Chandrajit Moran Gayan Bayan

Chandrajit Moran Gayan Bayan

Пікірлер

  • @bhakatibhandar6780
    @bhakatibhandar6780Күн бұрын

    অপূৰ্ব দৃশ্য ৷ দৃষ্টিনন্দন ৷ এই শৰণৰ দৃশ্যৰ গৰিমাৰ শুভকামনাৰে শত কোটি সেৱা জনালোঁ ৷

  • @bhakatibhandar6780
    @bhakatibhandar678014 күн бұрын

    সুন্দৰ দেখিছোঁ ৷

  • @Culture.1assam
    @Culture.1assam15 күн бұрын

    Krishna 🙏🙏 bondhu holu deii apuniu back koribo buli akha rakhelu ❤

  • @rajudutta6401
    @rajudutta640128 күн бұрын

    মায়ামৰা সত্ৰৰ নিতী নিয়মবিলাক প্ৰচাৰ কৰাৰ বাবে ধন্যবাদ ।

  • @mrmadhab-xv7dx
    @mrmadhab-xv7dxАй бұрын

    🙏🙏🙏🙏

  • @lambsawardas-bg5gs
    @lambsawardas-bg5gsАй бұрын

    Bor hoba dore vakta baisnob hoise bahut val lagise mitokor jibo atmai hotgoti lav houk krishna

  • @lambsawardas-bg5gs
    @lambsawardas-bg5gsАй бұрын

    Amar mayamora homajor hundar podokhep joy guru anirudha deb krishna

  • @lambsawardas-bg5gs
    @lambsawardas-bg5gsАй бұрын

    Birat hundar poribekhon krishna

  • @junmonimoran7821
    @junmonimoran7821Ай бұрын

    Amar lagot nimile pai

  • @rajudutta6401
    @rajudutta6401Ай бұрын

    সুন্দৰ পৰিবেশন । ৰাম ৰাম ৰাম মহাপুৰুষত শৰণ । সেৱা এভাগ ‌জনালো ।

  • @ChandrajitMoran
    @ChandrajitMoranАй бұрын

    ধন্যবাদ

  • @lambsawardas-bg5gs
    @lambsawardas-bg5gsАй бұрын

    Birat hundar hoise krisshna

  • @ChandrajitMoran
    @ChandrajitMoranАй бұрын

    ধন্যবাদ

  • @lambsawardas-bg5gs
    @lambsawardas-bg5gsАй бұрын

    Oti hundar poribekhon krishna

  • @ChandrajitMoran
    @ChandrajitMoranАй бұрын

    ধন্যবাদ

  • @lambsawardas-bg5gs
    @lambsawardas-bg5gsАй бұрын

    Birat hundar lagil krishna

  • @rajudutta6401
    @rajudutta6401Ай бұрын

    ৰাম ৰাম ৰাম মহাপুৰুষত শৰণ । সেৱা এভাগ ‌জনালো । মিৰিপথাৰৰ গায়ন জোৰাৰ পৰিবেশন অতি সুন্দৰ । কেতিয়াবা সাস্ত্ৰ পাঠৰ ভিডিঅ' দিবচোন ।

  • @ChandrajitMoran
    @ChandrajitMoranАй бұрын

    ধন্যবাদ নিশ্চয় চেষ্টা কৰিম আপোনালৈ ভিডিঅতো পলাবলৈ।

  • @bhabenbonia9454
    @bhabenbonia9454Ай бұрын

    আপোনালোকৰ তিলানিত প্ৰসাদ খাইনে কি 😂.

  • @rajudutta6401
    @rajudutta6401Ай бұрын

    হয় ‌খাই । কিয়নো আমাৰ সমাজত প্ৰথমে কেইজনমান জেষ্ঠ ভক্ত আহি তিলনীৰ চুৱা ভাঙি লয় । তাৰ পিছত তাত ভাগৱতৰ শ্ৰৱণ কীৰ্তন অনুষ্ঠিত হয় । সেই বাবেই তিলনীৰ প্ৰসাদ খাব পাৰি ।

  • @bhabenbonia9454
    @bhabenbonia9454Ай бұрын

    বৰ সুন্দৰ হৈছে ।

  • @ChandrajitMoran
    @ChandrajitMoranАй бұрын

    ধন্যবাদ

  • @user-by9mu5wg7b
    @user-by9mu5wg7bАй бұрын

    Jay Aniruddha guru

  • @rajudutta6401
    @rajudutta6401Ай бұрын

    ন শিকাৰু সকলক শুভেচ্ছা জ্ঞাপন কৰিছো । ধুনীয়া হৈছে ।আগ বাঢ়ি যোৱা ।

  • @rajudutta6401
    @rajudutta6401Ай бұрын

    ৰাম ৰাম ৰাম মহাপুৰুষত শৰণ । সেৱা এভাগ ‌জনালো ।

  • @rajudutta6401
    @rajudutta6401Ай бұрын

    বৰ ভাল লাগিছে দেই ।

  • @rajudutta6401
    @rajudutta6401Ай бұрын

    বৰ সুন্দৰ পৰিবেশন । সেৱা এভাগ ‌জনালো

  • @rajudutta6401
    @rajudutta6401Ай бұрын

    মিৰিপথাৰৰ গায়ন যোৰা সচাই ভাল লাগে । সেৱা এভাগ ‌জনালো ।

  • @rajudutta6401
    @rajudutta6401Ай бұрын

    বৰ ভাল লাগিছে । সেৱা এভাগ ‌জনালো ।

  • @rajudutta6401
    @rajudutta6401Ай бұрын

    বহুত ভাল ‌লাগিল । সেৱা জনাইছো ।

  • @arunborah85
    @arunborah85Ай бұрын

    Joi Aniruddha Iswar

  • @rajudutta6401
    @rajudutta6401Ай бұрын

    বৰ সুন্দৰ পৰিবেশন । সেৱা এভাগ ‌জনালো ।

  • @lachitdas9901
    @lachitdas99012 ай бұрын

    😘

  • @purnamazumdar5274
    @purnamazumdar52742 ай бұрын

    Good chadrajit

  • @user-fq6jo7me3u
    @user-fq6jo7me3u3 ай бұрын

    Bain jon tal khun boja bo nai jona..val k hiki agt jabo loi lage na janele past thakile ou hoi

  • @user-uu7wt3hb8m
    @user-uu7wt3hb8m4 ай бұрын

    Dekhi Bhal Lagile😊❤

  • @pallabikagohain5720
    @pallabikagohain57205 ай бұрын

    Krishna 🙏 Apuni Ratipuwa Get Koilan Jonar Paribahan or Video Debo Suan 🙏 Krishna 🙏

  • @pallabikagohain5720
    @pallabikagohain57205 ай бұрын

    Madhbar Param Mangal Get Jonar Bor Hundar Poribakhon 🙏 Krishna 🙏 Krishna 🙏 Krishna 🙏

  • @pallabikagohain5720
    @pallabikagohain57205 ай бұрын

    Krishna Bar Hundar Poribakhon 🙏🙏🙏 Krishna 🙏🙏🙏

  • @lambsawardas-bg5gs
    @lambsawardas-bg5gs5 ай бұрын

    Birat hundar hoise

  • @pallabikagohain5720
    @pallabikagohain57205 ай бұрын

    🙏🙏🙏

  • @pallabikagohain5720
    @pallabikagohain57205 ай бұрын

    🙏🙏🙏

  • @indeswarmoranvlogs9098
    @indeswarmoranvlogs90985 ай бұрын

    চাই ভাল লাগিল । গীত জন ধূপালি হয় জানো ! আমাৰ ফালে ধূপালি গীত জন দহাত নধৰে। আৰু গায়ন বায়নৰ সাজপোছাক পৰিধান কৰা নাই যে।

  • @rajudutta6401
    @rajudutta6401Ай бұрын

    আমাৰ ফালে গাঁৱৰ সৰু ‌সুৰা সবাহত এই সাজতো চলে ।

  • @pallabikagohain5720
    @pallabikagohain57205 ай бұрын

    Val Lagise ❤️ Apunar Mahan Prosastai Maya Mara Geet U Gayon Baiyon Or Harbatmak Prakash Karat Hohai Koribo ♥️ Krishna 🙏 Krishna 🙏

  • @pallabikagohain5720
    @pallabikagohain57206 ай бұрын

    Hundar Poribakhon 🙏 Krishna 🙏 Krishna 🙏

  • @pallabikagohain5720
    @pallabikagohain57206 ай бұрын

    Val Lagise Dai ❤️ Krishna 🙏 Krishna 🙏

  • @GOUTAMGOHAIN-bq7qq
    @GOUTAMGOHAIN-bq7qq6 ай бұрын

    ভাল লাগিল কিত্নু নতুন সকলৰ বাবে তলত পদটি লিখি দিব

  • @mousom-nd9rn
    @mousom-nd9rn6 ай бұрын

    সুন্দৰ হৈছে।ভৱিষ্যতলৈও আৰু ভাল হওঁক তাৰে কামনা কৰিলোঁ।

  • @pallabikagohain5720
    @pallabikagohain57206 ай бұрын

    Bor dhuniya hoise, Val Lagil 🙏 Maiya Mora Boishnab Habar Saron Pankoja Huwa Nibadisu 🙏 Krishna 🙏 Krishna 🙏

  • @pallabikagohain5720
    @pallabikagohain57206 ай бұрын

    Hari Naam Hari Naam Hari Gati 🙏Hari Naam Bhoka tor Kabal Bhokoti 🙏Hari Naam Or Usango Kirtonat Nimojjito Boishnab Habar Saron Pankoja Huwa Nibadisu 🙏 Krishna 🙏 Krishna 🙏

  • @mousom-nd9rn
    @mousom-nd9rn6 ай бұрын

    সুন্দৰ । ভাল লাগিল শ্ৰীগৌৰী পদ জনৰ জাত মাত শুনি। ভৱিষ্যতৰ দিনত আৰু যাতে ভাল হয় তাকে কামনা কৰিলোঁ। 🙏🙏কৃষ্ণ কৃষ্ণ 🙏🙏 হৰি নামত সকলো ব্যাকুল হৈ পৰিছে ।

  • @ChandrajitMoran
    @ChandrajitMoran6 ай бұрын

    ধন্যবাদ

  • @mridusmitadas4657
    @mridusmitadas46576 ай бұрын

    Nice

  • @anandidutta7331
    @anandidutta73316 ай бұрын

    কোন জনা গীত প্ৰদশ্’ন কৰিছে উল্লেখ কৰিব লাগে ৷

  • @ChandrajitMoran
    @ChandrajitMoran6 ай бұрын

    ধূপালি ২ পদিয়া জন দতা

  • @pallabikagohain5720
    @pallabikagohain57206 ай бұрын

    Very nice Show 🙏 🙏🙏

  • @jitumoran7634
    @jitumoran76346 ай бұрын

  • @lambsawardas-bg5gs
    @lambsawardas-bg5gs6 ай бұрын

    Birat hundor gayon bayon poribekhon val lagise

  • @senubaruah3401
    @senubaruah34016 ай бұрын

    ধন্যবাদ