ব্যক্তিৰ আত্মা নিজৰ ঘৰখনলৈ আগমন হয় ! আপোনাৰ ঘৰখন পুনঃ জীৱন কৰাৰ এক সুৱৰ্ণ সুযোগ।। Vastu Assam।।
Vastu Assam Facebook Page Link: / vastuassam
Vastu for success, growth, prosperity, sound health, business, name, fame, wealth, money, peace and happiness.
Vastu Assam, Contact 60019-72061( 7 PM-10 PM)
#Assamesetips #Assamesevastu #vastutips #vastuassam #vastuforkitchen
Home Vastu
Flat Vastu
Vastu Remedy
Vastu for business
vastu for plot verification
vastu for new Construction
Vastu for Industry set up
vastu for Office modification
Vastu for Market complex
Vastu for Gardening
vastu for main gate/entrance
vastu for Toilet
visit www.vastuassam.com (under process...)
Пікірлер: 245
বহুত বহুত ধন্যবাদ।বহুতো নজনা কথা জনোৱাৰ বাবে।
Bahut bahut dhanyawad bat Sir
Apunar bohut bohut dhya bad janalo 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Vale lagil
Thanku
সুন্দৰ উপথাপন
Xuni kine vl lagile
Bht vl lagil sir
Thank you 💞
Thank You Sir
👏🏼👏🏼👏🏼👏🏼👏🏼
Thanks you sir
Val lagil bahut
Thank you sir 🙏
মহাশয় ,,ঘৰৰ সকলো ব্যক্তিয়ে সত্কাৰ কৰিব পাৰিম নে।
Thnq so much sir...apunar pora bht nojona kotha janilu.
নমস্কাৰ ছাৰ, আমি পৰিয়ালটি সকলোৱে ভালে আছো । আশা কৰো আপোনাৰো নিশ্চয় ভাল । বহুদিন বিৰতিৰ পাছত দুআষাৰ লিখিছো । বৰ সুন্দৰ তত্ত্বগধুৰ ভিডিঅ' এটা পাই অতিকে আপ্লুত হৈ হৃদয়ঙ্গম কৰিলো । প্ৰত্যেকটো ভিডিঅ' মই খুওৱ নিৰৱে সুক্ষ্মভাৱে গ্ৰহন কৰি প্ৰতিটো কথাই পালন কৰিবলৈ যত্ন কৰি আহিছো ।কোনোটো ভিডিঅ নোচোৱাকৈ থকা নাই । সুফলো লাভ কৰিছো । ইমান সুন্দৰ সুন্দৰ তত্ত্বগধুৰ কথা থকা ভিডিঅবিলাক আমাক উপহাৰ দি আপোনাৰ মহানুভৱতাক সঁচাকৈ শলাগ আৰু কৃতজ্ঞতা জনাইছো । অনাগত দিনকেইটাত ও এনেধৰণৰ ভিডিঅ সদায়ে আশা কৰো । "যিমানেই বিলাবা সিমানেই মহান হবা "- কথাষাৰে মোৰ হৃদয় আজি চুই গৈছে । আপোনাৰ মনৰ ভিতৰত থকা কিবা এটা ভাল কৰ্ম কৰি যোৱাৰ যি দূৰ্বাৰ হেপাহ এটা যে আছে- সেইটো আপোনাৰ ভিডিঅ' বিলাকেই প্ৰমান কৰে , - এই কথা মই অন্তঃকৰণে উপলদ্ধি কৰিছো । আশাকৰো সেইয়া পূৰ্ণতা পাওক । আমিও উপকৃত হব পাৰিম । ইমান কম সময়ৰ ভিতৰত দেশ বিদেশৰ পৰাও যিখিনি সমাদৰ বুটলিবলৈ সক্ষম হৈছে । সেইয়া কিন্তু আপুনি সফল বাস্তু বিশেষজ্ঞ হিচাপে পৰিচয় দাঙি ধৰিব পাৰিছে । ইমান পুংখানুপুংখভাৱে বিশ্লেষণ, অধ্যয়ন আগবঢ়োৱা,- আপোনাদৰে বাস্তু বিশেষজ্ঞক লগ পোৱা নাই বা কতো কোনেও এনেধৰণৰ বিতংভাৱে ভিডিঅ' দিয়া মোৰ দৃষ্টিগোচৰ হোৱা নাই । আপুনি মোৰ দৃষ্টিত আমাৰ মানৱ সম্পদ । কলেজ এখনৰ আপুনি শিক্ষাগুৰু যিদৰে- সেইদৰে আপুনি সমাজৰো শিক্ষক হিচাবে দায়িত্ব পালন কৰিবলৈ সক্ষম হৈছে । এইয়া মোৰ ব্যক্তিগত মত । ভগৱানৰ ওচৰত আপোনাৰ দীৰ্ঘায়ু কমনা কৰিছো । অনাগত দিনৰ ভিডিঅ'বিলাকে যাতে সকলোৱে আভ্যন্তৰীন সৌন্দৰ্যতাক আৰু অধিক বিকশিত কৰি তোলক । সকলোৱে কুশল মঙ্গল হওক তাৰেই কামনা কৰিছো । ধন্যবাদ ।
@mrinalassamnk.3365
Жыл бұрын
আপোনাৰ কেন্টনমেন্টে মোৰ হৃদয় চুই গ'ল,, অনাগত দিনত এই ভাগ তত্ত্ব গধূৰ দায়িত্ব বহন কৰিবলৈ ভগৱান যেন শক্তি বৃদ্ধি কৰে 🙏🙏🙏 শুভ বুলি গণ্য কৰিলোঁ 🙏 আপোনাৰ সফল হোৱা শুনি ভাল লাগিল বহুত,,আন দহজন লোককৰ হ'ক আগন্তুক জীৱন ভৰি পৰক ৰঙীন সেউজ 🙏🙏🙏
সুন্দৰ 💕
Thankyou
Niicc video
Val lgil.dhanyabad.
Thank you
Thanks sir
Bahut val katha ata jalilo.thank u sir.
Thanks....
Bohut val lagil sir
Val lagil
Khub val lagil. Dhoinobad
Good morning bohut vl kotha kole
Jani bhal lagil sir
Think sir.
Nice👍👍👍
ধন্যবাদ দাদা সুন্দৰ উপকাৰী কথাখিনী জানিবলৈ পাই
Bahut dhonobad jonalu 🙏🙏🙏
আপোনাক অশেষ ধন্যবাদ জনালো চাৰ ৷
সুন্দৰ কথা কৈছে
Thankfully
Very nice video, Thank you so much sir 🙏🙏
Bohut najana kotha janilu thanks
Bahut dhannyabad
Thank you.bahut val advice.kori sam.punor thank you.
Ai video to Pai moi happy holu Thank you very much sir. Apunar pora aru ata kotha janibo bisaru hai to hol kisuman manuha mitokor namot boli diye hei right ne wrong plz jonabo soon aitu kotha jonar oti joruri hoise
Bohut bohut bohut Val lagil
Bohut dhoinyobad
Bhut njna ktha aji janilo .tq
বহূত ভাল লাগিল শুনি।
অতি সুন্দৰ পৰামৰ্শ মহাশয় । আপোনাৰ মন চুই যোৱা পৰামৰ্শই আমাক সতিক দিশেৰে আগবঢ়াত নিশ্চিতভাৱে সহায় কৰিব।
বহুত ভাল লাগিল। আপোনাক অশেষ ধন্যবাদ জনালো।
ধন্যবাদ
Thank you dada🙏🙏🙏 God bless you
Sir bohut bohut dhanyabaad. God bless you 🙏🙏🙏
জানি ভাল লাগিল ৷
Right , bhut val kotha moi nije u proman paisu . Val lagil sir
Voie lagil ahe buli kole.good onformation
সুন্দৰ পৰামৰ্শ 🙏
Hundar
Pratham basartowei palan karib lage neki sir
Sir apunak hiya ujari dhanyabad
Bahut;bhalkathakaisedai
Apunar katha kowar proses tu khub bhal lage
অতি ভাল কথা কলে: ছাৰ
Xundor.....bht dangor kotha aji gom palu....bht bht dhonyobad
Bahut val. Lagise. Dhainy. Bat
🙏 bhut val lagil kotha kheni janeboloi pai . 2022 borkho 15 ta den Katia pora poribo ?
Aamar karone arshibwad, thanks.
সুন্দৰ উপস্হাপন ৷ধন্যবাদ ৷
Yes
Thank you sir🙏 Apunar video hokolubur Sao,ei video2 amak agbohuar karone apunak ki buli Dhanyab dio vasha nai 🙏🙏👍God bless you sir👏
Thanks Sir, durgapujar hohoj bidhi jonabosun
সুন্দৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ালে ভাল লাগিল,, আন্তৰিক ধন্যবাদ জনালো।🎉❤
Bahut bahut val lagise. Najana katha janilo.
বহুত বহুত ধন্যবাদ কথাখিনি জানি
আপোনাক বহু বহু ধন্যবাদ।
বঢ়িয়া লাগিল ।বহুতো নজনা কথা জাধিলো ।🙏
Hridoyo're Bohut Bohut Dhanyobad Jonalu 🙏🙏 Xuprovat 🌹🌹💚💚
Bhut vl lagile moi korim
Video tu sai bohut bhal lagile.
@nirubordoloi4088
2 жыл бұрын
Aapunar video to sai bhal palu dei
ধন্যবাদ জনাইছো বৰুৱাদা। আপোনাৰ ভিডিওতো চাই বহুতো ভাল লাগিল, বহুতো কথা শিকিলোঁ।
Sir mur mokor rakhi gotike mur in futur ki habo alop sai diba
Video tu sai vl lgil bohutu nojaona kotha janibo parilu
মই বহুত সুখী হলো ।
Bohut nojona kotha janilu Dhanyavaad 🙏🙏🙏🙏🙏
@lohitbaishya1722
2 жыл бұрын
বৰ ভাল লাগিল নজনা কথা জানিলো।
ইছ ৰাম এইবিষয়ে একো জনা নাছিলোঁ ৷মহালয়া দিনা দেৱ দেৱী সকল আহে বুলিহে সেইদিনা নীতি নিয়মেৰে পালন কৰোঁ ৷মোৰ শাহুমাক কোনো দিন পাহৰি থাকিব নোৱাৰোঁ ৷ আপোনাৰ কথা বিলাক শুনি মালৈ বহুত দুখ লাগিল ৷ এই পোন্ধৰটা দিনৰ কথা জানি সুখী হলোঁ ৷অশেষ ধন্যবাদ চাৰ ৷
Like
বহুত নজনা কথা আপুনি প্ৰস্তুত কৰি জনাই দিয়া বাবে বহুত ধৈন্যবাদ । শুভেচ্ছা থাকিল আপোনালৈ ।
ধন্যবাদ ভাইটি।
@bandanabhuyan4597
2 жыл бұрын
Brikh rakhir kenkua Soli ase aru kiba sorkari sakorir jog ase Niki plz jonab sun.bhu sesta korio eko Vl kam poa Nai. .
বহুত ধুনীয়া লাগিছে। আপোনাৰ উপস্হাপন আপোনাৰ ভিদিও কেতিয়াও নাপাহৰো চাবলৈ 🙏
Tri korim Sar
Dada mur deuta purnima tithit dhukaise moi atiya mritokor poixot purnima porile2 val hol jodi nopore kun2 tithit parim plz jonabo🙏
👍👍👍👍
🙏🙏🙏
নমস্কাৰ 🙏🙏🙏
ভিডিও টো চাই ভাল লাগিল ।বহু নজনা কথা জানিব পাৰিলো ।আপোনাক বহুত বহুত ধন্যবাদ । এইখিনিতে মোৰ এটা প্ৰশ্ন আছে, ভাৰা ঘৰত থাকিলে এইবোৰ নিয়ম কৰিব নোৱাৰি নে কি?
I think🙏🙏🙏
🙏🙏
🙏sardhare. Apunar Minoti. Boson 🙏joy vastu 🙏
Bahut val lagil mrit dyaktir kapor Gharat rakhi thowato val ne bewa janab son
ফটো নাথাকিলে কি কৰিম এতিয়াই জনাব চোন ছাৰ। please I. Request you
বহুত সুন্দৰ নিদৰ্শন 🙏 আপোনাৰ টপিক টো নিশ্চয় কৰিবলৈ বাস্তৱত ৰূপ দিবলৈ ভগৱান শক্তি দিব আৰু কৰিম এই মহান কাম ভাগ মৃত্যু দাতাৰ আত্মা সদগতিৰ বাবে,,,, উৎসাহ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏🙏🙏
🙏🙏🙏🙏