Zubeen Garg | মাজুলীৰ পূব মাজুলী কেন্দ্রীয় ব'হাগী উৎসৱত অংশগ্ৰহণ কৰিব জুবিন গাৰ্গে N18V

Zubeen Garg | মাজুলীৰ পূব মাজুলী কেন্দ্রীয় ব'হাগী উৎসৱত অংশগ্ৰহণ কৰিব জুবিন গাৰ্গে N18V
#news18assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#zubeengarg #majulinews #zubeengargcontroversy #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Пікірлер: 230

  • @bikramjitsinghdas2311
    @bikramjitsinghdas23113 ай бұрын

    মাজুলীৰ পৰা যেন... তালিবানৰ মৌলৱীয়ে জাৰিকৰা দৰে ফাটোৱা জাৰি নহওক । ... সকলোৰেই সংবিধানে দিয়াৰ ৰ্বাক ও মত প্ৰকাশৰ অধিকাৰ আছে। মতৰ পাৰ্থক্য থাকিব পাৰে । আলোচনা/ যুক্তিৰ মাধ্যমৰে সত্য উদঘাটন হওঁক। কিন্ত, ধৰ্মান্ধ হৈ ,ভুল যুক্তিক পৰম্পৰাৰ/ শক্তিৰ আশ্ৰয় লৈ সাধাৰন জনগণক বিপথে, পৰিচালিত নকৰে যেন । মহাপুৰুষ শংকৰদেৱে অসমৰ সকলো জাতি,ধৰ্ম, বৰ্ণক লৈ অসমৰ সংস্কৃতিৰ গঢ় দিছিল । এনে বৈষ্ণৱধৰ্ম মাজুলীত কিমান সঠিকভাৱেই প্ৰবৰ্তিত হল , নিজে নিজক প্ৰশ্ন সুধি, আত্মসংশোধন হওঁক।

  • @user-rd8iw4rp8w

    @user-rd8iw4rp8w

    3 ай бұрын

    Hoi dangoria borduar pora kio gurudev aatorisil . Right koise zubeen dai horbangin bikash bisare ❤❤❤❤❤

  • @bontisarmah7541
    @bontisarmah75413 ай бұрын

    সচা কথা কবলৈ সাহস থাকিব লাগিব যিটো জুবিন গাৰ্গৰ আছে❤❤❤❤❤❤❤❤

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml3 ай бұрын

    সত্ৰ নগৰীত যেন কলংকৰ চাপ নপৰে তাৰ বাবে মাজুলী বাসী লৈ অনুৰোধ থাকিল।

  • @rv7787

    @rv7787

    3 ай бұрын

    Sudur Bengali faltu comments nidibi....

  • @user-nj2us9gl4n
    @user-nj2us9gl4n3 ай бұрын

    Bongaon going asu...love form sibsagar❤❤❤..joi zubeen da

  • @Bidbeast
    @Bidbeast2 ай бұрын

    বহুত বহুত ভাল লাগিল।আপোন লোকক হে প্ৰভু ভগৱন্ত বুলি সন্মান কৰাৰ যোগ্য।ধন্যবাদ।

  • @bipulmedhi9331
    @bipulmedhi93313 ай бұрын

    এইধৰনৰ চিন্তাৰেই ব্যক্তি তথা সমাজ সংস্কাৰ কৰিব পাৰি |

  • @dhanadadevi4875
    @dhanadadevi48752 ай бұрын

    ধন্যবাদ থাকিল। জুবিন গাৰ্গে যি কৈছে সত্য কথা কৈছে।

  • @manikborah7267
    @manikborah72673 ай бұрын

    বৰ ধুনীয়াকৈ কৈছে ।‌ ভাল লাগিল। সকলোৱে সকলোকে শ্ৰদ্ধা আৰু সন্মান থাকিলেই হ'ল।

  • @nityajitchetia3093
    @nityajitchetia30933 ай бұрын

    কা বিষয়ে কিয় পুলুকা মাৰি থাকে।

  • @hindu6777
    @hindu67773 ай бұрын

    টকা বিলাক মিছাই কিয় বৰ্বাত কৰিছে,তাৰ সলনি মাজুলীৰ দুখীয়া ছাত্ৰ ছাত্ৰীৰ শিক্ষা বাবে ব্যৱহাৰ কৰক, দেশৰ ভৱিষ্যত উন্নত হব

  • @mayabinihandique708
    @mayabinihandique7082 ай бұрын

    হলেও জুবিন গাগ ক দুৰাৰোগ হব তললৈ যাব বুলি অভিশাপ দিব না লাগিছিল কাৰন জুবিন আমাৰ সকলোৰে হিয়াৰ আমঠু অসমৰ গৌৰৱ গতিকে তেওঁক মাফ কৰি দিব লাগে

  • @zubeenboro2632
    @zubeenboro26323 ай бұрын

    Zubeen Daaaa ❤😊

  • @AjayDas-iz7xv
    @AjayDas-iz7xv3 ай бұрын

    Zubeen Garg ❤❤❤

  • @TheRealityInAssamese230
    @TheRealityInAssamese2303 ай бұрын

    Jai Zubeen Da..... Zubeen dai xosa kotha koise manuh ketiao vogoban hobo nuare

  • @hemangaboruah6073
    @hemangaboruah60733 ай бұрын

    Good, apuni ji koi huni Val lagil. Zubeen da I nijor karny aku kora nai amer karny kori asy kotha 2 sinta koribo lagy 🙏🙏

  • @robinchangmai9312
    @robinchangmai93123 ай бұрын

    বিতৰ্কৰ সমাধান হওঁক । অজানিতে ধৰ্ম জ্ঞানৰ অভাৱ কাৰণে ভুল হয় । সকলোৰে সকলো ক্ষেত্ৰত সমক্য জ্ঞান নাথাকিব ও পাৰে । ধৰ্ম চৰ্চা কৰিলে জ্ঞান লাভ কৰিবলৈ সক্ষম হব । যেনেকৈ নিজৰ মা, আৰু দেউতাকক মা,দেউতা বুলি বিশ্বাস আৰু মানি লয় । ঠিক তেনে ধৰণে ধৰ্ম ৰ লিপিবদ্ধ থকা সকলো কথা বিলাক মানি লব লাগে। আমি পঢ়ি বলৈ পায়ছিলো যে নিজ নিজ কৰ্মত সকলোৰে নিজা গৌৰবৰ কাৰণ হয়। এজন গায়ক হিচাবে , তেখেত সদায় গৌৰবৰ কাৰণ । ধৰ্ম চৰ্চা বা জ্ঞান ৰ বাবে সত্ৰাধিকাৰ সকলো গৌৰবৰ কাৰণ । আহিল কথা প্ৰভু শব্দটো , নিজৰ ছোৱালী জনীক যেনেকৈ মা, বা আই বুলি মাতে । এই সমন্ধ নতুনকৈ হোৱা নহয় । বুৰঞ্জী বা ইতিহাস ত এনে ধৰণে সমন্ধ লৈ জ্ঞান কৰা বা মনা দেখা যায় । এনে ধৰণে প্ৰশ্ন কৰিব নালাগে যে নিজৰ ছোৱালী কেনেকৈ মা , আই হব পাৰে । কথা বিলাক অলপ বুজিবলৈ যত্ন কৰক ।

  • @parthapratimdas8426

    @parthapratimdas8426

    2 ай бұрын

    সুন্দৰ মতামত,ভাল লাগিল !

  • @diamondpayeng1119
    @diamondpayeng11193 ай бұрын

    বহুত চিন্তা কৰিব লগীয়া কথা, জুবিন দাক অসমীয়া হয় কাৰণেহে বিষয়টোক ঠান্ডা কৰিছেহী।

  • @surjitkamaldas5599
    @surjitkamaldas55993 ай бұрын

    Ondhobhoktoi support korok khub zubeen garg k. Xompurna jodhamurkho xupar support loi oxobyo, bhondo, udondo, xongskarhin, bepari zubeenok loi oxomiya jati agbarhok aru oxomiya jatitu dhhonxo houk.... Krishna.....

  • @LohiaHyundai
    @LohiaHyundai3 ай бұрын

    Very good

  • @sankarjtaid1622
    @sankarjtaid16223 ай бұрын

    জুবিন গাৰ্গ সত্ৰাধিকাৰসকলতকৈ উচ্চ স্থানত মোৰ মতে,তেওঁৰ গানে মানুহৰ সুখ দূখত শান্তনা দিয়ে ।❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @sandhiram9574

    @sandhiram9574

    3 ай бұрын

    মূৰ্খ যধা মূৰ্খ

  • @sankarjtaid1622

    @sankarjtaid1622

    3 ай бұрын

    @@sandhiram9574 same 2 u idiots

  • @sandhiram9574

    @sandhiram9574

    3 ай бұрын

    জুবিন শিল্পী, কিন্তু অভদ্ৰ শিল্পী। সন্দেহ হয় কেতিয়াবা সেই জনে কাপোৰো খুলিব, মঞ্চতে প্ৰস্ৰাৱ কৰি দিব পাৰে!

  • @sankarjtaid1622

    @sankarjtaid1622

    3 ай бұрын

    @@sandhiram9574 তেওঁ ধেমেলিয়া শিল্পী তেওঁৰ ধেমালিবোৰ নিজৰ অন্তৰ কৰি লওতা সকল পাগল ।

  • @BB-1969

    @BB-1969

    3 ай бұрын

    obhodramik jiye support kore, xei byakti tatkoi dugun obhodro.

  • @user-ev7wm1ir7g
    @user-ev7wm1ir7g3 ай бұрын

    Thanks

  • @chitradas1191
    @chitradas11913 ай бұрын

    News channel কিছুমানে Zubeen ক কিয় বেয়া পাই ? তেওঁ লোকেহে ঢৌটোকে ৰৌতো কৰি আছে!

  • @parthapratimdas8426

    @parthapratimdas8426

    2 ай бұрын

    হয়, মিডিয়াই বেছি গণ্ডোগোল লগাই আছে ! TRP লাগে !

  • @akalobyasaikia1433
    @akalobyasaikia14332 ай бұрын

    ধৰ্মান্ধ । সত্ৰাধিকাৰ হল সমাজৰ ৰঘুমলা।

  • @EnjoyingWithRich
    @EnjoyingWithRich3 ай бұрын

    Manuhok ontort dukh diaa hokole abhisap puatu khatang....

  • @RupamBaruah-dw3ie
    @RupamBaruah-dw3ie2 ай бұрын

    Zg❤❤❤❤

  • @basantaborah7655
    @basantaborah76552 ай бұрын

    Thank

  • @user-bp1dl7pt1l
    @user-bp1dl7pt1l2 ай бұрын

    Joy zubeen da ❤❤❤❤

  • @Arun_wie
    @Arun_wie2 ай бұрын

    দেউতা ঈশ্বৰে হয় 😢 কিন্তু সেই প্ৰলোভন , বিচ্ছেদবাদি , অহংকাৰী, স্বাৰ্থহীন ভকত, সত্ৰাধিকাৰ ঈশ্বৰ হ'ব নোৱাৰে। দেউতাক ঈশ্বৰ কোৱা সত্ৰাধিকাৰক ঈশ্বৰ কোৱা বহুখিনি অমিল । জুবিন দা লাভ উ❤

  • @mohansarania8130
    @mohansarania81303 ай бұрын

    একো দুৰ্ভাগ্যজনক নহয়, জুৱিনে সছা কথা কৈছে, একো বেয়া কথা কোৱা নায়। বৰ্তমান যুগত মানুহ কেতিয়াও প্ৰভু ঈশ্বৰ নহয় আৰু হবও নোৱাৰে। এই বিশ্ব ব্ৰহ্মান্দ খন নেদেখা জনেহে পৰিছালনা কৰে ।মানুহে কৰিৱ নোৱাৰে। মানুহে মানুহৰ একো কৰিৱ নোৱাৰে যদিহে নেদেখাজনে ইচ্ছা নকৰে। বৰ্তমান যুগত হিন্দু ধৰ্মটো জীয়াই ৰাখিবলৈ হলে পুৰনিকলীয়া অন্ধবিশ্মাসী ৰীতি নীতিবোৰ সংশোধন কৰাৰ প্ৰয়োজন আছে বুলি ভাৱো। জুৱিন দা ধন্যবাদ আপোনাৰ কথাষাৰৰ বাবে

  • @JayPegu321

    @JayPegu321

    3 ай бұрын

    Right...

  • @rajeshhazarika1663

    @rajeshhazarika1663

    3 ай бұрын

    একমত

  • @susilsonowal7687

    @susilsonowal7687

    3 ай бұрын

    মানুহহেই দেব মানুহেই সেৱ মানুহ বিনে নাই কেৱ।

  • @user-rd8iw4rp8w

    @user-rd8iw4rp8w

    3 ай бұрын

    Ane dhoronor manokhikoter babe aamer sonowal hokol pisuwai aase

  • @mriduldas-zj6eq

    @mriduldas-zj6eq

    3 ай бұрын

    Baperok aru mayerok naam karhi matibi.modahi ke..a

  • @sushilkonwar7012
    @sushilkonwar70122 ай бұрын

    প্ৰকৃতিৰ চেৰাই কাম নকৰিব -- বৰ্তমান চিন্তাৰ লগত -- কোনোবাই যদি -- এনে প্ৰাকৃতিক -- চেৰাই যাব বিচাৰে --- আমি ভাবিবলৈ -- যত্ন নকৰোঁ -- আহিছে মানুহ -- গৈছে মানুহ। -- মানুহ মায়াৱী জীৱ -- who is that fellow -- he is all one --

  • @user-fr1cd5ij6t
    @user-fr1cd5ij6t2 ай бұрын

    right kotha kosaei zubin daa

  • @user-br7wf5gw9x
    @user-br7wf5gw9x3 ай бұрын

    People love jubeen but he make meaningless controversy

  • @pranjalborah9097
    @pranjalborah90973 ай бұрын

    Gd news 👍

  • @birenbharali4536
    @birenbharali45363 ай бұрын

    Aji সএ ক কৰিছে কাইলৈ বেলেগ জাতিক কৰিব।

  • @rockjayantaaxom
    @rockjayantaaxom3 ай бұрын

    Joi zubeen da

  • @manuranjankonwar4346
    @manuranjankonwar43462 ай бұрын

    🎉 কেতিয়াবা ঘৰৰ একমাত্ৰ সন্তান ঘৰৰ আলসুৱা হয় জুবিন দা অসমৰ সন্তান দাদা আলসুৱা হৈছে

  • @assamvlog196
    @assamvlog1963 ай бұрын

    Joi Zubeen da

  • @assamastrovision6233
    @assamastrovision62333 ай бұрын

    সাংস্কৃতিক অনুস্হান কমাই সকলোৱে কৰ্মত লাগক৷ডাঙৰ Screen ত ডাঙৰ গায়ক সমূহৰ পুৰনা গান সমূহ উপভোগ কৰিব পাৰি দেখোন৷ digital যুগত কথাবোৰ নতুনকৈ ভাবিব পাৰি দেখোন৷ one time investment পইচা তোলোতে ৰাইজৰ সময় অপব্যয় নহয়৷

  • @ratulborah921
    @ratulborah9213 ай бұрын

    News channel bure besi troll korise

  • @poragsaikia4790
    @poragsaikia47903 ай бұрын

    ❤❤❤❤

  • @MadhabRegon
    @MadhabRegon3 ай бұрын

    Zubeen daa ami aso ❤❤ apuni cinta nokorib

  • @deeptymonuj4075
    @deeptymonuj40752 ай бұрын

    Jay Zubeen da

  • @__biplob__sasoni__
    @__biplob__sasoni__3 ай бұрын

    Zubeen da vaal kotha koi se moi zubeen da logt asilu ki news bonala

  • @ratulhazarika1495
    @ratulhazarika14953 ай бұрын

    জুবিন ৰ কিছুমান কাম বেয়া তাক বেয়া বুলি ক'বলৈ মানুহৰ সৎ সাহ থাকিব লাগে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে কৃষ্ণক ভগৱান বুলি কৈ গৈছে দেখা গল শংকৰদেৱৰ তকৈ জুবিন হে ডাঙৰ হ'ল জুবিনে হে জানে ভগৱান কোন । জুবিন ক ভাল পোৱা সকলে তেওঁ ক বুজাব নোৱাৰে নে

  • @analdipdutta3533

    @analdipdutta3533

    2 ай бұрын

    Ekmot 👍🙏

  • @user-zl9xo7yl4o
    @user-zl9xo7yl4o3 ай бұрын

    Barhia . Bhal lagil dai. . 2:27

  • @d.a.channel7471
    @d.a.channel74712 ай бұрын

    Zubeene thik kotha koise

  • @EnjoyingWithRich
    @EnjoyingWithRich3 ай бұрын

    Aiber zubine baki thoka keitak fali thoi aahibo....khatang. Majulial hokole ai muhurtot Satradhikar hokolor logot thio nidiaa tu durbhaygojonok..........

  • @rupamusicproduction0.1
    @rupamusicproduction0.13 ай бұрын

    Love u jubbin da

  • @Jadav_Borah_NLP
    @Jadav_Borah_NLP2 ай бұрын

    ZG ❤

  • @arundewri8315
    @arundewri83153 ай бұрын

    ভয় খাইছে

  • @d.a.channel7471
    @d.a.channel74712 ай бұрын

    Zubeen is good

  • @SimantaKakati-mp3vp
    @SimantaKakati-mp3vp3 ай бұрын

    God of music papon🙏🙏🙏

  • @himakshihatibaruah68
    @himakshihatibaruah683 ай бұрын

    Bor dhunia kotha koise

  • @probinkumarkakati6151
    @probinkumarkakati61513 ай бұрын

    মাজুলীবাসীৰ মানুহৰ নিযস্থতাই নাই ?মই এটাই জানো মদখায় মাতাল হৈ বিহু মঞ্চত গান পৰিবেষন কৰিবলৈ নোযোৱাই ভাল ?

  • @HSPass

    @HSPass

    3 ай бұрын

    Toi kun nu kutta 😂😂😂

  • @user-ze1sj6gw6c
    @user-ze1sj6gw6c3 ай бұрын

    Jay Zubin da ❤

  • @mainakonwar6432
    @mainakonwar64323 ай бұрын

    Yes yes yes yes

  • @JayPegu321
    @JayPegu3213 ай бұрын

    Zubeen আহিলে আমিও চাব যাম।।।

  • @mriduldas-zj6eq

    @mriduldas-zj6eq

    3 ай бұрын

    Ghorot photo akhon Ari ratipuwai dhup dhuna di b

  • @JayPegu321

    @JayPegu321

    3 ай бұрын

    @@mriduldas-zj6eq আমি ব্ৰামুন নহয় দুপ জ্বলাবলৈ আপুনি Das নহয় ব্ৰামুণ ।।।

  • @bbodos544
    @bbodos5443 ай бұрын

    Amuanai,,,xei Aketa ganburor program xuni xuni,,,ki asil morilong morilong,majuli majuli,birokti loga hol bihu cultural program,,,,10 bosor man mone mone thak sun akow bhal laga hobo

  • @laplaacianu
    @laplaacianu3 ай бұрын

    ZG aage koi bol sakta hein kya

  • @JintuBorah-df2ep
    @JintuBorah-df2ep2 ай бұрын

    Jubin jubine hoi, jubinor gaaan aamer heaar aamothu hoi.joi I axom.

  • @khetraburagohain2501
    @khetraburagohain25012 ай бұрын

    জুবিনৰ মতে সকলো মানুহকে প্ৰভু ঈশ্বৰ বুলি ক'ব লাগে। সেই কথাটোয়েই একেবাৰে সছা কথা। এই প্ৰভু ঈশ্বৰ সকলে মাজুলী সমাজ খনকে ঠিক কৰিব পৰা নাই অসমখনক কেনেকৈ ঠিক কৰিব। সাম্প্ৰদায়িকতা মাজুলীতে বেছি কিয় ? মাজুলীৰ মাননীয় বিধায়ক জনে যি সঁচা কথাবোৰ প্ৰকাশ কৰিছিল জনসমাজত তাৰ উত্তৰ আজিলৈকে কিয় প্ৰভু ঈশ্বৰ সকলে দিব নোৱাৰিলে।

  • @user-ez5wu4oz1v
    @user-ez5wu4oz1v3 ай бұрын

    তাতকৈ নকৱ কেলেই তহঁতে জুবিনৰ ভৰি চেলেকিবলৈ বাধ্য বুলি?

  • @ppaw2613
    @ppaw26133 ай бұрын

    Joi zubeen da 😘😘😘

  • @jyotishmansportschannel5948
    @jyotishmansportschannel59483 ай бұрын

    আহিব নালাগে যদি আহি মাতাল হয় এই বাৰ মাজুলীৰ পৰা সুৰা কাই উপাধি দিয়া হব

  • @Prakash123-xd
    @Prakash123-xd3 ай бұрын

    Kene pala atea ji kitai bea pua😂😂😂😂😂😂😂

  • @Brahm686
    @Brahm6863 ай бұрын

    Case cant not filed if a person is in a intoxication state . No statement is valid in FRI report .

  • @gyanvp3579
    @gyanvp35793 ай бұрын

    Jai jubin da

  • @bestsongs5783
    @bestsongs57832 ай бұрын

    But reality is that zubeen is right

  • @pradipphukon7544
    @pradipphukon75442 ай бұрын

    Jubin da our boghaban

  • @JitumoniSaikia-uk9hv
    @JitumoniSaikia-uk9hv3 ай бұрын

    Zubeene ji koi xosa koi,

  • @manjitborah191

    @manjitborah191

    3 ай бұрын

    Jubinok toi Puja koribe

  • @dibakarsaikia7712

    @dibakarsaikia7712

    3 ай бұрын

    Tur mataw krisna isswar nahay

  • @dibakarsaikia7712

    @dibakarsaikia7712

    3 ай бұрын

    Tayu aka pagal

  • @PrasantaDutta-qf7pm
    @PrasantaDutta-qf7pm3 ай бұрын

    Assame ot kaita jarsir gakhir khowa asynu songit galy okonman tu khaboi na ajikali bhawna koriboli golai dekhun kisumanay mod khaiha akting koriba pary tatiaholy bhawna to nakot paip voraba lagy

  • @user-qt8jj6gs3t
    @user-qt8jj6gs3t2 ай бұрын

    Majuli negeli val palu hoi zubeen dai

  • @MalaBaruah-fu1cu
    @MalaBaruah-fu1cu3 ай бұрын

    Love you Zubeen da ❤

  • @mamonisaikia39
    @mamonisaikia392 ай бұрын

    মন্তব্য খিনি ভাল লাগিল শুনি। কিন্তুু সএাধাৰি সকলে জে ইমান। বেয়া কৈ শাও দিলে সেই খিনি কি হব????

  • @nirmalduwrah2094
    @nirmalduwrah20942 ай бұрын

    Agor news bilk sabo ki news likisa.

  • @sushilkonwar7012
    @sushilkonwar70122 ай бұрын

    Who is All in one -- whole in world -- I am in alone in "মাজুলী" -- যত কুসংস্কাৰ নচলে -- আপুনালো কতকৈই -- মই বেছি ভাল পাওঁ -- যুক্তি নেদেখা ব -- সত্যত থাকিব -- I have no friend -- Except মাজুলী লিটাৰ্চৰ -- ধন্য মাজুলী ধন্য -- সত্ৰাধিকাৰ -- অন্য শক্তি -- মোক নালাগে

  • @bijugogoi9806
    @bijugogoi98062 ай бұрын

    Aibur function bad dib holl mony bur vl kamt lgab lge

  • @abinsurin8277
    @abinsurin82772 ай бұрын

    Jubeen da nujuatu bhaal anekua pagl manuh thaka jagat jubeen da jua manei har hobo jubeen dar

  • @user-bo6ne7zg7l
    @user-bo6ne7zg7l3 ай бұрын

    Joy Jubeen da❤❤❤❤❤

  • @MigamDoley-wt7bq
    @MigamDoley-wt7bq3 ай бұрын

    আপোনাক ভূল নুবুজিব,জুবিন দাৰ এইয়া স্বাভাৱিক, তেওঁ কাকো একো ভাবি,বেয়া পাই নকয়, তেওঁৰ কথা খোলা খুলি এইবোৰ মানুহৰ গুণ আচলতে ভালেই।

  • @RahulRaj-dt7gc
    @RahulRaj-dt7gc3 ай бұрын

    Ata bostute jodi lagi thaka. Balag kam ki koribo. Dhoinyobad

  • @user-xk3lu7uv5i
    @user-xk3lu7uv5i3 ай бұрын

    Akao Prabhu isor

  • @dayalray2699
    @dayalray26992 ай бұрын

    আমি অসমীয়া স

  • @chandrajitdeuri3246
    @chandrajitdeuri32463 ай бұрын

    Jai zubeen da ❤❤❤

  • @GracecovenantChurchdhemaji123
    @GracecovenantChurchdhemaji1233 ай бұрын

    মানুহে প্ৰভু ঈশ্বৰৰ নহয় ঈশ্বৰৰ সত্ৰত নাথাকে ঈশ্বৰৰ হীদয়তহে থাকে মিছা মিচি সত্য ঈশ্বৰৰ যিচু কই ছে মই বাট আৰু জিৱন মোৰ যোগে নগলে স্বৰ্গলৈ কোনো নাযাব ।আমেন। মানুহ বিলাকে সাষ্ট্ৰৰ বিলাক পঢ়িব লাগে তেতিয়া হে কত কি লিখা ভাল কৈ জানিব ।😂😂😂😂🎉🎉🎉

  • @UjjalPegu-du1yx
    @UjjalPegu-du1yx2 ай бұрын

    Jubin tike koise

  • @dhanadadevi4875
    @dhanadadevi48752 ай бұрын

    সত্ৰ মানে মধ্যযুগৰ বুৰঞ্জী ধৰি ৰখা অনুষ্ঠান নহয়।

  • @bhagabankalita1761
    @bhagabankalita17613 ай бұрын

    Jai Zubeen Da ❤

  • @surojitpaik361
    @surojitpaik3612 ай бұрын

    জুবিন দাৰ কিছুমান কথা ক্ষমা কৰি দিব লাগে। জুবিন দাৰ কথাৰ নহয় কামৰ শলাগ ল'ব লাগে।

  • @PrasantaDutta-qf7pm
    @PrasantaDutta-qf7pm3 ай бұрын

    Horutay mar gakhir khalu atia dungor holu okonman to khamai bhai tatay ki hol

  • @bplvdoley8243
    @bplvdoley82433 ай бұрын

    Zubeen sidha sidhi manuh

  • @bedabikashsaikiamusical5625
    @bedabikashsaikiamusical56253 ай бұрын

    Zubeen Daa❤😎

  • @zgdimpol1562
    @zgdimpol15623 ай бұрын

    Zubeen da ❤❤

  • @krishnadoley84
    @krishnadoley843 ай бұрын

    জুবিনক নিমণ্ৰন কৰি ভাল কৰিছে।

  • @pranitadutta1665
    @pranitadutta16653 ай бұрын

    সত্ৰাধিকাৰ অভিশাপ দিয়া কাৰ্য্য গৰিহণা যোগ্য।

  • @animationworld5610
    @animationworld56103 ай бұрын

    যি জন মানুহে অসমৰ সত্ৰ সংস্কৃতিক অপমান কৰিছে, ভগৱান শ্ৰীকৃষ্ণ ক ভগৱান নহয় বুলি কৈছে সেইজন মানুহক কিয় আকৌ মাজুলিলে মাতিব লাগে। জুবিন ক এনেদৰে ওপৰলৈ উঠাই দিলে অসমীয়া ভাষা সংস্কৃতি সকলো মদৰ জালত পংগু কৰি পেলাব। বিশ্ব ত আমাৰ এটা সুকীয়া স্থান আছে সেইটো জুবিন নামৰ গায়ক টোৰ বাবে নহয়।অসমীয়া সত্ৰীয়া কলা সংস্কৃতি,অসমৰ বিহু কে আদি কৰি অসমৰ কলা সংস্কৃতিৰ ৰ বাবে হে।

  • @bhashyajyoti7894

    @bhashyajyoti7894

    2 ай бұрын

    জুবিনৰ কতিত লাগি লাভ নাই জুবিন দা বাল এদালৰ সমান নহয় তয় জুবিন জুবিন হয় জয় জুবিন দা সংগিত জগতৰ ৰজা হয়৷ ❤joy zubeen da❤

  • @animationworld5610

    @animationworld5610

    2 ай бұрын

    @@bhashyajyoti7894 zubeen r ghrt Oscar award thob jega naikiya hoi goise sage. Emane Oscar paise.zubeen matra ata singer raja nhoi.

  • @bhashyajyoti7894

    @bhashyajyoti7894

    2 ай бұрын

    @@animationworld5610 🤣🤣🤣award or kotha ko toi goru2... Zubeen Or history phri lobi tar pst kbi

  • @sauravkalita5554
    @sauravkalita55542 ай бұрын

    এতিয়া কত গল জুবিন গাৰ্গক ট্ৰল কৰাসকল?

  • @marketznews2516
    @marketznews25163 ай бұрын

    Sotya ki ...ishwar kun... satradhikar e kobo paribo ne ..???

  • @kalpanadeka6201
    @kalpanadeka62013 ай бұрын

    গানৰ ৰজা জুবিনৰ গীতৰ জৰিয়তে মাজুলী পৰিচিত | সত্র নগৰী মাজুলী বানপানী, ৰাসৰ বাবেও বিখ্যাত যদিও গীতৰ বাবেই আমি আকর্ষিত হৈছিলো |

  • @debajithaloi3226

    @debajithaloi3226

    2 ай бұрын

    Hoi xosa kotha. Moi xorute o xunisilu majuli gan Tu zubeen dar

  • @shyamantakalita4970
    @shyamantakalita49702 ай бұрын

    Zubeen nohole tarmane bihu a nohoi neki !

Келесі