অসমৰ বান সমস্যাক লোকসভাত কিদৰে উত্থাপন কৰিব ৰাহুল গান্ধীয়ে?

অসমত চলিত বান বিভীষিকাৰ ছবি। ৬০ জনতকৈও অধিক লোকৰ মৃত্যু। ৫৩ হাজাৰ লোক আশ্ৰয়হীন। ২৪ লাখ লোক ক্ষতিগ্রস্ত। ৰাহুল গান্ধীক তথ্য দিছে APCCয়ে। ৰাহুল গান্ধীৰ আক্ৰমণৰ লক্ষ্য দিল্লী, দিছপুৰ। ‘বানমুক্ত অসম’ আছিল বিজেপিৰ শ্ল’গান। অসমৰ বান সমস্যা লোকসভাত উত্থাপন কৰাৰ আহ্বান। আহি আছে সংসদৰ বাজেট অধিৱেশন। অসমৰ বান সমস্যা লোকসভাত কেনেদৰে উত্থাপন কৰিব ৰাহুল গান্ধীয়ে? ৰাহুল গান্ধীৰ মন্তব্যক ৰজাঘৰে গুৰুত্ব দিবনে?।
#PratidinTime #RahulGandhi #AssamFlood

Пікірлер: 19

  • @bakulboruah2026
    @bakulboruah202613 күн бұрын

    RG will be the PM of India in 29. GG will be the CM of Assam in 26.

  • @bishaldas3964
    @bishaldas396413 күн бұрын

    Bjp hataoo Desh bachao 🙏🏻🇮🇳

  • @kinaramdas5198
    @kinaramdas519812 күн бұрын

    হিন্দু হিন্দু বুলি চিঞৰি থকা অসমীয়াক কৈছো বানপানীত অসম জনসাধাৰন কক বকাই থকা অৱস্থাত দেশৰ প্ৰধান মন্ত্ৰী বিদেশ ভ্ৰমন কৰিবলৈ গৈছে আৰু মুখ্যমন্ত্ৰী কৈছে অসমৰ বানপানী সমসা ৰাস্ত্ৰীয় সমসা ঘোষনা কৰিলে বিদেশৰ পৰা মানুহ অসমলৈ নাহিব এই কথা বিলাক এবাৰ চিন্তা কৰি চাই ক'বলৈ শিকক।

  • @tamjidahmed5119
    @tamjidahmed511912 күн бұрын

    অসমৰ বান সমস্যা কেন্দ্ৰত আকৌ খীৰতী গাই।

  • @pallabisaikia6134
    @pallabisaikia613413 күн бұрын

    Assam huwa banpani sabloi ahibo kok. Teriya he janim assamor poti tau hosa morom ase buli janim.

  • @Kamalkamal-jj7xz
    @Kamalkamal-jj7xz13 күн бұрын

    ৰাহুল গান্ধীয়ে অসমৰ ছিলচৰলৈ আহি কংগ্ৰেছীয়ে দিয়া অসমৰ গামোছা নললে .. ব্ৰহ্মপুত্ৰ উপত্যকা আহি বানপীড়িতৰ বুজ নললে অকল মণিপুৰৰ আশ্ৰয় শিবিৰতহে বুজ ললে... কংগ্ৰেছীয়ে ঢোলপিটি আছে যে ৰাহুলে অসমৰ বানপীড়িত বুজ লবলৈ আহিছে... চব ভেকোঁ ভাওঁনা !

  • @SwBira

    @SwBira

    13 күн бұрын

    Atiya loise xamay nathakibo pare

  • @ajitrabha6646
    @ajitrabha664613 күн бұрын

    Saba ahisy

  • @probirsharma3703
    @probirsharma370313 күн бұрын

    Asam vasi aur Rahul Baba gaya hai ab Asam ko America banaega notice ko Dubai😅😅 Itna Dinon Ke Jab tak karne ke😅😅

  • @dhurbakumarnath2927
    @dhurbakumarnath292712 күн бұрын

    Rahulgànbhizindàbad

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh10 күн бұрын

    Rahul Gandhi ji Sarkar congratulations 👏👏

  • @bituponborh521
    @bituponborh52113 күн бұрын

    Rahul Gandhi 😂😂😂😂😂😂

  • @Jeherul-uy6mx
    @Jeherul-uy6mx12 күн бұрын

    🖐️🖐️🖐️

  • @SADAGARMILI
    @SADAGARMILI4 күн бұрын

    🙏🙏🙏💐💐💐🤚🤚🤚🤚✊✊✊✊✊✊😭😭😭😭✔️

  • @Jeherul-uy6mx
    @Jeherul-uy6mx12 күн бұрын

    🇮🇳🇮🇳🇮🇳🖐️🖐️🖐️

  • @izharulhoquebora8251
    @izharulhoquebora82515 күн бұрын

    Bjp hatao

  • @manashhira7222
    @manashhira722212 күн бұрын

    কেল্লা গোটেই ভাৰতৰ হিন্দুক অপমান কাৰা এইটোক দেখিলে কিবা কিবি লাগে 😑 ! গান্দী পৰিয়ালে কেতিয়াওঁ হিন্দু হৈ সদনত মাত মতা দেখা নাই ! গতিকে এই বিষাক্ত বিলাকৰ পৰা হিন্দু সকল বাছি থকা ভাল ! ইহতে ক্ষমতা নথকা অৱস্থাত হিন্দু সকলকৰ ভগৱানক ইমান অপমান কৰিলে গোটেই পৃথিৱী আগত ! ক্ষমতা দখল কৰিলে হিন্দু বুলি কব যে পাৰিম সেয়েই শব্দটো বন্ধ কৰিদিব ! ইন্দিৰা গান্দী যি দৰে আপটকাল লগাই ভাৰত মানুহৰ মানৱ অধিকাৰ শেষ কৰিব বিছাৰিছিল থিক একে কৰিব ! হিন্দু সকল সজাগ হব হল !

  • @ShamimHussain-ii7xs

    @ShamimHussain-ii7xs

    6 күн бұрын

    প্ৰমত কথা,তই এটা অ' হিন্দু আৰু অন্ধ ভক্ত।তোৰ নিচিনা কিছুমানৰ কাৰণে! আজি আমাৰ, এই ভাৰতবৰ্ষ খনত ধৰ্মক লৈ ভেদা ভেদ আৰু বিবাদ হৈছে,, আচলতে এনে তই

Келесі