ঘৰৰ সম্পূৰ্ণ বাস্তু Complete Vaastu For Home Bhairab Astro
Please like, share and subscribe to my channel
Join this channel to get access to perks:
/ @user-is2zc5op7c
Palmistry videos:
• Money line in palmistr...
Live stream, free analysis videos:
• ভৈৰৱ জ্যোতিষ Live Stre...
Vaastu:
• শোৱনি কোঠাত আৰ্চী নাৰা...
#assameseastrologychannel #assameseastrologychanneland #assameseastrologychannelandtime
Пікірлер: 456
বহুতো নজনা কথা শুনি ভাল লাগিল। আপোনাক অশেষ ধন্যবাদ জনালো।
Val lagil sai
Vval lagil video sai
অশেষ ধন্যবাদ 🙏 Astrology আৰু Vaastu Shastra ৰ প্ৰতি মই আগ্ৰহী বাবে মই হিন্দী Astrology বিলাক চাই থাকো। কাৰণ হিন্দী Astrologer খিনিৰ মাজত বিচাৰি পোৱা খিনি অসমীয়াৰ মাজত নাপাইছিলো। কিন্তু আজি আপোনাৰ বাস্তুশাস্ত্ৰৰ ভিডিঅ' টোৱে প্ৰভাৱিত কৰিছে🙏
@user-is2zc5op7c
11 ай бұрын
Thanks
বৰ ভাল পালো সুন্দৰ কৈ বুজাই দিয়া দিছে । নমষ্কাৰ
এই video টো চাই মই বহুত নজনা কথা জানিব পাৰিলো । আপোনালৈ বহুত বহুত ধন্যবাদ।
বহুত ভাল লাগিল কথাখিনি জানি।অশেষ ধন্যবাদ আপোনাক।🙏
বহুত বহত ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Unlimited congratulation to you
Thangs to you.
Bahut val lagil
Thnx
সুন্দৰ বহুমূলীয়া পৰামৰ্শ 🙏🙏🙏
নজনা কথা জনাৰ বাবে ভাল লাগিল ।
Thank you very must for this best Topic God bless you
Bahut val lagil video to
বহুত ধন্যবাদ চাৰ !
Good advice Thank u.
@user-is2zc5op7c
20 күн бұрын
You're welcome
ভাল লাগিল ,ধন্যবাদ
Bohut val lagil
ভাল লাগিল। গেট খন খোলা ৰ আৰু bathroom position টো সঠিক নহ'ল । উপায় নিশ্চয় আছে পিছৰ vedio ত চাবলৈ পাম নিশ্চয়।
বহুত ভাল লাগিল
Sir God bless you.
বহুত ভাল লাগিল vdo টো চাই,বহুত জানিব পৰিলোঁ
Janiboloi pai bohut bohut dhanyabut tgakil.
Val lagil. Thanks.
Bahut.val.lagil.apuner.vidiotu.thanks.kisu.katha.janilu.
সুন্দৰ
Video.to.sai.bar.upokrit.holo.aponak.dhanyabad❤
ধন্যবাদ জনাইছো sir এই বিষয়ে আগতে জনা নাছিলোঁ।
Bhut bhut tha ks jnowar babe
ভিডিঅ'টি চাই ভাল লাগিল।
Val lagil.
Video.to.sai.khob.upokrit.hol.dhanyabad.
ধন্যবাদ।🙏
সুন্দৰ।
Bhal lagil, Thank you
বহুত বহুত ধন্যবাদ জনালোঁ
Thank you dar🙏🙏🌹
@user-is2zc5op7c
20 күн бұрын
You're most welcome
Thank you for giving many many information
Thanks..
ভাল লাগিল। সুন্দৰকৈ বুজাই দিছে
@user-is2zc5op7c
Жыл бұрын
Dhanyavad
Thanks
@user-is2zc5op7c
3 ай бұрын
Welcome
Bht vl lagil sai... Apunar voice tu akdm Pankaj Pathak r dre
বহুত উপকৃত হলোঁ৷অশেষ ধন্যবাদ
সুন্দৰ ভিডিঅ’
Grat advic
Thank you
Sir sob khni kotha val lgil,,,
Thank you so much
Nice advice
Bohut bohut dhanyawad
Nc🙏
Thanks 🙏🙏
বহুত ধন্যবাদ। ভিডিঅ'টো আকৌ চাম।
Bohut val lagil bohut Buji paisu . Ata kotha getor kotha kole kintu ghar dorja Kun fale lole vla hoi koi diya hole vl lagil hoi
@user-is2zc5op7c
13 күн бұрын
Disu
Dhanya bad
Bor bhal lagil
Thank you sir
ধন্যবাদ
Thanks ❤❤
আপোনাৰ VDO টো বৰ ভাল লাগিল।
@user-is2zc5op7c
7 ай бұрын
Dhanyavad
Bor hundar koi bujai dise. Dhanyawad 🙏
বহুত ভাল লাগিল ভগৱানে আপোনাক ভালে ৰাখক।
@user-is2zc5op7c
11 ай бұрын
Thanks a lot for the blessing
bahut bhal lagil Videotu sai
ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনাক ।এইখিনি কথা নজনাকৈয়ে ঘৰ বনোৱা হ'ল । ঘৰটো উত্তৰ মুখিয়া হ'ল । গতিকে দোষ কিছুমান থাকিল । দক্ষিণ পূবলৈ পানীৰ টেংকী লগতে পায়খানা ৰ টেংকী পৰিল । মন্দিৰ ভাগ উত্তৰ পূবত আছে । পাকঘৰৰ বেচিন দক্ষিণ লৈ হ'ল । মূল গেটখনো ঘৰৰ মাজে মাজে থাকিল । এতিয়া ভূল দিশত থকাৰ পৰা অসুবিধা নহবলৈ উপায় আছে যদি অনুগ্ৰহ কৰি দিব নিশ্চয় । এবাৰ বনোৱাৰ পিছত সলাবলৈ উপায়ো নাই । আশা কৰিছোঁ প্ৰতিকাৰ আগবঢ়াই উপকৃত কৰিব । জয় শ্ৰীকৃষ্ণ 🙏🙏🙏
@user-is2zc5op7c
8 ай бұрын
Apuni whatsapp t msg karibo 9365959427
@user-id2oq8ph9q
4 ай бұрын
same condition ki krile Val hob jonale upokrito hom
Very Nice 👍
@user-is2zc5op7c
8 ай бұрын
Thank you! Cheers!
আপোনালৈ বহুত ধন্যবাদ। কথাখিনি জানিবলৈ পাই সুখী হলো। কিন্তু আমাৰ লেট্ৰিনটো হে অগ্নি কোনত হল। তাৰ বাবে উপায় দিলে বহুতো ভাল পাম। আশা সমাধান পাম বুলি ধন্যবাদ।
@user-is2zc5op7c
Ай бұрын
Whatsapp kariba 9365959427
Dada, Apuni kotha bur bohut dhuniak bujai die.. Mur life r kotha bur jenke koisil.. Tenke milise Love from NAGAON
@user-is2zc5op7c
Жыл бұрын
Dhanyabad
@DipikaRabha-jn5cv
Жыл бұрын
Dokhin mukhi gharot Kon dikhot letrine toilet bathroom kitchen hobo bujai dibosun dada
Agree
West side pukhi house hole toilet kun pine bonabo
বহুতো নজনা কথা জানিব পৰিলোঁ, অশেষ ধন্যবাদ জনালো আপোনাক।
@user-is2zc5op7c
8 ай бұрын
Thanks
আপোনাৰ কথাখিনিয়ে বহুতো নজনা কৰাৰ পৰামৰ্শ আগবঢ়ালে ভাল লাগিল,
Bhout bhout bhal lagil Krishna.
@user-is2zc5op7c
11 ай бұрын
🙏
Bohut val lagil...bohut kotha janibo parilu...amiu ghor bonabo loisu...so bohut help hobo....Thank you so much.....aru enekua video bonabo buli akha korilu.
@user-is2zc5op7c
2 ай бұрын
Dhanyavad
Good
Thanks for ur valuable suggestions.Jadi Pub,Pachim,Uttar,Dakin dish keita matidokharor kone(angle) keitat pore tetia septic tankto keneke banabo lagiba janaba.NW disat banabaloio asubidha hoi.
বহুত উপকৃত হলো আপুনি যিদৰে দিছেমোৰ ঘৰ তেনে দৰে আছে কিন্তু লৰাই পঢ়িশুনিও চাকৰিপোৱা নাই পঢ়াতচোকা ইঞ্জিনিয়াৰআৰু এম বিয়ে পাছ
@user-is2zc5op7c
11 ай бұрын
WhatsApp kariba 9365959427
অতি উত্তম । যি বোৰ ঘৰ আগতে বনোৱা আছে, সেই বোৰৰ ক্ষেত্ৰত সুধৰণিৰ উপাই জনোৱাৰ বাবে অনুৰোধ কৰিলোঁ । safety tank buildingar ground floor ৰ gharar পশ্চিম কোণত থাকিলে সুধৰণিৰ কি উপাই ?
@user-is2zc5op7c
19 күн бұрын
Whatsapp kariba 9365959427
Great advice 👍
@user-is2zc5op7c
5 ай бұрын
Thanks for watching!
দাদা আপোনাৰ ভিদিওঁ টো চাই বহুত ভাল লাগিলে।
Thank you sir ...aru dibo enekuwa v.d.o
@user-is2zc5op7c
11 ай бұрын
Nishoy
Thanks for imformation
@user-is2zc5op7c
8 ай бұрын
Welcome
Your video is informative.
@user-is2zc5op7c
7 ай бұрын
Thanks
🙏🙏🙏
🙏🙏
Very good.
@user-is2zc5op7c
8 ай бұрын
Thanks!
Nice post thanks 🙏
@user-is2zc5op7c
Жыл бұрын
Welcome
অশেষ ধন্যবাদ🙏🙏🙏
Very good advice
@user-is2zc5op7c
8 ай бұрын
Thanks and welcome
আমাৰ ঘৰ টো বনুৱাত অলপ ভুল হল North East sidet toilets আৰু saftey tank আছে।তাৰ কিবা প্ৰতীকৰূপে আছে যদি জনাব।
@user-is2zc5op7c
7 ай бұрын
WhatsApp kariba 9365959427
Val lagil😊
@user-is2zc5op7c
Жыл бұрын
Dhanyavad
আমাৰ ঘৰটোৰ উওৰ পুবত লেটিন বনোৱা হল আৰু চিৰিটোত পশ্চিম ফালে প্ৰথম যোৱা হয়
Good advice
@user-is2zc5op7c
8 ай бұрын
Glad it was helpful!
ইমান ধুনীয়া কে বুজাইছে
Jai Shree Ram
Mur septic tank 2 S E direction ot ase . Kiba upai Ata dibo.
Jai shree ram🙏🙏🙏🙏
চাৰ আপোনাৰ ভিডিঅ' টো চাই ভাল লাগিল । আপোনাৰ পৰা কথা এটা জানিব বিচাৰো আমাৰ ঘৰ ৰ মূল গেট খন NW কোণত হল আৰু লেটিন বাথৰুম আৰু দমকল S.E.কোণত হল ইয়াৰ বাবে কিৱা সমাধান আছে নেকি
@user-is2zc5op7c
6 ай бұрын
WhatsApp kariba 9365959427
Thank you so much sir
@user-is2zc5op7c
5 ай бұрын
Most welcome