বেঙেনা তিল,কছ মাছৰ সৈতে,অমিতা ফুলৰ কণী দিয়া ভাজি,জাতি লাও আগৰ খাৰ, জাতি লাও দিয়া দালি

#viral #assamese #cooking #villagecooking #villagelife

Пікірлер: 55

  • @lulugogoi2558
    @lulugogoi2558

    জোকে খাব ।

  • @bijumoniray3421
    @bijumoniray3421

    Bohot bhal lagil video tu sai❤

  • @user-vj1ux5yj5b
    @user-vj1ux5yj5b

    সুন্দৰ নিজৰ বাৰী পাচলি। ভাল লাগিল।

  • @jyotigogoivlogs63
    @jyotigogoivlogs63

    বহুত ধুনিয়া ঘৰৰ হাক, মাছ ঘৰৰ বেঙেনা, বহুত ভাল লাগিল ❤

  • @MallikaShah-iw7ce
    @MallikaShah-iw7ce

    Bhal lagil recipe kaita sai thanks ❤

  • @prabinshrutikar
    @prabinshrutikar

    Bhal lagil Sai 😊

  • @runuaxomiachanalvloge5064
    @runuaxomiachanalvloge5064

    মাছৰ গোন্ধত থাকিব নোৱাৰা হৈচে কিজানি এইবিলাক মাছৰ বহুত গোন্ধ

  • @lalitas1989
    @lalitas1989

    val lagil sai

  • @travelwithabanita1858
    @travelwithabanita1858

    Val lagil sai ❤️❤️❤️

  • @bhabanideka8184
    @bhabanideka8184

    Val lagile sai.❤🎉😮😊

  • @runuaxomiachanalvloge5064
    @runuaxomiachanalvloge5064

    দালি খন বাৰু ভালে লাগিব

  • @diptirealvlogster6804
    @diptirealvlogster6804

    Bahut val lagil

  • @azifaahmed5202
    @azifaahmed5202

    DB bahut dhuna video bhal lagile ❤❤😊😊

  • @sarosfamilykitchenandvlogs
    @sarosfamilykitchenandvlogs

    Nice❤❤❤

  • @binubori
    @binubori

    ভাল লাগিল দেই ❤❤❤

  • @NITUNath-zm7qd
    @NITUNath-zm7qd

    অতি সুন্দৰ ভিদিঅ ছাই ভাল ‌লাগিল ❤❤❤❤

  • @Pompiskitchen204
    @Pompiskitchen204

    আপোনাৰ ভিডিওবোৰ বৰ ভাল লাগে❤

  • @NITUNath-zm7qd
    @NITUNath-zm7qd

    প্ৰথম কমেন প্ৰথম লাইক ❤❤❤❤❤

  • @deepaduara4496
    @deepaduara4496

    মই এই প্ৰথম চালো আপোনাৰ ভিডিও বৰ ভাল লাগিল বিশেষকৈ ঘৰৰ শাকপাচলি পৰিবেশ থলুৱা অসমীয়া খোৱাৰ মজা টো বেলেগ । মই এইবোৰ খোৱা বৰ ভাল পাওঁ । আপোনাৰ ঘৰ কত।

  • @Vlogs.by.kalpana
    @Vlogs.by.kalpana

    Val lagil new friend hoisu asha kru Beck krib

Келесі