Assam Floods 2024: মহানগৰীৰ উন্মুক্ত নলাত পৰি সন্ধানহীন হল এটি ৮ বছৰীয়া শিশু।

মৰ্মান্তিক, হৃদয়বিদাৰক। মহানগৰীৰ উন্মুক্ত নলাত পৰি সন্ধানহীন হল এটি ৮ বছৰীয়া শিশু। তেতিয়াৰে পৰা নলাই নলাই কণমানি পুত্ৰক বিচাৰি হাবাথুৰি খাইছে দুৰ্ভগীয়া পিতৃয়ে।
#assamfloods #assam #nd24assamese #nd24news #nd24live #livenews #assamesenews
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 KZread channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Пікірлер: 51

  • @debajanibaruah3105
    @debajanibaruah310516 күн бұрын

    বহুত দুখ লাগিচে ।বানত উটি যোৱা শিশুতিৰ পিতৃ মাতৃক দেখী ।এনে লাগিচে তেওক দেখী যেনিবা এখন শাসন নোহোৱা দেশত আছো নেকি।নে চৰকাৰে অতি গুৰুত্ত দি চাইচে নে জি এম চি জি এমডি গুৰুত্ত দিচে ।হায় ভগৱান যাৰ লগত হয় সেয়ে হে বুজি পায় ।কমিচনাৰ জন আৰু মেৱৰ জনৰ যি মন্তব্য শুনিলো চালে বেৰে নলগা কথা কৈ বহুত ডাঙৰ মানুহৰ পৰিচয় দি গল ।সাধাৰন জনতাৰ মুল্য নোহোৱা হৈছে নেকি ।সকলোৱে ভগৱানক বিশ্ছাশ কৰি থাকক ভালে থাকক ।চৰকাৰ বা ডাঙৰ বিষয়াৰ সহায় পাম বুলি আজিৰ দিনত নভবাই ভাল। শিশুতো কত আছে প্ৰভূই ভাল ৰাখক ।লগত পিতৃ মাতৃকো ধৈয্যধৰিব গুৰুজনাই মতি দিয়ক ।

  • @VlogA2Z

    @VlogA2Z

    16 күн бұрын

    exctly....moiu khei2 k bhabi asilu....☹️☹️

  • @KrishnaDas-hl6fv

    @KrishnaDas-hl6fv

    16 күн бұрын

    😅 এই😅😊 8:28

  • @user-tr5tx5ln6t

    @user-tr5tx5ln6t

    16 күн бұрын

    C m putak morila gompabo .

  • @user-fr3uo9mu3s

    @user-fr3uo9mu3s

    16 күн бұрын

    GMDA/Municipality Assam police Sob Veko vaona......!! Kaam nai 😢😢😢

  • @mintumoniduwarah3595
    @mintumoniduwarah359516 күн бұрын

    সৰু ল'ৰা ছোৱালীক লৈ সেয়ে মানুহে সোনকালে ঘৰলৈ যাব লাগে। ৰাস্তা বেয়া,বতৰ বেয়া, চাৰিওফালে পানী,মম' খাইছে, কি খাই এইটো কথা নহয়। সাৱধানতা হে কথা। এনে বতৰত সৰু ল'ৰা ছোৱালীক বাহিৰলৈ উলিয়াই অনাটোৱে ভুল।

  • @tilutammaborah6620
    @tilutammaborah662016 күн бұрын

    হে ভগৱান সহায় কৰা 🙏🙏🙏

  • @pranitakonwar1413
    @pranitakonwar141316 күн бұрын

    হে ভগৱান ৰক্ষা কৰা🙏

  • @srilabhattacharjee5228

    @srilabhattacharjee5228

    15 күн бұрын

    🙏🙏😢

  • @lakshmipriyadutta1091
    @lakshmipriyadutta109116 күн бұрын

    আৰু মানুহ নাই নেকি বাৰু দেউতাকে বিচাৰিব লগা হৈছে যে,,ইমান কষ্ট লৈ 😢😢😢

  • @user-fr3uo9mu3s

    @user-fr3uo9mu3s

    16 күн бұрын

    Sarthopor guwahati bakhi .......!! GMDA/Municipality SDRF/NDRF ki kom aru😢😢😢😢

  • @Biplobboro-vr4is
    @Biplobboro-vr4is16 күн бұрын

    Bohut beya lagil news 2 pai😢😢😢😢😢😢😢

  • @hiranyarajkhowa4119
    @hiranyarajkhowa411916 күн бұрын

    উন্নয়নৰ প্ৰকৃত স্বৰূপ অসম চৰকাৰ।অসমত বহুত অক্ষম আৰু অকমণ্য বিভাগৰ অন্ত নাই

  • @hiranyarajkhowa4119
    @hiranyarajkhowa411916 күн бұрын

    উন্নয়নৰ প্ৰকৃত স্বৰূপ অসম চৰকাৰ।অসমত বহুত অক্ষম আৰু অকমণ্য বিভাগৰ অন্ত নাই এতিয়া শান্তনা দিবলৈ দৌৰি আহে ৰাজনৈতিক নেতা মন্ত্ৰী। সমস্যা বোৰ সমস্যা হৈয়ে পৰি থাকে বছৰ বছৰ ধৰি

  • @MrinaliDutta-oe1mk
    @MrinaliDutta-oe1mk16 күн бұрын

    Deutak kiyo namibi dse baru bor dukh lgil

  • @user-fr3uo9mu3s

    @user-fr3uo9mu3s

    16 күн бұрын

    Kiman okhokhai kiman nirupai holehh Tenekuwa hobo parehh manuhjon ki kom aru😢😢😢😢

  • @PNKkoch
    @PNKkoch16 күн бұрын

    Ufff bhogoban rokhya kora... Mak deta k dhorjyo diya.. Bhogoban tumi j asa proman diya...

  • @Legendarygamer-qg4ks
    @Legendarygamer-qg4ks16 күн бұрын

    ❤❤❤❤❤❤❤ vogobane hohai korok

  • @dipudas1526
    @dipudas152616 күн бұрын

    Oh God.bless the family

  • @BanashreeSaikia-hy3bw
    @BanashreeSaikia-hy3bw16 күн бұрын

    Kenekua lgibo buji paisu muro 8 years lora ataey ase, vagbane sohai kork t😢😢😢😢

  • @BarmanMaina
    @BarmanMaina15 күн бұрын

    Vagban এনেকুৱা শোক কোনো পিতৃ মাতৃক নিদিয়া প্ৰভু,হৰ হৰ মহাদেৱ,জয় সত্য নাৰায়ণ প্ৰভু,বুঢ়া বাসুদেৱ,জয় মা মহাকালী,জয় শ্ৰী ৰাম জয় সিয়াৰাম জয় ৰামভক্ত মহাবীৰ বালাজি হনুমান 🙏

  • @MadhuriDevi-er3fz
    @MadhuriDevi-er3fz16 күн бұрын

    😢😢😢😢

  • @Horon662
    @Horon66215 күн бұрын

    দেউতাকৰ লগত লগ দিবলৈ কোনো এজন মানুহ নোলাল নে ? অকলে বিচাৰি আছে ঐ ,বৰ দুখৰ বিষয়।😢

  • @JuriSaikia-fj4px
    @JuriSaikia-fj4px16 күн бұрын

    😮

  • @dipankarphukan8432
    @dipankarphukan843215 күн бұрын

    ভগবান ৰক্ষা কৰা

  • @madhuridey115
    @madhuridey11513 күн бұрын

    The boy is found 😢😢 but he is dead 😢

  • @GojenSonowal-ep3wi
    @GojenSonowal-ep3wi14 күн бұрын

    Ha vogoban

  • @priyankamitra376
    @priyankamitra37616 күн бұрын

    😢😢😢

  • @aishamainiyoutubechannel
    @aishamainiyoutubechannel16 күн бұрын

    😢

  • @sakurali8260
    @sakurali826016 күн бұрын

    Oh ! Very sad news.

  • @anugogoi3418
    @anugogoi341816 күн бұрын

    😭😭😭

  • @laugh99.
    @laugh99.13 күн бұрын

    😭😭😭😭😭

  • @bindasrimpi5504
    @bindasrimpi550416 күн бұрын

    হে কৃষ্ণ

  • @mainaloying934
    @mainaloying93415 күн бұрын

    Moribole aru ki ki jega baki ase😢nijor lora sualik nijr bukute herabo logia hoise

  • @TonmoyGogoi-ik7ks
    @TonmoyGogoi-ik7ks16 күн бұрын

    Why are you not changed your political leader! !!!??????

  • @gominmuchahary3901
    @gominmuchahary390116 күн бұрын

    This is for drainage and inflation problem.

  • @JuriSaharia
    @JuriSaharia15 күн бұрын

    ধিক্কাৰ এই চৰকাৰ !!

  • @jayashreesaikia7628
    @jayashreesaikia762815 күн бұрын

    Soku pani ulai gl🥺🥺😔vgbn hohai kri diya

  • @mr.hussain6422
    @mr.hussain642216 күн бұрын

    চকু পানী ওলাই গল 😢😢😢😢

  • @PujaLaskar-iz9le
    @PujaLaskar-iz9le16 күн бұрын

    Government e ki sai ase😢😢😢

  • @ManikBarman-sr8es
    @ManikBarman-sr8es16 күн бұрын

    Manuhr jibont kiman khat potikhat ahe xosa Aya ki

  • @user-jq1if9xx6g
    @user-jq1if9xx6g16 күн бұрын

    😢😢😢😢 kobola bhakha nai

  • @Yungprimex
    @Yungprimex16 күн бұрын

    Someone help him to find his son

  • @dhirajdas-vb8de
    @dhirajdas-vb8de16 күн бұрын

    😭

  • @SanjoyDeka-hv6en
    @SanjoyDeka-hv6en16 күн бұрын

    Dukh loga

  • @MinaBarman-yq3dx
    @MinaBarman-yq3dx16 күн бұрын

    বৰ দুখ লাগিল সোনকালেই ব্যৱস্থা কৰিব লাগিছিল তেওঁলোকে জানে পুত্ৰ শোক কি লোকে কি বুজিব

  • @user-tr5tx5ln6t
    @user-tr5tx5ln6t16 күн бұрын

    Minister potak morila giyan aaha jodi.

  • @diyaanbora
    @diyaanbora16 күн бұрын

    Shr jnir km nai

  • @user-jy7dj1ne3i
    @user-jy7dj1ne3i16 күн бұрын

    হেই কাৰনে মাকে নিজৰ লৰা বা ছোৱালী কাৰ লগত এৰিব নালাগে লাগিলে বাপেক নহক কিয়

  • @aishamainiyoutubechannel
    @aishamainiyoutubechannel16 күн бұрын

    😢

  • @NilutpalDowari-sf7pk
    @NilutpalDowari-sf7pk15 күн бұрын

    😢😢😢😢

Келесі