Assam Child Singer Anurag Kalita EXCLUSIVE At ND24
📌 লোকসংগীতৰ চৰ্চাত এটি কণমানি
📌 বাছকবনীয়া পুৰণি গীতত কণ্ঠ নিগৰাইছে কণমানিটোৱে
📌 গুৱাহাটীৰ অনুৰাগ কলিতা আজিৰ অতিথি
📌 এঞ্জেলা চাংমাইৰ সৈতে ‘কথন-বীক্ষণ’
#assam #folk #folksong #folkmusic #folkmusicassam #assamesesinger #assamesesong #anuragkalita #childsinger
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 KZread channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐊𝐨𝐨: www.kooapp.com/profile/nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐓𝐀𝐋𝐊 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
Пікірлер: 157
বহুত বহুত সুন্দৰ কণ্ঠ। বহুতেই ভাল লাগিল গীতবোৰ শুনি।অনুৰাগৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
অনুৰাগ মোৰ কলিজা তোমাক প্ৰশংসা কৰিবলৈ মোৰ ভাষাই নাই, অতি সুন্দৰ অতি সুন্দৰ। ভগৱানে তোমাক দীৰ্ঘায়ু কৰক।❤❤❤❤❤❤❤❤❤
বহুত সুন্দৰ হৈছে অনুৰাগ আগবাঢ়ি যোৱা । ৰুবী বৰা পাটোৱাৰী(
বহুত বহুত ভাল লাগিল অনুৰাগ কলিতা আগলৈ আগুৱাই যোৱা ভগৱানে মঙ্গল কৰক ❤❤❤❤
Bhut dhuniya anchoring n lora jonr ujjol vobit kamona korisu
বহোত ভাল লাগিল আৰু আগবাৰি যোৱা। ভগৱানে আশিবাদ কৰক
Bohut bohut xuvokamona jonaloo. Tumar anchoring bohut unique and ultimate voice hoi. Anurag, Go ahead way to your journey of music. All the best wishes.❤
@UshaMoniRajbongshi
4 ай бұрын
¹
@tejaswinipatar9549
3 ай бұрын
❤❤😊😅😅😅😊😅@@UshaMoniRajbongshi😊😅
@ChidaBarman
2 ай бұрын
🎉1a😂
@pranitabarman483
2 ай бұрын
সুন্দৰ কণ্ঠ ।তোমাৰ উজ্জ্বল ভবিষ্যতৰ কামনা কৰিলোঁ ।
@fotikkoch6143
Ай бұрын
@@UshaMoniRajbongshiqqqqqqql
বৰ সুন্দৰ অনুপল আগবাঢ়ি যোৱা ।
অতি সুন্দৰ পৰিবেশন! উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলো।শুভেচ্ছা থাকিল!!
সুন্দৰ কণ্ঠ বাবাটো। আগবাঢ়ি যোৱা।
সুন্দৰ কণ্ঠ, তুমি আগুৱাই যোৱা ।
আচৰিত কণ্ঠ । অনুৰাগ--? মোৰ আশীর্বাদ থাকিল ।
বহুত ভাল লাগিল ,উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ❤️❤️
বহুত ভাল লাগিছে। বাবা তুমি আগুৱাই যোৱা আৰু ভাল হব তোমাৰ ভৱিষ্যত তাৰেই কামনা কৰিছোঁ ।
শিশু তিৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলোঁ লগতে আপোনা লোক কো ধন্যবাদ
সুন্দৰ বাবা। God bless you.
Sweet voice sweet song. Go ahead Baba Anurag.
বৰ ভাল লাগিল। ভৱিষ্যত জীৱন ভাল হওক।
অতি সুন্দৰ ❤
Nice Anchor...
বহুত বহুত ধন্যবাদ অনুৰাগ
বহুত বহুত ধন্যবাদ । আগবাঢ়ি যোৱা থমকি নৰবা।❤❤❤
অতি সুন্দৰ কণ্ঠ, তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো।
Sweet voice....Go ahead baba....
অতি সুন্দৰ পৰিবেশন। অনুৰাগৰ সুন্দৰ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। অনুৰাগ অনাগত দিনত অসমৰ সংগীত জগতত এক উজ্বল নক্ষত্ৰ হৈ জিলিকি উঠক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো। অনুৰাগ আৰু পিতৃ সহ পৰিয়ালৰ সকলোৰে মঙগল কামনা কৰিলো।
ভগবানৰ। মঙগল। কৰক ধন্যবাদ ্
Nice to song video... May god bless you in a long time thanks for🌹🌹
সুন্দৰ ❤
সুন্দৰ কণ্ঠ , তুমি ভৱিষ্যত উজ্জ্বল হৈ উঠিবা
@prafulladas6624
3 ай бұрын
😮😮
সুন্দৰ কণ্ঠ আৰু আগুৱাই যোৱা❤❤❤
অতি সুন্দৰ কন্ঠ। সাধনাৰে আগুৱাই যাওঁক।
অতি সুন্দৰ
সুন্দৰ কন্ঠ আগুৱাই যোৱা
বৰ সুন্দৰ অনুৰাগ আগবাঢ়ি যোৱা
উচ্চাৰণ ৰ ক্ষেত্ৰত অলপ গুৰুত্ব এতিয়াৰ পৰাই দিবা বেটা,,,,,গুৰুৰ ব্ৰক্ষ্মা গুৰুৰ বিষ্ণু নহয়,,,,,গুৰু ব্ৰক্ষ্মা,,গুৰু বিষ্ণু,,,,, উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ,,
ভাল লাগিলে। ভগৱানে তোমাক কুশলে ৰাখক
❤❤❤❤ সুন্দৰ কণ্ঠ নিগৰাইছে অনুৰাগ তুমি আগবাঢ়ি যোৱা উজ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ
তোমালৈ আশীৰ্বাদ সুন্দৰ কণ্ঠ
Very good. Best wishes for a bright future.
Superhit song
God bless you.
কি সুমধুৰ কন্ঠ। মন ভৰি গল ।আগুৱাই যোৱা
আগ বাঢ়ি যোৱা বোপাই
শুভেচ্ছা জনালোঁ।
Nice very very nice please go ahead like this God bless you. I m from gahpur niswaarth.
Very very nice mur jantu.tumak diboloi ai avagir akuyai nai Asse mathu akhir.live long.god be with you.thanks your perent.
Sweet voice Dr brother n God bless u aneke aguwai joa 💕💕💕💕💕💕
god bless you anurag. bohut aguai jua tarei kamona korilu
God bless you
God bless you you are excellent
পুলক বেনাৰ্জী দেৱৰ গানটোৰ এজাক শব্দটো যেতিয়া গোৱা তেতিয়া বুকুখনত কপনি উঠি যায়। আগবাঢ়ি যোৱা।
ভাল লাগিল
Very lovely boy❤❤❤
ভবিষ্যৎ উৰ্জল কামনা কৰিলো।
Bohut vl lagil vaiti.. Agolioi vl hok aru
Really good ❤❤❤
Bright future. Namaskar to both father and son also to mother. Proceeds further.
WOW. Bohut bohut xuvokamona jonaloo anurag tumak.Very nice singing and uninic voice. God bless to you. Always be positive and happiness. Heart touching performance. All the best wishes to you.
Nice
ANURAG GOD BLESS YOU , YOU WILL BE A DIMOND OF ASSAM .
সুন্দৰ কণ্ঠ
Nice may God bless you agauai jua❤❤
পুৰণি।গীতবোৰ।বোৰ।মুল্যবাবান।
Anurag your voice is so sweet goahed
@user-vy3zk2wg6p
4 ай бұрын
❤❤
God bless u
Best of luck
Sundar kantha.Aashirwad thakil.Aagbarhi jua.
অতি সুন্দৰ 🥰 আৰু আগবাঢ়ি যোৱা।
Anjela ..Aaponar Chennel mor bahut val lage ...fine sweet ..thank you
God may bless you with thanks !
Sweets song
অতি সুন্দৰ কণ্ঠ তোমাৰ উজ্বল ভবিষ্যত কামনা কৰিলোঁ।
Oti sundar lagi se. Good bless you. ❤❤❤
Bor sundor mat ❤❤❤
Bahut Val lagise.God bless you and lot of love.
@bindakonch3330
Ай бұрын
Bahut val lagise god bless you and lot of❤❤❤❤❤❤❤
Mojja
Bohut val .
তোমাৰ বিয়া নাম শুনি বহুত বহুত ভাল লাগিছে ম ই বিয়ানাম বহুত ভাল পাও
❤❤❤❤
অতি সুন্দৰ অনুৰাগ। আগুৱাই যোৱা।
Prospect of anurag kalita is certainly ahead
Very nice
Congratulation god bless you
God bless you anurag .
Sumadhura kantha huvessa thakil. Aguwai juwa
Congratulation anurag
সুন্দৰ। আগুৱাই যোৱা❤❤❤
Anjela mam apuner anusthan bur sai bor val lage...
Congratulation anurag.
Bor xundor gaisa babu 👌🥰
Owau vari vari naish
Ki buli kom outstanding performance ❤❤❤❤❤
❤
🎉❤❤❤❤❤❤Nice
Long Live Anurag ,
❤❤very❤nice❤❤❤❤❤❤❤❤❤❤❤❤
very good voice.keep it up.
Nice❤❤❤
Good bless you.
বঢ়িয়া ৷