Your child is always special.

Dipak sarma in this video explains why we should not compare our child.

Пікірлер: 397

  • @kumudnath4841
    @kumudnath48413 жыл бұрын

    ভাল লাগিল ছাৰ।এই কথাতোক লৈ মই মোৰ মাক কন্দোৱাই থৈছোঁ।আৰু মাক কন্দোৱাই মইও শান্তিত নাছিলোঁ কিয়নো মই মাক দুখ দিছিলো যেন অনুভৱ হৈছিল।কিন্তু মই নিজে এই কথাতো বিবেচনা কৰি শুদ্ধ বুলি মানিছিলো আৰু আজি মোৰ মনতো ভাল লাগিল এইকাৰণেই যে,মোৰ বিবেচনা যে ভুল নাছিল সেইটো আজি আপোনাৰ বক্তব্যৰে প্ৰকাশ পালে। আজিৰ পৰা প্ৰায় ৬বছৰৰ আগৰ ২০১৫ চনত তেতিয়া মই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্র আছিলো। সেই সময়ত মই সন্ধিয়া যেতিয়া পঢ়া টেবুলত বহো মোৰ কাষতে বহি মাই মোক গাঁৱৰে দুজন শিক্ষিত কৰ্মী লৰাৰ লগত তুলনা কৰি প্ৰায় ২০ৰ পৰা ৩০ মিনিট মা‍নলৈ সদায় কৈ থাকে অমুকক দেখিছনে ইমান কষ্ট কৰিও ইমাখিনি পঢ়িছে এনেকৈ কিবা কিবি বহুত কয়। তেতিয়া এদিন মই মাক কলো যে মোক বেলেগৰ লগত এনেকে তুলনা কৰি আছ যে তোৰো বাই-ভনী,ককাই-ভাই আটাইকেইতাৰে চাকৰি হ'ল তই কিয় মেট্ৰিকতোকে পাছ কৰি নোৱাৰিলি?(মোৰ মাৰ ককায়েক এজন,ভায়েক এজন আৰু বায়েক এজনী ভনীয়েক এজনী বৰ্তমান আটাইকেইগৰাকীয়েই চাকৰি কৰে।) তেতিয়া মাই কান্দিলে। তেতিয়া মইয়ো দুখ পাইছিলো,কিন্তু মই মাক তেনেকৈ কৈ দুখ দিয়াৰ মানসিকতাৰে কোৱা নাছিলো, কৈছিলো এইবাবেই যে সদায় পঢ়িবলৈ বহাৰ সময়তে ইমানখিনি কথা কৈ মোৰ পঢ়াৰ ধাউতিতো নাইকিয়া হৈ যায়।আৰু সেইদিনাৰ পৰা মোক নোকোৱা হ'ল। মাকো মই দোষ দিব বিছৰা নাছিলো কাৰণ আমি হলো একেবাৰে গাঁৱলীয়া মানুহ আৰু মোৰ মাও শৈক্ষিক দিশত ইমান শিক্ষিত নাছিল।এইটোও ক'ব বিছৰা নাই যে মোৰ মা অশিক্ষিত,কাৰণ সন্তানক পৃথিৱীত মাতৃতকৈ বেছি শিক্ষা দিয়া দ্বিতীয়জন শিক্ষক নাই। (বি:দ্ৰ:-সন্মানীয় "ইউটিউব চেনেল"টোৰ স্বত্বাধিকাৰ দীপক শৰ্মা ডাঙৰীয়া, শ্ৰদ্ধাৰ "চেনেল"টোত থকা সদস্য/সদস্যাবৃন্দ, আপোনালোকৰ আগত মই পোৱা ব্যক্তিগত অভিজ্ঞতাক লৈ মন্তব্য কৰাৰ বাবে কোনো ব্যক্তিয়ে বেয়াকৈ নাভাবে যেন এয়াই মোৰ অনুৰোধ।) ধন্যবাদ।

  • @dipaksarma8334

    @dipaksarma8334

    3 жыл бұрын

    Khub bhal lagil ... bhale thaka.... stay blessed always.. video tu okon xohai korose nishoy....

  • @kavitanewar2428

    @kavitanewar2428

    2 жыл бұрын

    Bhal lagil kothabur

  • @hifgurrahman7990

    @hifgurrahman7990

    2 жыл бұрын

    Right

  • @jatin7x6767

    @jatin7x6767

    Жыл бұрын

    😥

  • @moneybear7836
    @moneybear78363 жыл бұрын

    ছাৰ আপুনি ইমান ভাল কথা কয় শুনি লে শুনি থাকিবলৈ মন যায়।

  • @prastutikalita2546
    @prastutikalita25463 жыл бұрын

    খুব ধুনীয়া আৰু সময়োপযোগী কথা কলে ছাৰ।বৰ ভাল লাগিল,সকলোৱে যদি কথাবোৰ আপোনাৰ দৰে ভাবিলেহেতেন! মই যেতিয়াই হতাশ হওঁ আপুনি কোৱা কথাবোৰ মনত পেলাও আৰু তেতিয়া মনত বহুত সাহস পাওঁ।

  • @sanjayss845
    @sanjayss8453 жыл бұрын

    100% true sir ❤️❤️ khotha Tu vhale. Lagil khuni👍👍👍👍

  • @abinashdeka72
    @abinashdeka723 жыл бұрын

    ধন্যবাদ ছাৰ.... বহুত ভাল লাগিল কথাখিনি শুনি😊😊

  • @sanjibsaikia1813
    @sanjibsaikia18133 жыл бұрын

    Absolutely right sir..... Everyone is special..... It should not be compared to others........ I am suffering from this comparison 😔

  • @birenchbaruah1211

    @birenchbaruah1211

    3 жыл бұрын

    I am also

  • @bhupaligoswami5434

    @bhupaligoswami5434

    2 жыл бұрын

    Sm here 🥺

  • @moranpeople9448

    @moranpeople9448

    2 жыл бұрын

    Subscription koriba mur youtav to

  • @ashikali8788

    @ashikali8788

    Жыл бұрын

    @@birenchbaruah1211 ok

  • @ashikali8788

    @ashikali8788

    Жыл бұрын

    @@bhupaligoswami5434 hi ki koro Bhai phagun

  • @parikshitdeka8209
    @parikshitdeka82093 жыл бұрын

    আপোনাৰ কথা শুনিলে শুনি থাকিব মন যায় । 🥰

  • @madhushmitagogoi23
    @madhushmitagogoi233 жыл бұрын

    সঁচাকৈ গুৰুত্বপূৰ্ণ কথা এটা কলে দিপক দা। মই যেতিয়া সৰু আছিলো মায়ে সদায় আনৰ লগত তুলনা কৰি গালি দিছিল ।আনকি পৰিয়ালৰ আত্মীয় সকলো লোকে আনৰ উদাহৰণ দি কথা কৈছিল আৰু বিভিন্ন ধৰণ কথা গাধ,পগলা ,অকৰা,লেতেৰা আদি কৈ মোক লাজ দিছিল আৰু তেতিয়া মই মনত বহুত দুখ পাইছিলো। আন ৰ আগত নিজকে হীন যেন অনুভৱ কৰিছিলো ।আত্মবিশ্বাস হেৰুৱাই পেলাইছিলো। মানসিক অশান্তিত ভুগিছিলো।লাজ লাগিছিল।কিন্ত কাকো একো কব পৰা নাছিলোঁ সৰু আছিলো বাবেই চাগে ।এতিয়া ডাঙৰ হলো যদিও তাৰ প্ৰভাৱ মনত থাকি গল।কোনেও যাতে সৰু লৰা ছোৱালীক বেয়াকৈ ইনচাল্ট নকৰে🙏🏻 কাৰণ সিহঁতেও মনত আঘাত পায়।

  • @dipaksarma8334

    @dipaksarma8334

    3 жыл бұрын

    Stay blessed

  • @chakrabortyiti
    @chakrabortyiti2 жыл бұрын

    আপোনাৰ প্ৰতিটো কথাই সত্য কাৰণ মোৰ লৰাটো আপুনি কোৱাৰ দৰেই ডাঙৰ কৰিলো আৰু ময়েই তাৰ best friend . Thank you sir.

  • @krishnamusicofficial9590
    @krishnamusicofficial95903 жыл бұрын

    আপোনাৰ কথাবোৰ সচাই বহুত ভাল লাগে । বহুত ভাল লাগে

  • @mukeshroy2641
    @mukeshroy26413 жыл бұрын

    I face this situation from beginning of my school life to the end of school. I learned from my parents that what they did that was wrong and I will not make the same mistake in future... Ji hoy bhal r karone hoy

  • @dihingiapinki
    @dihingiapinki3 жыл бұрын

    Bahut val lage tur kothabilak... hasake motivative💚

  • @rahonmahon2310
    @rahonmahon23102 жыл бұрын

    Apunar kotha keta hridoy sui goise Bohut bohut val lagil . Dhanyvad sir .

  • @binoyhazarika6054
    @binoyhazarika60543 жыл бұрын

    দাদা শেহতীয়াকৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ ৷

  • @mintigogoi5998

    @mintigogoi5998

    3 жыл бұрын

    Lllllil

  • @binoyhazarika6054

    @binoyhazarika6054

    3 жыл бұрын

    @@mintigogoi5998 বাইদেউ কি লিখিছে আপুনি অনুগ্ৰহ কৰি কবনে বাৰু

  • @sumibasumatary4090
    @sumibasumatary40903 жыл бұрын

    Sir apunak salute korisu💥🔥manisu dai sir apunak...apunar nsinaa sobaa amr bixoa anka bujilaa to kothai nasil..apuni amr studentr monot xodai birajman💯

  • @kalpana8855
    @kalpana88553 жыл бұрын

    বহুত ভাল লাগিল চাৰ ভিডিওটো চাই। আপোনালৈ মোৰ আন্তৰিক ধন্যবাদ থাকিল। আপোনাৰ প্ৰতিটো ভিডিও চাইছো আৰু বহুত উৎসাহ পাইছো । ঈশ্বৰে আপোনাক আৰু শক্তি দিয়ক এইয়ে ঈশ্বৰৰ ওচৰৰ মোৰ সৰল প্ৰাৰ্থনা।

  • @ashishlahkarofficial6227
    @ashishlahkarofficial62273 жыл бұрын

    Dhoinobad sir apuni mok bohut sohai korile... Thanks sir...

  • @AdityaTewaVlogs
    @AdityaTewaVlogs3 жыл бұрын

    Waw.. That's Great .. teching.. sir.. god bless Your Telent... Amen..

  • @nilakhisonowal5032
    @nilakhisonowal50323 жыл бұрын

    Bhut hundor kotha koise ...j koise hosa ....bhut hundor video

  • @prasenjitpatgiri562
    @prasenjitpatgiri5623 жыл бұрын

    Salute sir apunar nisina Mohan biyokti ejon ei prithibit aha babe

  • @ajitsaikia4134
    @ajitsaikia41343 жыл бұрын

    মা দেউতা আপোনালোকে লৰা ছোৱালীক আনৰ লগত তুলনা নকৰিব।

  • @hargobindakalita8988

    @hargobindakalita8988

    Ай бұрын

    😅

  • @labanyasonowal9790
    @labanyasonowal97903 жыл бұрын

    Apunar video sai bohut vll lage sir...love from dibrugarh

  • @debojitchetia7367
    @debojitchetia73673 жыл бұрын

    Apunar kotha bur huni hosai bohut val lage.

  • @Harshitapriyam285
    @Harshitapriyam2853 жыл бұрын

    Bahut vl lagil jani

  • @babakalita5535
    @babakalita55353 жыл бұрын

    বহুত ভাল কথা কৈছে দাদা।

  • @alpanagogoi2724

    @alpanagogoi2724

    3 жыл бұрын

    সছাকৈ কথাবোৰ‌ ‌‌শুনি ভাল লাগিল

  • @susmitauzir4740
    @susmitauzir47403 жыл бұрын

    Bohut vlll lgil sir 🤗🤗❤❤❤❤

  • @modudoley4275

    @modudoley4275

    3 жыл бұрын

    Bohut bhal lagil sir ❤❤❤❤❤😊👍

  • @jyotimonibhuyan132
    @jyotimonibhuyan1323 жыл бұрын

    ছাৰ.. আপুনি সকলোৰে বাবে প্ৰেৰণাৰ জীৱন্ত দৃষ্টান্ত 🙏❤

  • @srishticreations1815
    @srishticreations18153 жыл бұрын

    বৰ ভাল লাগিল

  • @dimpikalita6409
    @dimpikalita64093 жыл бұрын

    Bht vl lagel sir

  • @pinakigogoi835
    @pinakigogoi835 Жыл бұрын

    বহুত ভাল লাগিলে চাৰ আপোনাৰ কথা কেইটা। ধন্যবাদ থাকিল।

  • @mastafahussain5250
    @mastafahussain52503 жыл бұрын

    Sir apuni geanor viral amak gean do thakiba God bless ed you

  • @Taralibaishya729
    @Taralibaishya7293 жыл бұрын

    Bahut bhal lage apunar video sai... Adin log pabo eitsa ase... Sir

  • @munmunmili4499
    @munmunmili44993 жыл бұрын

    Sir bout kta hikishu apur pora I love you sir❤️❤️

  • @jebinakhter5279
    @jebinakhter52793 жыл бұрын

    You are the best Sir 🙏❤️

  • @rimegogoi3197
    @rimegogoi31973 жыл бұрын

    Dada apunar ai kothatu huni buji palu moi mur lorar logot ane hoise. Ane vul aru nokoru lagile lorak valdore hudhi sam tumar kihot okhubidha hoise.

  • @deepjyotisaikia8327
    @deepjyotisaikia83272 жыл бұрын

    Sir bhut vl lagil apunar khota khini thank you very much ❤️

  • @dhrubadev5236
    @dhrubadev52363 жыл бұрын

    Ek dum xudho kotha koise sir aapuni 👌👌👌

  • @himadrisaikia3941
    @himadrisaikia39413 жыл бұрын

    Bohut val lagil .

  • @dhuunu
    @dhuunu3 жыл бұрын

    You are the inspiration ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @devildanious453

    @devildanious453

    2 жыл бұрын

    Hoxa

  • @jituofficial8046
    @jituofficial80463 жыл бұрын

    Dada apuni mohan apunar kotha bilak a mor jibonot bohut poriborton anil tq dada

  • @dipusvlogs4122
    @dipusvlogs41223 жыл бұрын

    Best order🙏🙏🙏❤️

  • @minhazuddin9026
    @minhazuddin90263 жыл бұрын

    Right kotha bilak huni val lagil❤❤❤❤❤❤

  • @pallabjyotisaikiaaaa
    @pallabjyotisaikiaaaa Жыл бұрын

    Monor kotha kole sir xokolua jdi apunar dore vabile hoi😭thnks sir❤😭

  • @iqbalsaikia3003
    @iqbalsaikia30033 жыл бұрын

    Parents should avoid comparison tendency and develop positive attitudes before their children.

  • @dijendas5590
    @dijendas55903 жыл бұрын

    ছাৰ আপোনি বহুত দিনৰ মূৰত ভিডিঅ দিছে ভাল লাগিল।‌ আপোনাৰ অনুভৱ কথাবোৰ শুনি ভাল পাওঁ। সদাই ভিডিঅ দিবচোন।

  • @vlogswithdoli
    @vlogswithdoli2 жыл бұрын

    Hosakoi bht vhal lagil kotha khini huni .moio mur lorak gali disilu khng korisilu ajir pra bujam. Thank you Dada.

  • @karunakakati1641
    @karunakakati16413 жыл бұрын

    Bhal lagil

  • @tulandoley3921
    @tulandoley39213 жыл бұрын

    Beautiful advice sir

  • @mrinmoygaming4215
    @mrinmoygaming42153 жыл бұрын

    Tq bohut vl motivat paisu apunar pra ❤❤❤

  • @dhrubadev5236
    @dhrubadev52363 жыл бұрын

    Khube Bhal lagile sir vdo ti sai 👌👌👌

  • @abhijitblogs402
    @abhijitblogs4023 жыл бұрын

    Sir apunar kothabur bohut bohut val lage ....bohut kotha hikisu apunar pora 😍

  • @sofik-sn.aslamvlogs786
    @sofik-sn.aslamvlogs7863 жыл бұрын

    Really, u r a great sir....

  • @jurimonikalita4440

    @jurimonikalita4440

    3 жыл бұрын

    Sosa dei

  • @bidyutdekavlogs7695
    @bidyutdekavlogs76953 жыл бұрын

    ভাল লাগিল শুনি👍👍👍

  • @fltnessgymclubtrainer1465
    @fltnessgymclubtrainer14653 жыл бұрын

    Dhunia video 🤙🤙🤙🤙🤙

  • @user-ss1mf3ni2u
    @user-ss1mf3ni2uАй бұрын

    Val lagil sir ♥️😍🤩👌

  • @hirenboruah5398
    @hirenboruah53983 жыл бұрын

    Sir akebare hosa kotha koise.....June ji Kori val pai aguai jabo pare heitut gurutto dibo lage....

  • @jintuhaloi2847
    @jintuhaloi28473 жыл бұрын

    Tq sar apunar video sai bhut kotha xikilu jibon to a rongil hoi porisa

  • @KAMALKRISHNADEKA
    @KAMALKRISHNADEKA3 жыл бұрын

    হয়টো মোৰ মা দেউতাৰ দৰে বহুত কমেই মা দেউতা আছে কাৰণ মোক কোনোধৰণৰ গালি বা তুলনা কৰা নাছিল আৰু প্ৰায় 6 লৈ চাকিৰ পোহৰত পঢ়িছিলো আৰু মোৰ result HSLC 61 % আৰু HS 64 আছিল আৰু এতিয়া মই Degree 5th sem student , Apuni aikhini dhunia kotha kole seibbe mur kotha khini oo share korilu kuneu jate eku bea napai .

  • @kamaldas7471

    @kamaldas7471

    3 жыл бұрын

    Moi kintu gali nidio. Aalosona koru

  • @mrmahingurup6906
    @mrmahingurup69062 жыл бұрын

    Sir it is the biggest problem of students life 😏😏.. This comparison is done by the Indian parents most ..

  • @vernakashyap8213
    @vernakashyap82132 жыл бұрын

    You are the best sir

  • @trishnaofficial7777
    @trishnaofficial77772 жыл бұрын

    Right sir👈💟

  • @popysaikia8109
    @popysaikia81093 жыл бұрын

    Right sir.🥰👌

  • @tanabisaikiavideosofassami5700
    @tanabisaikiavideosofassami57003 жыл бұрын

    It doesn't get all the benefits when some go ahead! Which is the reason for which it lags behind.

  • @chiring.7
    @chiring.73 жыл бұрын

    Bhal lagile sir . apuner kothat jukti. Ase Thanks

  • @mousumidekaraja2451
    @mousumidekaraja24513 жыл бұрын

    ছাৰ বহুত ভাল কথা হিকিছো আপোনাৰ পৰা i luv you sir

  • @mouchumibora4927
    @mouchumibora49273 жыл бұрын

    Right.Love from golaghat.

  • @riyazaliofficial8830
    @riyazaliofficial88302 жыл бұрын

    Sir you are right aapuni ji bur kotha koise xokolubur mur logot aajiu hoi ase😔😔😔😔

  • @momitarowtiya5865
    @momitarowtiya58653 жыл бұрын

    বহুত ধুনীয়া sir 👍

  • @khushbujahan8921
    @khushbujahan89213 жыл бұрын

    sir ,Love from Morigaon 😊

  • @kabitachamuah2418
    @kabitachamuah24183 жыл бұрын

    Vl lagil apuner kothakhini.

  • @Localpoultryfarm
    @Localpoultryfarm3 жыл бұрын

    We are all Special ❤

  • @nabanitaneog1555
    @nabanitaneog15553 жыл бұрын

    Thnks, apunar advised khini vl lagel

  • @whatsappstatusvideo2086
    @whatsappstatusvideo20863 жыл бұрын

    আমাক সহায় কৰা মানুহ কোনো নাই । CBSE ৰ exam ক লৈ সকলো KZreadr,Actors etc আদিয়ে তেওঁলোকক support কৰিছিল । কিন্তু আমাৰ অসমৰ সকলোৱে নিজৰ মুনাফা আডাই কৰাত ব্যস্ত । মই সকলোকে অনুৰোধ কৰিছো please আমাক সহায় কৰক ।

  • @deijeechoudhury8997

    @deijeechoudhury8997

    3 жыл бұрын

    Tahaor nnisina manuhor krna axom rahotole gec.. Kela.... Phribo Iman time paisa exam diat ki problem ha... Anekoi AA moribi tahoti tateke aei2 ko... PPhra nai Ami nonsense stupid student tahoti

  • @whatsappstatusvideo2086

    @whatsappstatusvideo2086

    3 жыл бұрын

    @@deijeechoudhury8997 oi kla tur dinot lockdown ne tur baperor dinot lockdown disil kla ami janu Amar problem kot toi kla sup thakibi aru toi tu kla stand korisili

  • @Kartikgamers679
    @Kartikgamers6792 жыл бұрын

    Depak sir kotha khini khuni val lagise mur lora u bonstholi school t pore

  • @amrithira7465
    @amrithira7465 Жыл бұрын

    Bht bht val knowledge disa dada

  • @samiulkhan419
    @samiulkhan4193 жыл бұрын

    Nice speech

  • @rajibkalita2566
    @rajibkalita2566 Жыл бұрын

    Thanks sir vl lagil video tu sai❤❤

  • @yesminsultana.5348
    @yesminsultana.53483 жыл бұрын

    Vl lgil sir video tu sai

  • @MpBoruah98
    @MpBoruah983 жыл бұрын

    You are great sir, love from Golaghat

  • @alakakalita6769
    @alakakalita6769 Жыл бұрын

    Best speaker in assam ❤🙏

  • @akvlogs7416
    @akvlogs74163 жыл бұрын

    U r great sir

  • @ayushmandaz2390
    @ayushmandaz23903 жыл бұрын

    Great sir

  • @debasishborah3097
    @debasishborah30973 жыл бұрын

    100%Right, Many Many Thanks To You

  • @ranjandoley3193
    @ranjandoley31932 жыл бұрын

    Hundor advice sir🙏🙏

  • @AyeshaBegum-sw7qb
    @AyeshaBegum-sw7qb Жыл бұрын

    Apuni bohit val val bhakhon diye sir thank you so much ❤❤❤❤❤❤❤❤

  • @antaryamifunnyshorts591
    @antaryamifunnyshorts5913 жыл бұрын

    Sir you are very kind person ❤️❤️❤️

  • @gktricksassam196
    @gktricksassam1963 жыл бұрын

    Good Message....🙏🙏🙏🙏🙏

  • @salimkujurvlogs890
    @salimkujurvlogs8902 жыл бұрын

    Lovely so mush voice! This is true speech #Bboys2.0

  • @kushapegu7373
    @kushapegu73733 жыл бұрын

    Good motivator sir 👍

  • @anibro4162
    @anibro41622 жыл бұрын

    You go ahead we are all with you.

  • @dipikadas5964
    @dipikadas59643 жыл бұрын

    Akdom xosa kotha sir ❤❤❤

  • @axoma2zvideo
    @axoma2zvideo3 жыл бұрын

    Sir you are the best 🔥❤️

  • @migomtayeng8544
    @migomtayeng85443 жыл бұрын

    Apunar video pratitu saung Moi sir aru apunar pora bohu kota hikisu sir you are great sir

  • @dharmeswarsaikia176
    @dharmeswarsaikia1762 жыл бұрын

    Bhal lagil video tu sai thank you very good thank you

  • @284rimpisaikia3
    @284rimpisaikia33 жыл бұрын

    Thankyou sir

  • @bandanabarman7549
    @bandanabarman75493 жыл бұрын

    Thank u very much sir..

  • @ganeshbaruah3351
    @ganeshbaruah335111 ай бұрын

    Sir bohut vl lagil video to sai emn vl vl kotha xunibo parisu ai channelor joriote ❤🥰👍

  • @rajashridas7982
    @rajashridas79823 жыл бұрын

    Thank you so much Sir 😊

  • @harchita346
    @harchita3462 жыл бұрын

    সুন্দৰ ভাষন!বহুতভাল কথা

  • @usharanirabha8158
    @usharanirabha81582 жыл бұрын

    Good morning sir ❤️😊💚