Assamese Melody.....

Assamese Melody.....

সংগীত মানৱ জীৱনৰ সঞ্জীৱনী শক্তি স্বৰূপ। সংগীতৰ মধুৰতাই জীৱনটো জীয়াই থকাৰ প্ৰেৰণা দিয়ে, শক্তিৰ সঞ্চাৰ কৰে। বিদ্ধানজনে সংগীত ভাল নোপোৱা ব্যক্তিক অসুৰ বা পিশাচৰ লগত তুলনা কৰিছে। আমি মানৱ জাতীয়ে সংগীতৰ পৰা আঁতৰি কোনো কৰ্মতে সফল হ'ব নোৱৰো। ময়ো সংগীত আৰু প্ৰকৃতিৰ যিকোনো ৰূপেই ভাল পাওঁ। সংগীতৰ অবিহনে মই কোনো কথাই ভাৱিব নোৱাৰোঁ।প্ৰকৃতি আৰু সংগীতৰ ধুনীয়াখিনিত নিজকে হেৰুৱাই দিবলৈ মই ভাল পাওঁ।
মোৰ ভাল লগা, মই গুণগুণাই থকা কিছু গীত আপোনালোককো শুনিবৰ বাবে গীতৰ থোপা হিচাপে আগবঢ়াই দিছোঁ। শুনি চাবচোন। ভালপালে like কৰি দিব। comment ও কৰিব। মোৰ ভাল লাগিব। নতুন ভাল লগা কাম কৰিবলৈ উৎসাহিত হ'ম। লগতে কিন্তু channel টোও subscribe কৰিবলৈ নাপাহৰিব দেই।
ধন্যৱাদ।

Пікірлер

  • @DharmeshwarBokalial
    @DharmeshwarBokalial6 сағат бұрын

    Good program

  • @digantaborah724
    @digantaborah7243 күн бұрын

    🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @JadabBhorali
    @JadabBhorali5 күн бұрын

    Krishna krishna krishna

  • @ratandas7390
    @ratandas73905 күн бұрын

    আপনার নাম অনেক শুনেছি কিন্তু গান শুনছি এই প্রথম। দারুন সুরেলা আপনার কন্ঠ! আপনার গান হৃদয়কে ছুঁয়ে যায়। অসাধারণ পরিবেশন।

  • @pronoblifestyle2542
    @pronoblifestyle254210 сағат бұрын

    000😊

  • @tileswaryein1295
    @tileswaryein12957 күн бұрын

    এই গীতফাঁকী ৮৫- ৮৬ চনত খুউৱ হেপাহ পলোৱাই গাইছিলো। গীততি শুনা পাই সঁচাই নাহৰ গছজোপাক চাই ফুৰিছিলো। মোৰ বাবে একেবাৰে প্ৰীয় গীত ❤️❤️। পৰা তিলেশ্বৰ য়েইন শিঃ-দিচাংমুখ।

  • @tileswaryein1295
    @tileswaryein12957 күн бұрын

    শিল্পী গৰাকী দেখা নাছিলো। দেখিবলৈ পাই ভাল লাগিল। লগতে গীতবোৰ সজীৱ হৈ থাকক। 🙏🙏🙏🙏।

  • @tileswaryein1295
    @tileswaryein12957 күн бұрын

    অতীতবোৰ যেন নষ্টালজী হৈ পৰিছিল। এনেদৰে প্ৰচাৰ থাকিব।🎉।

  • @renumaiboruah6787
    @renumaiboruah678721 күн бұрын

    Krishna krishna

  • @suchitraprasadbharali2406
    @suchitraprasadbharali240622 күн бұрын

    কৃষ্ণ

  • @user-ik1ie3xe3l
    @user-ik1ie3xe3l22 күн бұрын

    এইবোৰ গীত শুনিলে মোৰ শৈশৱৰ দিনবোৰৰ লৈ মনত পৰে

  • @brojenkhargharia15
    @brojenkhargharia1523 күн бұрын

    Bohut val lagesa god bless you

  • @gayaraniboro5681
    @gayaraniboro568124 күн бұрын

    ❤nice

  • @hemantamahanta9565
    @hemantamahanta956524 күн бұрын

    Krishna 🎉

  • @user-km7ty6rg3e
    @user-km7ty6rg3e25 күн бұрын

    Baidew apunar gan huni vl paow .gaboloi try koi asu .parim sag.moy BBh.

  • @putulchangmai9012
    @putulchangmai901229 күн бұрын

    Very nice

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7r29 күн бұрын

    Old is gold.hira kimat things .Purani gitbort imagei beleg.Doli ghosar git bor suni val lage❤❤❤❤❤❤

  • @madhurekhaborpatro2549
    @madhurekhaborpatro254929 күн бұрын

    ❤❤❤❤

  • @ramen3690
    @ramen3690Ай бұрын

    gutai din resturants bohi gaan bur huni thaku eman vall lage . homoi boor kanekoi paar hoi gomai napaw,

  • @mrinalkumarsaikia9351
    @mrinalkumarsaikia9351Ай бұрын

    Old is GOLD❤❤❤

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7rАй бұрын

    Ha krishna namasrute🎉🎉 nama stute 🎉nama ha🎉🎉🎉

  • @atulbarthakur7395
    @atulbarthakur7395Ай бұрын

    Very nice

  • @AyanavSarma
    @AyanavSarmaАй бұрын

    Suni thakile suni thakibar man Amani nalage

  • @bipinneog-jq8zy
    @bipinneog-jq8zyАй бұрын

    সুন্দৰ পৰিবেশন

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7rАй бұрын

    Good morning to all through borgits🎉🎉🎉🎉🎉🎉🎉🎉🎉

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7rАй бұрын

    Mohapurus Songkar deb's Borgit is the biggest song in assamm

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7rАй бұрын

    Krishna aponakpsrewa jonaiso 🎉🎉om nomoho krishnaye nomoho🎉🎉

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7rАй бұрын

    old songs are very sweet hearing again hearing🎉🎉🎉.

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7rАй бұрын

    old songs are different image

  • @chowthikolongkeng4189
    @chowthikolongkeng4189Ай бұрын

    Dhuniya

  • @PrbinChutia
    @PrbinChutiaАй бұрын

    ইমান সুন্দৰ, শ্ৰুতি মধুৰ আৰু চিৰ সেউজ গীত, শুনিলে হেপাহেই নপলাই। অসমৰ এটি বিখ্যাত পৰিয়ালৰ বোৱাৰী, মাননীয়া ডলি ঘোষ বাইদেউৰ অসমীয়া সংগীত জগতলৈ অনন্য অৱদান। ভাবিলে আচৰিত লাগে। এনেবোৰ অৱদানে বাইদেউক আসমী আইৰ বোকোত চিৰস্মৰণীয় কৰি ৰাখিব। ফটোত বাইদেউৰ বিষাদ ভৰা মূখ,খনি দেখিলে, অন্তৰখন বিষায় যায়, হাহাকাৰ কৰি উঠে। এইয়া হয়তো বাইদেউৰ অসম্পূৰ্ণ দাম্পত্য জীৱনৰ বেদনাও হব পাৰে। বাইদেউ আপুনি য'তেই আছে সুখত থাকক, শান্তিত থাকক তাকে কামনা কৰি প্ৰাভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছো। ধন্যবাদ।

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7rАй бұрын

    Sri sangkar devraa abihane assamiya jatito assitt bihin Aponak pari Ari nomoskar....🎉

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7rАй бұрын

    Iam hearing these songs very much best .compíyer another songs❤❤🎉🎉

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7rАй бұрын

    Gharuwa Kam bon ario Bargit suniso .mon pran jipal kari palaise joy sri krishna❤❤

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7rАй бұрын

    Assamiya bhakhar janma data aponak saday suorso

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7rАй бұрын

    Mahapurukh janai Assam basir babe emanbor abodane di Thai gaise so assamiyai siro din Rini hai thakib🎉

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7rАй бұрын

    Joy joy sri songkar dev ap0nak sat koutibar pronam

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7rАй бұрын

    How much sweet Bargit is!

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7rАй бұрын

    Bargitat Amiya sure mant santi diye bahut bhal lagil❤

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7rАй бұрын

    Sonkar Madhabr amor sristi Amar hai thakk🎉 joy Hori🎉

  • @bkeditz4107
    @bkeditz4107Ай бұрын

    swe

  • @user-vo8yy5hm6l
    @user-vo8yy5hm6lАй бұрын

    বাইদেউ আপোনাৰ গীতবোৰ চীৰসেউজ হৈ থাকক

  • @SamiranParashar-jh5lh
    @SamiranParashar-jh5lhАй бұрын

    Ever green song.

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7rАй бұрын

    Sweet sweetsweetganbor

  • @jackergaming1983
    @jackergaming1983Ай бұрын

    ❤🎉❤ krishna krishna ❤🎉❤ bina

  • @ratul.873
    @ratul.873Ай бұрын

    🙏🙏

  • @tapandehingiatapandehingia4887
    @tapandehingiatapandehingia4887Ай бұрын

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু 🎉🎉🎉🎉🎉🎉🎉

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7rАй бұрын

    Gitbororr meanings what nice hert turcht

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7rАй бұрын

    Sasakaiye Utub chanalt is the best chanal for me

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7rАй бұрын

    Thank you sweet git .lam hearing again thank you

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7rАй бұрын

    Ki sweet music ai git bor ketiyao end not